মহৎ লোকৰ বাণী Mohot Lukor Bani

মহৎ লোকৰ বাণী - মহৎ উপদেশ - মহৎ কথা - মহৎ  লোকৰ মহৎ বাণী- উপদেশ মূলক বাণী Mohot Lukor Bani - Mohot Lukor Mohot Bani - Assamese Bani - Assamese famous Quotes -Famous Assamese Quotes- Famous Assamese Thoughts





মহৎ লোকৰ বাণী - মহৎ উপদেশ - মহৎ কথা - মহৎ  লোকৰ মহৎ বাণী- উপদেশ মূলক বাণী Mohot Lukor Bani Mohot Lukor Mohot Bani
মহৎ লোকৰ বাণী



১। জ্ঞানীলোকৰ কেতিয়াবা কিবা ক্ষতি হ'লেও অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে । বৰং আগতকৈ বিপুল উৎসাহেৰে সেই ক্ষতি পূৰণৰ অৰ্থেহে চেষ্টা কৰে। 

= শ্বেক্সপীয়েৰ


২। প্ৰকৃতি সৌন্দৰ্যৰ সমাহাৰ। সেয়ে প্ৰকৃতিয়ে প্ৰতিটো ক্ষণ, প্ৰতিটো সময়, আৰু প্ৰতিটো ঋতুকেই একো একোটা সৌন্দৰ্য প্ৰদান কৰিছে— পুৱাৰ পৰা ৰাতিলৈকে; শিশু অৱস্থাৰ পৰা মৃত্যুৰ শীতল কোলালৈকে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ পৰিক্ৰমা ইমানেই শান্ত, নীৰৱ আৰু সহজ যে আমাৰ অলক্ষিতেই ই আগবাঢ়ি যায়। 

= চাৰ্লছ ডিকেন্স


৩। হাঁহি হ'ল দেহ - মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ , আৰু তাৰ কোনো পা্বক্ৰিয়া নাই 

= কালাৰ্ইল 


৪। জ্ঞান দুইপ্ৰকাৰৰ । একোতা বিযয় সম্পৰ্কে হয় আমি নিজে জাঁনো , অথবা সেই বিষয়ে যাৱতীয় তথ্য ক'ত পোৱা যাব পাৰে , সেই কথা আমি জানোঁ 

= ছেমুৱেল জনছন 


৫। যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ'ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ'ব পাৰে 

= নিকোলাছ মূৰে বাটলাৰ 


৬। একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উতসৰ্গ নকৰিবা । মানৱিক সম্পৰ্কই হ'ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ। সেয়া মই বৰ পলমকৈ গম পালোঁ 

= কাথাৰিণ্ড চুছন্নাছ প্ৰিচাৰ্ড ।


৭। যেতিয়া সকলো মানুহেই একে ধৰণে চিন্তা কৰে , তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে 

= ওৱাল্টাৰ লিপমেন 


৮। তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ'ল পুখী হোৱাৰ প্ৰধান উপায় 

= এডৱাৰ্ড নিউটন  


৯। সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে - প্ৰতিভাশালী বা মহতজনক কোনো দিনে ক্ষমা নকৰে 

= অস্কাৰ ৱাইল্ড 


১০। সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা উচিত মতে কাম কৰি যোৱা 

= লী ইয়াকুকা 


১১। কাইলৈৰ কথা নাভাবিবা । দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত । আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট 

= খলিল জিব্ৰান 


১২। বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে 

= হেম বৰুৱা 


১৩। মহৎ মন এটাই নাৰীক সুন্দৰী কৰি তোলে আৰু প্ৰতিহিংসাই কৰি তোলে অন্ধ 

= ফ্লেচাৰ 


১৩। মানুহৰ ভূল - ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি 

= কনফুচিয়াচ 


১৫। ইতিহাসৰ পুনৰাবৃত্তি ঘটে। ইতিহাসত থকা খেলিমেলিবােৰৰ ভিতৰত এইটোও এটা।

= ক্লেৰেন্স ডেৰো


১৬। যিয়ে কোনাে দিনে ভুল কৰা নাই, তেওঁ কোনাে দিনে নতুন কামত হাত দিয়াও নাই।

= আলবার্ট আইনষ্টাইন


১৭। প্রেম যে আচৰিত আৰু দৰকাৰী বস্তু সেই কথা সকলােৱে স্বীকাৰ কৰে। কিন্তু প্রেম কি সেই কথাত কাৰাে মন নিমিলে।

= ডায়েন একাৰমেন


১৮। মহিলাক ভুল নুবুজিব । মহিলাই সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ'লহেঁতেন 

= ৰবাৰ্ট এ. হেইনলেন 


১৯। হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা 

= শ্বেক্সপীয়েৰ 


২০। আনৰ দোষ-গুণ বা আনে কি কৰিলে, কি নকৰিলে, তালৈ চকু নিদি, নিজে কি কৰিছে বা কৰা নাই তালৈহে চকু দিয়া উচিত।

= বুদ্ধদেৱ


২১। আনক সমালােচনা কৰিবলৈ যােৱাৰ আগতে নিজকে সমালােচনা কৰা। নিজে শুদ্ধ আৰু পৱিত্ৰ হ'ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যােগ্যতা অর্জন কৰিব পাৰিবা।

= চক্রেটিছ

                                                       

২২। আমি যি জানাে সি অতি নগণ্য। আমি যি নাজানাে তাৰ সীমা নাই। এতেকে নিজক জ্ঞানী বুলি ভবা অনুচিত।

= পাপলেচ

                                                       

২৩। এশজন শিক্ষকে কৰিব নােৱাৰা কাম এগৰাকী আদর্শ মাতৃয়ে অকলেই কৰিব পাৰে।

= জর্জ হাবার্ট

                                                   

২৪। মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয় । সাহসেই সফলতাৰ চাবি - কাঠী = এনিছ নিন্ 


২৫। মানুহৰ মন পেৰাচুটৰ দৰেই, খােল খালেহে সি ক্রিয়াশীল হয়।

= থমাচ দেবাৰ


২৬। প্রতিভাৰ নিৰানব্বৈ ভাগেই হ’ল অধ্যৱসায়। 

= থমাছআলভা এডিছ


২৭। নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

= সত্যনাথ বৰা


২৮। যৌৱনত আমি শিকো ; বয়স কালত হৃদয়ঙ্গম কৰাে।

= এম. ই. ইচেনবেচ


২৯। আৱিষ্কাৰ কৰি যােৱা ব্যাখ্যাৰ পৰা আঁতৰি থাকা।

= জর্জব্রাকে


৩০। যিজন মানুহক তুমি ভাল নােপােৱা তেওঁৰ বিষয়ে ভাৱি এক মিনিট সময়াে খৰচ নকৰিবা।

= আইছেন হাৱাৰ


৩১। আনে তােমাৰ গালৈ দলিওৱা ইটা শিলগুটিৰে তুমি এটা সুস্থিৰ ভেটি গঢ়িবলৈ যত্ন কৰা, সফল হ’বা।

= ডেভিড ব্রিকলি

                                                

৩২। শিক্ষাৰ ক্ষেত্ৰত পাঠ্য-পুথিৰ জ্ঞানতকৈ বাস্তব অভিজ্ঞতাৰ জ্ঞান বেছি মূল্যবান।

= জে. এইচ. ব্রিকলি


৩৩। অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথি সৎকাৰ কৰে।

= বাল্মীকি


৩৪। যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়।

= আবুল কালাম


৩৫। কোনেও সমস্যা সম্পর্কে বুজিবলৈ যত্ন নকৰে। যেতিয়া ই বীভৎস ৰূপ লয় তেতিয়া ন্যায়িক তদন্তৰ দাবী জনায়। কাৰ বিৰুদ্ধে এই তদন্ত চৰকাৰৰ নে আন্দোলনকাৰীৰ? যিবােৰ কাৰকে ঘটনা ঘটায় তাৰ বিৰুদ্ধে এই তদন্তৰ নীতিয়ে একো কাম কৰিব নােৱাৰে।

= গিয়ানী জাইল সিং


৩৬। এটিকেট’ তথা শিষ্টাচাৰে একে সময়তে দুটা উদ্দেশ্য সাধন কৰে। তাৰ সহায়েৰে আপুনি মানুহৰ ওচৰ চাপি যাব পাৰে আৰু তাৰ সহায়েৰেই আপুনি মানুহক বহুত দূৰত ৰাখিব পাৰে।

