সাধাৰণ জ্ঞান General knowledge and current affairs Question answers

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam

 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১। অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া গঠন কৰা হৈছিল? 

উত্তৰঃ ১৯৬৯ চনত


২। অসম এছচিয়েচনৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল? 

উত্তৰঃ ১৯০৫


৩। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯৬৮


৪। LPG ৰ সম্পূৰ্ণ অৰ্থ?
উত্তৰঃ Liquefied petroleum gas


৫। বৈদ্যুতিক আধাৰৰ SI একক কি?
উত্তৰঃ এম্পিয়াৰ


৬। তাপৰ SI একক কি?
উত্তৰঃ কেলভিন


৭। শক্তিৰ SI একক কি?
উত্তৰঃ জুল


৮। বলৰ SI একক কি?
উত্তৰঃ নিউটন


৯। দন্দোৱা দ্ৰোহ কাৰ দিনত হৈছিল?
উত্তৰঃ 1795 কমলেশ্বৰ সিংহৰ দিনত


১০। কোনখন নদীক অৰুণাচল প্ৰদেশত কামেং বুলি কোৱা হয়?
উত্তৰঃ জীয়া ভৰলী

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১১। পদ্মভূষণ সন্মান লাভ কৰা অসমৰ প্ৰথম ব্যক্তি কোন?
উত্তৰঃ অমলপ্ৰভা দাস (1955)


১২। সূৰ্য্যৰ পোহৰে দেহক কোনবিধ ভিটামিন যোগান ধৰে?
উত্তৰঃ ভিটামিন- D


১৩। অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়?
উত্তৰঃ বিষ্ণুৰাম মেধি


১৪। হস্তীবিদ্যাৰ্ণৱ পুথি কাৰ দিনত লিখা হৈছিল?
উত্তৰঃ শিৱ সিংহ দিনত


১৫। বকুল বনৰ কবি কোন?
উত্তৰঃ আনন্দ চন্দ্ৰ বৰুৱা


১৬। মিৰি জীয়ৰী লেখক কোন?
উত্তৰঃ ৰজনীকান্ত বৰদলৈ ( ১৮৯৪ )


১৭। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য


১৮। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৬ নৱেম্বৰ ১৯৫২


১৯। হালধীয়া চৰাইয়ে বাওঁধান খাই উপন্যাসৰ লেখক কোন?
উত্তৰঃ হোমেন বৰগোহাঁই


২০। গোপীনাথ বৰদলৈ মৃত্যুৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল?
উত্তৰঃ বিষ্ণুৰাম মেধি

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২১। অসমৰ ৰাজধানী কোন চনত দিছপুৰত স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯৭৩ চনত


২২। কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়?
উত্তৰঃ শুৱালকুছি


২৩। অসমৰ ৩য় মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰঃ বিমল প্ৰসাদ চলিহা


২৪। কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন আছিল?
উত্তৰঃ ৰেণুকা দেৱী বৰকটকী


২৫। বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল?
উত্তৰঃ ঊষা


২৬। কাক অসমীয়া ব্যাস বুলি কোৱা হয়?
উত্তৰঃ ৰাম সৰস্বতী


২৭। মালালা ইউছুফজাইক কোনটো বঁটাৰে সন্মানিত কৰা হৈছিল?
উত্তৰঃ নবেল বঁটা


২৮। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক লোকসভালৈ মনোনীত কৰে?
উত্তৰঃ ২ জন


২৯। হৰ্ণবিলৰ উৎসৱ কোন ৰাজ্যত পালন কৰে?
উত্তৰঃ নাগালেণ্ড


৩০। পলাচিৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৭৫৭

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩১। কেতিয়া জোনাকী আলোচনী প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ ১৮৮৯


৩২। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৮৮৮


৩৩। মিৰজুমলাৰ অসম আক্ৰমণ কেতিয়া হৈছিল?
উত্তৰঃ ১৬৬২


৩৪। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৩৭


৩৫। বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৭৩


৩৬। যোৰহাট সাৰ্বজনিক সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৮৮৪


৩৭। অসমত কেতিয়াৰপৰা কেতিয়ালৈ পঢ়াশালী, অফিচ-আদালতত বঙালী ভাষা চলে?
উঃ ইং ১৮৩৬ চনৰপৰা ইং ১৮৭৩ চনলৈ।


৩৮। অসমৰ প্ৰধান কুটিৰ শিল্পসমূহ কি কি?
উঃ কাহ-পিতলৰ বাচন-সৰ্থেবাৰী, হাজো, হাতীৰ্দাৰ বস্তু বৰপেটা (বর্তমান প্রায় লুপ্তপ্রায়), এড়ি কাপােৰ পলাশবাৰী অঞ্চল; মুগা, পাট আৰু কাপােৰ- শুৱালকুছি; বাঁহ-বেতৰ কাম, জাপি শিলচৰ, নলবাৰী।


৩৯। অসমত কয়লা খনি ক'ত আছে?
উঃ মাৰ্ঘেৰিটা, লিডু, ৰাংবাং, জয়পুৰ।


৪০। খাৰুৱা তেলৰ পুং কত আছে?
উঃ ডিগবৈ, দুলীয়াজান, নাহৰকটীয়া, মৰাণ, লাকুৱা, গেলেকী, হুগ্রীজান, ক্ষুদ্রসাগৰ।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৪১। ইং ১৯৯১ চনৰ পিয়লমতে অসমৰ মুঠ জনসংখ্যা কিমান?
উঃ ২,২৪,১৪,৩২২ জন।


৪২। অসমৰ মুঠ মাটিকালি কিমান বর্গ কিঃ মিঃ?
উঃ ৭৮,৪৩৮ বর্গ কিঃ মিঃ।


৪৩। জোনাকী যুগৰ ‘ত্রি-মূর্তি’ কোন কোন?
উঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামী। 


৪৪। ব্রাঘ্র প্রকল্প ক'ত আছে?
উঃ মানাহ।


৪৫। অসমৰ পর্যটক কেন্দ্র কি কি?

উঃ গুৱাহাটী, কাজিৰঙা, শিৱসাগৰ, মানাহ, তেজপুৰ, ভালুকপুং, হাজো, বৰপেটা, হাফলং।


৪৬। ১৯৯৭ চনত নির্মাণ কৰি উলিওৱা অসমৰ বিখ্যাত সাংস্কৃতি কেন্দ্র কি নামেৰে নামকৰণ কৰা হৈছে?
উঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, গুৱাহাটী।


৪৭। উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হয়?
উঃ ১৯৭২ চন,আগষ্ট।


৪৮। গৰম পানীৰ উহ কত আছে?
উঃ গােলঘাটৰ ওচৰৰ নামৰ হাবিত।


৪৯। চাহ গৱেষণা কেন্দ্ৰ আৰু চাহ পৰীক্ষা কেন্দ্র ক’ত আছে?
উঃ যথাক্রমে টোকোলাই আৰু চিনামৰা (যােৰহাট)।


৫০। ভাৰতত তেলৰ পুং প্রথম ক'ত আৱিষ্কাৰ হয়?
উঃ ১৮৯০ চনত অসমৰ ডিগবৈৰ ওচৰৰ বৰবিলত আৱিষ্কাৰ হয়।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৫১। ভাৰতত প্রথম স্থাপন কৰা তেল শােধনাগাৰ কোনটো?
উঃ ১৯০১ চনত ইণ্ডিয়ান অইল কৰপােৰেচনে স্থাপন কৰা ডিগবৈ শােধনাগাৰ।


৫২। অসমত প্রথম কয়লা উৎপাদন কেতিয়া ক’ত হয়?
উঃ ১৮৬৫ চনত। মাকুম কয়লা পথাৰ।


৫৩। অসমত কেতিয়া তেল আৰু প্রাকৃতিক গেছ আয়ােগ আৰু অইল ইণ্ডিয়া লিমিটেডৰ শাখা স্থাপন কৰা হয়?
উঃ যথাক্রমে ১৯৫৬ আৰু ১৯৫৯ চনত।


৫৪। অসমত পঞ্চায়তীৰাজ আইন কেতিয়া প্রবর্তন হয়?
উঃ ১৮৯৬


৫৫। অসমত তিনিতৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা আছে। সেয়া কি কি?
উঃ গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু মহকুমা পৰিষদ।


৫৬। অসমত চিনেমা ষ্টুডিঅ’ ক'ত আছে?
উঃ ১৯৯৯ চনৰ ১৭ জানুৱাৰী (শিল্পী দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতিপ্রসাদ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট’ অর্থাৎ চলচিত্র আৰু দূৰদৰ্শন প্রশিক্ষণ প্রতিষ্ঠান উন্মােচন কৰে। ষ্টুডিঅ’টোৰ নাম ‘জ্যোতি চিত্রবন”।


৫৭। অসমত তৰাগৃহ (প্লেনেটৰিয়াম) আৰু চিৰিয়াখানা ক’ত আছে?
উঃ গুৱাহাটীত।


৫৮। মুগাপাম কত আছে?
উঃ ৰাইদঙীয়া।


৫৯। অসমৰ প্রথম ভাৰতীয় গভর্ণৰ কোন আছিল? 

