আপোনাৰ আজিৰ দিনটো ৰাশি ফল।।২৪ ডিচেম্বৰ।। ৰাশিফল।। zodiac sign।।

আপোনাৰ আজিৰ দিনটো ৰাশি ফল।।২৪ ডিচেম্বৰ।। ৰাশিফল।। zodiac sign 24 December, Thursday

আপোনাৰ আজিৰ দিনটো ৰাশি ফল।।২৪ ডিচেম্বৰ।। ৰাশিফল।। zodiac sign 24 December, Thursday
ৰাশি ফল



মেষ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: অ, ল। 

শুভ কাৰক গ্ৰহ: মঙল। 

শুভ সংখ্যা: ১, ৯। 

শুভ ৰং: বেঙুনীয়া। 

পিছবেলাৰ পৰা দিনটো ক্রমে উন্নত পাব। শৰীৰ শুভাশুভ মিশ্রিত। বিদ্যার্থীৰ একাগ্ৰতাৰ অভাৱ। ব্যৱসায়-বাণিজ্যত জড়িত, তেন্তে ব্যৱসায়ত মনােযােগ দিয়ক। 



বৃষ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: ই, উ, ব। 

শুভ কাৰক: গ্রহ শুক্র। 

শুভ সংখ্যা: ২, ৬। 

শুভ ৰং: কমলা। 

শৰীৰ কিছু ক্লান্ত থাকিব। ঘৰুৱা জীৱন সুখৰেই। ভাগ্যোদয়ৰ সুযােগ মিলিব। দূৰ ভ্ৰমণৰ যাে-জা হব পাৰে। ভ্ৰমণত শুভ। পবিত্র ধর্মীয় স্থান দর্শন হ’ব পাৰে। 



মিথুন ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: ক, ছ, ঘ। 

শুভ কাৰক: গ্রহ বুধ। 

শুভ সংখ্যা: ১, ৫। 

শুভ ৰং: সােণালী । 

দুই-এটা খুঁত-খাত বাদে দাম্পত্য জীৱন সুখৰেই। বিদ্যাত শুভ। আপােনাৰ মধুৰ ব্যৱহাৰত সন্তুষ্ট হৈ শত্রুও মিত্ৰৰ দৰে হ’ব। 



কৰ্কট ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: ড, হ

শুভ কাৰক: গ্রহ চন্দ্র। 

শুভ সংখ্যা: ২, ৩। 

শুভ ৰং: বাদামী। 

শৰীৰ মােটামুটি ভালেই। পাৰিবাৰিক জীৱন গতানুগতিক। বিদ্যাত মধ্যম। কর্মক্ষেত্ৰত গােপন শত্ৰুৰ প্ৰভাৱ দেখায়। 



সিংহ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: ম, ট। 

শুভ কাৰক: গ্রহ ৰবি। 

শুভ সংখ্যা: ১, ৯। 

শুভ ৰং: বগা। 

সকলােৰে লগত মিলিজুলি থাকিবলৈ যত্ন কৰিলেও সেয়া হৈ নুঠিবও পাৰে। স্বাস্থ্যৰ যত্ন লওক। মেল- মােকর্দমাত জড়িত যদি তাৰ সুফল পাব। 



কন্যা ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: প, ঠ। 

শুভ কাৰক গ্রহ: বুধ। 

শুভ সংখ্যা: ১, ৫। 

শুভ ৰং: মুগা। 

ব্যৱসায়-বাণিজ্যত জড়িত যদি মনােযােগ দিয়ক লাভৱান হ'ব। বিদ্যার্থীৰ বহুমুখী প্রতিভা। আপােনাৰ উন্নতি দেখি কোনো কোনােৱে ঈর্ষা কৰিব। 



তুলা ৰাশি:

ৰাশিৰ আদ্যাক্ষৰ: ৰ, ত। 

শুভ কাৰক গ্রহ: শুক্র। 

শুভ সংখ্যা: ৫, ৬। 

শুভ ৰং: বগা। 

বেলি আগুৱাই যােৱাৰ লগে লগে ক্রমে মনটোও মুকলি পাব। সন্মান হানিজনক পৰিস্থিতি এৰাই চলক। ৰাজনীতিত সাৱধানে খােজ দিয়ক। 



বৃশ্চিক ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: ন, য। 

শুভ কাৰক গ্রহ: মঙল। 

শুভ সংখ্যা: ৩, ৯। 

শুভ ৰং: বগা। 

বন্ধু-বান্ধব তথা শুভাকাংক্ষীৰ আগমন হ’ব পাৰে। শুভাকাংক্ষীৰ সু-পৰামৰ্শ আপােনাৰ কামৰ গ্রগতিত সহায় হ’ব।



ধনু ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: ধ, ক

শুভ কাৰক গ্রহ: বৃহস্পতি। 

শুভ সংখ্যা: ৩, ৯। 

শুভ ৰং: হালধীয়া। 

দিনটো ভালেই যাব। প্রেম-প্রীতিত শুভ। পাৰিবাৰিক জীৱন সুখৰেই। বিদ্যার্থী একাগ্রতা বৃদ্ধি। চাকৰিজীৱীয়ে উতন পক্ষৰ লগত উন্নত সংযােগ লাভ কৰিব। 



মকৰ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: খ, জ। 

শুভ কাৰক গ্রহ: শনি। 

শুভ সংখ্যা: ৬, ৭। 

শুভ ৰং: কফি ।

আপােনাৰ পৰিকল্পিত কামবিলাক আওৱাই নিয়াত বাধা নাপাব আপুনি য’তেই নাথাকক, বন্ধু- বান্ধবৰ অভাৱ নহ'ব। আর্থিক উন্নতি। 



কুম্ভ ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: গ, শ, স। 

শুভ কাৰক গ্রহ: শনি। 

শুভ সংখ্যা: ৪, ৭ 

শুভ ৰং: ৰঙা। 

হঠাৎ কোনাে সিদ্ধান্ত লৈ কামত আগবাঢ়িলে নতুন সমস্যাই দেখা দিব। সংগ দোষত পৰি যাতে অপদস্থ হ’ব লগা নহয়, সতর্ক হ'ব। 



মীন ৰাশি

ৰাশিৰ আদ্যাক্ষৰ: দ, চ।

শুভ কাৰক গ্রহ: বৃহস্পতি। 

শুভ সংখ্যা: ২, ৩। 

শুভ ৰং: গেৰুৱা। 

ঘৰুৱা জীৱন আনদিনাতকৈ উন্নত। উপৰুৱা চিন্তাই বিদ্যার্থীক বিদ্যা আর্জনত বাধা দিব। কামৰ দায়িত্ব বাঢ়িব। সংগীত আদি কলাত জনপ্রিয়তা বৃদ্ধি। সমাজত প্রতিপত্তি বাঢ়িব।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.