= ডেভিদ ৰাইজমেন


৩৭। কাপুৰুষে যাত্ৰা আৰম্ভ নকৰেই ; নিশকটীয়াবােৰে আধাবাটতে মৰে। 

= ব্ৰূচ কেটন


৩৮। শিক্ষা হ'ল জীৱন ব্যাপী চলা এক বিকাশমুখী প্রক্রিয়া।

= শিক্ষাবিদ ডিউই


৩৯। ব্যক্তিৰ জীৱনক বঢ়াই সর্বব্যাপক শক্তিৰে সৈতে সংযুক্ত কৰা, মানুহ আৰু প্ৰকৃতিৰ মাজত এক শক্তি বিৰাজ কৰা আৰু এককে উপলব্ধি কৰাই শিক্ষাৰ লক্ষ্য।

= ফ্ৰৱেল


৪০। সুস্বাস্থ্য তথা পৰমায়ুৰ বাবে নিৰামিষ আহাৰেই শ্রেষ্ঠ।

= মনুসংহিতা


৪১। আমি যাক সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। 

= গুৰু নানক


৪২। গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু 

= ৰোচেন ক্ৰেজ


৪৩। মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। 

= স্বামী বিবেকানন্দ


৪৪। ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব কিন্তু কিতাপ হ'ল অনন্ত যৌৱন ৰূপে থাকি যাব যদিহে এখন মহৎ কিতাপ হয়।

= ওমৰ খায়াম


৪৫। ভাল সঙ্গ আৰু ভাল কথোপকথন বৰ সৰল গুণ 

= ৱালটন 


৪৬। মানুহৰ মাজত দেৱতা আছে । সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি 

= চক্ৰেটিছ 


৪৭। পাপ আমাৰ শত্ৰু , পূণ্য ইয়াৰ বন্ধু 

= মহাবীৰ 


৪৮। মই আদৰ্শৰ অনুকৰণ কৰিবলৈ ব্যস্ত হৈ পৰিম।

= স্বামী বিবেকান্দ


৪৯। তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।

= কনফুচিয়াচ


৫০। মৰমে মৰম জন্ম দিয়ে।

= ছফোপল


৫১। জীৱনৰ বহু সমস্যাৰ সমাধান হয় নিদ্ৰা আৰু প্ৰত্যাশাৰ মাজেৰে। এই দুয়োটাই দৈৱৰ বিৰল অৱদান। 

= ভল্টেয়াৰ


৫২। নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয় । দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম 

= ফ্ৰাচোঁৱা ছাৰ্গা 


৫৩। একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয়। তাতোকৈ জঘন্য পাপ হ'ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে 

= জৰ্জ বানাৰ্ড শ্ব 


৫৪। প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে , মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জানে সকলোখিনিয়েই 

= অক্সাৰ ৱাইল্ড 


৫৫। সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা , তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা 

= ছাইৰাছ 


৫৬। আত্ম প্রশংসাকাৰীক ভগৱানে ঘিণ কৰে।

= ছেন্টক্লিমেন্ট

 

৫৭। শিক্ষা জাতিৰ মেৰুদণ্ড। এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অবৰুদ্ধ হয়। 

= ৰাজা ৰামমোহন ৰায়


৫৮। নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়।

= ৰবীন্দ্ৰনাথ ঠাকুৰ


৫৯। শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত খনিকৰ। 

= জৰ্জ ৱাশ্বিংটন


৬০। ধন উপার্জন কৰিবলৈ গৈ মই সময় নষ্ট কৰিব নােৱাৰোঁ।

= আগাচিজ


৬১। আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা কাইলৈ মােৰ অৱস্থা কি হ’ব তুমি নাজানা।

= হজৰত মহম্মদ


৬২। এজন মানুহ যদি আন সকলোতকৈ শ্ৰেষ্ঠ হয়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ এখন হাত বা এটা চকু বেছিকৈ আছে৷ তাৰ প্ৰকৃত কাৰণ হ’ল জ্ঞানৰ অনুশীলনৰ দ্বাৰা তেওঁ নিজৰ মন আৰু বুদ্ধিক অধিক তীক্ষ্ণ তথা কাৰ্য্যক্ষম কৰি তুলিবলৈ সক্ষম হৈছে৷ 

= ঋকবেদ


৬৩। ছাত্ৰ অৱস্থাত জাতীয়তাৰ দ্বাৰা অনুপ্রাণিত হ’ব নােৱাৰিলে ছাত্র জীৱন ব্যর্থ।

= তৰুণৰাম ফুকন


৬৪। বতাহে সহায় কৰিলেও হাবিৰ জুইয়ে পানীলৈ চোঁচা নলয়।

= কালিদাস


৬৫। তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা 

= ৰুদয়াৰ্ড কিপলিং 


৬৬। সত্যতকৈ ধৰ্ম নাই , সত্যই ধৰ্মক পৰাজয় কৰিব নোৱাৰে 

= মহাত্মা গান্ধী 


৬৭। যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সম্নুখৰ পৰা কৰে , তেওঁকেই ভাল বন্ধু বুলি ক'ব পাৰি 

= লিওনাড লুই লেভিনছন 


৬৮। এশ মুৰ্খ পুত্ৰতকৈ বৰং একজন গুণৱান পুত্র হােৱাও ভাল। মাত্র এটা চন্দ্ৰই অন্ধকাৰ নাশ কৰে, অগণন তৰায়াে নােৱাৰে।

= চাণক্য


৬৯। কিতাপৰ পাতৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে তােমালােকৰ চৰিত্ৰ দিব নােৱাৰে। চৰিত্ৰ গঠন আচল জীৱনৰ পৰাহে আহে। প্রকৃতপক্ষে তােমালােকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্ৰ বিকাশ হ'ব লাগিব। 

= মহাত্মা গান্ধী।


৭০। আমি যদি প্রবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰো তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন এৰি দিব লাগিব।

= মহাত্মা গান্ধী


৭১। দুর্ভাগ্য পাখি মেলি উৰি আহে আৰু খােজ কাঢ়ি গুচি যায়।

= এইচ. জি. বন

                                         

৭২। তোমাৰ লক্ষ্য স্থান ক’ত? সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা৷ তোমাৰ লক্ষ্যই তোমাৰ পথ নিৰ্ধাৰণ কৰিব৷ 

= লিটন


৭৩। দায়িদ্বজ্ঞানহীন নাগৰিকে কেতীয়াও এখন উৎকৃষ্ট ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰে 

= গ্ৰীক প্ৰবচন 


৭৪। অধ্যয়ন পিপাসু মন কেতিয়াও বৃদ্ধ নহয়

= গ্ৰীক প্ৰবচন 


৭৫। ভগৱানে স্বর্গৰ দুৱাৰ খুলিব পৰা ছাবি এপাট সকলোকে দিছে, অৱশ্যে এইটো অন্য কথা যে সেই একেপাট ছাবিৰে নৰকৰ দুৱাৰো খোল খায়  

= গ্ৰীক পটন্তৰ 


৭৬। মানুহে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে। মানুহক নতুন জীৱন দান দিব পাৰে। পৃথিৱীত প্ৰেম আৰু মহানুভৱতাৰে এই কাম কৰিব পাৰি

= মামনি ৰায়চম গোস্বামী


৭৭। খাবলৈ জীয়াই নাথাকিবা, জীয়াই থাকিবলৈহে খাবা। 

= মহাত্ম গান্ধী


৭৮। গুণ নাথাকিলে ৰূপে শোভা নকৰে, দুষ্ট প্ৰকৃতিয়ে বংশ নাশ কৰে, সৎ আচৰণ নকৰিলে বিদ্যাৰ কোনো মূল্য নাই আৰু ভোগহীনৰ সকলো ধৰ্ম বিফলে যায়

= চাণক্য


৭৯। গছ যিমানেই ওখ নহওক কিয়, ইয়াৰ পাত সদায় মাটিলৈকে সৰি পৰে। 

= মালয়ী প্ৰবচন


৮০। গাহৰিক কেতিয়াও গান গাবলৈ, শিকাবলৈ মৰসাহ নকৰিবা। প্ৰথম কাৰণঃ তোমাৰ সময় অপচয় হ'ব, দ্বিতীয়তে গাহৰিও আমনি পাব। 

= লেজাৰচ লং


৮১। গোলাপৰ গছত কাঁইট থকাৰ বাবে তুমি অভিযোগ কৰিব পাৰা আৰু কাঁইটৰ মাজতো যে গোলাপৰ দৰে সুন্দৰ ফুল থাকিব পাৰে, তাক প্ৰশংসাও কৰিব পাৰা। 

= টম উইলছন


৮২। ছাত্ৰাণাম অধ্যয়নং তপঃ ছাত্ৰসকলৰ পঢ়া-শুনাই তপস্যা। 

= নীতি শ্লোক


৮৩। জনমত এনেকুৱা এটা বস্তু--- যাক দুৰ্বলীয়ে ভয় কৰে, মূৰ্খই উলংঘা কৰে, জ্ঞানীয়ে বিচাৰ কৰে আৰু বুদ্ধিমানে নিয়ন্ত্ৰণ কৰে। 