উঃ ছাৰ আকবৰ হাইদৰি (১৯৪৭)। এওঁৰ আগতে ছাৰ এণ্ডৰুক্ল’ অসমৰ গভৰ্ণৰ হল। ছাৰ আকবৰ হাইদৰিৰ দিনতে ভাৰতে স্বাধীনতা লাভ কৰে।


৬০। অসম বিধানসভাৰ প্রথম অধ্যক্ষ কোন?
উঃ বসন্ত দাস।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৬১। প্রথম কোন অসমীয়াই বিলাতলৈ (আমেৰিকালৈ) যায়?
উঃ ধনীৰাম লুচিয়েন হেইডেন আৰু শিৱৰাম জেমছ টিপ নামৰ নগাঁৱত নৰী স্কুলৰ ছাত্ৰ দুজনে ১৮৪৮ চনৰ ২৮ ডিচেম্বৰত মিছনেৰী মাইলছ ব্রন আমেৰিকালৈ যায়। ১৮৫১ চনৰ ২৯ মার্চত এওঁলােকে উভতি আহে।


৬২। শংকৰদেৱে প্ৰচাৰ কৰা ধর্মটো সাধাৰণতে কি বুলি পৰিচিত?
উঃ একশৰণ ভাগৱতী ধর্ম।


৬৩। শংকৰদেৱৰ ধৰ্মৰ বৈশিষ্ট্য কি?
উঃ ভগৱান এজন (এক দেৱ এক সেৱ)। তেওঁৰ ধৰ্মত অস্পৃশ্যতা, জাতি-বৰ্ণৰ ভেদ নাই।


৬৪। শংকৰদেৱৰ সমাজ সংগঠনৰ ভেটি কি আছিল?
উঃ নামঘৰ বা কীৰ্ত্তনঘৰসমূহ আৰু তাৰেই ভেটিত গঢ় লৈ উঠা সত্ৰসমূহ।


৬৫। শংকৰদেৱৰ প্ৰধান শিষ্য আৰু তেওঁৰ পিছত ধর্ম প্রচাৰৰ ভাৰপ্ৰাপ্ত লােকজন কোন আছিল?
উঃ শ্রীমাধৱদেৱ।


৬৬। বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল, প্রথম সত্ৰাধিকাৰ কোন আছিল?
উঃ মাধৱদেৱে বৰপেটা সত্র স্থাপন কৰি মথুৰাদাস বুঢ়া আতাক সত্ৰাধিকাৰ পাতে।


৬৭। ভাৰতৰ স্বাধীনতা যুঁজৰ অসহযােগ আন্দোলনত যােগ দিয়া প্রথম অসমীয়া নেতা দুগৰাকী কোন আছিল?
উঃ দেশভক্ত তৰুণৰাম ফুকন আৰু কর্মবীৰ নবীন চন্দ্র বৰদলৈ।


৬৮। অসমৰ কেইজনমান দেশহিতৈষী ৰাজনৈতিক নেতা কোন কোন?
উঃ দেশভক্ত তৰুণৰাম ফুকন, কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ, লােকপ্রিয় গােপীনাথ বৰদলৈ, হেমচন্দ্ৰ বৰুৱা, স্বনামধন্য সাহিত্যিক হেম বৰুৱা, বিজয় চন্দ্ৰ ভাগৱতী, গৌৰীশংকৰ ভট্টাচাৰ্য, যােগেন্দ্রনাথ বৰুৱা, কুলধৰ চলিহা, শংকৰ বৰুৱা, অমিয় কুমাৰ দাস, সিদ্ধিনাথ শর্মা।


৬৯। স্বাধীনােত্তৰ কালৰ প্ৰথম মন্ত্রীসভাৰ প্ৰধানমন্ত্রী (মুখ্যমন্ত্রী) আছিল গােপীনাথ বৰদলৈ, বিৰােধী দলৰ নেতা কোন আছিল?
উঃ গৌৰীশংকৰ ভট্টাচার্য।


৭০। অসম মন্ত্রীসভাৰ প্ৰথম অসমীয়া মহিলা সদস্যা কোন?
উঃ শ্রীমতী পদ্ম কুমাৰী গােহাঁই।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৭১। স্বাধীনােত্তৰ কালৰ প্রথম বিধানসভাৰ অধ্যক্ষ কোন আছিল?
উঃ হৰেশ্বৰ গােস্বামী।


৭২। এসময়ৰ অসম মন্ত্রীসভাৰ এজন সদস্যৰ পুত্ৰও পিছৰ এখন মন্ত্রীসভাৰ সদস্য হৈছিল। তেওঁলােক কোন?
উঃ আব্দুল মতলিব মজুমদাৰ আৰু তেওঁৰ পুত্র আব্দুল মুহিব মজুমদাৰ।


৭৩। গ্রামােফোন ৰেকৰ্ডত প্ৰথম অসমীয়া বাণীবদ্ধ গীত কি?
উঃ বটাটো আনিয়ে; তামােলখন কাটিয়ে। ১৯০৪ চনত বাণীবদ্ধ।


৭৪। অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্য বিশাৰদ কোন কোন?
উঃ ৰসেশ্বৰ বৰবায়ন, যতীন গােস্বামী, ইন্দিৰা পি পি বৰা, পৰমানন্দ বৰবায়ন, পুষ্প ভূঞা, গৰিমা হাজৰিকা আদি।


৭৫। গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কেতিয়া স্থাপন হয়?
উঃ যথাক্রমে ১৯৪৮ আৰু ১৯৬৫।


৭৬। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্থাপন হয়?

উঃ ১৯৪৮ চন।


৭৭। অসমীয়াৰ প্রধান লােকগীত কি কি?
উঃ বিয়ানাম, বিহুনাম, আইনাম, ধাইনাম, থিয়নাম, পানাম, সংকীৰ্ত্তন, নাগাৰা নাম, বৰগীত, লােকগীত, বিহুগীত, বনগীত, দেহবিচাৰৰ গীত, জিকিৰ আৰু জাৰি, বৈৰাগী গীত, টোকাৰী গীত ইত্যাদি। 


৭৮। অসমৰ প্ৰধান লােকনৃত্যসমূহ কি কি?
উঃ বিহু নাচ, সত্ৰীয়া নৃত্য, সূত্ৰধাৰী নৃত্য, ওজাপালি নৃত্য, দেওধনী নৃত্য, দেৱদাসী নৃত্য, বড়াে নৃত্য, ৰাভা নৃত্য, ভােতাল নৃত্য, ঝুমুৰ, হুঁচৰি, মহহহা (মহখেদা)। 


৭৯। অসমত প্রধান উৎসৱসমূহ কি কি?
উঃ বিহু (ৰঙালী, কঙালী, ভােগালী), বসবাহ, বাৰেচহৰীয়া ভাওনা সভা, সৰ্থেবাৰীৰ সভা, সুঁৱৰী, উৰুকা, বিবাহ, চক্লং (আহােমসকলৰ বিবাহ), শিৱৰাত্রি, বার্থেী পূজা (কছাৰীসকলৰ), খেৰাই পূজা (বড়াে কছাৰীসকলৰ), ৰজনী গােব্রা (ডিমাচাসকলৰ), আলি আয়ে পৃগাং (মিচিংসকলৰ), বহাগী বিষ্ণু (দেউৰী চুতীয়াসকলৰ), বৈশাখু (ৰাভাসকলৰ), শ্ৰীশংকৰদেৱৰ জন্ম আৰু তিৰােভাৱ তিথি, মাধৱদেৱৰ তিৰােভাৱ তিথি, ফাকুৱা (দৌলযাত্রা), অম্বুবাচী, মেডাম মেফিল, ঝুলন। যাত্রা, ঈদ, বকৰিদ, বৰদিন, বুদ্ধ পূর্ণিমা, দুর্গা পূজা, সৰস্বতী পূজা, কালী পূজা, বিশ্বকর্মা পূজা, ৰাস উৎসৱ, দেওধনী পূজা, লক্ষ্মী পূজা, অশােকাষ্টমী, সত্যনাৰায়ণ পূজা, কৰম পূজা, মদন পূজা, মনসা পূজা, অম্বুবাচী, জন্মাষ্টমী, দিন ইত্যাদি।

৮০। বিহুক কেতিয়া অসমৰ জাতীয় উৎসৱৰূপে গ্ৰহণ কৰা হয়?
উঃ আহােম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৮১। গৰু বিহুক কিয় প্রাধান্য দিয়া হয়?
উঃ গৰু উৰ্বৰতাৰ প্রতীক। তাৰােপৰি কৃষিজীৱী অসমীয়াৰ বাবে গৰু অবিচ্ছেদ্য সম্পদ।


৮২। বিহু পতাকাৰ আৰ্হি (Design) প্রথম কোনে কৰিছিল?
উঃ বিখ্যাত অসমীয়া কথাছবি পৰিচালক নিপ বৰুৱাই।


৮৩। প্ৰকৃতাৰ্থত বিহু মানে কি?
উঃ বহুলভাবে বিশ্বাস কৰামতে সংস্কৃতৰ বিষ্ণুৱাম (Vishnuvam) শব্দৰ পৰা পৰম্পৰাগতভাবে অহা নাম। বিষ্ণুৱাম মানে মহাবিষুৰ যেতিয়া দিন-ৰাতি সমান হয়।


৮৪। বিহুৰ গামােচাত সাধাৰণতে ৰঙা ফুল তােলে কিয়?
উঃ উৰ্বৰতাৰ প্রতীক।


৮৫। ইংৰাজীত এই সংগীত বাদ্যযন্ত্রটোক Music Harp বােলে। বিহুৰ লগত জড়িত এই যন্ত্রটোক অসমীয়াত কি কয়?
উঃ গগনা।


৮৬। কোন বিখ্যাত অসমীয়া ব্যক্তিয়ে বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীর্ণ। কৰাইছিল?
উঃ ৰাধাগােবিন্দ বৰুৱাই, ১৯৫০-৫১ চনত গুৱাহাটী বিহুতলীত।


৮৭। কোনাে বিশিষ্ট সংস্কৃতিবিদ অসমীয়াই বিহুৰ তাৎপৰ্ষ আৰু অর্থ ব্যাখ্যা কৰিছিল— বি মানে দিয়া আৰু হু মানে লােৱা।
উঃ বিষ্ণুৰাভা।


৮৮। মাথোঁ এখন কিতাপ লিখি সুখ্যাতি লাভ কৰা এজন সাহিত্যিকে অসম মন্ত্রীসভাৰ আৰু কেন্দ্রীয় মন্ত্রীসভাৰ সদস্য হয়। তেওঁ কোন, কিতাপখনৰ নাম কি?
উঃ দেৱকান্ত বৰুৱা। কিতাপসাগৰ দেখিছা।


৮৯। অসম মন্ত্রীসভাৰ এসময়ৰ এজন সদস্যই অসম সাহিত্য সভাৰ সভাপতি হয়। তেওঁ কোন?
উঃ লক্ষ্যধৰ চৌধুৰী।


৯০। অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় অসমৰ ৩ খন ঠাইত অৱস্থিত। কার্যালয় ভৱন আৰু ঠাইকেইখনৰ নাম কি?
উঃ চন্দ্রকান্ত সন্দিকৈ ভৱন যােৰহাট (১৯২৪), ভগৱতী প্রসাদ বৰুৱা ভৱন, গুৱাহাটী (১৯৬৫), ৰাংছিনা ভৱন, ডিফু (১৯৮৪)।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৯১। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যােৰহাটৰ চন্দ্রকান্ত ভৱনৰ দ্বাৰ কোনে উন্মােচন কৰে?
উঃ ১৯২৬ চনত সেই সময়ৰ ৰাজ্যপাল ছাৰ জন ক চাহাবে।


৯২। অসম সাহিত্য সভাৰ পতাকাৰ প্ৰতীকৰ ডিজাইন কোনে কৰিছিল?
উঃ শিল্পী ডঃ যুগল দাসে।


৯৩। অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল?
উঃ অসম সাহিত্য সন্মিলন।


৯৪। শৰাইঘাট যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৬৭১


৯৫। ইটাখুলি ৰণ কেতিয়া হৈছিল?
উত্তৰঃ ১৬৮২


৯৬। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৯৪৮


৯৭। অসমত চাহ আবিষ্কাৰ কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৩


৯৮। অসহযোগ আন্দোলন কেতিয়া হৈছিল?

