সমাৰ্থক শব্দ লিখা অসমীয়াত
সমাৰ্থক শব্দ বা প্ৰতিশব্দ অসমীয়াত
ক
১) কৃষ্ণ ঃ কানু, কানাই, দ্বাৰকেশ,যাদৱৰায়, যদুমনি, গোপাল, শ্যাম , ইথ্যাদি
২) কামুক ঃ কামীন , কাঙৰা, কামান্ধ, কামী, কামাতুৰ, কামৰসিক, বিৰংসু, কামাৰ্ত, ইত্যাদি
৩) কপৌফুল ঃ আমোল-কচু
৪)কোৰ্হাল ঃ হাই-উৰুমি, কোলাহল, হুলি,হুলস্থূল, হাই, হৈ-চৈ, কোঢ়াল, হাই-উৰমি
৫) কুলি ঃ মধুঘোষ,পৰভৃৎ, কলঘোষ, বসন্তসখ,পৰপুষ্ট, ইত্যাদি
৬) কাৰ্তিক ঃ স্কন্দ, অগ্নিজ, বিশাখ, তাৰহা, অগ্নিকুমাৰ , অগ্নিজন্ম, ইত্যাদি
৭) কৱচ ঃ সন্নাহ, কাচনি, তনুত্ৰ, খোলক, অংগক, কাচনি, বৰ্ম, ইতাযাদি
৯) কুবেৰ ঃ যক্ষেশ, ত্ৰিশিৰা, ধনদেৱতা, ধনাধিপতি, ধনেশ, অলকাধিপ, যক্ষৰাজ, ইত্যাদি
১০)কামদেৱ ঃ ৰতিপতি, মনোজ, অংগজ, ৰতীশ, মদন, মকৰকেতু , ইত্যাদি
১১) কোঠা ঃ কোঠালি, প্ৰকোষ্ঠ, খোটালি, কক্ষ, পোলি, কুঠৰী
১২) ক্লান্তি ঃ অৱসাদ,শ্ৰান্তি, পৰিশ্ৰান্তি , ভাগৰ
১৩) ক'বলগীয়া ঃ বাচ্য, কথনীয়, বচনীয়, কথ্য
১৪) কুঁহিপাত্ৰ ঃ পল্লৱ, কিশলয়, পত্ৰমঞ্জৰি, পত্ৰোল্লাস,তৰুৰাগ, পত্ৰাংকুৰ
১৫) কন্যা ঃ পুত্ৰী , আপী , ছোৱালী , জী, জীয়াৰি,জীয়েক , কন্যকা,দাৰিকা, নন্দিনী, পুত্ৰিকা, ইত্যাদি
১৬) কথাছবিঃ চিনেমা, বোলছবি, ফিল্ম, চলচ্চিত্ৰ,ইত্যাদি
১৭) কালীঃ শ্যাম, কপালিনী, দিগম্বৰী,কালিকা, কংকালমালিনী, ইত্যাদি
১৮) কৃপণ ঃকৰাইচ, কিৰ্পিণ, কটকিনা,টটাৰি, চিকটা, ইত্যাদি
১৯) কৰ্ণভূষণঃ কৰ্ণবালা, কৰ্ণফুলা, কৰ্ণালংকাৰ, কাণফুলি
২০) কৃষিকৰ্ম ঃ খেতি-খোলা, খেতি-বাতি, কৃষিকাৰ্য
২১) কেলিঃ ধেমালি, ক্ৰীড়া, খেল
২২) কূটনীতিবিদ ঃ কূটনীতিজ্ঞ, কূটনীতিক
২৩)কৰ্মদক্ষ ঃ কামিল , কৰ্মকপটু, কৰ্মকুশল, কৰ্মনিপুণ, কৰ্মী, কাৰ্যদক্ষ
২৪) কয়েদীঃ বন্দীয়াৰ, ফাটকিয়াল, বন্দী, ফাটেকিয়াল
২৫) কলিজা ঃদিল, হাইজা, ৰক্তাশয়, আমুঠ
২৬) ককাই ঃ দাদা, ককাইটি, কাকা, ককাইদেউ
২৭) কাঁড় ঃশায়ক, অধিজ্য, বাণ, তীৰ,পিৰালি, শৰধি,পৃষৎক, শায়ক,ইত্যাদি
২৮) কটকীঃ দূত,ৰাজদূত, টেকেলা, বাৰ্তাবাহক
২৯) কৰযোৰ ঃ কৰপুট, হাতযোৰ
৩০)ক্ৰমশ ঃ অনুক্ৰমে,পৰ্যাক্ৰমে, ক্ৰমান্বয়ে, ক্ৰমাগতে,ক্ৰমে ক্ৰমে
৩১) কুকুৰ ঃ শুন,গৃহমৃগ,বক্ৰপুচ্ছ, শ্বান, সাৰমেয়, ইত্যাদি
৩২) কুৰূপ ঃ শ্ৰীহীন, অশুৱনি, কুন্ধচ, কশ্ৰী, কদাকাৰ, আপুচ, ইত্যাদি
৩৩) কঁঠাল ঃ পূতফল, কন্টফল, ফলকন্টক
৩৪) কইনা ঃ কনিয়া, ন-ছোৱালি, নৱ-বধু
৩৫) কঁপনি ঃ স্পন্দন, জোকাৰণি, কম্প, লটঘটনি, কম্পন
৩৬) কন্যাকাল ঃ আদ্যঋতু, পুষ্পিতা, ৰজোদৰ্শন, তোলনি
৩৭) কৰ ঃ শুল্ক,উদগ্ৰহণ, ৰাজহ, ৰাজ কৰ, খাজনা, ৰজস্ব, টে
৩৮) কন্ঠস্বৰ ঃ কন্ঠ, মাত, কন্ঠধ্বনি, গলা, টেঁটু
৩৯) কদাচাৰ ঃ ভ্ৰষ্টাচাৰ, অসদাচাৰ, গৰ্হিতাচাৰ, কুব্যবহাৰ
৪০) কঠীয়া ঃ সচঁ, গুটি, বীজ, বিধান
৪১) কল্যাণ ঃ শুভ, উপকাৰ, ভবিক, ক্ষেম, ভাল, হিত,কুশল, ভবিক, মংগল
৪২)কিশোৰ ঃ বালিকা, বালক
