উল্লেখযোগ্য আৰু গুৰুত্বপূর্ণ চনসমূহ Important Days and Years of Our history

উল্লেখযোগ্য আৰু গুৰুত্বপূর্ণ চনসমূহ Important Days and Years of Our history


কোন চনত কি ঘটিছিল? মহান ব্যক্তিৰ জন্ম মৃত্যু - বিখ্যাত যুদ্ধ বিগ্রহৰ আৰম্ভ সামৰণি - কোনো বস্তুৰ আবিষ্কাৰ আৰু বিভিন্ন তথ্য


১১৫৪ত নিকোলাছ ব্রেকস্পিয়েৰ ৰােমৰ পােপ নির্বাচিত। 

১১৯৮ত প্রসিদ্ধ দার্শনিক ইৱনৰ ৰূশ্বডৰ মৃত্যু। 

১৫২৪ত ভাৰতৰ কোচিনত ভাস্কো ডা-গামাৰ মৃত্যু। 

১৫৩০ত ভাৰতত মােগল সাম্রাজ্য প্রতিষ্ঠাতা বাবৰৰ মৃত্যু। 

১৫৯০ত শৈল্য চিকিৎসাৰ জনক আমৰায় পৰীৰ মৃত্যু। 

১৬০৮ত ইংৰাজ ৰােমাণ্টিক কবি জন মিল্টৰ জন্ম। 

 ১৬২১ত জাহাংগীৰৰ পত্নী নুৰজাহানৰ মৃত্যু।

১৬৭৫ত নৱম শিখগুৰু তেগ বাহাদুৰৰ মৃত্যু। 

১৭৭০ত সংগীতজ্ঞ লুডইগি ভান বিথােভেনৰ জন্ম।

১৭৯৭ত উর্দু কবি মির্জা গালিবৰ জন্ম। 

১৭৯৯ত আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ ৱাশ্বিংটনৰ মৃত্যু। 

১৮১৮ত পদার্থবিদ জেমছ প্ৰেছকট জুলৰ জন্ম।  

১৮২১ত প্রখ্যাত ফৰাচী ঔপন্যাসিক আৰু দার্শনিক গুস্তাভ ক্লোবেয়াৰৰ জন্ম। 

১৮২৫ত চিপাহী বিদ্রোহৰ বীৰ নায়ক তুলাৰামৰ জন্ম।

১৮২৯ত ফৰাচী জীৱ-বিজ্ঞানী জে বি লেমার্কৰ মৃত্যু। 

১৮৩৫ত হেমচন্দ্ৰ বৰুৱাৰ জন্ম। 

১৮৪৩ত জার্মান বিজ্ঞানী ৰবাৰ্ট কখৰ জন্ম । 

১৮৫৩ত ভাৰতত প্রথম ৰেলপথ মুম্বাইৰ পৰা থানেলৈ মুকলি।

১৮৫৬ত পদার্থ বিজ্ঞানী ছাৰ যােছেফ জন টমছৰ জন্ম। 

১৮৫৭ ভাৰতত স্বাধীনতা সংগ্রাম আৰম্ভ। 

১৮৫৭ত সাহিত্যিক যােছেফ থিঅ'ডৰ কৰাডৰ জন্য।

১৮৬৯ ত পােবন্দৰত মহাত্মা গান্ধীৰ জন্ম। 

১৮৭০ত ফৰাচী ঔপন্যাসিক আলেকজেণ্ডাৰ ডুমাৰ মৃত্যু 

১৮৭২ত সাহিত্যিক কনকলাল বৰুৱাৰ জন্ম। 

১৮৭৬ত ভাৰতৰ ৰাষ্ট্রীয় সংগীত বন্দে মাতৰমৰ ৰচনা।

১৮৭৯ত ছােভিয়েট ৰাষ্ট্রনায়ক যােছেফ ষ্টেলিনৰ জন্ম। 

১৮৭৯ত চক্ৰৱৰ্তী ৰাজা গােপালাচাৰীৰ জন্ম। 

১৮৮০ত ইংৰাজ মহিলা ঔপন্যাসিক জর্জ এলিয়টৰ মৃত্যু 

১৮৮২ত প্রসিদ্ধ চিত্রশিল্পী নন্দলাল বসুৰ জন্ম।

১৮৮৫ত সাহিত্যিক অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম। 

১৮৮৫ ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত। 

১৮৮৫ত ভাৰতীয় জাতীয় কংগ্রেছৰ জন্ম। 

১৮৮৭ত প্রসিদ্ধ গণিতজ্ঞ শ্ৰীনিৱাস ৰামানুজনৰ জন্ম।