= জ্যাঁ ৰোঁলা


৮৪। জন্ম আৰু মৃত্যুৰ একমাত্ৰ চিকিৎসা হৈছে দুয়োটাৰ মাজৰ সময়খিনি হাঁহিৰে উপভোগ কৰা।

= জৰ্জ ছণ্টিয়ানা


৮৫। জীৱন সত্য, জীৱন বিশ্বস্ত, কবল ইয়াৰ লক্ষ্যস্থল নহয়। 

= লং ফেলো


৮৬। জ্ঞানী মানুহে নাৰীৰ সংস্পৰ্শলৈ অহাটোৱেই উচিত নহয়। 

= টলষ্টয়


৮৭। জীয়াই থকাৰ বাবে আমি সদায় সাজু হওঁ, কিন্তু সেই জীয়াই থকাটো নহয়গৈ কেতিয়াও। 

= ইমাৰ্ছন


৮৮। জীৱনত এটা কথাত কেতিয়াও ভুল নকৰিবা, সেয়া হ'ল -সুযোগ কাহানিও দুবাৰ নাহে । 

= কেমফৰ্ট


৮৯। জাবৰ সাৰিলে যিদৰে ঠাইডোখৰ পৰিস্কাৰ হয়, তেনেকৈ ভুল স্বীকাৰ কৰিলে অন্তৰ শুদ্ধ হয়। 

= মহাত্মা গান্ধী


৯০। সভ্যতাৰ লক্ষ্য হ'ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান - কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা 

= আৰ্থাৰ চিঞ্জলা 


৯১। কেনেকৈ প্ৰত্যাখান কৰিব লাগে তাক জনাতো কেনেকৈ সন্মতি জনাব লাগে , তাৰ পমানে গুৰুত্বপূৰ্ণ = বাল্টাজাৰ গ্ৰেছিয়ান 


৯২। পূৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোণ 

= জৰ্জ হাবাৰ্ট 


৯৩। নিজক আৰু পৃথিীখনক ভাল পাবলৈ শিকাতো হ'ল জীৱনজোৰা এক প্ৰেম - কাহিনীৰ মধুৰ আৰম্ভণি

= অক্সাৰ ৱাইল্ড ।


৯৪। পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে 

= মাৰ্টিন লুঠাৰ 


৯৫। জীৱনত কোনো সুোগ - সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই

= আৰ . ডব্লিউ . এমাৰছন 


৯৬। জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই। এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে 

= আইনষ্টাইন 


৯৭। গতিয়েই জীৱনৰ শেষ লক্ষ্য নহয়, খোজ কাঢ়ি যোৱা মানুহে বেছি দেখিবলৈ পায় আৰু বেছিদিন জীয়াই থাকে। 

= মহাত্মা গান্ধী


৯৮। ঘৰৰ দুৱাৰত তলা নামাৰা আৰু কেতিয়াও মিছা কথা নকোৱা- দুয়োটা একেই কথা। 

= এলিজাবেথ বাৱেন


৯৯। পৃথিৱীত যিমান মানুহ আছে সেইসকলৰ ভিতৰত শতকৰা মাত্র পােন্ধৰজনমান মানুহেহে যিকোনাে বিষয়ে মৌলিক চিন্তা কৰে। চিন্তা কৰাটোৱেই হ’ল বেছি ভাগ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শক্তি।

= লুথাৰ বাৰবেংক।


১০০। এগছি চাকিৰে হাজাৰ গছি চাকি জ্বলাব পাৰি তথাপি সেই চাকিৰ পোহৰ কমি নাযায়। ঠিক এনেদৰে সুখ ভগাই ল’লেও কমি নাযায় বৰং ইয়াৰ উজ্জ্বলতা বৃদ্ধি পায়।

= গৌতম বুদ্ধ


১০১। আত্মত্যাগ শৃংখলা আৰু আত্মসংযম নহ’লে মুক্তি পোৱাৰ কোনো উপায় নাই। শৃংখলা নোহোৱাকৈ আত্মত্যাগ কৰিলে একো ফল নধৰে।

= মহাত্মা গান্ধী


১০২। কোনো নিৰাশাবাদীয়েই আকাশৰ তৰাৰ ৰহস্য আৱিষ্কাৰ কৰা নাই, কোনো অনাবিষ্কৃত ভূমিলৈ নৌ যাত্ৰা কৰা নাই বা মানৱ আত্মাৰ বাবে নতুন স্বৰ্গৰ বাৰ্তা বহন কৰি অনা নাই। 

= হেলেন কেলাৰ


১০৩। মানুহৰ জীৱনৰ শূণ্যতা আৰু আনন্দহীনতাই মানুহক সমাজ পাতি বাস কৰিবলৈ বাধ্য কৰে, কিন্তু সমাজত প্ৰচলিত বহু বেয়া কথা আৰু বেয়া ৰীতি-নীতিয়ে মানুহক সমাজৰ পৰা দূৰলৈ ঠেলি দিব খোজে। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাৰ একমাত্ৰ উপায় হ’ল বিনয় আৰু শিষ্টাচাৰ। 

= শ্বপেনহাৱাৰ


১০৪। যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। 

= লৰ্ড চেষ্টাৰফিল্ড


১০৫। ভয় কমকৈ কৰিবা, আশা কৰিবা বেছিকৈ। হুমুনিয়াহ কমকৈ পেলাবা, উশাহ ল’বা বেছিকৈ। বেছিকৈ পেকৰেকাই নাথাকিবা, কথা ক’বা বেছিকৈ। ঘৃণা কমকৈ কৰিবা, ভাল পাবা বেছিকৈ। ইয়াকে কৰিলে পৃথিৱীৰ সকলো ভাল বস্তু তোমাৰেই হ’ব। 

= ৰে়ড ইণ্ডিয়ান নীতিকথা


১০৬। মোৰ প্ৰজন্মৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰটো হ’ল এই যে মানুহে নিজৰ মনোভাব তথা জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি তেওঁলোকৰ গোটেই জীৱনটোকেই সলনি কৰি দিব পাৰে। 

= উইলিয়াম জেমছ


১০৭। মানৱ সমাজক শাসন কৰাৰ দিশত আত্মোৎসৰ্গ কৰা আটাইবোৰ লোকেই এই কথাত পতিয়ন গৈছে যে একোখন সাম্ৰাজ্যৰ ভাগ্য ইয়াৰ যুৱচামৰ শিক্ষা-দীক্ষাৰ ওপৰতেই নিৰ্ভৰশীল। 

= এৰিষ্টট’ল


১০৮। ভৱিষ্যতৰ বাবে তৈয়াৰী হোৱাৰ সকলোতকৈ শ্ৰেষ্ঠ পথ হ’ল সমস্ত বুদ্ধি, ক্ষমতা আৰু আগ্ৰহ সহকাৰে আজিৰ কাম কৰি যোৱা। 

= উইলিয়াম এছলাৰ


১০৯। প্ৰথমতে তেওঁলোকে তোমাক অৱজ্ঞা কৰিব, তাৰ পিছত তেওঁলোকে তোমাক হাঁহিব, তাৰ পিছত তেওঁলোকে তোমাক বাধা দিব, কিন্তু তাৰ পাছত তুমিয়ে বিজয়ী হ’বা। 

= মহাত্মা গান্ধী


১১০। ডাঙৰ ট্ৰেজেডীয়ে জীৱনটোক ক্ষয় নকৰে। জীৱনটোক অবিৰামভাৱে ক্ষয় কৰি থাকে তুচ্ছ বিৰক্তিবোৰে আৰু সময়ৰ পৌনঃপুনিক অপচয়বোৰে। আমাৰ শত্ৰুসকলে আমাৰ ক্ষয় নকৰে; আমাৰ ক্ষয় কৰে আমাৰ বন্ধুসকলে বা আধা বন্ধুসকলে- যিসকলে আমাৰ ইচ্ছাৰ বিৰুদ্ধেও আমাক লগ পাবলৈ বিচাৰি ফুৰে। 

= আঁৰি দ্য মথাঁৰলেঁট


১১১। যিজন মানুহে বদহজম, নিদ্ৰাহীনতা আৰু বেয়া বতৰৰ কাৰণে কাপুৰুষৰ দৰে আচৰণ কৰে, সেই একেজন মানুহেই পাতল নৈশ আহাৰ খালে, ৰাতি ভালকৈ টোপনি যাব পাৰিলে আৰু শুই উঠিয়েই এটা উজ্জ্বল ৰাতিপুৱাৰ মুখামুখি হ’লে বীৰৰ দৰে আচৰণ কৰিব পাৰে। 