উত্তৰঃ ১৯২০


৯৯। অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি দিছিল?
উত্তৰঃ ১৯৬১


১০০। অসমত ৰেলসেৱা কেতিয়া প্ৰৱতন কৰা হয়?
উত্তৰঃ ১৮৮২

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১০১। টাইটানিক জাহাজ কেতিয়া ডুব গৈছিল?
উত্তৰঃ ১৯১২


১০২। গুৱাহাটীত চাহ উদ্যোগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৯৭০


১০৩। B.T.C  গঠন কেতিয়া কৰা হৈছিল?
উত্তৰঃ ২০০৩


১০৪। নিটি আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ২০১৫


১০৫। বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫২


১০৬। ক্ষমতা  Power ৰ  SI  একক কি?
উত্তৰঃ ৱাট


১০৭। ৰোধৰ  SI  একক কি?
উত্তৰঃ ওম


১০৮। চাপৰ  SI  একক কি?
উত্তৰঃ পাস্কেল


১০৯। কোনজন আহোম ৰজাৰ ৰাজত্বকালত চিংফৌ সকল  অসমলৈ আহিছিল?
উত্তৰঃ গৌৰিনাথ সিংহ ৰ দিনত


১১০। এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ কোনখন চহৰত আছে?
উত্তৰঃ জাগিৰোড

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১১১।  অসমৰ কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলি কোৱা হয়?
উত্তৰঃ ডিব্ৰুগড়


১১২। চকৰি ফেঁটী বুৰঞ্জী লেখক কোন?
উত্তৰঃ নুমলী বৰগোহাঁই


১১৩। কোনখন নদীক চীনৰ চকুলো বুলি কোৱা হয়?
উত্তৰঃ হোৱাংহো


১১৪। হস্তীবিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ অংকণ কোনে কৰিছিল?
উত্তৰঃ দিলবৰ আৰু দোচায়ে


১১৫। সতী সাধনীয়ে কোনখন পৰ্বতৰ পৰা জাঁপিয়াই আত্মসত্যা কৰিছিল?
উত্তৰঃ চন্দ্ৰনগিৰি পৰ্বত


১১৬। দীঘলীপুখুৰী কোনে কান্দিছিল?
উত্তৰঃ ভগদত্তই


১১৭। ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়?
উত্তৰঃ আনন্দ চন্দ্ৰ আগৰৱালা


১১৮। ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া নবেল বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯১৩ চনত


১১৯। আধা লেখা দস্তাবেজ কাৰ আলোচনী?
উত্তৰ:- মামনি ৰয়ছম গোস্বামী


১২০। হেজাৰী ঘোষা বুলি কোনখন পুথিক কোৱা হয়?
উত্তৰ:- নামঘোষা

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

 ১২১। প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?

উত্তৰ:- লৰা বন্ধু ( ১৮৮৮ ) 


১২২। ধৰ্মপুস্তক কাৰ ৰচনা?

উত্তৰ:- আত্মৰাম শৰ্মা 


১২৩। অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন?

উত্তৰ:- ভবেন্দ্ৰ নাথ শইকীয়া 


১২৪। নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

উত্তৰ:- অলকানন্দা 


১২৫। জোনবিল মেলা অসমৰ কোন জিলাত পতা  হয়?

উত্তৰ:- মৰিগাঁও (তিৱা লোকসকলে পাতে) 


১২৬। কাক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়?

উত্তৰ:- ৰাধা গোবিন্দ বৰুৱা


১২৭। সোনাই ৰুপাই অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ শোনিতপুৰ 


১২৮। বৰদৈবাম বিলমুখ অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ লখিমপুৰ 


১২৯। বৰনদী অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ ওদালগুৰি 


১৩০। নামবৰ অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ কাৰ্বি আংলং 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৩১। উত্তৰ কাছাৰৰ জাতিংগা কোন খন পাহাৰত আছে?

উত্তৰ:- বৰাইল পাহাৰ 


১৩২। অসমত মৰাপাত কাৰখানা কত আছে?

উত্তৰ:- শিলঘাট 


১৩৩। শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ:- পাট মুগাৰ বাবে 


১৩৪। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা কি?

উত্তৰ:- অসম উপত্যকা সাহিত্য বঁটা 


১৩৫। মহাভৈৰব মন্দিৰ কত আছে?

উত্তৰ:- তেজপুৰত 


১৩৬। নৱগ্ৰহ মন্দিৰ কোন পাহাৰত আছে?

উত্তৰ:- চিত্ৰাচল (১৭৫২ ৰাজেশ্বৰ সিংহ) 


১৩৭। গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৯৪৮ চনত 


১৩৮। ৰাজ্যসভাত অসমৰ মুঠ আসন কিমান?

উত্তৰ:- ৭ খন 


১৩৯। স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল?

উত্তৰ:- ১৩ খন 


১৪০। অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয় খনৰ নাম কি?

উত্তৰ:-  J. B College (Jorhat) 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৪১। পানীদিহিং অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ শিৱসাগৰ 


১৪২। চক্ৰশিলা অভয়াৰণ্য কত অৱস্থিত? 

উত্তৰঃ কোকোৰাঝাৰ 


১৪৩। দিপৰবিল অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ কামৰূপ 


১৪৪। গিবন অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ যোৰহাট 


১৪৫। পবিতৰা অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ মৰিগাঁও 


১৪৬। বৰাইল অভয়াৰণ্য কত অৱস্থিত?

উত্তৰঃ কাছাৰ 


১৪৭। প্ৰথম অসমীয়া আলোচনী খনৰ নাম কি?

উত্তৰঃ অৰুণোদয় 


১৪৮। সূৰ্য্যৰ নিকটতম গ্ৰহ?

উত্তৰঃ বুধ 


১৪৯। ৰাণী ভিক্টোৰিয়াৰ ঘোষণা বছৰতো?

উত্তৰঃ ১৮৫৮


১৫০। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ২৫ জানুৱাৰী 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৫১। ভাস্কো দা গামাই কোন চনত ভাৰতলৈ অহা সাগৰীয় সাগৰীয় পথ আবিস্কাৰ কৰিছিল?

উত্তৰঃ ১৪৯৮


১৫২। জালিয়ানাৱাগৰ গণহত্যা কোন বছৰত সংঘটিত হৈছিল?

উত্তৰঃ ১৯১৯


১৫৩। মেৰী কম চলচিত্ৰ খনত মেৰী কম কোন হৈছে?

উত্তৰঃ প্ৰিয়ংকা চোপ্ৰা 


১৫৪। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ গদাধৰ সিংহ ১৬৯৪


১৫৫। ভাৰতৰ দুটা শান্তিকালিন বীৰত্ব বঁটা হৈছে?

উত্তৰঃ অশোক চক্ৰ আৰু কীৰ্তি চক্ৰ 


১৫৬। গোঁহাই কমল আলি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ নৰনাৰায়ণ


১৫৭। বুদ্ধৰ জন্ম কত হৈছিল? 

উত্তৰঃ লুম্বিনি 


১৫৮। মহাত্মা গান্ধী প্ৰথম অসমলৈ কেতিয়া আহিছিল?

উত্তৰঃ ১৯২১


১৫৯। মাকাম নামৰ উপন্যাসখনৰ লেখক কোন?

উত্তৰঃ ৰীতা চৌধুৰী 


১৬০। ভাৰতীয় ৰিৰ্জাভ বেংকৰ মুখ্য কাৰ্যালয় কত আছে?

উত্তৰঃ মুম্বাই 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৬১। ISRO কিহৰ সৈতে জড়িত?

উত্তৰঃ মহাকাশ গৱেষণা 


১৬২। ভাৰতৰ আটাইতকৈ দীঘল দূৰত্বৰ মিছাইল হৈছে?

উত্তৰঃ অগ্নি 5 


১৬৩। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 

উত্তৰঃ ১৯৪২


১৬৪। কোন আহোম ৰজাই বৰফুকন পদ সৃষ্টি কৰিছিল?

উত্তৰঃ প্ৰতাপ সিংহ 


১৬৫। মে-ডাম-মে-ফি কোন তাৰিখে পালন কৰা হয়?

উত্তৰঃ ৩১ জানুৱাৰী 


১৬৬। শ্ৰীকৃষ্ণই অসমৰ কোন ৰজাৰ সৈতে যুদ্ধ কৰিছিল?

উত্তৰঃ নৰকাসুৰ 


১৬৭। দিলৱাৰা মন্দিৰসমূহ কত আছে?

উত্তৰঃ মাউন্ট আবু 


১৬৮। কাক উত্তৰ পূৰ্বৰ শান্তি বাগিছা বুলি কয়?

উত্তৰঃ মিজোৰাম 


১৬৯। কেতিয়া শৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ ১৯৬২


১৭০। কোন চনত ভাৰতে অলিম্পিক গেমছত অংশগ্ৰহন কৰিছিল?

উত্তৰঃ ১৯০০

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৭১। শিৱ দৌল কোন ৰাণীয়ে নিৰ্মাণ কৰাইছিল?

উত্তৰঃ ৰাণী অম্বিকা 


১৭২। অসমৰ ৰাজধানী দিচপুৰত কেতিয়া স্থাপন কৰা হয়? 

উত্তৰঃ ১৯৭৩


১৭৩। অ মোৰ আপোনাৰ দেশক ৰাজ্যিক গীত হিচাপে কেতিয়া স্বীকৃতি দিয়া হয়? 

উত্তৰঃ ১৯৩৪


১৭৪। NABARD কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 

উত্তৰঃ ১৯৮২


১৭৫। নিৰ্বাচিত আয়োগ গঠন কেতিয়া হৈছিল? 