১৮৮৯ত ইংৰাজ কবি ৰবার্ট ব্রাউনিঙৰ মৃত্যু 

১৮৮৯ত স্বাধীনতা সংগ্রামী ক্ষুদিৰাম বসুৰ জন্ম।১৮৮৯ জৱাহৰলাল নেহৰুৰ জন্ম। 

১৮৯৩ত চীনৰ মুক্তি আন্দোলনৰ নেতা মাও-ছে-তুঙৰ জন্ম। 

১৮৯৮ত কবি, নাট্যকাৰ প্রসন্নলাল চৌধুৰীৰ জন্ম। 

১৯০০ত যশস্বী নৃত্যশিল্পী উদয় শংকৰৰ জন্ম। 

১৯০১ত কার্টুন নির্মাতা ৱাল্ট ডিজনীৰ মৃত্যু।

১৯০৫ প্রথম বংগ বিভাজন। 

১৯০৬ত সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম। 

১৯০৭ত বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম।

১৯১১ দিল্লী ভাৰতৰ ৰাজধানী ঘােষিত। 

১৯১৪ত ১ম নিশ্ব যুদ্ধ আৰম্ভ। 

১৯১৮ ১ম বিশ্বযুদ্ধ শেষ। 

১৯১৯ অমৃতসৰত জালিৱানৱালাবাগৰ হত্যাকাণ্ড।

১৯২০ খিলাফৎ আন্দোলন। 

১৯২১ত কবি, সাহিত্যিক নলিনীধৰ ভট্টাচার্যৰ জন্ম।

১৯২৪ত অভিনেতা, পৰিচালক ৰাজ কাপুৰৰ জন্ম।

১৯২৪ত কণ্ঠশিল্পী মহম্মদ ৰফিৰ জন্ম। 

১৯২৪ত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম। 

১৯২৫ত সাহিত্যিক সত্যনাথ বৰাৰ মৃত্যু। 

১৯২৮ত কবি জ্ঞানানন্দ শর্মা পাঠকৰ জন্ম।

১৯২৯ত তুৰস্কত মহিলাৰ ভােটাধিকাৰ লাভ।

১৯৩০ত নাট্যকাৰ-অভিনেতা দুর্গেশ্বৰ বৰঠাকুৰৰ জন্ম। 

১৯৩০ দাণ্ডি যাত্রা। 

১৯৩১ গান্ধী আৰৱিন চুক্তি। 

১৯৩২ তৃতীয় ঘূৰণীয়া মেজ মেল। 

১৯৩২ত ধীৰুভাই আম্বানিৰ জন্ম। 

১৯৩২ত কথাশিল্পী হােমেন বৰগােহাঞিৰ জন্ম।  

১৯৩৬ত অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ মৃত্যু।

১৯৩৯ত কবি আনন্দ চন্দ্ৰ আগৰৱালাৰ মৃত্যু। 

১৯৩৯ ২য় বিশ্ব যুদ্ধ আৰম্ভ। 

১৯৪২ ভাৰত ত্যাগ আন্দোলন আৰম্ভ।

১৯৪৩ ভাৰতীয় সামৰিক বাহিনী গঠিত। 

১৯৪৪ত শিক্ষাবিদ শৰৎ চন্দ্র গােস্বামীৰ মৃত্যু।

১৯৪৫ত জীৱ-বিজ্ঞানী টমাছ হান্ট মর্গানৰ মৃত্যু।

১৯৪৫ ও ২য় বিশ্ব যুদ্ধ শেষ। 

১৯৪৫ত বিশ্ব বেংক প্রতিষ্ঠা। 

১৯৪৬ত ড° ৰাজেন্দ্র প্রসাদ গণ পৰিষদৰ অধ্যক্ষ।

১৯৪৭ ওভাৰত স্বাধীন হয়। 

১৯৪৮ আততায়ীৰ গুলীত মহাত্মা গান্ধীৰ মৃত্যু

১৯৫০ত চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু। 

১৯৫০ ভাৰতবর্ষ গণতন্ত্ৰত পৰিণত। 

১৯৫১ প্রথম পাঁচ বছৰীয়া পৰিকল্পনা আৰম্ভ। 

১৯৫২ লােকসভাৰ প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত। 

১৯৫২ত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ জন্ম। 