৪৩ ) কেঁচুমটা ঃ কেঁচেলেপা
৪৪)ক্ৰম ঃ ধাৰা, ধাৰাবাহিতা, পৰ্যায়,ধাৰাবাহিকা
৪৫)কোমল ঃ ফেপা, অকঠিন, ঢিলা
৪৬) কাৰাগাৰ ঃ ফাটেক,জে'লখানা, পোতাশাল, ফাটক, ৰঙাঘৰ, বন্দশাল, গাৰদ
৪৭) কাজিয়া ঃ বিবাদ, কন্দল, দন, খৰিয়াল,দ্বন্দ্ব, কলহ
৪৮)কিনোতা ঃ উপভোক্ত, ক্ৰেতা,গ্ৰাহক,খৰিদ্দাৰ
৪৯) কাঁইট ঃ হুল, কন্টক, মঘা ,তৰুনখ
৫০) কতবাৰ ঃ বহুবাৰ , অলেখবাৰ
৫১) কৰ্ণপট ঃ কাণটাহা,কৰ্ণপটহ,কৰ্ণমাদল,কৰ্ণবালা
৫২)কু-অভ্যাস ঃ বদভ্যাস , কদভ্যাস
৫৩) কান্দোন ঃ ক্ৰন্দন, কান্দন, কান্দনি, ৰোদন
৫৪) কৌতূহল ঃ কুতূহল, অনুসন্ধিৎসা, কুতূহল,ঔৎসুক্য
৫৫) কোঁটকৰা ঃ মইন, কোঁটকোৰা
৫৬) কেটেপা ঃ গুলটি
৫৭)ক্ৰমিক ঃধাৰাবাহিক,ক্ৰমানুগ
৫৮) কোমল চাউল ঃ বোকা চাউল
৫৯)কল্যাণকৰ ঃ হিতকৰ,মংগলজন,কল্যাণকৰ,শ্ৰেয়স
৬০) কাঠখোলা ঃ বাঢ়ৈটোকা, কাঠৰোকা
৬১)কমলা ঃ সন্তৰা, সোণতৰা, সুমথিৰা
৬২) ক'লা ঃ অসিত, কৃষ্ণ
৬৩)কৰ্কশঃ ৰুক্ষ, কঠুৱা, টান, খহটা, অমসৃণ,টান, হুঁটা
৬৩)কুঁৱলীঃ নভোৰজ, কুহেলিকা, কুজ্বাটিকা, কুহোড়িকা
৬৪) কঁহুৱা ঃ কাঁহিবন , কঁহুৱাবন
৬৫)কল ঃ ৰম্ভা, কদলী
৬৬) কংকাল ঃ জঁকা, অস্থিপঞ্জৰ
৬৭)ককাঃ বুঢ়াপিতা, আতা, পুথাও, ককাদেউতা
৬৮)কাঁথি ঃপিৰালি, অলিন্দ,বাৰান্দা
৬৯)কইনা ঃকনিয়া, ন-ছোৱালি,নৱ-বধু
৭০) কঁহুৱা ঃ কাঁহিবন, কঁহুৱাৱন
৭২)কুঁহিয়াৰ ঃ ঈক্ষু, ইক্ষু
৭৩) কঁপা ঃ লৰা , জোকাৰ
৭৪)কঁকাল ঃ কমৰ
৭৫)কুঁৱা ঃপাটনাদ, কূপ
৭৬) কচকা ঃমোচোকা
৭৭)কটাক্ষ ঃঅপাংগ, বক্ৰদূষ্টি
৭৮)কৰ্ণপথ ঃ কৰ্ণৰন্ধ্ৰ,কৰ্ণকূপ,কৰ্ণকুহৰ, শ্ৰৱণকুহৰ
৭৯)কপটাচাৰী ঃ পেটকুলি,কপটী, পেটকপটীয়া
৮০)কপাল ঃ নচিব, দৈৱ,দশা, ভাগ্য, অদৃষ্ট
৮১) কদাচিত ঃ দৈৱাৎ, কশ্চিত, কেতিয়াবা, কাচিৎ
৮২) কৰুণ ঃসকৰুণ,দুখজনক,মৰ্মান্তিক,বেদনাদায়ক, শোকজনক
৮৩) কপটতা ঃ ব্যাজ, কপটালি, কাপট্য, কুষাৰি
৮৪)কমাৰ ঃ লোহাৰ , কৰ্মকাৰ
৮৫)কথিত ঃ ব্যক্ত,কোৱা, উক্ত, নিগদিত
৮৬)কতজন ঃ বহুজন,অলেখজন
৮৭) কট্কটীয়া ঃ দৃঢ় , টান, মজপুত,মজবুত
৮৮)কণী ঃডিমা, ডিম, অণ্ড,ডিম্ব
৮৯)কৰ্চন চৰাই ঃ ক্ৰৌঞ্চ
৯০)কবিৰাজ ঃ বৈদ্য
৯১)কথা ঃবাত, উক্তি, বাক,বাণী, বচন
৯২)কথক ঃ ভাষক, কওঁতা, বক্তা
৯৩)কৰ ঃ হাত, হস্ত,পাণি, হস্তক
৯৪)কৰ্তন ঃ ছেদন , কাটন
৯৫) কানমাৰিঃ কান্ধমাৰি, বাওঁতা
৯৬)কলহঃ কুম্ভ, কলস
৯৭) কষ্ট ঃ যাতনা,নিকাৰ , যন্ত্ৰনা, ক্লেশ, পীড়া
৯৮) কৰ্তৃত্ব ঃ প্ৰভুত্ব,অধিকাৰ, আধিপত্য
৯৯) কাণ ঃ শ্ৰৱণেন্দ্ৰিয়, কৰ্ণ
১০০)কাউৰী ঃ বায়স,কাক, বলিপুষ্ট,বৃক, বলিভুক,কাণুক
১০১) কাচ ঃ বেলোল
১০২) কাজল ঃ অজ্ঞন
১০৩)কলাঃশ্ৰৱণশক্তিহীণ, কাণ-গধুৰ, বধিৰ
১০৪)কাঁহী ঃ থালি, ডিছ, থালি
১০৫) কাণখৰিকা ঃ কাণঘোঁকটা
১০৬)কল্পতৰুঃদিব্যতৰু, কল্পবৃক্ষ, দিব্যবৃক্ষ
১০৭) কলেৰা ঃ হাইজা, জহনী, মান্না, বিসূচিকা
১০৮) কাঠফুলা ঃ বেংছতা,অহিছত্ৰ
১০৯) কাণচেপা ঃ কাণমলা, কৰ্ণনৰ্দন
১১০) কাছ ঃ কচ্ছপ , কূৰ্ম