উত্তৰঃ ১৯৫৪


১৭৬। গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কেতিয়া হয়? 

উত্তৰঃ ১৯৪৮


১৭৭। IDBI বেংক প্ৰতিষ্ঠা কেতিয়া হৈছিল? 

উত্তৰঃ ১৯৬৪


১৭৮। অসমত কাগজ কল কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৭১


১৭৯। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 

উত্তৰঃ ১৫২৬


১৮০। পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? 

উত্তৰঃ ১৫৫৬

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৮১। পানীপথৰ ৩য় যুদ্ধ কেতিয়া হৈছিল? 

উত্তৰঃ ১৭৬১


১৮২। অসম সাহিত্য সভা কেতিয়া গঠন হৈছিল? 

উত্তৰঃ ১৯১৭


১৮৩। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 

উত্তৰঃ ১৯৪২


১৮৪। জয়মতী ছবি কেতিয়া মুক্তি লাভ কৰিছিল? 

উত্তৰঃ ১৯৩৫


১৮৫। ৰবীন্দ্ৰনাথ ঠাকুৰক কেতিয়া নবেল বঁটা প্ৰদান কৰা হয়? 

উত্তৰঃ ১৯১৩


১৮৬। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।


১৮৭। অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচন কোনটো?

উত্তৰ : উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।


১৮৮। অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিধ কি?

উত্তৰ : অসম উপত্যকা সাহিত্য বঁটা।


১৮৯। ক্ৰীড়াৰ ক্ষেত্ৰত অনবদ্য অৰিহণা যোগোৱা ক্ৰীড়াবিদক কি বঁটা দিয়া হয়?

উত্তৰ : লাচিত বঁটা।


১৯০। যশস্বী লেখিকা পূৰবী বৰমুদৈয়ে অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছিল?

উত্তৰ : ২০১১ চনত।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

১৯১। অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান আগবঢ়োৱাৰ বাবে কি বঁটা প্ৰদান কৰা হয়?

উত্তৰ : বিষ্ণুৰাভা।


১৯২। শ্ৰীমন্ত শংকৰদেৱ বঁটা কিমান বছৰ বয়সৰ অধিক ব্যক্তিলৈ আগবঢ়োৱা হয়?

উত্তৰ : ৫০ বছৰ ।


১৯৩। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী সাহিত্যিক কোন?

উত্তৰ : যতিন্দ্ৰনাথ দুৱৰা।


১৯৪। কোন হয় যাৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ নৱেম্বৰত। সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ বিজয়ী এই গৰাকী দ্বিতীয় অসমীয়া সাহিত্যিক। এই গৰাকী সাহিত্যিকে ২০০১ চনত নিজ সাহিত্য কৰ্মৰ বাবে এই বঁটা লাভ কৰে। সাহিত্যিক গৰাকী কোন?

উত্তৰ : মামণি ৰয়চম গোস্বামী।


১৯৫। তেখেত আছিল অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। তেখেতক ১৯৯৯ চনত মৰণোত্তৰ ভাৱে ‘ভাৰতৰত্ন’ বঁটাৰে বিভূষিত কৰা হৈছিল?

উত্তৰ : গোপীনাথ বৰদলৈ।


১৯৬। এজন প্ৰখ্যাত লেখকৰ এখন উপন্যাস হ’ল ‘মৃত্যুঞ্জয়’। ১৯৭৯ চনত এই উপন্যাস খনৰ বাবে তেখেতে প্ৰথম বাৰলৈ অসমীয়া সাহিত্যৰ বাবে সন্মানীয় ‘জ্ঞানপীঠ বঁটা’ লাভ কৰে। এই সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।


১৯৭। শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি?

উত্তৰ : বিহু।


১৯৮। ব’হাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে?

উত্তৰ : অসমীয়া নৱবৰ্ষ।


১৯৯। অসমৰ চাহ জনজাতীয় লোক সকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?

উত্তৰ : টুচু-পূজা।


২০০। ৰাভা সকলে পালন কৰা বসন্ত উৎসৱটোক কি নামে জনা যায়?

উত্তৰ : বাইখো।

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২০১। অসমৰ কোন খন ঠাইত অতি উৎসাহ – উদ্দীপনাৰে ‘শিৱৰাত্ৰি’ পালন কৰা হয়?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।


২০২। কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথম বাৰৰ বাবে বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা।


২০৩। চুতিয়া ৰাজ্যৰ শেষ ৰাণী গৰাকী কোন আছিল?

উত্তৰঃ সতী সাধনী 


২০৪। মূলাগাভৰু কাৰ পত্নী আছিল?

উত্তৰঃ ফ্ৰাচেনমুং বৰগোহাঁই 


২০৫। কোন আহোম ৰজাক নেপোলিয়ন বুলি কোৱা হয়?

উত্তৰঃ চুহুংমুং বা দিহিঙীয়া ৰজা 


২০৬। পাল বংশৰ শেষ ৰজা কোন?

উত্তৰঃ জয়পাল 


২০৭। পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ ৰত্নপাল 


২০৮। কমতা ৰাজ্যৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ দুলভ নাৰায়ণ 


২০৯। নৰনাৰায়ণৰ অন্য এটা নাম কি?

উত্তৰঃ মল্লদেৱ 


২১০। শুক্লধ্বজ কাৰ অন্য এটা নাম?

উত্তৰঃ চিলাৰায় 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২১১। কোনখন যুদ্ধত এক দিনতে দহ হাজাৰ অসমীয়া সৈন্যৰ মৃত্যু হৈছিল?

উত্তৰঃ 1669 চনত আলাবৈ যুদ্ধত (চক্ৰধ্বজ সিংহ ৰ দিনত) 


২১২। শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধই কোনগৰাকীক ৰাজকন্যাক বিয়া কৰাইছিল?

উত্তৰঃ ঊষা 


২১৩। শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল?

উত্তৰঃ হাৰুপেশ্বৰ 


২১৪। মহিৰংগ দানৱৰ ৰাজধানী?

উত্তৰঃ মৈৰাংক পৰ্বত 


২১৫। কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল?

উত্তৰঃ ঘটকাসুৰ 


২১৬। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল?

উত্তৰঃ নৰনাৰায়ণ 


২১৭। পাইক প্ৰথা কোনে প্ৰচলন কৰাইছিল?

উত্তৰঃ মোমাই তামুলী 


২১৮। আহোম সকলৰ শেষ কীতিস্তম্ভ টো কত আছে?

উত্তৰঃ বশিষ্ঠাশ্ৰম 


২১৯। ৰুদ্ৰ সিংহৰ পুৰণি নাম?

উত্তৰঃ লাইকোঁৱৰ 


২২০। 2022 বিশ্বকাপ ফুটবল কত অনুষ্ঠিত কৰা হয়?

উত্তৰঃ কাটাৰত 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২২১। বীৰ বাল দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ২৬ ডিচেম্বৰ 


২২২। কোনখন ৰাজ্যই শেহতীয়াকৈ নাহৰফুটুকী বাঘৰ লোকপিয়ল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰঃ অসম (Assam)


২২৩। উত্তৰ পূব ভাৰতৰ প্ৰথম মটৰ ৰেচিং ট্ৰেক কোনখন ৰাজ্যত প্ৰতিষ্ঠা কৰা হয়?

উত্তৰঃ মিজোৰাম


২২৪। চিকিৎসা মহাবিদ্যালয় সমূহত কোনখন ৰাজ্যত অনলাইন অপিডি বুকিং সোৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হয়?

উত্তৰঃ অসম  


২২৫। অসমৰ প্ৰথম টিবি এংকৰ কোন যি অলপতে ৭২ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল?

উত্তৰঃ প্ৰতাপ বৰদলৈ


২২৬। চৰকাৰে জম্মু আৰু কাশ্মীৰত বেঙুনীয়া বিপ্লৱ আৰম্ভ কৰিছে ই কি খেতিৰ সৈতে জড়িত?

উত্তৰঃ Lavender 


২২৭। ভৰতৰ প্ৰথম কেবল ষ্টেড ৰেলৱে দলং কত নিৰ্মাণ কৰা হৈছে? 

উত্তৰঃ জম্মু আৰু কাশ্মীৰত 


২২৮। ভাৰতৰ  ODI ক্ৰিকেট দলৰ পূৰ্ণকালীন অধিনায়ক কোন?

উত্তৰঃ ৰোহিত শৰ্মা 


২২৯। কোনখন দেশ শেহতীয়াকৈ ভাৰতৰ ইউপিআই প্লেটফৰ্ম গ্ৰহণ কৰা প্ৰথম খন দেশ হৈ পৰিছে?

উত্তৰঃ নেপাল 


২৩০। দাদাচাহেব ফালকে বঁটা ২০২২ ত কোনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে?

উত্তৰঃ ৰণবীৰ সিং  (Ranveer singh)

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৩১। পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰঃ ৰত্নপাল


২৩২। কমতা ৰাজ্যৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ দুলভ নাৰায়ণ


২৩৩। নৰনাৰায়ণৰ অন্য এটা নাম কি?

উত্তৰঃ মল্লদেৱ 


২৩৪। শুক্লধ্বজ কাৰ অন্য এটা নাম?

উত্তৰঃ চিলাৰায় 


২৩৫। কোনখন যুদ্ধত এক দিনতে দহ হাজাৰ অসমীয়া সৈন্যৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৬৬৯ চনত আলাবৈ যুদ্ধত (চক্ৰধ্বজ সিংহৰ দিনত) 


২৩৬। শ্ৰীকৃষ্ণ নাতি অনিৰুদ্ধই কোনগৰাকীক ৰাজকন্যাক বিয়া কৰাইছিল?

উত্তৰঃ ঊষা 


২৩৭। শালস্তম্ভ বংশৰ ৰাজধানী কি আছিল?

উত্তৰঃ হাৰুপেশ্বৰ 


২৩৮। মহিৰংগ দানৱৰ ৰাজধানী?

উত্তৰঃ মৈৰাংক পৰ্বত


২৩৯। কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল?

উত্তৰঃ ঘটকাসুৰ 


২৪০। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল?

উত্তৰঃ নৰনাৰায়ণ

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৪১। পাইক প্ৰথা কোনে প্ৰচলন কৰাইছিল?