১৯৫২ত ছইফুদ্দিন কিচলুলৈ লেনিন শান্তি পুৰস্কাৰ। 

১৯৫৩ টেনজিংনর্গেআৰু ঘৰ এডমাণ্ড হিলানীৰ এভাৰেষ্ট শৃংগবিজয়। 

১৯৫৪ ভাৰত আৰু চীন দেশৰ মাজত পঞ্চশীল চুক্তি সম্পন্ন।

১৯৫৬ ভাষাৰ ভিত্তিত ভাৰতৰৰাজ্যসমূহ। 

১৯৫৭ দ্বিতীয় সাধাৰণ নির্বাচন। 

১৯৫৭ত বিমলা প্রসাদ চলিহা অসমৰ মুখ্যমন্ত্রী। 

১৯৬১ পর্তুগীজৰ অধীনস্থ গােৱা স্বাধীন। 

১৯৬১ত পর্তুগীজৰ অধীনৰ পৰা গােৱাৰ মুক্তি। 

১৯৬০ত নতুন দিল্লীত নেচনেল মিউজিয়াম মুকলি।

১৯৬৪ জৱাহৰলাল নেহৰুৰ মৃত্যু; লাল বাহাদুৰ শাস্ত্রী 

ভাৰতৰ প্ৰধানমন্ত্রী অধিষ্ঠিত। 

১৯৬৫ত ঔপন্যাসিক ছমাৰছেট মমৰ মৃত্যু। 

১৯৬৫ ও ভাৰত-পাক যুদ্ধ আৰম্ভ। 

১৯৬৬ শ্রীমতী ইন্দিৰা গান্ধী ভাৰতৰ প্রধানমন্ত্ৰীৰূপে কাৰ্যনির্বাহ গ্রহণ। 

১৯৬৬ত কার্টুন ছবি নির্মাতা ৱাল্ট ডিজনীৰ মৃত্যু।

১৯৬৭ত প্রথম ভাৰতীয় ৰকেট ৰােহিণী’ৰ উৎক্ষেপন।

১৯৬৮ত কবি, নাট্যকাৰ শৈলধৰ ৰাজখােৱাৰ মৃত্যু।

১৯৬৮ত ঔপন্যাসিক জন ষ্টেইন বেকৰ মৃত্যু। 

১৯৬৯ত দবা খেলুৱৈ বিশ্বনাথন আনন্দৰ জন্ম।

১৯৭০ত পি কে স্বামী অসমৰ ৰাজ্যপাল। 

১৯৭১ত নৱগঠিত বাংলাদেশক ভাৰতৰ স্বীকৃতি। 

১৯৭২ত কুৰি শতিকাৰ অন্তিমটো চন্দ্র অভিযান।

১৯৭৬ত ভাৰতীয় ফুটবলাৰ বাইচুং ভুটীয়াৰ জন্ম।

১৯৭৭ত হিন্দী কবি সুমিত্রানন্দন পন্থৰ মৃত্যু। 

১৯৭৭ত কবি নলিনীবালা দেৱীৰ মৃত্যু। 

১৯৭৭ত বিশ্ববিখ্যাত শিল্পী চার্লি চেপলিনৰ মৃত্যু। 

১৯৭৮ত লােকসভাৰ পৰা ইন্দিৰা গান্ধীক বহিষ্কাৰ।

১৯৭৯ত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্রপতি 

১৯৭৯ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু।

১৯৮১ত পষেকীয়া বার্তালােচনী ‘প্রান্তিক’ৰ ১ম প্রকাশ 

১৯৮২ত মহেন্দ্র মােহন চৌধুৰীৰ মৃত্যু। 

১৯৮৭ত হাজোত প্রথম লােক আদালত মুকলি

১৯৮৮ত ৰাঘৱ চন্দ্ৰ ডেকাৰ এণ্টার্কটিকালৈ যাত্রা।

১৯৮৯ত ছােলী জে ছােৰাবজী ভাৰতৰ এটর্নী জেনেৰেল।

১৯৮৯ত 'অষ্টিন-১৯৮৯' ধূমকেতুটোৰ আৱিষ্কাৰ। 

১৯৮৯ত ফার্নাণ্ডো কোলাৰ ডি মেলাে ব্রাজিলৰ ৰাষ্ট্রপতি 

১৯৯০ত বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু।

১৯৯২ত অযােধ্যাৰ বাবৰি মছজিদ ধ্বংস। 

১৯৯২ত বাবৰি মছজিদ ধ্বংসৰ বিশ্বব্যাপী প্রতিবাদ।

১৯৯২ত পঞ্চায়তীৰাজ আৰু নগৰপালিকা আইন বলৱৎ 

১৯৯৭ত কবি নীলমণি ফুকনলৈ অসম উপত্যকা সাহিত্য বঁটা। 