= লৰ্ড চেষ্টাৰফিল্ড


১১২। যি মানুহৰ হেৰুৱাবলৈ একো নাই, তেওঁক কেতিয়াও প্ৰতিযোগিতালৈ আহ্বান নকৰিবা। 

= গ্ৰেচিয়ান


১১৩। আমি যি জানোঁ , সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ , তাক নাজানোঁ বুলি জনাটোৱেই হ'ল প্ৰকৃত জ্ঞান 

= থৰো 


১১৪। কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত , সেয়া কোনোদিনেই বুজি নাপায় 

= জৰ্জ বিলিঙ্ছ 


১১৫। যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে , তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত 

= হাৱাৰ্ড নিউটন 


১১৬। মনত ৰাখিব - বন্ধু আহিব আৰু যাব , কিন্তু শত্ৰুৰ সংখ্যা সদায় বাঢ়ি গৈ থাকিব = ব্যক্তিগত নীৰৱতাৰ মাজত আৰু সিয়েই নিঃসংগতা সহ্য কৰিবলৈ আমাক শক্তি দিয়ে 

= ভি . এছ . প্ৰিছেত 


১১৭। নম্ৰতা সজ ব্যৱহাৰৰ অনুমান 

= সত্যনাথ বৰা 


১১৮। জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয়। বিশ্বাস কৰিবলৈ শিকাই হ'ল তাৰ বুনিয়াদ 

= কালাৰ্ইল 


১১৯। অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে 

= ইউৰিডিছ 


১২০। সোণৰ দ্ৰাবক সুৱগা , কামৰ দ্ৰাবক অভ্যাস 

= সত্যনাথ বৰা 


১২১। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত 

= গুনাভিৰাম বৰুৱা 


১২২। অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে 

= স্বামী বিবেকানন্দ 


১২৩। অভিজ্ঞতাই ডাঙঘৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় 

= হেম বৰুৱা 


১২৪। জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত

= লক্ষ্মীনাথ বেজবৰুৱা 


১২৫। প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গোুন স্থান থাকে , য'ত আনৰ প্ৰৱেশ নিষিদ্ধ 

= ৰবীন্দ্ৰনাথ ঠাকুৰ 


১২৬। অভাৱ , দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে 

= জৱাহৰলাল নেহৰু 


১২৭। শিক্ষা যদি এটুকুৰা হীৰা হয় , তেন্তে তাৰ পৰা যি জ্যোতি ওলায় , সেয়া হ'ল কালচাৰ 

= মহাত্মা গান্ধী 


১২৮। বিবেকেই জীৱনৰ গুপ্ত আদালত 

= হেমচন্দ্ৰ গোস্বামী 


১২৯। ব্ৰাক্ষ্মণ , শুদ্ৰ , হিন্দু , মুছলমান ঈশ্বৰৰ চকুত সকলো সমান 

= গুৰুনানক 


১৩০। দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু খোজ কাঢ়ি গুচি যায় 

= এইচ . জি . বন


১৩১। পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা = ষীশুখ্ৰীষ্ট 


১৩২। মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে 

= বুদ্ধদেৱ 


১৩৩। কৰ্মই উপাসনা হাঁহিয়েই জীৱন 

= বিষ্ণুপ্ৰসাদ ৰাভা


১৩৪। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক 

= ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা


১৩৫। স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু 

= মহাত্মা গান্ধী


১৩৬। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহ ৰূপে গঢ়ি তোলা, মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন

= ৰাজা ৰামমোহন ৰায়


১৩৭। কিতাপ নথকা ঘৰ, খিৰিকী নথকা কোঠালিৰ দৰে। -

= এইচ. মেনন


১৩৮। প্ৰতিভাৰ কণ্ঠস্বৰ অতি কোমল কিন্তু তাৰ বিশেষত্ব এইটোৱেই যে নিজৰ অভীষ্ট সিদ্ধি নোহোৱালৈ ই কেতিয়াও স্তব্ধ নহয়।

= ছিগমণ্ড ফ্ৰয়েড


১৩৯। পােকে কোট চোলা নষ্ট কৰাৰ লেখিয়াকৈ ঈর্ষায়ো মানুহৰ জীৱন শেষ কৰা

= ক্রাইচষ্টম


১৪০। জীৱনটো আচলতে খুব চুটি ; কেৱল জীৱনৰ দুখ যন্ত্রণাবােৰেহে খুব দীঘলীয়া যেন কৰে।

= পাব্রিয়াছ ছাইৰাছ


১৪১। প্রেমিকালৈ যচা চুমাটোৰ দৰে উপদেশটো বৰ উপাদেয় বস্তু। অকণাে টকা-পইছা খৰচ নহয় আৰু দি উঠি বৰ আত্মতৃপ্তি পােৱা যায়।

= জর্জ বার্ণার্ডশ্ব


১৪২। মােক মৰম আৰু কাম এই দুটাই মাত্র দিয়া। 

= টমাছ মৰিছ


১৪৩। আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া। 

= হেম বৰুৱা


১৪৪। খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়ে কৃষ্টি।

= বিষ্ণুপ্ৰসাদ ৰাভা


১৪৫। সত্যৰ দ্বাৰাহে সত্য লাভ হয়, হিয়া দান কৰিলেহে পাব পাৰি।

= মাৰ্ছেল। 


১৪৬। নিজৰ দুখ গুচাবৰ একমাত্র উপায় পৰৰ দুখ পতিওৱা।

= তৰুণৰাম ফুকন


১৪৭। জ্ঞানী লোকে কিবা ক্ষতি হʼলেও অদৃষ্টক ধিয়াই হাত সাৱটি বহি নাথাকে, বৰং আগতকৈ বিপুল উৎসাহ আৰু উদ্যমেৰে সেই ক্ষতিপূৰণৰ অৰ্থেহে চেষ্টা কৰে।

= শ্বেকছপীয়েৰ


১৪৮। বয়স হোৱাৰ লগে লগে সকলোৱে এই কথা উপলব্ধি কৰিব যে এজন মানুহৰ দুখন হাতৰ এখন হৈছে নিজক সহায় কৰিবলৈ আৰু আনখন আনৰ সহায়ৰ বাবে।

= আন্দ্ৰে হেপবাৰ্ণ


১৪৯। কিতাপ পঢ়াৰ প্ৰতি অনুৰাগ হ'লেই যে প্ৰকৃত শিক্ষাৰ বাট মুকলি হয় এনে নহয়, বৰং ই জ্ঞান অৰ্জনৰ বাটত সময়ে সময়ে প্ৰতিবন্ধকতাৰ সৃষ্টিহে কৰে। 

= লৰ্ড এভাৰবেৰী


১৫০। আপুনি পূৰুষেই হওক বা মহিলাই হওক , এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে । সন্মানৰ পিছত সাহসেই হ'ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য 

= জেম্ছ এলেন 


১৫১। তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয় 

= চেইন্ট জে'ৰম 


১৫২। তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ'ল জীৱাই থকাৰ নিশ্চিত লক্ষণ 

= এলবাৰ্ট হুবাৰ্ড 


১৫৩। তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা , তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত 

= এন্টইন দ্য ছেইন্ট 


১৫৪। সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ? মোৰ মতে মানুহজন আচলতে যি , সেয়া হ'বলৈ ইচ্ছা কৰাই হ'ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো 

= ইৰাছমাছ 


১৫৫। বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি - এই দুযোতাই হ'ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই

= এলবাৰ্ট আইনষ্টাইন


১৫৬। আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে 

= অম্বিকাগিৰী ৰায়চৌধুৰী 


১৫৭। সাংস্কৃতিক দৃষ্টিভংগীৰ অবিহনে এজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে 

= শীলভদ্ৰ 


১৫৮। শিক্ষকসকলক সমাজৰ জাগ্ৰত পহৰী বুলি কোৱা হয় 

= ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল 


১৫৯। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে , জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ’ল ভাল জীৱন।

= বাৰ্ট্ৰাণ্ড ৰাছেল 


১৬০। বিশ্বাসৰ ফল প্ৰেম, প্ৰেমৰ ফল সেৱা, সেৱাৰ ফল শান্তি

= মাদাৰ টেৰেছা 


১৬১। আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম

= মাৰ্টিন লুথাৰ কিং 


১৬২। মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন ৷ দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে – এডাল হ’ল উদ্যোগী মন আৰু আনডাল আদৰ্শ 

= ছেমুৱেল বাটলাৰ 


১৬৩। কৰ্মত সাফল্য লাভ কৰিবলৈ যি সকলে আগ্ৰহী তেওঁলোকে ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক পুৱাৰ পৰা গধুলিলৈকে একেৰাহে নিজৰ কামত লাগি থাকিব লাগিব 