১১১)কাঠ ঃ কাষ্ঠ
১১২) কানি ঃ অহিফেন, আফিং
১১৩) কলাফুলঃ ইন্দবস্তি, জংঘা
১১৪) কলম ঃ লেখনী, পে'ন
১১৫) কাগজঃকাকত
১১৬)কুন্ঠাঃসংকোচ, দ্বিধা
১১৭)কালসন্ধ্যা ঃ কালসন্ধিয়া, কালগধূলি
১১৮) কুকুৰাঃৰামপাৰ, কুক্কট,মুৰ্গী
১১৯)কু-কৰ্মঃদুষ্কাৰ্য, অপকৰ্ম,দুষ্কৰ্ম
১২০)কুটুমঃ অত্মীয়-কুটুম, জ্ঞাতি, স্বজন, আত্মীয়-স্বজন
১২১)কীৰ্তিঃ যশস্যা, খ্যাতি, যশ
১২৩)কিৰণঃ ৰশ্মি, অংশু, মৰীচি
১২৪) কাপুৰুষঃ ভীৰু, ভয়াতুৰ, ভয়াৰ্ত, ভীতু
১২৫)কাৰণঃলক্ষ্য,উদ্দেশ্য, হেতু, অভিপ্ৰায়, নিমিত্ত,মদলব
১২৭)কামঃ বন, কৰ্ম, কাজ, কাৰ্য, বিৰংসা
১২৮)কিশোৰ ঃ বালিকা,পাটগাভৰু
১২৯)কান্ধ ঃ স্কন্ধ, অংস, কান
১৩০) কামভাব ঃ কাঙৰ,কাঙৰা
১৩১) কুকুৰনেচীয়া বাঘ ঃ লকয়া
১৩২) কাপোৰ ঃ বস্ত্ৰ, অম্বৰ, বাস, বসন
১৩৩) কিতাপ ঃ পুস্তক, গ্ৰন্থ, পুথি
১৩৪) কুগহ ঃ পাপগ্ৰহ, দুষ্টগ্ৰহ
১৩৫) কুঠাৰ ঃ পৰশু
১৩৬) কাষলতি ঃ বগল
১৩৭) কুলগুৰু ঃ কুলাচাৰ্য,কুল-পুৰোহিত
১৩৭) কৃপালু ঃ ৰহমান, দয়ালু, কৰুণাময়
১৩৮)কুক্ষণ ঃ কু-লগ্ন,অশুভ-কাল, আওকাল, কালক্ষণ, কালবেলা, অশুভ-সময়
১৩৯)কৃষক ঃ সৈৰিক, কিৰিষণা, খেতিয়ক,সৈৰন্ধ,কৃষাণ
১৪০)কুলৰ্ধম ঃ কুলৰ্প্ৰথা , কুলৰ্কম, কুলক্ৰিয়া
১৪১)কুদৃষ্টি ঃ কু-নজৰ, অশুভ, বিষদৃষ্টি, অশুভ-দৃষ্টি
১৪২) কুমাৰ ঃ ঘটকাৰ , কুম্ভকাৰ,ঘটকৃত, কুলাল , চক্ৰজীবক, ঘটকাৰ
১৪৩) কৃপা ঃ দয়া , অনুগ্ৰহ, কৰুণা
১৪৪) কৃটজ্ঞ ঃ ধন্য, কৃতাৰ্থ
১৪৫) কুল ঃ বংশ, গোত্ৰ, জাতি, জাত
১৪৬)কুলাংগাৰ ঃ কুলাধম, কুলকলংক
১৪৭)কৃষিজাত ঃ কৃষিক
১৪৮)কেটেপা ঃগুলটি
১৪৯) কেঁচু ঃ ভূ-লতা, মহীলতা, কিষ্ণুলক,গণ্ডুপদ,ভূঁইলতা
১৫০)কেৱল ঃ মাথোন , অকল, মাথোঁ, একমাত্ৰ
১৫১) কেঁচা ঃ নপকা, অপক্ক
১৫২)কেঁৰা ঃ টেৰুৱা
১৫৩) কোকলোঙা ঃ চেক্চেকী
১৫৪) কেঁচুমূৰীয়া ঃ অৰ্শ
১৫৫) কেণা ঃ ঘুণ, কেৰোণা
১৫৬)কেলেণ্ডাৰ ঃ বৰ্ষপঞ্জী
১৫৭)কোকলোঙা ঃ তেজপিয়া
১৫৮) কোষ্ঠী ঃ সোঁৱৰণী, জন্মপত্ৰ, জন্মপত্ৰিকা
১৫৯)কেশসজ্জা ঃ কেশৰচনা, কেশবিন্যাস
১৬০) কৌশল ঃ কিটিপ, কায়দা
১৬১)কেমটাই ঃ বজ্ৰকাট, বনৰৌ
১৬২) ক্ৰোধাগ্নি ঃ কোপানল, ক্ৰোধানল, কোপাগ্নি
১৬৩)কেঁথা ঃ নিহালি, কঁথা, দগলা,কন্থা
১৬৪) কোষ্ঠকাঠিন্য ঃ কোষ্ঠবদ্ধতা
১৬৫)কোমোৰা ঃকুষ্মাণ্ড
১৬৬) ক্ৰুদ্ধ ঃ কোপিত, ৰোষান্বিত,ৰাগান্বিত,ক্ৰোধান্বিত,কোপান্বিত
খ
১৬৭) খোৰাই ঃলেংকুচ লেংকুচকৈ, খোৰাই, টেঙুচকৈ, লেঙেৰিয়াই,টেঙুচ
১৬৮) খাওঁতা ঃ ভোজনকাৰী, খাদক, আহাৰী, ভোক্তা, ভক্ষক ,খাৱৰীয়া, ভোজনকাৰী
১৬৯) খৰ ঃ খৰাং,অনাবৃষ্টি, জলাভাৱ, ধূপল, বৃষ্টিহীনতা, জলকষ্ট, অৱগ্ৰহ, অবৃষ্টি
১৭০) খনিকৰ ঃ শিলা কুটী, কাৰুশিল্পী, ভাস্কৰ, কাৰিকৰ, মূৰ্তিশিল্পী
১৭১) খুৰা ঃ দাইটি, দাদি, পিতৃব্য, দেদাই, দদাই, ক্ষুল্লাতাত
১৭২) খঙাল ঃ কোপী, ক্ৰোধী, ক্ৰোধপ্ৰৱণ, ৰাগী
১৭৩)খৰখেদা ঃ লৰা-ঢপৰা, খৰধৰ, লৰালৰি, খৰপোচ, ততাতৈয়া
১৭৪) খোনা ঃ বোকোৰা, থোঁতা, বক্ৰা
