অসমীয়া গীত-ধুলিৰ ধৰাত আপােন পাহৰি-Assamese song-Biplobi movie

0

অসমীয়া গীতৰ কথাংশ-অসমীয়া গীত-ধুলিৰ ধৰাত আপােন পাহৰি-Assamese song-Biplobi movie


অসম তথা ভাৰতৰ স্বাধীনতা আন্দোলনক লৈ নির্মিত প্রথম অসমীয়া ছবি ‘বিপ্লবীৰ (১৯৫০) পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী আছিল অসিত সেন। নগাৱঁৰ নীৰব গীতিকাৰ মলিন বৰাৰ এই গীতটি গাই ছিল সংগীত পৰিচালক শিৱভট্টাচার্যই। 


ধুলিৰ ধৰাত আপােন পাহৰি


ধুলিৰ ধৰাত আপােন পাহৰি 

খেলিছাে কেবল ধুলিৰ খেলা 

জীৱন নদীৰ সোঁতত এৰিলি 

বাসনাৰে ভৰা ৰঙীন খেলা। 


জীৱন মৰণ একে কথা 

মায়াত মাথাে উপজে বেথা 

কোনাে কাৰাে আপােন নহয়

ধৰাত চোন এয়া 

সকলাে মৰিব আহিলে বেলা 

বাসনাৰে ভৰা ৰঙীন খেলা।


ভুল নকৰিবি ভুল বাটে গই 

চলনাৰ মায়া হৰিণী খেদি 

জয় যাত্রা কৰি আগবাঢ়ি ব’ল 

বিচাৰি প্ৰেমৰ মােহন বেলি 

বাসনাৰে ভৰা ৰঙীন খেলা।


******

Post a Comment

0Comments
Post a Comment (0)