১৯৯৪ত ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি জাইল সিঙৰ মৃত্যু।

১৯৯৯ত মেদিনী চৌধুৰীলৈ সাহিত্য অকাদেমি। 

১৯৯৯ত প্রাক্তন ৰাষ্ট্রপতি শংকৰ দয়াল শৰ্মাৰ মৃত্যু। 

১৯৯৯ত ভাৰতৰ যুক্তা মুখীৰ মিছ ৱৰ্ল্ড’ খিতাপ অর্জন। 

২০০০ ত ইনচাট-3B উপস্থাপন; উত্তৰাখণ্ড, 

ছত্তিছগড় আৰু ঝাৰখণ্ড—এই তিনিখন নতুন ৰাজ্য গঠিত; ভাৰতীয় গণতন্ত্র সােণালী জয়ন্তী উদ্যাপন। 

২০০০ত কবি হীৰেন ভট্টাচার্যলৈ অসম উপত্যকা সাহিত্য বঁটা।

২০০০ত অভিনেত্রী চেতনা দাসলৈ আম্বেদকাৰ বঁটা

২০০০ত পাকিস্তানৰ কণ্ঠশিল্পী নুৰজাহানৰ মৃত্যু। ২০০১ত ভাৰতীয় সংসদত সন্ত্রাসবাদীৰ আক্রমণ।

২০০১ত টেষ্টত অনিল কুম্বলে ৩০০ উইকেট। 

২০০১ ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ বর্ষ। 

২০০২ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ৰাজধানীৰ সৈতে যােগাযােগৰ বাবে ৪৫০ খন আসনযুক্ত এ.টি.আৰ. ৪২ এয়াৰক্ৰান্ট খন মুকলি। 

২০০২ত সাহিত্যিক ড° সর্বেশ্বৰ ৰাজগুৰুৰ মৃত্যু।

২০০২ত নলিনীধৰ ভট্টাচার্যলৈ সাহিত্য অকাডেমি।

২০০২ত প্রতিমা বৰুৱা পাণ্ডেৰ মৃত্যু।

২০০২ত আইদেউ সন্দিকৈৰ মৃত্যু।

২০০৩ ভাৰতৰ প্রথম চাইবাৰ গ্রামীণ কেন্দ্রই অসম্পৰ্কীয় গ্রাম্য অঞ্চলসমূহক তথ্য প্রযুক্তিবিদ্যাৰ অন্তৰ্গত কৰিছে। 

২০০৩ যশ চোপ্রালৈ দাদা চাহেব ফাল্কে বঁটা। 

২০০৪  ড° মনমােহন সিং ভাৰতৰ প্ৰধানমন্ত্রী নিযুক্ত হয়। 

২০০৫ত অসমৰ প্রাক্তন মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহৰ মৃত্যু

২০০৫ দেশৰ টেলিভিছন সেৱাত বৈপ্লৱিক পৰিৱৰ্তন ঘটোৱাৰ সংকল্পৰে ইছাট- ৪ এ' নামৰ শক্তিশালী যােগাযােগ উপগ্ৰহটো মহাকাশলৈ নিক্ষেপ কৰা হয়। ২০০৫ত কথাসাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ মৃত্যু।

২০০৬ত কাটাৰৰ দোহাত পঞ্চদশ এছিয়ান গেছ আৰম্ভ।

২০০৬ ভাৰতে আমেৰিকাৰ সৈতে এক ঐতিহাসিক পাৰমাণৱিক চুক্তি কৰে

২০০৭ শ্রীমতী প্রতিভা পাটিল ভাৰতৰ প্রথম মহিলা ৰাষ্ট্রপতি নির্বাচিত হয়; ভাৰতে উদ্বোধনীসূচক টুৱেণ্টী২০ বিশ্বকাপ জয়লাভ কৰে। 

২০০৮ বেইজিং অলিম্পিকৰ ব্যক্তিগত 

শাখাত এটা সােণৰ পদক অর্জন কৰা প্রথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় অভিনৱ বিন্দ্রা।






আগলৈ......... 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.