উত্তৰঃ মোমাই তামুলী 


২৪২। অসুৰ বংশ ৰ শ্ৰেষ্ঠ ৰজা নৰকাসুৰ ৰাজধানী কত আছিল?

উত্তৰঃ প্ৰগজোতিষপুৰ 


২৪৩। কাৰ দিনত মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ ৰ দিনত (1817) 


২৪৪। মানসকলক কোনে আনিছিল?

উত্তৰঃ বদন বৰফুকনে 


২৪৫। ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰঃ লক্ষ্মীসিংহ 


২৪৬। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল?

উত্তৰঃ লক্ষ্মীসিংহৰ দিনত (1769)


২৪৭। কুৰংগনয়নী কাৰ পত্নী আছিল?

উত্তৰঃ ৰাজেশ্বৰ সিংহৰ 


২৪৮। গণতন্ত্ৰ দিৱস পেৰেড ২০২২ ত কোনখন ৰাজ্যৰ ট্যাবলৌক শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰা হৈছিল?

উত্তৰঃ উত্তৰ-প্ৰদেশ 


২৪৯। অসমত প্ৰথম বন্যপ্ৰাণী চাফাৰীৰ বাবে মুক্ত চিৰিয়াখানা কোনখন জিলাত স্থাপন কৰা কথা ঘোষণা কৰা হৈছে?

উত্তৰঃ কাছাৰ 


২৫০। অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ  

(APDCL) সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? 

উত্তৰ: যতীন বৰা

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৫১। কোনটো কোম্পানীয়ে ভিভোক আই পি এল ২০২২ ৰ শীৰ্ষক পৃষ্ঠপোষকতা হিচাপে প্ৰতিস্থাপন কৰিব?

উত্তৰঃ টাটা  (TATA)


২৫২। কোনখন ৰাজ্য চৰকাৰে ৰতন টাটাক তেওঁলোকৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰিছে?

উত্তৰঃ অসম 


২৫৩। কোনখন চলচ্চিত্ৰ আস্কাৰ ২০২২ ৰ বাবে মনোনীত কৰা হৈছে? 

উত্তৰঃ  Jai Bhim জয় ভীম


২৫৪। আহোম সকলৰ শেষ কীতিস্তম্ভ টো কত আছে?

উত্তৰঃ বশিষ্ঠাশ্ৰম 


২৫৫। ৰুদ্ৰ সিংহৰ পুৰণি নাম?

উত্তৰঃ লাইকোঁৱৰ 


২৫৬। অসুৰ বংশ ৰ শ্ৰেষ্ঠ ৰজা নৰকাসুৰ ৰাজধানী কত আছিল?

উত্তৰঃ প্ৰগজোতিষপুৰ 


২৫৭। কাৰ দিনত মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ ৰ দিনত (1817) 


২৫৮। মানসকলক কোনে আনিছিল?

উত্তৰঃ বদন বৰফুকনে 


২৫৯। ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰাইছিল?

উত্তৰঃ লক্ষ্মীসিংহ 


২৬০। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল?

উত্তৰঃ লক্ষ্মীসিংহৰ দিনত (1769) 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৬১। কুৰংগনয়নী কাৰ পত্নী আছিল?

উত্তৰঃ ৰাজেশ্বৰ সিংহৰ 


২৬২। কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী?

উত্তৰঃ কাছমাৰী 


২৬৩। চুতিয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক?

উত্তৰঃ বীৰপাল 


২৬৪। চুতিয়া সকলৰ শেষ ৰজা কোন?

উত্তৰঃ নীতিপাল 


২৬৫। চুতিয়া সকলৰ শক্তিশালী ৰজা কোন আছিল?

উত্তৰঃ গৌৰীনাৰায়ণ 


২৬৬। চুতিয়া ৰাজ্যৰ শেষ ৰাণী গৰাকী কোন আছিল?

উত্তৰঃ সতী সাধনী 


২৬৭। মূলাগাভৰু কাৰ পত্নী আছিল?

উত্তৰঃ ফ্ৰাচেনমুং বৰগোহাঁই 


২৬৮। কোন আহোম ৰজাক নেপোলিয়ন বুলি কোৱা হয়?

উত্তৰঃ চুহুংমুং বা দিহিঙীয়া ৰজা 


২৬৯। পাল বংশৰ শেষ ৰজা কোন?

উত্তৰঃ জয়পাল 


২৭০। কোনখন ৰাজ্যই নদীত ফেৰী সেৱাৰ বাবে ভাৰতৰ প্ৰথম নিশাৰ নেভুগেচন মবাইল এপ মুকলি কৰিছে?

উত্তৰঃ অসম 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৭১। কিছুদিন আগতে মৃত্যু হোৱা পাপ্পী লাহিড়ী কোনক্ষেত্ৰৰ সৈতে জড়িত?

উত্তৰঃ গায়ক 


২৭২। কোনখন ৰাজ্যই ভাৰতৰ প্ৰথম ই বেষ্ট ইকো পাৰ্ক পাব?

উত্তৰঃ দিল্লী  (Delhi) 


২৭৩। কোনটো বেংক ভাৰতত ডিজিটেল টকা প্ৰবতন কৰিব?

উত্তৰঃ  RBI 


২৭৪। কছাৰী সকলৰ প্ৰথম ৰজা কোন?

উত্তৰঃ বিচাৰপতিফা


২৭৫। কছাৰী সকলৰ শেষ ৰজা কোন?

উত্তৰঃ গোবিন্দ চন্দ্ৰ 


২৭৬। কছাৰী সকলৰ শক্তিশালী ৰজা কোন?

উত্তৰঃ শত্ৰুদমন 


২৭৭। কছাৰী সকলৰ প্ৰথম ৰজা কোন?

উত্তৰঃ বিচাৰপতিফা 


২৭৮। কছাৰী সকলৰ শেষ ৰজা কোন?

উত্তৰঃ গোবিন্দ চন্দ্ৰ 


২৭৯। কছাৰী সকলৰ শক্তিশালী ৰজা কোন?

উত্তৰঃ শত্ৰুদমন 


২৮০। কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী?

উত্তৰঃ কাছমাৰী 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৮১। চুতিয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক?

উত্তৰঃ বীৰপাল 


২৮২। চুতিয়া সকলৰ শেষ ৰজা কোন?

উত্তৰঃ নীতিপাল 


২৮৩। চুতিয়া সকলৰ শক্তিশালী ৰজা কোন আছিল?

উত্তৰঃ গৌৰীনাৰায়ণ 


২৮৪। ২০২১ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা কোনে কোনে লাভ কৰিছে?

উত্তৰঃ শ্ৰীযুত সোণাৰাম নাথ আৰু দ্ৰোণ ভূঞা


২৮৫। তৰণী কান্ত বঁটা ২০২২ কোনে লাভ কৰিছে?

উত্তৰঃ প্ৰদীপ নাথ


২৮৬। অসমৰ ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় কত নিৰ্মাণ কৰা হৈছে? 

উত্তৰঃ ডিব্ৰুগড়ত


২৮৭। জেভলিন থ্ৰোত সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় কোন?

উত্তৰঃ নিৰাজ চোপ্ৰা Neeraj Chopra 


২৮৮। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় কত আৰম্ভ কৰা হৈছে?

উত্তৰঃ মনিপুৰত 


২৮৯। প্ৰশাসনিক ক্ষেত্ৰত কোন I.P.S বিষয়াক নেতাজী গৰিমা বঁটা প্ৰদান কৰা হৈছে?

উত্তৰঃ পাৰ্থ সাৰথি মহন্তক


২৯০। ২০২২ পদ্মশ্ৰী সন্মান কাক কাক প্ৰদান কৰা হৈছিল?

উত্তৰঃ ক) শকুন্তলা চৌধুৰী (সমাজ সেৱা) 

খ) ধনেশ্বৰ ইংতিক (সাহিত্য আৰু শিক্ষা)

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

২৯১। অলিম্পিকত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন?

উত্তৰঃ P.V Sindhu পি ভি সিন্ধু 

 

২৯২। বিশ্বৰ সৰ্ববৃহৎ এ.এন ২২৫ কাৰ্গো এয়াৰ কেতিয়া ধ্বংস কৰা হৈছিল?

উত্তৰঃ ২৭ ফেব্ৰুৱাৰী ২০২২। 


২৯৩। ইউক্ৰেইন ৰ ৰাজধানী কি?

উত্তৰঃ কিয়েভ


২৯৪। ৰাছিয়াৰ ৰাজধানী কি?

উত্তৰঃ মস্কো


২৯৫। অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰব বঁটাত কিমান কিমান টকা পুৰস্কাৰ আছে?

উত্তৰঃ অসম বৈভৱত ৫ লাখ টকা, অসম সৌৰভত ৪ লাখ টকা আৰু গৌৰৱত ৩ লাখ টকা। 


২৯৬।  ২০২০ বৰ্ষৰ ৫৬ জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল? 

উত্তৰঃ নীলমণি ফুকন। 


২৯৭। অলপতে  B.S.F য়ে নিজৰ কিমান তম স্থাপনা দিৱস পালন কৰে? 

উত্তৰঃ ৫৭ তম


২৯৮। এচিয়া যুৱ পেৰালিম্পিক ২০২১ ত ভাৰতৰ কোন এগৰাকী খেলুৱৈয়ে সোণৰ পদক জয় কৰে?

উত্তৰঃ Kashish Lakra


২৯৯। ২০২৪ গ্ৰীষ্মকালীন অলিম্পিক কোন দেশে আয়োজন কৰিব? 

উত্তৰঃ পেৰিছ 


৩০০। মাদাৰ টেৰেছাৰ মেমৰিয়েল বঁটা ২০২১ কাক প্ৰদান কৰা হৈছিল? 

উত্তৰঃ অনিল প্ৰকাশ যোশী

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩০১। ২০২১ বৰ্ষৰ সাহিত্য  অকাডেমি বঁটা কাক প্ৰদান কৰা হৈছে?

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰীক (গ্ৰন্থ ইয়াত এখন অৰণ্য আছিল)


৩০২। শিশু সাহিত্য অকাডেমি বঁটা কাক প্ৰদান কৰা হৈছে?

উত্তৰঃ মৃণাল কলিতা (গ্ৰন্থ বকুল ফুলৰ দৰে)


৩০৩। ২০২১ জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল?

উত্তৰঃ নীলমণি ফুকন


৩০৪। ২০২১ বৰ্ষৰ সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা কোনে লাভ কৰিছে?