১৭৫) খাট ঃ বিছনা, পালংক, তক্তাপোচ, বিছনা, শেতেলি, পালেংগি
১৭৬)খনিজ তেল ঃ সীতা তেল, খাৰুৱা তেল
১৭৭) গজমূৰ্খ ঃ গণ্ডমূৰ্খ, জধামূৰ্খ, অজমূৰ্খ, মহামূৰ্খ
১৭৮) খটখটি ঃ জখলা, ছিৰি, সোপান
১৭৯)খিৰিকী ঃজানলা, বাতায়ন, গধাক্ষ, জানালা, পক্ষক
১৮০)খৰালি ঃ জাৰকালি, খৰকালি
১৮২) খেজুৰ ঃ খাজুৰ, খাজুৰি, খৰ্জুৰ
১৮৩) খত ঃ দস্তাবেজ, তমচুক, দলিল
১৮৪) খেলিমেলি ঃ ছেদেলি-ভেদেলি, অপৰিপাটি, বিশৃংখল
১৮৫) খৱৰ ঃ বাৰ্তা, সম্বাদ, বতৰা, সন্দেশ, সমাচাৰ, বাতৰি, সংবাদ
১৮৬) খনিজ ঃ খনিজাত , অকৰিক আকৰীয়া
১৮৭) খু-দুৱনি ঃ ব্যগ্ৰতা,উৎকণ্ঠা, উগুল-থুগুল
১৮৮) খাদ্য ঃ ইৰা, আহাৰ্য,আহাৰ
১৮৯) খোৰা ঃ লেঙেৰা, খঞ্জ,পেঙুৰা
১৯০) খৰচ ঃ ভগন, ব্যয়
১৯১)খদৰ ঃ খাদী, খদ্দৰ
১৯২)খজুৱতি ঃ কণ্ডু
১৯৩) খড়গ ঃ ৰিষ্টি
১৯৪) খাস্তাং ঃ তহিলং , উচ্ছন্ন, উবাৰ
১৯৫) খটোৱা ঃ খচিত
১৯৬) খঁকুৱা ঃ ৰাইকহ, ঔদৰিক, খাইমল, গৰহ, পেটুক, খাইমল,দাঁহৰা
১৯৭) খং ঃ ৰাগ, ক্ৰোধ,, কোপ, ৰোষ, ফাই
গ
১৯৮) গৰুড় ঃ সিতানন, অৰ্ক্ষ্য, গৰুণ্ড, খগপতি,গৰুড়পখী, গৰুণপখী, পক্ষীৰাজ, পক্ষীন্দ্ৰ, খগৰাজ, গৰুণ
১৯৯) গৰমকাল ঃ জহকাল , গ্ৰীষ্ম, ঘামকাল , নিদাঘ, গ্ৰীষ্মকাল , জহকালি, নিদাঘকাল
২০০) গগনান্তৰাল ঃ ক্ষিতিজ , আকাশপ্ৰান্ত, দিগবলয়,দিগন্ত, গগনপ্ৰান্ত,দিঙমণ্ডল
২০১) গছ ঃ পত্ৰী, তৰু, ক্ষিতিৰুহ, বিৰিখ, পাপদ, বৃক্ষ, মহীজাত, পাদক
২০৩) গৰাকী ঃ মালিক, অধিকাৰী, পতি,প্ৰভু, ভৰ্তা, অধিপতি
২০৪) গৰখীয়া ঃ বৎসপাল, আভীৰ, বল্লৱ, গোপাল, গোপালক, ৰাখোৱাল, গোৰক্ষক
২০৫) গছ-গছনি ঃ গছ-লতিকা,তৰু-তৃণ, গছ-বন, গছ-লতা, গছ-বিৰিখ
২০৬)গধূলি ঃ দিনান্ত, গধুলা, গো-ধূলি
২০৭)গংগা ঃ ভাগীৰতী, গংগকা, ত্ৰিধাৰা, দেৱনদী, বিষ্ণুপদী, গংগিকা, ত্ৰিধাৰা , ইত্যাদি
২০৮) গজালি ঃ বীজাংকুৰ, অংকুৰ, গাজ, পোখা, কোঁহ
২০৯)গঁড ঃ গণ্ডাৰ, একচৰ,খড়্গী, গণ্ডাংগ, একশৃংগ
২১০) গগণা ঃ হিচাপ, গগণ, লেখ , সংখ্যান, গন্তি
২১১) গৰীয়া আলু ঃ ৰঙা আলু , মিঠা আলু , মিৰি আলু
২১২) গধুৰ ঃ ভাৰ , ওজন, ভাৰী
২১৩) গছা ঃ দীপাধাৰ
২১৪) গভীৰ ঃ দ, অগাধ, গাঢ়, অতল
২১৫)গপচ ঃ ধীৰ , গম্ভীৰ , গহীন
২১৬)গতানুগতিক ঃ নতুনত্বহীন , অব্যতিক্ৰম
২১৭) গৰু ঃগো
২১৮) গমন ঃ যাত্ৰা, গতি , চলন
২১৯) গগনস্পৰ্শীঃ গগনচুম্বী, আকাশচুম্বী, গগনচুম্বী, আকাশলংঘা, সু-উচ্চ, অতুচ্চ্য,সুতুংগ
২২০)গৰম ঃ তপ্ত, উষ্ণ,তপত, উষ্ম
২২১) গৰল ঃ বিহ, জহৰ
২২২) গেদগেদী ঃ ভেদভেদী, কাষ্ণনমতী, খালৈভাঙী, সথলি, ঘুমে-খাইতী
২২৩) গাৰু ঃ বালিছ, উপাধান
২২৪) গা ঃ বপু, অজুদ, কায়া, তনু, অপঘন, শৰীৰ, দেহ, ভোগায়তন
২২৫) গাখীৰ ঃ দুধ, গোৰস, দুগ্ধ
২২৬) গলগ্ৰহ ঃ হাৰমাল , কলগ্ৰহ
২২৮) গুজব ঃ জনৰৱ, উৰাবাতৰি, ৰৌঢ়ি, হুনুবাৰ্তা, হুজগ
২২৯) গুণানুকীৰ্তন ঃ প্ৰশংসা, গুণকীৰ্তন, গুণানুবাদ
২৩০) গৱেষক ঃ তত্ত্বনুসন্ধানকাৰী , গৱেষণাকাৰী
