ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু Draupadi Murmu becomes 15th President of India

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু Draupadi Murmu becomes 15th President of India 

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন  দ্ৰৌপদী মুৰ্মুৰ  বিষয়ে সম্পূর্ণ অসমীয়াত Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey All About Draupadi Murmu in Assamese




ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু Draupadi Murmu becomes 15th President of India  ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey
ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
Draupadi Murmu becomes 15th President of India 

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিষয়েঃ

ভাৰতৰ নতুন পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে এনডিএ সমৰ্থিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ৰাষ্ট্ৰপতি নির্বাচনৰ ফলাফল প্রকাশ কৰা অনুসৰি দ্ৰৌপদী মুৰ্মুৱে বিপুল ভোটত জয়লাভ কৰে আৰু ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ যোগ্যতা অৰ্জন কৰে। ইউপিএ সমৰ্থিত যশৱন্ত সিনহাক পৰাস্ত কৰি দেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এনডিএ সমৰ্থিত প্ৰাৰ্থীগৰাকী। ১৮ জুলাইত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰপতি নিৰ্বাচন। ৰামনাথ কোবিন্দৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত এতিয়া নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব দ্ৰৌপদী মুৰ্মুৱে। আজি পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগণনা৷ কটকটীয়া নিৰাপত্তাৰ মাজতে সংসদ ভৱন কমপ্লেক্সত চলিছিল গণনা। প্ৰথম ৰাউণ্ডৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে অগ্ৰগতি লাভ কৰা দেখা গৈছিল। এই ৰাউণ্ডত সাংসদৰ ভোট গণনাত দ্ৰৌপদী মুৰ্মুৱে লাভ কৰিছে ৫৪০টা ভোট। আনহাতে যশৱন্ত সিনহাই ২০৮টা ভোট লাভ কৰিছিল। দ্ৰৌপদী মু্ৰ্মুৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে দ্ৰৌপদী মুৰ্মুৰ জন্মস্থান উৰিষ্যাৰ ৰায়ৰংপুৰ গাঁৱত ব্যাপক উৎসাহ–উদ্দীপনাৰে বিজয় উদযাপন কৰা দেখা যায় আৰু নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে বিজেপিয়ে দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ বিজয়ক লৈ ৰোড শ্ব’ কৰে। এই ৰোড শ্ব’ দিল্লী বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হয়।

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey

দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয়ঃ

দ্ৰৌপদী মুৰ্মুৰ জন্ম ১৯৫৮ৰ ২০ জুন তাৰিখে উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱত এটা আদিবাসী পৰিয়ালত হৈছিল। দ্ৰৌপদী মুৰ্মুৰ পিতৃৰ নাম বিৰঞ্চী নাৰায়ণ টুডু আছিল। পৰম্পৰা অনুসৰি দেউতাক আৰু ককাক দুয়ো পঞ্চায়তি ৰাজ ব্যৱস্থাৰ অধীনত গাঁৱৰ আৰু সমাজৰ মুৰব্বী আছিল। 

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey

দ্ৰৌপদী মুৰ্মুৰ শিক্ষা জীৱনঃ

দ্ৰৌপদী মুৰ্মুৱে  তেওঁৰ প্ৰাৰম্ভিক শিক্ষা গৃহ জিলাৰ পৰা সম্পূৰ্ণ কৰে তাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে ভুৱনেশ্বৰৰ ৰামদেৱী মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।  শিক্ষা সমাপ্ত কৰাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে এগৰাকী শিক্ষয়ত্ৰী হিচাপে নিজৰ জীৱন আৰম্ভ কৰি কিছুদিন শিক্ষকতা হিচাপে কাম কৰিছিল।