উত্তৰঃ শ্ৰীযুত উপকূল বৰদলৈ


৩০৫। ২০২১ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছে?

উত্তৰঃ শ্ৰীযুত অবিনাশ শৰ্মা 


৩০৬। ২০২১ সাহিত্য অকাডেমি বঁটা কোনে লাভ কৰিছে?

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী 


৩০৭। অলপতে কাক  Brahmos Aerospace MD  আৰু CEO হিচাপে নিযুক্তি দিয়ে? 

উত্তৰঃ Atul Dinkar Rane


৩০৮। অলপতে ভাৰতীয় বাতৰি কাকত সমাজৰ নতুন অধ্যক্ষ কোন হল? 

উত্তৰঃ Mohit jain


৩০৯। ভাৰতীয় সেনাৰ chief of staff হিচাপে কাক নিযুক্তি দিয়ে?

উত্তৰঃ মনোজ মুকুট নাৰভানে 


৩১০। এছিয়াৰ পুৰুষ হকী চেম্পিয়নশ্বিপ কত আয়োজন কৰা হব?

উত্তৰঃ ঢাকা (বাংলাদেশত)

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩১১। ২০২২  Khelo India Youth Game কেনে ৰাজ্যই অনুষ্ঠিত কৰিব?

উত্তৰঃ হাৰিয়া


৩১২। BWF বেডমিন্টন চেম্পিয়নশ্বিপত কে শ্ৰীকান্ত কি পদক জয় কৰে?

উত্তৰঃ ৰুপৰ পদক


৩১৩। ২০৩২ অলিম্পিক অৰু পেৰালিম্পিক কোন দেশে আয়োজন কৰিব?

উত্তৰঃ অষ্ট্ৰেলিয়া


৩১৪। Asian youth পেৰালিম্পিক Game ২০২৫ কোনখন দেশত আযোজন কৰিব?

উত্তৰঃ  Uzbekistan


৩১৫। অলপতে প্ৰকাশ কৰা ফিফা ৰেংকিং ২০২১ ত ভাৰতে কিমান স্থানত আছে?

উত্তৰঃ ১০৬ 


৩১৬। তামুলপুৰ জিলাৰ নতুন প্ৰথম গৰাকী আৰক্ষী অধীক্ষক অাৰু উপায়ুক্ত কোন কোন?

উত্তৰঃ আৰক্ষী অধীক্ষক পংকজ যাদৱ আৰু উপায়ুক্ত সীমান্ত কুমাৰ দাস 


৩১৭। অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিল?

উত্তৰঃ ৰটন টাটা ক (৫ লাখ টকা থাকে বঁটাত)


৩১৮। অসম সৌৰভ বঁটা কিমান গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল?

উত্তৰঃ ৫ জনক 

১. কমলেন্দু দেৱ 

২. ডা. লক্ষ্মনন এছ 

৩. ড° দীপক জৈন 

৪. লাভলীনা বৰগোহাঁই 

৫. নীলপৱন বৰুৱা


৩১৯। যুৱ সাহিত্য অকাডেমি বঁটা কাক প্ৰদান কৰা হৈছিল?

উত্তৰঃ অভিজিৎ বৰাক (গ্ৰন্থ ডেউকা কোবাই যায়)


৩২০। ২০২১ বৰ্ষৰ ড. ভবেন্দ্ৰনাথ  সোঁৱৰণি বঁটা কাক প্ৰদান কৰা হৈছিল?

উত্তৰঃ শমিষ্ঠা প্ৰীতম

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩২১। বিপিন ৰাৱাটৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ৮ ডিচেম্বৰ ২০২১ (Mi-17  হেলিকপ্তাৰ খনত)


৩২২। মিৰাবাই চানো কি খেলৰ লগত জড়িত?

উত্তৰঃ ৱেইট লিফটিং 


৩২৩।  ৮ ডিচেম্বৰত ২০২১ মৃত্যু হোৱা জেনেৰেল বিপিন ৰাৱাটৰ তেওঁ কোন বছৰত ভাৰতৰ প্ৰথম মুখ্য প্ৰতিৰক্ষা কৰ্মচাৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে?

উত্তৰঃ ২০১৯ চনত


৩২৪। ভাৰতৰ কোনখন ৰাজ্যই ডিজিটেল বান প্ৰতিবেদন প্ৰণালী আৰম্ভ কৰিছে?

উত্তৰঃ অসম 


৩২৫। অসমৰ কোনখন চহৰ শূন্য আবৰ্জনা নগৰ হৈ পৰিছে?

উত্তৰঃ তিতাবৰ 


৩২৬। অসম লোকসভা আয়োগৰ নতুন অধ্যক্ষ কোন ?

উত্তৰঃ ৰাজীৱ কুমাৰ বৰা


৩২৭। অসমত কোনটো মাহ অৰুণোদয় মাহ হিচাপে পালন  কৰা হয়?

উত্তৰঃ জুলাই মাহ 


৩২৮। অলপতে  IPL ত কোনটো নতুন দল অন্তৰ্ভুক্ত কৰা হল?

উত্তৰঃ Ahemdabad  আৰু  Lucknow


৩২৯। N.S.G  যে নিজৰ ৩৭ তম স্থাপনা দিৱস  কেতিয়া পালন কৰে?

উত্তৰঃ ১৬ অক্টোবৰ


৩৩০। কোনখন ৰাজ্যই ছয়গাওঁত এখন চাহৰ পাৰ্ক স্থাপন কৰা হয়?

উত্তৰঃ অসম

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৩১। অলপতে অসমৰ ৰাজ্যপাল জগদীশ মুখীক কোনখন ৰাজ্যৰ  Additional  charge হিচাপে দায়িত্ব দিয়া হয়?

উত্তৰঃ নাগালেণ্ড 


৩৩২। অসমৰ প্ৰথম গৰাকী মহিলা মহাপৰিদৰ্ষক (IGP) গৰাকীৰ নাম কি?

উত্তৰঃ Violet Baruah


৩৩৩। ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ISRO) ত অলপতে কাক বিজ্ঞানী হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰঃ Alakesh Kalita। 


৩৩৪। অসম ৰাজ্য বেতি বচাও বেতি পঢ়াও যোজনাৰ ব্ৰেণ্ড এম্বেচাদৰ কোন?

উত্তৰঃ লাভলীনা বৰগোহাঁই 


৩৩৫। লতা মংগেশকাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ৬ ফেব্ৰুৱাৰী ২০২২ (৯২ বছৰ বয়সত)


৩৩৬। ISRO নতুন মূখ্য বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰঃ S. Somanath 


৩৩৭। অসম বিধান সভাৰ বৰ্তমানৰ উপাধ্যক্ষ কোন?

উত্তৰঃ নুমল মুমিণ


৩৩৮। ২০২০ চনত কোনগৰাকী আৰক্ষী বিষয়াই ৰাষ্ট্ৰপতি মেডেল পাইছিল?

উত্তৰঃ নিতুল গগৈ 


৩৩৯। অলিম্পিকত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন?

উত্তৰঃ  P.V Sindhu 


৩৪০। অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ২০২১ কোনে লাভ কৰিছে?

উত্তৰঃ নন্দিতা দেৱী 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৪১। কোনখন চহৰ অসমৰ  শূন্য আবৰ্জনা নগৰ হৈ পৰিছে?

উত্তৰঃ তিতাবৰ 


৩৪২। অসম লোকসভা আয়োগৰ নতুন অধ্যক্ষ কোন?

উত্তৰঃ ৰাজীৱ কুমাৰ বৰা 


৩৪৩। অসমৰ নতুন এডভোকেট জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰঃ  দেৱজিৎ শইকীয়া 


৩৪৪। তৰণী কান্ত বৰ্মন বঁটা ২০২২ কোনে লাভ কৰিছে?

উত্তৰঃ প্ৰদীপ নাথ 


৩৪৫। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত উপন্যাস?

উত্তৰঃ জীৱন বাটত আৰু সেউজীয়া পাতৰ দৰে 


৩৪৬। কোনে কৈছিল মানুহ এজন ৰাজনৈতিক জন্তু?

উত্তৰঃ এৰিষ্টটলে 


৩৪৭। অসম পুলিচ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৮২৬ 


৩৪৮। ময়ূৰ সিংসাহন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ ছাহজাহানে 


৩৪৯। কছাৰীসকলৰ শেষ ৰজা কোন?

উত্তৰঃ দুৰ্লভ নাৰায়ণ 


৩৫০। Discovery of India গ্ৰন্থৰ লেখক কোন ট?

উত্তৰঃ জবহৰলাল নেহেৰু 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৫১। বামুণীকোৱৰ বুলি কাক কোৱা হয়? 

উত্তৰঃ চুদাংফাক


৩৫২। বুঢা ৰজা বুলি কাক কোৱা হয়?

উত্তৰঃ প্ৰতাপ সিংহ


৩৫৩। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়?

উত্তৰঃ চুহুংমুং 


৩৫৪। প্ৰথম বৰপাত্ৰগোহাঁই কোন?

উত্তৰঃ কনচেং


৩৫৫। বৰফুকন আৰু বৰবৰুৱা পদ কোনে সৃষ্টি কৰিছিল?

উত্তৰঃ প্ৰতাপ সিংহ 


৩৫৬। প্ৰথম বৰবৰুৱা কোন?

উত্তৰঃ মোমাই তামুলী 


৩৫৭। লৰা ৰজা বুলি কাক কোৱা হয়? 

উত্তৰঃ চুলিকফা 


৩৫৮। উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? 

উত্তৰঃ ১৬৯৪ চনত গদাধৰ সিংহ 


৩৫৯। নৰনাৰায়ণৰ অন্য এটা নাম কি?

উত্তৰঃ মল্লদেৱ 


৩৬০। অলপতে ভাৰতীয় বাতৰি কাকত সমাজৰ নতুন অধ্যক্ষ কোন হল?

উত্তৰঃ Mohit jain 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৬১। বিশ্ব বেডমিন্টন চেম্পিয়নশ্বিপত চিলভাৰ মেডেল জিকা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈ কোন? 

উত্তৰঃ Srikant kidambi 


৩৬২। ৫৬ সংখ্যক জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে?

উত্তৰঃ নীলমণি ফুকন 


৩৬৩। ২০২২ বিশ্বকাপ ফুটবল কত অনুষ্ঠিত হব?