২৩১) গোচৰ ঃ আপত্তি, মকৰ্দমা, অভিযোগ, অনুযোগ,নালিচ, মোকৰ্দমা , ওজৰ
২৩২ ) গা-ভাৰী ঃ গৰ্ভৱতী, উদৰিণী, সগৰ্ভা, সসত্ত্বা, অন্তৰ্ৱতী, গৰ্ভনী, গা-ভাৰী
২৩৩) গৃহশত্ৰু ঃ ঘৰশত্ৰু, ঘৰবিভীষণ
২৩৪) গিৰিমালা ঃ পৰ্বতশ্ৰেণী, গিৰিশ্ৰেণী , পৰ্বতমালা,পৰ্বতাৱলী
২৩৫) গাফিলতি ঃ আওহেলা,অৱহেলা,হেলা, আওকাণ,অনাদৰ
২৩৬)গিৰিশৃংগ ঃ পৰ্বতশিখৰ,গিৰিচূড়া, শৈলচূড়া , পৰ্বতশৃংগ, শৈলশিখৰ
২৩৭) গাহৰি ঃ বৰা, শূকৰ, বৰাহ
২৩৮) গেৰেকনি ঃ খিচনি , গোকাটনি , আওটনি
২৩৯) গাঁত ঃ বিবৰ , গৰ্ত
২৪০) গুৰিয়াল ঃ গুৰি , কৰ্ণধাৰ, ধৰোঁতা
ঘ
২৪১) ঘৰ - বাসভৱন , বাসস্থান , নিকেতন , আলয় , ভৱন , বাহা , শালা , বাসগৃহ , বাস্ত্তু , গৃহ , গেহ , বাসগৃহ , নিলয় , আৱাস
২৪২) ঘোলা - ঘোদা
২৪৩) ঘাম - স্বেদজল , ঘৰ্ম , শ্ৰমজল , স্বেদ
২৪৪) ঘাই পথ - ৰাজমাৰ্গ , ৰাজপথ , ৰাজআলি , ৰাজবাট
২৪৫) ঘূৰণীয়া - বলয়াকাৰ , গোলাকাৰ , মণ্ডলাকাৰ , চক্ৰাকাৰ , মণ্লাকৃতি , গোল , বৰ্তুল , বৃত্তাকাৰ , চক্ৰাকৃতি
২৪৬) ঘিউ - ঘি , হৱি , ঘৃত , আজ্য ।
২৪৭) ঘনফল - আয়তন ।
২৪৮) ঘঁৰিয়াল - শংকমুখ , নক্ৰ , পিংগচক্ষু , নেহাল , গ্ৰাহ ।
২৪৯) ঘিণ - বিতৃষ্ণা , বিক ্ চিনা , ঘৃণা , বিক্ ষ্ণা ।
২৫০) ঘৰচীয়া - পোহনীয়া
২৫১) ঘোষণা - বিজ্ঞপি , ঘোষণাপত্ৰ , জাননী , ইস্তাহাৰ , ইস্তাহাৰনামা ।
২৫২) ঘোঁটনী - মন্থনী , মথনী ।
২৫৩) ঘঁহনি - ঘৰিষণা , ঘৰ্ষণ , ঘৰিষণ ।
২৫৪) ঘনিষ্ঠ - আপোন , প্ৰগাঢ় , আন্তৰিক , নিবিড় , সৌহৃদ্য , আত্মীয় , অন্তৰংগ , হাৰ্দিক , সৌহাৰ্দ ।
২৫৫) ঘাঁহ - বন , তৃণ ।
২৫৬) ঘোঁৰাশাল - অস্তাৱল , অশ্বগোষ্ঠ , অশ্বশালা ।
২৫৭) ঘৰে - ঘৰে - ঘৰেপতি , ঘৰেমূৰি , ঘৰমূলি ।
২৫৮) ঘনচিৰিকা - চকা - চৰাই , ঘৰচিৰিকা , চটক , ঘৰচৰাই
২৫৯) ঘাটৈ - পাৰুৱৈ , ঘাটুৱৈ , পাৰোৱাই , ঘাটোৱাল ।
২৬০) ঘোঁৰা - তুৰংগম , ঘোটক , হয় , অশ্ব , তুৰগ , প্ৰকীৰ্ণক , কীকট , ৰেষা , হ্ৰেষী , মৰুদ্ৰথ , বাজী , ৰাজস্কন্ধ , তুৰংগ ।
চ
২৬১) চণ্ডাল - চাণ্ডাল , চঁৰাল ।
২৬২) চহৰীয়া - নগৰস্থ , নগৰীয়া
২৬৩) চিঞৰ - বিৰাৱ , আৰাও , চঁয়ৰ ।
২৬৪) চৰ - চাপৰি ।
২৬৫) চালকুঁমাৰী -ঘৃতকুমাৰী
২৬৬) চৰাই - পখী , বিহগ
২৬৭) চন্দ্ৰতাপ - বিতান , চন্দ্ৰাশু
২৬৮) চাপৰ - বুটা , অনুচ্চ
২৬৯) চৰ্বি - স্নেহ , তেল , মেদ ।
২৭০) চিপাহী - যোদ্ধা , সৈন্য , জোৱান , সৈনিক , ৰণুৱা , সেনা
২৭১) চিনাকী - পৰিচিত - পৰিচয় ।
২৭২) চক - চমক , উচপ , উচাপ ।
২৭৩) চকুৰ মণি - অক্ষিগোলক , অক্ষিগোল ।
২৭৪) চাৰিআলি - চতুষ্পথ ।
২৭৫) চাতুৰি - চতুৰালি , চতুৰতা , ধূৰ্ততা ।
২৭৬) চিকিতসাকেন্দ্ৰ - স্বাস্থ্যনিৱাস স্বাস্থ্যকেন্দ্ৰ ।
২৭৭) চাকি - দীপ , বন্তি , দীপক , প্ৰদীপ ।
২৭৮) চপনুৱা - ধদুৱা ।
২৭৯) চিঠি - পত্ৰ ।
২৮০) চন্দ্ৰ - চন্দ্ৰমা , জোন ।
২৮১) চছ্মা - বিতচকু , উপনেত্ৰ ।