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey

দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষঃ

দ্ৰৌপদী মুৰ্মুৰ বিবাহ শ্যাম চৰণ মুৰ্মুৰ সৈতে হয়। দ্ৰৌপদী মুৰ্মু আৰু শ্যাম চৰণ মুৰ্মুৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ জন্ম হয়। কিন্তু ভাগ্যৰ বিড়ম্বনা দুয়ো পুত্ৰৰে ইতিমধ্যে মৃত্যু হৈছে আৰু স্বামী শ্যাম চৰণ মুৰ্মুৰয়েও এই পৃথিৱীৰ পৰা বিদায় লয়। সন্তান আৰু স্বামী হেৰুওৱা দ্ৰৌপদী মুৰ্মুৰ বাবে এক কঠিন সময় আছিল যদিও হাৰ নামানি সমাজৰ বাবে কিবা এটা কৰিবলৈ ৰাজনীতিত প্ৰৱেশ কৰিছিল।

ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey

দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱনঃ

১৯৯৪ চনৰ পিছত দ্ৰৌপদী মুৰ্মুৱে শিক্ষকতা এৰি ৰাজনীতিত নামি পৰে আৰু ৰাজনীতিত ভৰি দিয়েই পৌৰপতি হিচাপে নিৰ্বাচিত হয় দ্ৰৌপদী মুৰ্মু। তাৰ পাছতে বিজেপিৰ সৈতে ভালদৰে জড়িত হৈ পৰে আৰু বিজেপিত যোগদান কৰাৰ পিছত দ্ৰৌপদী মুৰ্মুৱে ১৯৯৭ চনত ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ পাৰিষদ নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু জয়লাভ কৰে আৰু ৰায়ৰংপুৰৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। বিজেপিয়ে দ্ৰৌপদী মুৰ্মুক দলৰ অনুসূচিত জনজাতি মৰ্চাৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। 

ইয়াৰ পিছত ২০০০ চন আছিল বিশেষভাৱে উল্লেখ যোগ্য। দ্ৰৌপদী মুৰ্মুৱে ৰাজ্যৰ মন্ত্ৰীসভাত স্থান লাভ কৰে। উৰিষ্যাত ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ মিত্ৰতাৰ চৰকাৰৰ সময়ত, দ্ৰৌপদী মুৰ্মু ৬ মাৰ্চ,২০০০ ৰ পৰা ৬ আগষ্ট,২০০২ লৈ বাণিজ্য আৰু পৰিবহনৰ স্বতন্ত্ৰ দায়িত্ব আৰু ৬ আগষ্ট,২০০২ ৰ পৰা ১৬ মে, ২০০৪ লৈ মীন পালন আৰু পশু সম্পদ বিকাশৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। দ্ৰৌপদী মুৰ্মু উৰিষ্যাৰ ৰায়গঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়িক হিচাপেও নিৰ্বাচিত হয়। বিধায়িকা হৈয়ো বহু কাম কৰে সমাজৰ বাবে। ২০০৭ চনত উৰিষ্যা বিধান সভাই দ্ৰৌপদী মুৰ্মুক শ্ৰেষ্ঠ বিধায়কৰ বাবে নীলকণ্ঠ বঁটা প্ৰদান কৰে। 

দ্ৰৌপদী মুৰ্মুৰ বাবে ২০১৫ চন আছিল আন এক অন্যতন বৰ্ষ। ২০১৫ চনৰ পৰা ২০২১ চনলৈ ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হিচাপে নিৰ্বাচিত হয় দ্ৰৌপদী মুৰ্মু। তাৰ পাছত ২০২২ চলিত বৰ্ষত ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ আনুষ্ঠানিক মনোনীত ব্যক্তি হিচাপে পৰিগণিত হয়। দ্ৰৌপদী মুৰ্মু হৈছে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যপাল তথা প্ৰথম মহিলা ৰাজ্যপাল আৰু ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি পদত মনোনীত হোৱা এক অনুসূচীত জনজাতিৰ প্ৰথম ব্যক্তি তথা মহিলা।


ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - দ্ৰৌপদী মুৰ্মুৰ জন্মৰ পৰিচয় - দ্ৰৌপদী মুৰ্মুৰ শিক্ষা - দ্ৰৌপদী মুৰ্মুৰ বৈবাহিক জীৱন, পৰিয়াল আৰু জীৱন সংঘৰ্ষ - দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱন Draupadi Murmu becomes 15th President of India New Present President of India 2022 Draupadi Murmu Birth, Birthplace, Parents, Family, Husband, Children, Education, Political Career, Political journey and life journey




*******

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.