উত্তৰঃ কাটাৰত


৩৬৪। মেৰী কমে অলিম্পিকত কেইটা পদক অৰ্জন কৰিছিল? 

উত্তৰঃ ১ টা 


৩৬৫। শেহতীয়াকৈ কৰ্মচাৰী চয়ন আয়োগ  SSC ৰ নতুন অধ্যক্ষ ৰুপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰঃ এছ কিশোৰ 


৩৬৬। ISRO নতুন চীফ হিচাপে কাক নিযুক্তি দিয়া হৈছে? 

উত্তৰঃ S. Somanath 


৩৬৭। অসম বিধান সভাৰ বৰ্তমান অধ্যক্ষ কোন?

উত্তৰঃ বিশ্বজিৎ দৈমাৰী 


৩৬৮। শেহতীয়াকৈ  NCRT ৰ নতুন নিৰ্দেশক  Director হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰঃ দীনেশ প্ৰসাদ চকলানি 


৩৬৯। যুৱ গণিতজ্ঞসকলৰ বাবে কাক ৰামানুজ বঁটা ২০২১ প্ৰদান কৰা হৈছিল?

উত্তৰঃ Neena gupta 


৩৭০। সাহিত্য ৰত্ন বঁটা ২০২২ কোনে লাভ কৰিছে?

উত্তৰঃ  Sitaram doley 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৭১। প্ৰশাসনিক ক্ষেত্ৰত কোন  IPS বিষয়াক নেতাজী গৰিমা বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰঃ পাৰ্থ সাৰথি মহন্ত 


৩৭২। মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? 

উত্তৰঃ ১৬৬২ 


৩৭৩। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি?

উত্তৰঃ ভৌম বংশ 


৩৭৪। শৰাইঘাট ৰণ কাৰ দিনত হৈছিল? 

উত্তৰঃ উদয়াদিত্য সিংহৰ দিনত 


৩৭৫। শেন বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ নীলধ্বজ 


৩৭৬। জেভলিন থ্ৰোত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় কোন?

উত্তৰঃ  Neeraj chopra 


৩৭৭। অসমৰ প্ৰথম ক্ৰীড়া বিশ্ববিদ্যালয় শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় কত নিৰ্মাণ কৰা হৈছে?

উত্তৰঃ  ডিব্ৰুগড়ত


৩৭৮। হোমৰ প্ৰথম ৰজা চুকাফা আৰু শেষ ৰজা কোন? 

উত্তৰঃ পুৰন্দৰ সিংহ 


৩৭৯। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মন আৰু শেষ ৰজা কোন? 

উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মন


৩৮০। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ আৰু শেষ ৰজা কোন? 

উত্তৰঃ ত্যাগ সিংহ 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৮১। দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন? 

উত্তৰঃ মহিৰংগ দানৱ


৩৮২। শেন বংশৰ শেষ ৰজা কোন?

উত্তৰঃ নীলাম্বৰ 


৩৮৩। আহোমসকল প্ৰথম ৰাজধানী?

উত্তৰঃ চৰাইদেওঁ (১২৫৩)


৩৮৪। মূলাগাভৰু কাৰ পত্নী আছিল?

উত্তৰঃ ফ্ৰাচেনমুং বৰগোহাঁই 


৩৮৫। কুৰংগনয়নী কাৰ পত্নী আছিল?

উত্তৰঃ ৰাজেশ্বৰ সিংহৰ 


৩৮৬। শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? 

উত্তৰঃ প্ৰমোত্ত সিংহ (১৭৪৪)


৩৮৭। কাৰ শাসন কালত মিৰজুমলাই অসম আক্ৰমণ কৰিছিল?

উত্তৰঃ জয়ধ্বজ সিংহ ৰ দিনত 


৩৮৮। ধোদৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ গদাধৰ সিংহ ৰ দিনত 


৩৮৯। দানৱ বংশৰ শেষ ৰজা কোন? 

উত্তৰঃ ঘটকাসুৰ 


৩৯০। মটক ৰাজ্য প্ৰতিষ্ঠাপক কোন? 

উত্তৰঃ সৰ্বানন্দ 

সাধাৰণ জ্ঞান General knowledge and current affairs Question answers for all competitive exam Assam competitive exam 

৩৯১। কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? 

উত্তৰঃ বিশ্বসিংহ 


৩৯২। আহোম যুগৰ শ্ৰেষ্ঠ কবি কোন?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তী 


৩৯৩। NEP মানে কি?

উত্তৰঃ national education policy 


৩৯৪। সংকৰ ধাতু কাক বােলে?

উঃ দুই বা ততােধিক ধাতুৰ মিশ্ৰণক।


৩৯৫। ষ্টেইনলেচ ষ্টিল কি?

উঃ এক প্রকাৰ সংকৰ ধাতু।


৩৯৬। পানীৰ ৰাসায়নিক সংকেত কি?

উঃ H20


৩৯৭। এলুমিনিয়াম কার্বাইডৰ ৰাসায়নিক সংকেত কি?

উঃ Al4C3


৩৯৮। আটাইতকৈ পাতল ধাতু কি?

উঃ লিথিয়াম।


৩৯৯। তেজত কি ধাতু থাকে?

উঃ আয়ৰণ।


৪০০। T.N.T. মানে কি?

উঃ ট্রাই-নাইট্র-টলুইন।


৪০১। গাখীৰৰপৰা ক্ৰীম আৰু মাখন কিহৰ সহায়ত পৃথক কৰিব পাৰি?

উঃ এচিডৰ সহায়ত


৪০২। কোন মৌলৰ উতলাক্ত আটাইতকৈ কম?

উঃ হিলিয়াম।


৪০৩। ধপাতত কিমানবিধ বিষাক্ত পদার্থ থাকে?

উঃ ২৫ বিধ।


৪০৪। প্ৰটিনৰ সহজলভ্য আৰু উৎকৃষ্ট উৎস কি?

উঃ মাছ।


৪০৫। ডিনামাইট কি?

উঃ এবিধ বিস্ফোৰক পদার্থ।


৪০৬। চাবােন কেনেকৈ তৈয়াৰ কৰা হয়?

উঃ তেল বা চর্বিৰ লগত ক্ষাৰ মিহলাই তৈয়াৰ কৰা হয়।


৪০৭। নিভাজ সােণ কেনেকৈ চিনিব পাৰি?

উঃ- নাইট্রিক এচিডত ডুবাই।


৪০৮। সােণ কিহেৰে গলাব পাৰি?

উঃ নাইট্রিক এচিডৰ সৈতে হাইড্রোক্লোৰিক এচিড মিহলাই প্রস্তুত একোৱাৰেজিয়াৰ দ্বাৰা।


৪০৯। বেকিং পাউডাৰ কেনেকৈ তৈয়াৰ কৰা হয়?

উঃ ছডিয়াম কার্বনেটৰ সৈতে টাৰটাৰিক এচিড মিহলাই।


৪১০। তৰল বতাহ কি?

উঃ তৰল হাইড্রোজেন আৰু তৰল নাইট্রজেনৰ মিশ্রণ।


৪১১। কংক্রিট কি?

উঃ চিমেন্ট, বালি, শিলৰ টুকুৰা পানীত মিহলাই তৈয়াৰ কৰা গােটা বস্তু।


৪১২। বােৰিক এচিড কি?

উঃ মৃদু জীৱাণুনাশক আৰু ক্ষীণ অল্প।


৪১৩। বেনজিন কি?

উঃ পেট্রলিয়ামৰ আংশিকপাতনৰ ফলত উৎপন্ন হােৱা এবিধ পদার্থ।


৪১৪। মিথিলেটেড স্পিৰিট কি?

উঃ- এবিধ বিশেষ ধৰণৰ ইন্ধন।


৪১৫। কোলটাৰ কি?

উঃ কোল গেছ প্রস্তুত কৰাৰ সময়ত এটা বিশেষ পর্যায়ত উৎপন্ন হােৱা এবিধ পদার্থ।


৪১৬। ফৰাচ জ্বলিলে উৎপন্ন হােৱা বগা ধোঁৱাবিধৰ নাম কি?

উঃ ফচফচ পেন্টোক্সাইড।


৪১৭। জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?

উঃ কার্বন-ডাই-অক্সাইড়।


৪১৮। কুইনাইন কিহৰপৰা প্ৰস্তুত কৰা হয়?

উঃ চিনকোনাৰপৰা।


৪১৯। বায়ুত থকা কি গেছৰ সহায়ত উদ্ভিদে দিনত আহাৰ সংগ্ৰহ কৰে?

উঃ কার্বন-ডাই-অক্সাইড (এঙাৰ গেছ)।


৪২০। লুব্রিকেটিং তেল, ভেচলিন, পেৰাফিন আদি কিহৰপৰা তৈয়াৰ কৰা হয়?

উঃ পেট্রোলিয়ামৰ্পৰা।


৪২১। জুইশলা কাঠিৰ মূৰত লগােৱা পদার্থটোৰ নাম কি?

উঃ ফচফৰাচ।


৪২২। লােত মামৰে ধৰা কার্যত কিহে সহায় কৰে?

উঃ বায়ুয়ে।


৪২৩। হাড়ত কি পদার্থ থাকে?

উঃ কেলচিয়াম।


৪২৪। প্লাষ্টিক অফ পেৰিচ কিহৰপৰা তৈয়াৰ কৰা হয়?

উঃ জিপচামৰপৰা।


৩২৫। প্রাকৃতিক গেছত সবাতােকৈ অধিক পৰিমাণে থকা পদার্থ বিধৰ নাম কি?

উঃ– মিথেন।


৪২৬। চিমেন্ট তৈয়াৰ কৰিবলৈ কি কি কেঁচা সামগ্ৰীৰ আৱশ্যক?

উঃ- চূণ, বালি, বােকা আদিৰ।


৪২৭। কি কি পদাৰ্থৰ মিশ্ৰণেৰে খাৰ-বাৰুদ তৈয়াৰ কৰা হয়?

উঃ পটাচিয়াম নাইট্রেট, ছালফাৰ আৰু এঙাৰ।


৪২৮। খাদ্য হজম হােৱা বা জীন যােৱাটো কি পৰিৱৰ্তন?

উঃ ৰাসায়নিক।


৪২৯। সূৰ্যৰ প্রচণ্ড উত্তাপৰ উৎস কি?

উঃ পৰমাণু সংযােজন বিক্রিয়া।


৪৩০। মাৰ্বল পাথৰৰ ৰাসায়নিক নাম আৰু সংকেত কি?