২৮২) চাউল - তণ্ডুল ।
২৮৩) চমু - সংক্ষেপ , চুটি ।
২৮৪) চুলি - কেশ ।
২৮৫) চোকা - শানিত , তীক্ষ্ণ ।
২৮৬) চেতন - হুঁচ , জ্ঞান , চেতনা ।
২৮৭) চোতাল - প্ৰাংগন , অংগন ।
২৮৮) চিযাঁহী - মহী , কালি ।
২৮৯) চেহা - তজবজীয়া ।
২৯০) চাগৈ - হ'বলা , কিজানি , হয়তো ।
২৯১) চহৰ - নগৰী , টাউন , নগৰ , পুৰ ।
২৯২) চফা - নিৰ্মল , পৰিষ্কাৰ , নিকা , পৰিচ্ছন্ন ।
২৯৩) চিকাৰী - নিষাদ , কৌটিলিক , সাৰংগিক ।
২৯৪) চাদৰ - উত্তৰবস্ত্ৰ , বৰুত্ৰ ।
২৯৫) চেনি - শৰ্কৰা ।
২৯৬) চুৱাপাতনি - চুৱনি ।
২৯৭) চিৰবৈৰী - চিৰশত্ৰু ।
২৯৮) চেলেপু - চেলবেলীয়া , চেলচেলীয়া ।
২৯৯) চেঁচা - ঠাণ্ডা , জুৰ , শীতল ।
৩০০) চৌকা - আখল ।
৩০১) চকমাটি - খড়িমাটি ।
৩০২) চিকিতসালয় - ডাক্তৰখানা , হাস্পতাল , আৰোগ্যশালা
৩০৩) চকীদাৰ - চকীয়াল ।
৩০৪) চলন্ত - গমনশীল , গতিশীল ।
৩০৫) চৰণকমল - পাদপদ্ম , পদপংকজ ।
৩০৬) চক্ৰবহু - চক্ৰব্যুহ
৩০৭) চকুত লগা - চকুলগা , চকুৰোৱা ।
৩০৮) চিন - প্ৰতীক , চিহ্ন , নিচান ।
৩০৯) চাকৰ - গোলাম , সেৱক , দাস , লিগিৰা , ।
৩১০) চজিনা - শোভাঞ্জন ।
৩১১) চৰাইঘৰ - চৰাইখানা
৩১২) চক্ৰান্ত - কু - মন্ত্ৰনা , ষড়যন্ত্ৰ , কু - চক্ৰ
৩১৩) চম্পা - হেমপুষ্প , চম্পাফুল ।
৩১৪) চতুৰ - ফুটিয়াল , ধূৰ্ত , টেঙৰ ।
৩১৫) চিন্তন - মনন , ভাৱন ।
৩১৬) চেকা - দাগ , চেক ।
৩১৭) চোৰ - কুম্ভিলক , তস্কৰ ।
৩১৮) চোকা - তীক্ষ্ণ
৩১৯) চুক - কোণ ।
৩২০) চোকা - প্ৰৱল , তীব্ৰ , তীক্ষ্ণ ।
৩২১) চেলু - অজুহাত , অচিলা ।
৩২২) চুলিকোছা - কেশকলাপ , কেশৰাজি ।
৩২৩) চেঁচাপানী - ঠাণ্ডাপানী , শীতলপানী ।
৩২৪) চোকোৰা - নিকৰ ।
৩২৫) চেলাউৰি - ভ্ৰ ।
৩২৬) চুবুৰী - চোবা ।
৩২৭) চফ - গোৱামৰি ।
৩২৮) চকুৰ পৰ্দা - ৰেটিনা
৩২৯) চুঁচি - মাজি - চুঁচি - পাচি ।
৩৩০) চোটোকা - প্ৰতিফল ।
৩৩১) চিৰকালীন - চিৰন্তন , চিৰযুগীয়া , চিৰস্থায়ী ।
৩৩২) চুৰট - চিগাৰেট ।
৩৩৩) চৌকাষ - চাৰিওফাল ।
৩৩৪) চাকনৈয়া - পাক ।
৩৩৫) চাবুক - চমটা ।
৩৩৬) চলচলীয়া - ঢুলঢুলীয়া ।
৩৩৭) চিটকাৰ - আৰ্তনাদ ।
৩৩৮) চাৰিঠেঙীয়া - চতুষ্পদ ।
৩৩৯) চামচেলেকুৱা - চামচেলুকা ।
৩৪০) চকা - চক্ৰ ।
৩৪১) চহা - স্বাক্ষৰ ।
৩৪২) চন্দ্ৰালোকিত - জ্যোতস্নাপ্লাৱিত ।
৩৪৩) চকুৰ পতা - নেত্ৰচ্ছদ ।
৩৪৪) চকু - নেত্ৰ , নয়ন ।
৩৪৫) চাকৈ - চকুৱা - চক্ৰৱাক ।
৩৪৬) চিৰস্থায়ীতা - চিৰস্থায়িত্ব ।
৩৪৭) চতুভুৰ্জ - চতুষ্ক ।
ছা
৩৪৮) ছাঁ - ছায়া ।
৩৪৯) ছবি - চিত্ৰ , পট ।
৩৫০) ছাত্ৰ - বিদ্যাৰ্থী , শিষ্য ।
৩৫১) ছাগলী - শিৱাপ্ৰিয় , ছাগল ।
৩৫২) ছটফটনি - ধৰফৰণি ।
৩৫৩) ছেঁই - ছিৰা ।
৩৫৪) ছপাশাল - ছপাখানা ।
৩৫৫) ছাই - ভষ্ম ।
৩৫৬) ছাল - চামৰা ।
৩৫৭) ছপাযন্ত্ৰ - ছপাকল ।
৩৫৮) ছাতি - ছত্ৰ ।
৩৫৯) ছলন - বঞ্চন ।
৩৬০) ছাউনী - শিবিৰ ।
৩৬১) ছা - ছলি - পুত্ৰ - পুত্ৰী , ল'ৰা - ছোৱালী ।