= ছাৰ জছুৱা ৰেনল্ডছ 


১৬৪। জণগণৰ ইচ্ছাই শ্ৰেষ্ঠ আইন 

= ইউ . এছ . গ্ৰেট 


১৬৫। তুমি য’লৈকে নোযোৱা কিয় বিলোৱা মাথোঁ প্ৰেম আৰু প্ৰেম 

= মাদাৰ টেৰেছা 


১৬৬। আমি দুখীয়া হ'ব পাৰোঁ , কিন্তু যাতে অসত নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব 

= মাও জে দং 


১৬৭। সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ । নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে 

= চিয়েনাৰ চেন্ট কেপেৰিন 



১৬৮। যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে 

= তুলসী দাস 


১৬৯। অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। 

= চক্ৰেটিছ 


১৭০। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। 

= চক্ৰেটিছ


১৭১। কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। 

= ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ


১৭২। এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি।

= মাদাৰ টেৰেছা


১৭৩। যশস্যা আপােনাৰ সুকীৰ্ত্তিৰ মৃদু সুগন্ধ।

= চক্রেটিচ


১৭৪। ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা।

= মহাত্মা গান্ধী


১৭৫। আদর্শ মানুহ সেইজনেই যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু আনৰ পৰা উপকাৰ গ্ৰহণ কৰিব লাগিলে লজ্জিত হয়।

= এৰিষ্টটল।



১৭৬। নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ গেষ্টা ভণ্ডামি মাথোন 

= তৰুণ ৰাম ফুকন 


১৭৭। ভুলকৈ জনাতকৈ একো নজনাই ভাল 

= শ্বেইক্সপীয়েৰ 


১৭৮। প্ৰথমে বিষয়তো বুজি লোৱা , শব্দবোৰ আপোনা - আপুনি ওলাই আহিব 

= কেটো 


১৭৯। কোনো এঠাইৰ অন্যায় নহয় , সকলো ঠাইৰ ন্যায়ৰ প্ৰতি এক ভাবুকি 

= মাৰ্টিন কিং লুথাৰ 


১৮০। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভৱাহে বেছি দৰকাৰ। 

= ৰাজা ৰামমোহন ৰায়



১৮১। অনিষ্টই আঘাষ্টৰহে সম্ভেদ দিয়ে, ইয়াৰপৰা কোনো লাভ বা মুনাফা নহয়।

= উইলিয়াম শ্বেক্সপিয়েৰ


১৮২। অর্থনীতিয়ে চানেকি নির্ণয় কৰে।

= এঞ্জেলছ


১৮৩। জীৱনত কি কৰিব , সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে আন এটা জন্ম কামনা কৰে 

= আনাটোলে ফ্ৰান্স 


১৮৪। তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা , তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন 

= চেনেকা 


১৮৫। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷ 

= মাৰ্টিন লুথাৰ


১৮৬। আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই৷ 

= জ্যোতি প্ৰসাদ আগৰৱালা


১৮৭। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷ 

= ভূপেন হাজৰিকা


১৮৯। কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব৷ 

= বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক


১৯০। অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক৷

= উইনষ্টন চাৰ্চিল


১৯১। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম৷

= নেতাজী সুভাষ চন্দ্ৰ বসু


১৯২। আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক বা অসুন্দৰেই হওঁক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব৷ 

= ডেল কাৰ্ণেগী


১৯৩। ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে৷ 

= মেকিয়াভেলে


১৯৪। ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ 

= স্বামী বিবেকানন্দ 


১৯৫। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা৷ 

= মহান ফুটবলাৰ পেলে


১৯৬। বিপ্লৱৰ আহ্বান সাহিত্যত প্রতিধ্বনিত হ'ব লাগে।

= শচন্দ্র সিংহ


১৯৭। বেলি মাৰ যায়, কিন্তু গ্রহ উপগ্রহই তাৰ প্রতিবিম্বৰেই বাটৰুৱাক পথ দেখুৱায়। কোনােবা জাতি পৃথিৱীত নাইকীয়া হয়, কিন্তু তাৰ মানসিক বিকাশৰ জেউতী বা প্রতিবিম্বই পুৰুষানুক্রমে মানৱ সমাজক পােহৰ দি থাকে।

= ড° বাণীকান্ত কাকতি


১৯৯। ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে৷

= উইলিয়াম শ্বেইক্সপীয়েৰ


২০০। যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ 

= মণ্টেইন


২০১। দৈ গাখীৰে পেটৰ ভিতৰত থকা বিভিন্ন ৰােগৰ বীজাণু আৰু সিহঁতে তাত উৎপন্ন কৰা বিহবােৰ নষ্ট কৰিব পাৰে। সেয়েহে বর্তমান দৈ গাখীৰ সর্বশ্রেষ্ঠ খাদ্য দ্রব্য বুলি পৰিগণিত।

= ক্ৰুইক চাঙ্ক এমডি


২০২। প্ৰত্যকটো সমাধানৰ বীপৰীতে মই এটা সমচ্যা থিয় কৰিব পাৰাঁ , কাৰণ মই এজন দাৰ্শনিক 

= ৰবাৰ্ট জেণ্ড 


২০৩। যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়৷ 

= লৰ্ড চেষ্টাৰফিল্ড


২০৪। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা৷

= ড০ এ পি জে আব্দুল কালাম


২০৫। ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি 

= হেৰাক্লিটাছ 


২০৬। সম্পদৰ লালসাই নহয় , হেৰোৱা সম্পদৰ দুখেহে মানুহক অধিক হতাশাগ্ৰস্ত কৰি তোলে 

= আলফ্ৰেড দ্য মছেট 


২০৭। মদ এনে এবিধ বস্তু যি জীয়াক মাৰে আৰু মৰাক সংৰক্ষণ কৰে।

= জামাকচ


২০৮। সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷ 

= অভিনয় শিল্পী মৰিচ চেভালিয়া

 

২০৯। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা৷ 

= মাৰ্গাৰেট বুনেন৷


২১০। জীৱনটো এক মহৎ উপহাৰ৷ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত৷

= ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ


২১১। তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি?

= নেপ'লিয়ান বোনাপাৰ্টি


২১২। ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি 

= বাট্ৰাণ্ড ৰাছেল 

                                              

২১৩। একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় 

= মুল্কৰাজ আনন্দ 


২১৪। জীৱনত দুটাই ট্ৰেজেডি = বিচৰাতো নোপোৱা আৰু পোৱাতো  

= অস্কাৰ ৱাইল্ড


২১৫। মৰমেহে মৰমক জন্ম দিয়ে 

= চফ ' কলছ 


২১৬। কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় 

= কাৰ্ল ছেণ্ডবাগ 


২১৭। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে৷ 

= জন ষ্টুৱাৰ্ট মিল


২১৮। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে৷ 

= মহাত্মা গান্ধী


২১৯। সৰু বুলি কাকো অৱহেলা নকৰিবা৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে৷ 

= গ্যেটে


২২০। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় 

= হেম বৰুৱা 


২২১। জীৱনৰ অৰ্থ লুকাই থাকোে আশাৰ মাজত 

= লক্ষ্মীনাথ বেজবৰুৱা 


২২২। প্ৰতি মানুহৰ ভিতৰত এটুকুৰা গোুন স্থান থাকে , য'ত আনৰ প্ৰৱেশ নিষিদ্ধ 

= ৰবীন্দ্ৰনাথ ঠাকুৰ 


২২৩। অভাৱ , দৰিদ্ৰ আৰু বৈষম্যৰ মাজত কোনো গণতন্ত্ৰ সৰহকাল তিষ্ঠি থাকিব নোৱাৰে 

= জৱাহৰলাল নেহৰু 


২২৪। বিবেকেই জীৱনৰ গুপ্ত আদালত 

= হেমচন্দ্ৰ গোস্বামী 



২২৫। বৰ বেছি হুলস্থুল কৰা মানুহে জীৱনত একো কৰিব নোৱাৰে 

= হেম বৰুৱা 


২২৬। নিজে আৰ্জি আনক পৰিপূৰ্ণ ৰূপক ভগাব পৰাতে শিক্ষিকৰ কৃতিত্ব 

= সয়ম্বৰ ঘৰফলীয়া 


২২৭। আশা আছে বাবে পৃথিৱীখন বৰ ধুনীয়া 

= হেম বৰুৱা 


২২৮। কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা 

= হোমেন বৰগোহাঞি


২২৯। পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সু-নাম নষ্ট কৰা 

= ৰামকৃষ্ণ পৰমংস 


২৩০। মহত মন এটাই নাৰীক সুন্দৰী কৰি তোলে আৰু প্ৰতিহিংসাই কৰি তোলে অন্ধ 

= ফ্লেচাৰ 


২৩১। সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ । নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে 