উঃ কেলচিয়াম কার্বনেট। সংকেত হল CaCO3


৪৩১। আঙুৰত কি এচিড থাকে?

উঃ চাইট্রিক এচিড।


৪৩২। আটাইতকৈ বেছি পৰিমাণৰ কেলচিয়াম কি খাদ্যৰপৰা পােৱা যায়?

উঃ গাখীৰৰপৰা।


৪৩৩। কেক ফুলাবলৈ ব্যৱহাৰ কৰা পদার্থটোৰ নাম কি?

উঃ ছডিয়াম কার্বনেট। বেকিং পাউডাৰ নামেৰে জনাজাত।


৪৩৪। কি খনিজ সামগ্ৰীৰপৰা এলুমিনিয়াম উদ্ভাৱন কৰা হয়?

উঃ বক্সাইট।


৪৩৫। বর্তমানলৈকে পৃথিৱীত কিমানবিধ মৌলিক পদার্থৰ সম্ভেদ পােৱা গৈছে?

উঃ ১০৬ বিধ।


৪৩৬। আন্তর্জাতিক পদ্ধতিত গেছৰ আয়তনৰ একক কি?

উঃ ঘনমিটাৰ।


৪৩৭। কাঁচ কি ?

উঃ কাচ এবিধ স্বচ্ছ মিশ্র পদার্থ।


৪৩৮। হেল’জেন পৰিয়াল কাক বােলে?

উঃ ক্লৰিণ, ফ্লৰিণ, ব্ৰমিন আৰু আয়ােডিনক একেলগে হেলজেন পৰিয়াল বােলে।


৪৩৯। কি মৌলৰ গলনাঙ্ক আটাইতকৈ বেছি?

উঃ- হীৰাৰ।


৪৪০। সােণ, ৰূপ, প্লেটিনাম, ইৰিডিয়াম, ৰেডিয়াম, অচমিয়াম, ৰুথেনিয়াম, পেলেডিয়াম আদি কেনে ধাতু?

উঃ উৎকৃষ্ট (NOBLE) ধাতু।


৪৪১। পৰমাণুৰ গঠন (Structure of Atom) তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে?

উঃ আর্নেষ্ট দাৰফোর্ড, হাঞ্চ গাইগাৰ আৰু আর্নেষ্ট মাডেনে ইং ১৯১১ চনত।


৪৪২। আটাইতকৈ পাতল পদার্থ কি?

উঃ হাইড্রোজেন।


৪৪৩। আটাইতকৈ গধুৰ বস্তু কি?

উঃ বিচমাথ। ই পাৰাতকৈও বেছি গধুৰ।


৪৪৪। অসম চৰকাৰে অসম খেল দিৱস হিচাপে কোন দিনটো ঘােষণা কৰিছে?

উঃ ৰাধাগােবিন্দ বৰুৱাৰ জন্মদিন— ১৭ অক্টোবৰ।


৪৪৫। কি কাঠৰ ক্রিকেট বেট তৈয়াৰ কৰা হয়?

উঃ উইলাে কাঠ।


৪৪৬। ক্রিকেট বেটৰ ওজন কিমান?

উঃ ২ পাউন্ড ৩ আউনচ।


৪৪৭। ক্রিকেট খেল প্রথম আৱিষ্কাৰ কোনে কৰে?

উঃ ৪৩০০ খ্রীষ্টপূর্বে ইংলণ্ডৰ ৰজা এডৱার্ড ওৱানৰ দিনত।


৪৪৮। অসমৰ কোন মহিলাই প্রথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গেমছত যােগদান কৰে?

উঃ এথলেটিক মহিলা তৈয়বুননেছাই। এওঁ ১৯৮২ চনত দিল্লীত অনুষ্ঠিত হােৱা এছিয়ান গেমছত ডিছকাছ থ্র’ত যােগদান কৰি অভিলেখ স্থাপন কৰে। অসমৰ জুনুমণি শইকীয়া শ্রীলঙ্কাত অনুষ্ঠিত চতুর্থ এছিয়ান জুনিয়ৰ এথলেটিকছত (৪x১০০) মিটাৰ ৰীলে ৰেচত সােণৰ পদক লাভ কৰে আৰু প্রমীলা ভৰালীয়ে ডিছকাছত সােণৰ পদক লাভ কৰে।


৪৪৯। দূৰদৰ্শনে ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়া প্রথম বৰদলৈ ট্ৰফী টুর্ণামেন্ট ব্রডকাষ্ট কৰে?

উঃ ১৯৯৩ চনত।


৪৫০। ক্রিকেট বেট কিমান বহল হয়?

উঃ ৪ আৰু ১/২ ইঞ্চি।


৪৫১। ২০১২ চনৰ অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল?

উঃ লণ্ডনত।


৪৫২। কোন অসমীয়া ছােৱালীয়ে ৰাষ্ট্ৰীয় সাঁতােৰ প্রতিযােগিতাত আৰু ইণ্টাৰ পাব্লিক স্কুল সাঁতােৰ প্রতিযােগিতাত প্ৰথম পুৰস্কাৰ পায়?

উ : মণিকংকনা দত্তবৰুৱা। ১৯৯৮ চনৰ অক্টোবৰ মাহত চণ্ডীগড়ত অনুষ্ঠিত হােৱা কেন্দ্রীয় বিদ্যালয় সংগঠনৰ ৰাষ্ট্ৰীয় খেল প্রতিযােগিতাত অসমৰ খানাপাৰা কেন্দ্রীয় আন্তর্জাতিক খ্যাতিসম্পন্ন সাঁতােৰবিদ দেবাশীষ মজুমদাৰে সাঁতােৰত ৫টা সােণৰ পদক আৰু শ্রেষ্ঠ সাঁতােৰবিদ খিতাপ লাভ কৰে।


৪৫৩। এটা ক্রিকেট বলৰ ওজন কিমান?

উঃ ১৪৬ পৰা ১৪৯ গ্রাম।


৪৫৪। আন্তর্জাতিক টেবুল টেনিছ প্রতিযােগিতাত কোন অসমীয়া পুৰুষ-মহিলাই মেডেল অর্জন কৰিবলৈ সক্ষম হয়?

উঃ অৰুণজ্যোতি বৰুৱা আৰু মনালিছা বৰুৱা মেহতাই, ১৯৯২।


৪৫৫। বিশ্বৰ প্রথম টেষ্ট মেচ খেল কেতিয়া আৰম্ভ হয় আৰু কোন, কোন দেশ অংশগ্রহণ কৰে?

উঃ ১৮৭৭ চনত অষ্ট্রেলিয়া বনাম ইংলেন্ড।


৪৫৬। কোন অসমীয়া ছােৱালীয়ে ১৯৯৭ চনত ৰাষ্ট্ৰীয় কেৰাটে প্রতিযােগিতাত চেম্পিয়ন হৈ দুটা সােণৰ পদক পায়?

উঃ অৰুণিমা মজুমদাৰ।


৪৫৭। একদিনৰ ক্ৰিকেটত সর্বোচ্চ ৰান কাৰ দখলত?

উঃ শচীন তেন্ডুলকাৰ। ২০১০ চনত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ১৪৭ বলত ২০০ ৰান কৰি নট আউট থাকি যায়।


৪৫৮। অসমত মৰণােত্তৰভাৱে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্রথম সাহিত্যিকজন কোন?

উ : দেবেন্দ্রনাথ আচার্য। গ্রন্থ— জঙ্গম।


৪৫৯। প্রথম অসমীয়া মহিলা পুলিচ ৰাজপত্রি বিষয়া কোন?

উ : মনােৰমা কাকতি আৰু ভায়ােলেট বৰুৱা। 


৪৬০। অসমত বৰদলৈ ট্ৰফী ফুটবল টুর্ণামেন্ট কেতিয়া আৰম্ভ হয়? প্রথম বছৰ জয়লাভ কৰা দলটো কোন আছিল?

উ : ১৯৫২ চন। প্রথম বছৰ ট্ৰফী লাভ কৰে পাণ্ডু ৰেলৱে ফুটবল ক্লাবে।


৪৬১। বৰদলৈ ট্ৰফীত কোন বিদেশী দলে প্রথম যােগদান কৰে?

উ : ঢাকা একাদশ।


৪৬২। চাৰিবাৰ একেৰাহে বৰদলৈ ট্ৰফী অর্জন কৰা দল কোনটো?

উ : কলিকতাৰ মােহনবাগান।


৪৬৩। কোন অসমীয়াই আন্তঃৰাষ্ট্ৰীয় খেলত প্রথম স্বর্ণপদক লাভ কৰিছে?

উ : ভােগেশ্বৰ বৰুৱা, এছিয়ান গেমছ, ১৯৬৬।


৪৬৪। কোন ডেকাই বার্চিলােনা অলিম্পিকত যােগদান কৰি সুনাম অর্জন কৰে?

উঃ দীপঙ্কৰ ভট্টাচার্য। বেডমিণ্টনত প্রি-কোৱাৰ্টাৰ ফাইনেললৈ খেলি চমকপ্রদ খেল দেখুৱায়।


৪৬৫। আন্তর্জাতিক সাঁতােৰ প্রতিযােগিতাত অসমক প্রতিনিধিত্ব কৰা প্ৰথম সাঁতােৰবিদজন কোন?

উঃ মিঠু বৰুৱা।


৪৬৬। শ্রীলংকাত অনুষ্ঠিত হােৱা চতুর্থ এছিয়ান জুনিয়ৰ এথেলেটিকছত কোন অসমীয়া ছােৱালীয়ে সােণৰ পদক পায়?

উ : ৪×১০০ মিটাৰ ৰীলে দৌৰত জুনুমণি শইকীয়াই। তাৰােপৰি প্রমিলা ভৰালীয়ে স্বর্ণপদক পায়।


৪৬৭। বেইজিংত অনুষ্ঠিত দক্ষিণ এছিয়া বয়সভিত্তিক সাঁতােৰ প্ৰতিযােগিতাত চেমনীয়া এলভিছ আলী হাজৰিকাই কেইটা পুৰস্কাৰ পায়?

উ : তিনিটা। এটা সােণৰ, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ।


৪৬৮। অলিম্পিক পাঁচখন ৰিং চিন থাকে; ইয়াৰ মানে কি?

উঃ পাঁচ খন মহাদেশৰ প্রতীক।







 










Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.