৩৬২) ছমহীয়া - ষান্মাষিক
জ
৩৬৩) জমিদাৰ - মাটিগিৰী ।
৩৬৪) জন্তু - পশু ।
৩৬৫) জলকেলী - জলবিহাৰ ।
৩৬৬) জলশূণ্য - শুকান , জলহীন ।
৩৬৭) জগৰ - দায় , দোষ ।
৩৬৮) জন্মভূমি - মাতৃভূমি , দেশমাতৃ , জনমভূমি , স্বদেশ , জন্মস্থান ।
৩৬৯) জংঘল - হাবি , অৰণ্য , বনভূমি , বনাঞ্চল ।
৩৭০) জৰিয়তে - যোগেদি , দ্বাৰা , হতুৱাই , যোগেৰে ।
৩৭১) জনবাস - জনবসতি, জনপদ , লোকবসতি ।
৩৭২) জলকীয়া - মৰিচ ।
৩৭৩) জলপান - লঘু আহাৰ ।
৩৭৪) জাম - জামুক , জামু ।
৩৭৫) জ্যামিতী - ক্ষেত্ৰগণিত ।
৩৭৬) জীৱনী - জীৱন কাহিনী ।
৩৭৭) জ্ঞানী - পণ্ডিত , বিদ্বান , অভিজ্ঞ ।
৩৭৮)জুই - অনল , অগ্নি ।
৩৭৯) জুলীয়া - পনীয়া , তৰল ।
৩৮০) জোৱাই - জামাই ।
৩৮১) জাকৈ - জকাই ।
৩৮২) জেঠী - লণ্ডিক ।
৩৮৩) জোক - জলৌকা ।
৩৮৪) জুইশাল - অগ্নিশাল
৩৮৫) জড় - নীৰ্জিৱ , জীৱহীন , প্ৰাণহীন ।
৩৮৬) জাঁজি - জাজৰি ।
৩৮৭) জিৰণী - অৱসৰ , বিশ্ৰাম ।
৩৮৮) জবকা - খাবনি
৩৮৯) জৰিমনা - অৰ্থদণ্ড ।
৩৯০)জলফাই - বেলফৈ ।
৩৯১) জৰুৰ - জৰুল ।
৩৯২) জনশ্ৰুতি - কিংবদন্তি ।
৩৯৩) জলজ - নীৰজ ।
৩৯৪) জয়াল - জয়াৰ ।
৩৯৫) জোনাকী পৰুৱা - প্ৰভাকীট ।
৪০০) জ্বলন - পোৰণ
৪০১) জোৰণ - তেলৰ ভাৰ ।
৪০২) জাতক্ৰিয়া - জাতকৃত ।
৪০৩) জহাধআন - ভোগধান ।
৪০৪) জীয়াতু - কস্তুৰী ।
৪০৫) জোনাক - চন্দ্ৰিকা ।
৪০৬) জেঠো - জেঠপেহা
৪০৭) জীৱিত - জীৱন্ত ।
৪০৮) জহামাল - জিনাৰ ।
৪০৯) জয়মালা - বিজয়মালা ।
৪১০) জ্ঞান - প্ৰজ্ঞা ।
৪১১) জমক - তঁক , জঁক ।
৪১২) জন্ম - জনম ।
৪১৩) জলকুঁৱৰী - জলপৰী ।
৪১৪) জাঁপ - লাফ ।
৪১৫) জিভা - ৰসনা ।
৪১৬) জাক - পাল ।
৪১৭) জেপলুৰুকা - জেপকটা ।
৪১৮) জ্যোতিৰ্বিদ্যা - জ্যোতিৰ্বিজ্ঞানী ।
৪১৯) জুইশলা - দিয়াচলাই
৪২০) জাগতিক - লৌকিক ।
৪২১) জহাচাউল - ভোগচাউল ।
৪২২) জুমুঠি - জুমুধি ।
ঝ
৪২৩) ঝাৰু - বাঢ়নী ।
৪২৪) ঝংকাৰ - জনজননি ।
ট
৪২৫) টকা - বিত্ত ।
৪২৬) টোপনি - নিদ্ৰা ।
৪২৭) টিন - ৰাং ।
৪২৮) টাৰু - পামগিৰী ।
৪২৯) টাঙোন - টাকোন।
৪৩০) টোণ- তুণীৰ ।
৪৩১) টপৰাই - বেগেতে ।
৪৩২) টেবুল - মেজ ।
৪৩৩) টীকা - টিপ্পনী ।
৪৩৪) টলকতে - পলকতে ।
৪৩৫) টেঙৰ - ধূৰ্ত , চতুৰ ।
৪৩৬) টোপনি গধুৰা - টোপনিৰহীয়া ।
৪৩৭) টিং - শৃংগ ।
৪৩৮) টকলা - তপামূৰা , তপা ।
৪৩৯) টেলিফোন - ফোন ।
৪৪০) টুকুৰা - ডোখৰ , অংশ ।
৪৪১) টানি - মানি - কোনোমতে ।
৪৪২) টকলা - লঠঙা ।
৪৪৩) টকৌ - টকয়া ।
৪৪৪) টেঙেচী - চাঙেৰী ।
৪৪৫) টেলিগ্ৰাম - বিজুলী বাৰ্তা ।
ঠ
৪৪৬) ঠেকা - ঢোকা ।
৪৪৭) ঠাই - স্থান , জেগা ।
৪৪৮) ঠাৱৰ - নিশ্চয় , থিৰাং ।
৪৪৯) ঠোঁট - তুণ্ড ।
৪৫০) ঠগ - টেটোন ।
৪৫১) ঠিকনা - পৰিচয় ।
৪৫২)ঠেৰুছিগা - নিঠৰুৱা ।
৪৫৩) ঠাল - ডাল , ঠেঙুলি ।
৪৫৪) ঠিলা - সোপা ।
৪৫৬) ঠাট্টা - ইতিকিং ।
৪৫৭) ঠেহ - অভিমান ।
৪৫৮) ঠগা - ঠগি .