= চিয়েনাৰ চেন্ট কেপেৰিন 


২৩২। যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ'ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ'ব পাৰে 

= নিকোলাছ মূৰে বাটলাৰ 


২৩৩। বিবেক হ'ল এনে এক পৱিত্ৰ ঠাই - যত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে 

= লেমেন্নেইচ 


২৩৪। অতীতৰ ঋণ পৰিশোধ কৰাৰ একমাত্ৰ উপায় হ'ল ভৱিষ্যতটোক আমাৰ ওচৰত ঋণী কৰি ৰখা 

= জন বুকান 


২৩৫। যিহেতু যুদ্ধ আৰম্ভ হয় মানুহৰৰ মনৰ , সেয়েহে মানুহৰ মনৰ ভিতৰতে প্ৰথমে শান্তি সুৰক্ষিত কৰি তুলিব লাগিব 

= ইউনেস্ক ' ৰ সংবিধান 


২৩৬। একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উতসৰ্গ নকৰিবা । মানৱিক সম্পৰ্কই হ'ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ । সেয়া মই বৰ পলমকৈ গম পালোঁ 

= কাথাৰিণ্ড চুছন্নাছ প্ৰিচাৰ্ড 


২৩৭। যেতিয়া সকলো মানুহেই একে ধৰণে চিন্তা কৰে , তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে 

= ওৱাল্টাৰ লিপমেন 


২৩৮। তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ'ল পুখী হোৱাৰ প্ৰধান উপায়

 = এডৱাৰ্ড নিউটন  


২৩৯। সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে - প্ৰতিভাশালী বা মহতজনক  কোনো দিনে ক্ষমা নকৰে 

= অস্কাৰ ৱাইল্ড 


২৪০। সময়ৰ সদ্ব্যব্যৱহাৰৰ অৰ্থ হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি বাছি উলিওৱা উচিত মতে কাম কৰি যোৱা 

= লী ইয়াকুকা 


২৪১। বহু কথা জনা জনকেই জ্ঞানী বুলি নকয়৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী৷ 

= লেনিন


২৪২। জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে৷ 

= লিঅ'টলষ্টয়


২৪৩। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস৷ 

= এলবাৰ্ট আইনষ্টাইন


২৪৪। একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয় । তাতোকৈ জঘন্য পাপ হ'ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে 

= জৰ্জ বানাৰ্ড শ্ব 


২৪৫। প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে , মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জানে সকলোখিনিয়েই 

= অক্সাৰ ৱাইল্ড 


২৪৬। সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা , তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা 

= ছাইৰাছ 


২৪৭। আপুনি পূৰুষেই হওক বা মহিলাই হওক , এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে। সন্মানৰ পিছত সাহসেই হ'ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য 

= জেম্ছ এলেন 


২৪৮। মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয় । সাহসেই সফলতাৰ চাবি - কাঠী 

= এনিছ নিন্ 


২৪৯। সভ্যতাৰ লক্ষ্য হ'ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান - কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা 

= আৰ্থাৰ চিঞ্জলা 


২৫০। কেনেকৈ প্ৰত্যাখান কৰিব লাগে তাক জনাতো কেনেকৈ সন্মতি জনাব লাগে , তাৰ পমানে গুৰুত্বপূৰ্ণ 

= বাল্টাজাৰ গ্ৰেছিয়ান 


২৫১। পূৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোণ = জৰ্জ হাবাৰ্ট 


২৫২। তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা , তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত 

= এন্টইন দ্য ছেইন্ট 


২৫৩। সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ? মোৰ মতে মানুহজন আচলতে যি , সেয়া হ'বলৈ ইচ্ছা কৰাই হ'ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো 

= ইৰাছমাছ 


২৫৪। বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি - এই দুযোতাই হ'ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই

= এলবাৰ্ট আইনষ্টাইন


২৫৫। কাইলৈৰ কথা নাভাবিবা । দৃষ্টি নিবদ্ধ কৰা কেৱল আজিৰ দিনটোৰ ওপৰত । আজিৰ দিনটোৰ পৰম বিস্ময়েই তোমাৰ কাৰণে যথেষ্ট 

= খলিল জিব্ৰান 


২৫৬। এজন পূৰুষ বা মহিলাৰ বংশ - পৰিচয় জনাৰ একমাত্ৰ উপায়টো হ'ল কাজিয়াৰ সময়ত তেও দেখুওৱা আচৰণখিনি 

= জৰ্জ বানাৰ্ড শ্ব 


২৫৬। নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে । মই এটা কথা সদায় জানোঁ , প্ৰকৃততে নিজৰ বিষয়ে নভবা মানুহজনে একোকেই নাভাবে = অস্কাৰ ৱাইল্ড 


২৫৮। আমি যি জানোঁ , সেইখিনি ঝাঁনো বুলি জনা আৰু আমি নাজানোঁ , তাক নাজানোঁ বুলি জনাটোৱেই হ'ল প্ৰকৃত জ্ঞান 

= থৰো 


২৫৯। কোনোদিনে প্ৰলোভনৰ সন্মুখীন নোহোৱালৈকে তেওঁনো কিমান অসত , সেয়া কোনোদিনেই বুজি নাপায় 

= জৰ্জ বিলিঙ্ছ 


২৬০। যি মানুহে নিজৰ অকৃতকাৰ্যতাৰ কাৰণে আনক দোষাৰোপ কৰে , তেনে মানুহে নিজৰ কৃতকাৰ্যতাৰ কাৰণেও আনকেই কৃতিত্ব দিয়া উচিত 

= হাৱাৰ্ড নিউটন 


২৬১। ব্যক্তিগত নীৰৱতাৰ মাজত আৰু সিয়েই নিঃসংগতা সহ্য কৰিবলৈ আমাক শক্তি দিয়ে 

= ভি . এছ . প্ৰিছেত 


২৬২। নম্ৰতা সজ ব্যৱহাৰৰ অনুমান 

= সত্যনাথ বৰা 


২৬৩। জ্ঞানৰ শেষ পৰীক্ষা প্ৰমাণ বা যুক্তিৰ সন্ধান নহয় । বিশ্বাস কৰিবলৈ শিকাই হ'ল তাৰ বুনিয়াদ 

= কালাৰ্ইল 


২৬৪। মনত কিবা ক্ষোভ থকা মানেই জীৱনৰ কিবা এটা উদ্দেশ্য থকা 

= এৰিক হফাৰ 


২৬৫। কু - সংস্কাৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা 

= সৰ্বপল্লী ৰাধাকৃষ্ণন 


২৬৬। সত্য - সুন্দৰৰ বোলে সনা জীৱন - অভিজ্ঞতা প্ৰকাশেই সাহিত্য 

= ড মহেন্দ্ৰ বৰা 


২৬৭। পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি 

= হোমাৰ 


২৬৮। জণগণৰ ইচ্ছাই শ্ৰেষ্ঠ আইন 

= ইউ . এছ . গ্ৰেট 


২৬৯। ব্ৰাক্ষ্মণ , শুদ্ৰ , হিন্দু , মুছলমান ঈশ্বৰৰ চকুত সকলো সমান 

= গুৰুনানক 


২৭০। দুৰ্ভাগ্য পাখি মেলি উৰি আহে আৰু খোজ কাঢ়ি গুচি যায় 

= এইচ . জি . বন


২৭১। পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা 

= ষীশুখ্ৰীষ্ট 


২৭২। মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি নাজানে 

= বুদ্ধদেৱ 


২৭৩। নিজক আৰু পৃথিীখনক ভাল পাবলৈ শিকাতো হ'ল জীৱনজোৰা এক প্ৰেম - কাহিনীৰ মধুৰ আৰম্ভণি 

= অক্সাৰ ৱাইল্ড 


২৭৪। আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক , আপুনি কেনেধৰণৰ মানুহ মইআপোনাক জনাই দিম 

= থমাছ কাৰ্লাইন 


২৭৫। বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা । ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ , তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা 

= জেনি জেৰম চাৰ্চিল 


২৭৬। একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি 

= বাট্ৰাণ্ড ৰাছেল 


২৭৭। পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে 

= মাৰ্টিন লুঠাৰ 


২৭৮। জীৱনত কোনো সুোগ - সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই

= আৰ . ডব্লিউ . এমাৰছন 


২৭৯। জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে 

= আইনষ্টাইন 


২৮০। তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয় 

= চেইন্ট জে'ৰম 


২৮১। কোনো এঠাইৰ অন্যায় নহয় , সকলো ঠাইৰ ন্যায়ৰ প্ৰতি এক ভাবুকি 

= মাৰ্টিন কিং লুথাৰ 


২৮২। এখন ভাল কিতাপ আপোনাৰ সৰ্বোত্তম বন্ধু আজিৰ নহয় , চিৰদিনৰ বাবে 

= মাৰ্টিন টুপাৰ 


২৮৩। বন্ধুত্ব বোলা বস্তু জমা ধনৰ দৰে , ব্যৱহাৰ নকৰিলেহে সি উচ্চ শিখৰ পায় 

= এলবাৰ্ট হাৱাৰ্ড 


২৮৪। এজন শিক্ষকে কৰিব নোৱৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে 

= জৰ্জ হাবাৰ্ট 


২৮৫। ইতিহাস হ'ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ'ল বৰ্তমানৰ ইতিহাস 

= এডমাণ্ড বাৰ্ক 


২৮৬। যি মানুহে নিজে শ্ৰদ্ধা বিচাৰি ফুৰে , তেওঁক শ্ৰদ্ধা কৰাতো অসম্ভৱ হৈ পৰে 

= ভঙেনাগৰ্ছ 


২৮৭। মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয় , তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে 

= ভলটেয়াৰ 


২৮৮। অধ্যয়নে এজন মানুহক সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলে 

= ফ্ৰান্সিচ বেকন 


২৮৯। সাংস্কৃতিক দৃষ্টিভংগীৰ অবিহনে এজন ব্যক্তি কেতিয়াও সুখী হ'ব নোৱাৰে 

= শীলভদ্ৰ 


২৯০। শিক্ষকসকলক সমাজৰ জাগ্ৰত পহৰী বুলি কোৱা হয় 

= ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল 


২৯১। আমি দুখীয়া হ'ব পাৰোঁ , কিন্তু যাতে অসত নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব 

= মাও জে দং 


২৯২। ভুলকৈ জনাতকৈ একো নজনাই ভাল 

= শ্বেইক্সপীয়েৰ 


২৯৩। প্ৰথমে বিষয়তো বুজি লোৱা , শব্দবোৰ আপোনা - আপুনি ওলাই আহিব 

= কেটো 


২৯৪। মানুহৰ ভূল - ভ্ৰান্তিৰ পৰা চৰিত্ৰ জানিব পাৰি 

= কনফুচিয়াচ 


২৯৫। তোমাৰ যদি আত্মবিশ্বাস আছে তেন্তে লোকৰ সন্দেহলৈ ভয় নকৰিবা 

= ৰুদয়াৰ্ড কিপলিং 


২৯৬। নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ গেষ্টা ভণ্ডামি মাথোন 

= তৰুণ ৰাম ফুকন 


২৯৭। আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে 

= অম্বিকাগিৰী ৰায়চৌধুৰী 


২৯৮। সোণৰ দ্ৰাবক সুৱগা , কামৰ দ্ৰাবক অভ্যাস 

= সত্যনাথ বৰা 


২৯৯। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিদ্যাৰ ক্ষমতা পৰা অনুচিত 

= গুনাভিৰাম বৰুৱা 


৩০০। অপ্ৰয়োজনত পশুৱে আন পশুৰ পৰা বিৰত থাকে 

= স্বামী বিবেকানন্দ 


৩০১। তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ'ল জীৱাই থকাৰ নিশ্চিত লক্ষণ 

= এলবাৰ্ট হুবাৰ্ড 


৩০২। যি জাতিৰ সাহিত্য নাই সেই জাতি জীৱাই থাকিও মৰাৰ দৰে 

= তুলসী দাস 


৩০৩। জীৱনত কি কৰিব , সেয়া বুজি নোপোৱা সাধাৰণ লোকেহে আন এটা জন্ম কামনা কৰে 

= আনাটোলে ফ্ৰান্স 


৩০৪। তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা , তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন 

= চেনেকা 


৩০৫। অতি জ্ঞানীজনে সদায় নিজৰ পথ নিজে নিৰ্ধাৰন কৰে 

= ইউৰিডিছ 


৩০৬। যি মানুহে নিজে শ্ৰদ্ধা বিচাৰি ফুৰে , তেওঁক শ্ৰদ্ধা কৰাতো অসম্ভৱ হৈ পৰে 

= ভঙেনাগৰ্ছ 


৩০৭। মানুহ এজনক তেওঁৰ উত্তৰৰ দ্বাৰা নহয় , তেওঁৰ প্ৰশ্নৰ দ্বাৰাহে বিচাৰ কৰিব লাগে 

= ভলটেয়াৰ 


৩০৮। মানুহৰ এই জীৱন অনন্ত আৰু প্ৰেম অমৰ ৷ কিন্তু মৃত্যু ? আমাৰ দৃষ্টিৰে ঢুকি পোৱা দিগন্তই হ’ল মৃত্যু ৷ 

= ৰজিটাৰ ৰেমণ্ড 


৩০৯। অসমীয়া জাতিৰ প্রতিভা ভাগ্যৰ জাপৰ তলত লুকাই আছে। সুযোগ আৰু সুবিধা পালেই এদিন সি ভমকাই উঠিব।

= চন্দ্ৰকুমাৰ আগৰৱাল


৩১০। অখণ্ড সুখ— যি এটা ৰাতিপুৱাৰ পৰা আন এটা ৰাতিপুৱালৈ স্থায়ী হয়। তেনে সুখ মই সহ্য কৰিব নােৱাৰাে। 

= এন্টন চেখভ


৩১১। আনক ঘৃণা কৰাতো এন্দুৰৰ পৰা ৰক্ষা পাবলৈ নিজৰ ঘৰ জ্বলাই দিয়াৰ লেখীয়া 

= হেৰী এমাৰছন


৩১২। এটোপাল চীয়াহিয়ে লাখ লাখ লোকৰ চিন্তাৰ বাট খুলি দিব পাৰে 

= বাইৰন 


৩১৩। বতাহৰ বীপৰীতে চিলাই আটাইতকৈ ওপৰলৈ উৰে , বতাহৰ লগত নহয় 

= উইনষ্টন চাৰ্চিল 


৩১৪। সদায় মনত ৰাখিবা - ভ্ৰাতৃ কেতিয়াবা ব ন্ধু নহ'বও পাৰে । কিন্তু বন্ধু সদায়েই ভ্ৰাতৃ 

= ৰেন ফ্ৰেংকলিন


৩১৫। আপোনাৰ দৈন্দনিন জীৱনেই আপোনাৰ মন্দিৰ আৰু আপোনাৰ ধৰ্ম 

= খলিল জিব্ৰান 


৩১৬। অজ্ঞতা লুকুকাই ৰাখিব পৰাটোৱেই হ'ল জ্ঞানীৰ পৰীক্ষা 

= ফ্ৰেঞ্চিছ কোৱেল 


৩১৭। মানুহ পৰিস্থিতিৰ সৃষ্টি নহয় , পৰিস্থিতিয়েহে মানুহৰ সৃষ্টি কৰে 

= বেঞ্জামিন ডিজৰেলী 


৩১৮। বিৰহৰ এটোপাল চকুলাে মিলনৰ হাজাৰ আনন্দতকৈ মহান।

= মাইকেল এঞ্জেলাে


৩১৯। অদৃষ্টক দোহাই দিয়ে মূখ আৰু কাপুৰুষেহে।   

= স্বামী বিবেকানন্দ

                                            

৩২০। যি মানুহে আনৰ বিষয়ে ভাল-বেয়া একো নকয় তেৱেঁই সুখী মানুহ।

= জেফাৰচন

                                                       

৩২১। কোনােবাজন মহাত্মাই মােক্ষৰ শেষ বিন্দুত উপস্থিত হ'বলৈ পাই নিজকে সম্পূৰ্ণৰূপে বাসুদেৱৰ ওচৰত সমর্পিত কৰিব পাৰে।

= গীতা


৩২২। যিয়ে আনক নিয়ন্ত্রণ কৰে তেওঁ শক্তিশালী, যিয়ে নিজক নিয়ন্ত্রণ কৰিব পাৰে তেওঁ আৰু বেছি শক্তিশালী।

= লাওচু


৩২৩। ব্যৱসায় তেলৰ দৰে । ই ব্যৱসায়ৰ বাহিৰে কাৰোৰো লগত মিহলী নহয় 

= জে . গ্ৰাহাম 


৩২৪। প্ৰতিভা নীৰৱে বিকশিত হয় ; কিন্তু চৰিত্ৰ গঠন হয় মানুহৰ ভিৰত 

= গ্যেটে 


৩২৫। এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷ সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? 