৪৫৯) ঠেঙা - লংপেন্ট ।
৪৬০) ঠৰঙা - ঠেৰেঙা ।
ড
৪৬১) ডাইনী - ডাকিনী ।
৪৬২) ডালিম - কুচফল ।
৪৬৩) ডকাইত - ডাকু ।
৪৬৪) ডনিকনা - ডঁৰিকনা ।
৪৬৫) ডাঠ - ঘন ।
৪৬৬) ডেউকা - ডৌকা ।
৪৬৭) ডাকোৱাল - ডাকৱালা ।
৪৬৮) ডাক্তৰ - চিকিটসক ।
৪৬৯) ডিঙি - গল ।
৪৭০) ডাংবৰলা - ডালডঙুৱা ।
৪৭১) ডেকা - যুৱক ।
৪৭২) ডাকঘৰ - পোষ্ট অফিচ ।
৪৭৩) ডাঠি - খাতাংকৈ ।
৪৭৪) ডায়েৰী - দিনলিপি ।
৪৭৫) ডাল - বিটপ ।
৪৭৬) ডাঁহেচীয়া - ডঁহচীয়া ।
৪৭৭) ডগমগ - জকমক ।
ঢ
৪৭৮) ঢৌ - তৰংগ ।
৪৭৯) ঢকুৱা - ঢকুনা ।
৪৮০) ঢুলুকি - ঢোলোক ।
৪৮১) ঢৰা - ঢাৰি ।
৪৮২) ঢেলা - চেপা ।
৪৮৩) ঢকা - ঢমকা - ঢকা - চমকা ।
৪৮৪) ঢাকনী - ঢাকোন ।
ত
৪৮৫) তৰপ - খলপা ।
৪৮৬) তপ - তপস্যা ।
৪৮৭) তিৰস্কাৰক - ভৰ্তসক ।
৪৮৮) তৰা - নক্ষত্ৰ ।
৪৮৯) তিয়নি - কাছুটি ।
৪৯০) তুলনা - ৰিজনী ।
৪৯১) তাবিজ - ৰক্ষাকৱচ ।
৪৯২) তিতা - ভিজা ।
৪৯৩) তীখা - ইস্পাত ।
৪৯৪) তঙাল - তমাল ।
৪৯৫) তদাৰক - চোৱাচিতা ।
৪৯৬) তুলিকা - তুলি ।
৪৯৭) তিৰস্কৃত - নিন্দিত ।
৪৯৮) তামোল - গুৱা ।
৪৯৯) তৰোৱাল - অসি ।
৫০০) তলুৱা - কৰতল ।
৫০১) তম্বু - ডেৰা ।
৫০২) তদনুযায়ী - তদনুসৰি ।
৫০৩) তুমুল - তয়াময়া ।
৫০৪) তবধ - তভক ।
৫০৫) তাগিদা - তাগিদ ।
৫০৬) তথাপি - তেও ।
৫০৭) তেজপিয়া - কোকলোঙা ।
৫০৮) তোলনীয়া পো - দণ্ডকপুত্ৰ ।
৫০৯) তেঁতেলী - অম্লফল ।
৫১০) তিনিমহীয়া - ত্ৰৈমাসিক ।
৫১১) তৰাময় - তাৰকাশোভিত , নক্ষত্ৰদীপ্ত , তৰাবছা , তাৰকাদীপ্ত , নক্ষত্ৰখচিত , তাৰকাখচিত ।
৫১২) তদানীন্তন - তটকালীন , ততকালিক ।
৫১৩) তদন্ত - অন্বেষণ , অনুসন্ধান , অন্বেষা ।
৫১৪) ত্যাগ - বৰ্জন , এৰণ , পৰিত্যাগ ।
৫১৫) তৃষ্ণা - পিয়াস , পিপাসা , তৃষা , পিয়াহ ।
৫১৬) তেজাল - ৰক্তিমা , তেজৰঙা , ৰক্তাভ , ৰক্তবৰ্ণ ।
৫১৭) তাঁতী - তন্তুবায় , জোলা ।
৫১৮) তলিচা - তলচা ।
৫১৯) তলভাগ - নিম্নভাগ , আধোভাগ , তলৰ ভাগ ।
৫২০) তীখৰ - তীখৰু ।
৫২১) তালিকা - সূচী , ফৰ্দ , তপচিল , নিঘৰ্ন্ট , লিষ্টি , নিদৰ্শনী, সাৰণী ।
৫২২) তৰমুজ - খৰমুজা , খৰমুজ , তৰমুজা ।
৫২৩) তপিনা - শ্ৰোণি , জঘন , নিতম্ব , কটিদেশ , তাপলা ।
৫২৪) তুঁহজুই - তুষানল ।
৫২৫) তুষাৰবৃত্ত - হিমাচ্ছন্ন , তুষাৰাচ্ছন্ন , বৰফাবৃত্ত , তুষাৰাচ্ছাবিত্ত ।
৫২৬) তোষামোদ - চাটুক্তি , চাটুবাক্য ।
৫২৭) তেজ - ৰক্ত , শোণিত , অশ্ৰ , ওজঃ
পলক্ষাৰ , ৰস্য , অসৃক , ৰোহিত , ৰক্তক , ৰুধিৰ ।
৫২৮) ত্ৰিজগত - ত্ৰিলোক , ত্ৰিভূবন , ত্ৰৈলোক্য ।
৫২৯) তুলাচনী - দগা - পাল্লা , তৰ্জু , তুলাচালনী , তুল ।
৫৩০) তাম্ৰফলি - তাম্ৰফলক , তাম্ৰপত্ৰ ।
৫৩১) তৰাং - বাম , অগভীৰ , তৰঙুৱা , তৰ ।
৫৩২) তিতা - তিক্ত ।
৫৩৩) তপস্বী - মুনি , তপোধন , যোগী , ঋষি , তাপস ।
৫৩৪) তৰলতা - তাৰল্য , লঘুতা , লঘুত্ব ।
৫৩৫) তুলসী - পৰ্ণাস - ত্ৰিমঞ্জৰি ।
৫৩৬) তলসুৰিয়াকৈ - নিম্নস্বৰে , কোমলকৈ , মিহিকৈ , নিম্নকন্ঠে ।
৫৩৭) তমোঘ্ন - তমোহৰ ।
৫৩৮) তুলী - তোচক ।
৫৩৯) তেজাল - তেজী , তেজস্বী ।
৪৪০) তৃষিত - পিয়াসী , পিপাসিত , পিপাসু , পিপাসী ।
৪৪১) তিলপিঠা - হেঁচাপিঠা , বগাপিঠা , বগলীপিঠা ।
৪৪২) তবলা - ডুগি ডাইনা ।
৪৪৩) তৃপ্তিদায়ক - সোৱাদদায়ক , তৃপ্তিকৰ , তৃপ্তিজনক , তৃপ্তিকাৰক ।
৪৪৪) তৰাআলু - পাটিদৈআলু ।
৪৪৫) তৃষ্ণাতুৰ - পিপাসাৰ্ত , তৃষ্ণাৰ্ত , তৃষাৰ্ত ।
থ
৪৪৬) থোপ - থোপা , থুুপি ।
৪৪৭) থলুৱা - মাহচৈয়া , খিলঞ্জীয়া , স্থানীয় , ভূমিপত্ৰ ।
৪৪৮) থুঁতৰি - থোঁতোৰা ।
৪৪৯) থুনপাক - ধুনুপাক ।
৪৫০) থিৰ - থিৰ - দৃঢ় , স্থিৰ , গতিহীন ।
৪৫১) থোক - থোকা , থুকি ।
৪৫২) থিয় - উলম্ব ।
৪৫৩) থু - সেপ , থুই , থুতকুৰি ।
৪৫৪) দবা - শতৰঞ্