= এমাৰ্চন


৩২৬। নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে 

= থমাছ কাৰ্লাইল৷


৩২৭। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা৷ 

= জুলিয়েট বেষ্টিয়েনা


৩২৮। সকলাে অংকৰ যােগফলৰ যােগফলেই হ'ল অনন্তকাল।

= লুক্রেটিয়াচ


৩২৯। শিক্ষক হৈছে এডাল মমবাতি যি নিজে জ্বলি আনক পােহৰ দিয়ে।

= প্লেটো


৩৩০। অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হ'লেও সাহিত্য বাস্তৱতে অভিজ্ঞতাৰ 'কেটলগ’ বা যাদুঘৰ নহয়। নির্বাচন কৌশল, কল্পনা আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি পিটি ল’লেহে প্রকৃত সৃষ্টি হয়।

= কৃষ্ণকান্ত সন্দিকৈ


৩৩১। যিকোনাে বস্তু এটা ঘোঁৰাৰ মৃত্যুৰ পৰা আৰম্ভ কৰি এগৰাকী গাভৰুৰ প্রথম প্রেমলৈকে, এটা ফুলৰ পাপৰি মেল খােৱাৰ পৰা আৰম্ভ কৰি এটা প্রচণ্ড ভূমিকম্পলৈকে— সূৰ্যৰ পােহৰত দেখা প্রতিটো বস্তুৱেই চুটি গল্পৰ বিষয় হ'ব পাৰে।    

= বেটছ


৩৩২। এজন শিক্ষকে কৰিব নোৱৰা কাম এগৰাকী আদৰ্শ মাতৃয়ে অকলেই কৰিব পাৰে 

= জৰ্জ হাবাৰ্ট 


৩৩৩। ইতিহাস হ'ল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হ'ল বৰ্তমানৰ ইতিহাস 

= এডমাণ্ড বাৰ্ক 


৩৩৪। হতাশাক আশ্ৰয় নিদিবা , এবাৰ প্ৰশ্ৰই দিলেই ই তোমাৰ অংগ হৈ পৰিব 

= ছিডনী স্মিথ 


৩৩৫। গৰ্বিতৰ ভগৱান নাই , ঈৰ্ষাপৰায়নৰ কোনো চুবুৰীয়া নাই , খঙাল লোকৰ নিজৰ কোনো অস্তিত্বও নাই 

= হল 


৩৩৬। নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা৷ 

= বেঞ্জামিন ফ্ৰেংকলিন


৩৩৭। ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত । সেয়া হ'ল - হে ঈশ্বৰ , মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা 

= ভলটেয়াৰ 


৩৩৮। পুতি থোৱা শস্য গজিব পাৰে , কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয় 

= ৰজাৰ বেকেন 


৩৩৯। এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য 

= বিছপ মেণ্ডেল ক্ৰিটন 


৩৪০। যি সাফল্যৰ প্রতিক্রিয়া পিছলৈ বেয়া হয় সেই সাফল্য পৰাজয়ৰ সমতুল্য।

= ৰক ফাউকুড


৩৪১। সর্ব সাধাৰণৰ মঙ্গলেই শিক্ষাৰ মুখ্য উদ্দেশ্য হােৱা উচিত। প্রত্যেকেই নৈতিক উন্নতি কৰিব পৰা শিক্ষা লাভ কৰক। শিক্ষা সমাজৰ আদিমূল। ই মানুহক চিন্তা, জ্ঞান আৰু কৰ্ম নিপুণ কৰাত সহায় কৰে। শিক্ষা হৈছে। সঞ্জীৱনী অমৃত সদৃশ। নিৰক্ষৰতাই জীৱনৰ কাঁইটীয়া বাট।

= ড° জাকিৰ হুচেইন


৩৪২। বিদ্যালয় এখন কৃত্রিম সমাজ, যত সমাজৰ মঙ্গলজনক আৰু গুৰুত্বপূর্ণ দিশটোহে প্রতিফলিত হয়।

= পাৰ্চিনান


৩৪৩। শত্ৰুৰ ভুৱা চুম্বনতকৈ বন্ধুৰ আঘাতেই বেছি ভাল।

= থমাচ বেজেট                

                                                                              

৩৪৪। সমাজৰ আটাইতকৈ বেছি আশা হৈছে ব্যক্তিগত চৰিত্ৰ।

= চেনিভ


৩৪৫। মৃত্যুৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতি নহয়, জীয়াই থাকোতেই যিটো ভিতৰতে মৰি শেষ হয় সেইটোৱে আটাইতকৈ ডাঙৰ ক্ষতি।

= নর্মান কাজিন্স


৩৪৬। কেৱল শব্দইহে সমাজখনক ঐক্যবদ্ধ কৰি ৰাখে। 

= এচ, চাছে


৩৪৭। সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও ওলায় 

= পশ্চিম আফ্ৰিকৰ প্ৰবচন 


৩৪৮। বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ'ল ভাল কাৈমৰ আৰম্ভণী 

= ছেইন্ট অগষ্টাইন 


৩৪৯। প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ'ল সুখী হোৱাৰ আটাইতকৈ সহজ উপায় 

= ৰালফ ইন্গাৰছ 'ল 


৩৫০। এটা ভাষাৰ সাহিত্য কর্মত যিমানেই অন্য ভাষাৰ প্ৰভাৱ থাকে সিমানেই অনুসৃষ্টি থাকে, সিমানেই সেই সাহিত্য উন্নত হয়।

= কবীন ফুকন


৩৫১। কমকৈ খােৱা, শান্ত হৈ থকা আৰু আনন্দপূর্ণ জীৱন যাপন কৰা। এই তিনিটাই হ’ল পৃথিৱীৰ সর্বশ্রেষ্ঠ চিকিৎসক।

= জোনাথন চুইফথ


৩৫২। ভাযা হ'ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ 

= ন 'ৱা ৱেবষ্টাৰ 


৩৫৩। ভৱিষ্যত সেইসকলৰেই , যিয়ে নিজৰ স্বপ্নৰ সৌন্দৰ্যত গভীৰভাৱে বিশ্বাস ৰাখে 

= ইলিয়েনৰ ৰুজভেল্ট 


৩৫৪। সকলো জ্ঞানেই আমাক অজ্ঞতাৰ কাষলৈ টানি নিয়ে 

= টি . এছ . ইলিয়ট 


৩৫৫। সৰল জীৱনৰ পুৰস্কাৰ জীৱনটোৱেই 

= জৰ্জ চান্টায়ন 


৩৫৬। এই জটিল পৃথিৱীত বিশ্বাসে মানুহৰ ৰক্ষা কৰা নাই , ৰক্ষা কৰিছে তাৰ প্ৰয়োজনীতাই 

= বেঞ্জামিন ফ্ৰেংকলিন 


৩৫৭। কৃতজ্ঞতা হ'ল হৃদয়ৰ স্মৃতি 

= হাবাৰ্ট প্ৰছনাউ 


৩৫৮। সকলোৰে আটাইতকৈ শ্ৰেষ্ঠখিনিত বিশ্বাস ৰাখিবা 

= ৰুডিয়াৰ্ড কিপলিং 


৩৫৯। এগৰাকী পূৰুষে নিশ্চিতভাৱে কোৱা কথাতকৈও এগৰাকী নাৰীয়ে কৰা অনুমানৰ শুদ্ধতা অধিক 

= ৰুডিয়াৰ্ড কিপলিং 


৩৬০। অনিশ্চয়তাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় হ'ল আশাৰোে জীৱাই থকা 

= কাৰ্ল চিমনটন 


৩৬১। সিদ্ধান্ত উচিত হ'লেও আনপক্ষৰ যুক্তি নুশুনাকৈ লোৱা সিদ্ধান্ত কেতিয়াও ন্যায়সংগত হ'ব নোৱাৰে 

= চেনেকা 


৩৬২। শক্তিৰে শান্তি অক্ষূণ্ণ ৰাখিব নোৱাৰি । মাথোন বুজাবুজিৰেহে সেয়া সম্ভৱ 

= এলবাৰ্ট আইনষ্টাইন 


৩৬৩। মানুহৰ হৃদয়খনে চকুৰে নেদেখাতো অনুভৱ কৰিব পাৰে । মনটোৱে নজনাটোকো হৃদয়ে বুজিব পাৰে 

= ৰবাৰ্ট ভেলেট 


৩৬৪। কৃতকাৰ্যতা হ'ল সাধনাৰ সমাপ্তি আৰু অৱসাদৰ আৰম্ভণী 

= এমব্ৰছ বিয়েৰ্ছ 


৩৬৫। মানুহৰ বাহিৰে আন কোনো প্ৰাণীকেই নিজৰ অস্তিত্বই বিস্মিত নকৰে 

= আৰ্থাৰ ছোপেনহাৱাৰ 


৩৬৬। জ্ঞানীজনৰ জ্ঞানৰ উতস নিজেই । মুৰ্খইহে আনৰ মমতাৰ পৰা শিকে , সিদ্ধান্ত লয় 

= তিব্বতীয় প্ৰবছন 









Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. Well done bro..... Theme tu change kori lua bhal hobo mur tu sua https://etzmahadi.blogspot.com/

    ReplyDelete