অসমৰ কুইজ Assam GK Quiz in Assamese 2021

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021-

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021
অসমৰ কুইজ



General knowledge question and answer in Assamese Assam Quiz GK for competitive exams সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ- অসমৰ কুইজ

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কোনে প্রথমে প্রাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল? 

উঃ দানৱ বংশৰ ৰজা মহীৰঙ্গ দানৱে।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ জাতীয় সঙ্গীত কি? 

উঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা “অ’ মােৰ আপােনাৰ দেশ”। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ প্রধান কৃষিজাত উৎপন্ন বস্তু কি কি? 

উঃ ধান, চাহ, মাহ, সৰিয়হ, মৰাপাট, কপাহ, কুঁহিয়াৰ আদি। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ প্রধান-প্রধান বনজ সম্পদ কি কি? 

উঃ শাল, চেগুন, নাহৰ, সােণাৰু, বনচোম, আজাৰ, শলখ, বাঁহ-বেত, হাতী, গড়, হৰিণা আদি। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমত কেইটা ৰাষ্ট্ৰীয় পথ আছে? 

উঃ তিনিটা। ৩১ নং ৩৭ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় পথ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ সহযােগী ৰাজ্যিক ভাষা দুটা কি কি?

উঃ বঙালী আৰু বড়াে। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: মুছলমানসকলে প্রথমে কেতিয়া অসম আক্ৰমণ কৰিছিল? 

উঃ ইং ১২০৬ চনত।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: ছশ বছৰ অসমত ৰাজত্ব কৰা আহােমসকলৰ প্ৰথম আৰু শেষ ৰজা দুজনৰ নাম কি কি? 

উঃ প্রথম– চুকাফা আৰু শেষ— পুৰন্দৰ সিংহ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: আহােমসকলে প্রথমে আৰু শেষত ৰাজধানী ক’ত ক’ত পাতিছিল? 

উঃ প্রথম-চৰাইদেউত আৰু শেষত-ৰংপুৰত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসম কেতিয়া আৰু কেনেকৈ ইংৰাজৰ হাতলৈ গৈছিল? 

উঃ ১৮২৬ চনত, ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ আমােলত হৈছিল? 

উঃ ইং ১৬৭১ চনত। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ মাটি পােনপ্রথমে কোনে জৰীপ কৰাইছিল? 

উঃ স্বৰ্গদেউ গদাধৰ সিংহই। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল? 

উঃ মহাৰাজ বিশ্ব সিংহই। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কোন আহােম ৰজাক ইংৰাজে বন্দী কৰি নি কলিকতাৰ আলিপুৰ জেলত ৰাখিছিল? 

উঃ পুৰন্দৰ সিংহক। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কোচৰজা নৰনাৰায়ণৰ সেনাপতিৰ নাম কি? 

উঃ চিলাৰায়। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: বাণ ৰজাই ক'ত ৰাজত্ব কৰিছিল? 

উঃ শােণিতপুৰত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: বাণ ৰজাৰ জীয়েকৰ নাম কি? 

উঃ উষা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল? 

উঃ বিদর্ভ ৰাজ্যত। তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: ঘটোৎকোচ কোন ৰাজ্যৰ অধিবাসী আছিল? 

উঃ হিড়িম্বাপুৰ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমত সৰ্বমুঠ কেইখন চাহবাগিচা আছে? 

উঃ ৮৫৪ খন। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্ৰ: অসমৰ জলপথত কেতিয়াৰপৰা জাহাজ চলাচল আৰম্ভ হয়? 

উঃ ইং ১৮৪৭ চনৰপৰা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্ৰ: অসমত কেতিয়াৰপৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়? 

উঃ ইং ১৮৮২ চনৰ মে’ মাহৰ ১ তাৰিখৰপৰা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমত টেলিগ্রাফ সেৱা কেতিয়া প্ৰৱর্তন হয়? 

উঃ ইং ১৮৬৬ চনৰপৰা।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অমৃতপ্ৰভা কোন? তেওঁক কোনে বিয়া কৰাইছিল? 

উঃ কামৰূপৰ ৰজা বলবৰ্মনৰ জীয়েক। তেওঁক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: মােগল সম্রাট আওৰংজেৱৰ পুতেক আজমই বিয়া কৰােৱা আহােম কুঁৱৰীগৰাকীৰ নাম কি? 

উঃ ৰমণী গাভৰু। বিয়াৰ পিছত তেওঁ নাম লৈছিল ‘বেগম ৰহমৎ বাণু'। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ পঢ়াশালী আৰু আদালতত কেতিয়াৰপৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল? 

উঃ ইং ১৮৭১ চনত। গৱৰ্ণৰ কেম্বেলৰ আমােলত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কোনে আৰু কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰে? 

উঃ চি এ ব্ৰুচ চাহাবে ইং ১৮২৩ চনত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমত প্ৰথমটো তেল শােধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হয়? 

উঃ ইং ১৯০১ চনত, ডিগবৈত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্ৰ: অসমত স্থাপিত প্রথম কলেজখনৰ নাম কি? 

উঃ কটন কলেজ (ইং ১৯০১ চনত স্থাপিত)।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: আমাৰ ৰাজ্যখনৰ নাম কি? 

উঃ অসম। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ পুৰণি নাম কি? 

উঃ কামৰূপ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: পুৰণি কামৰূপৰ ৰাজধানীৰ নাম কি আছিল? 

উঃ প্রাগজ্যোতিষপুৰ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: আমাৰ ৰাজ্যখনৰ নাম অসম কেনেকৈ হ'ল? 

উঃ এই সম্পর্কে দুটা মত আছে- (১) আহােমসকলে ইয়াত ছশ। বছৰ ৰাজত্ব কৰা কাৰণে ৰাজ্যখনৰ নাম অসম হৈছে। 

(২) ৰাজ্যখনৰ ভৌগােলিক পৰিৱেশ অসমান, বহুতাে নদ-নদী আৰু পাহাৰ-পর্বতেৰে ভৰা, খলা-বমা হােৱা কাৰণে ৰাজ্যখনৰ নাম অসম হৈছে। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: বর্তমান অসমৰ ৰাজধানী কি? 

উঃ দিছপুৰ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ ৰাজ্যভাষা কি? 

উঃ অসমীয়া। বড়াে আৰু বঙালী সহযােগী ভাষা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ ভৌগােলিক অৱস্থান কি? 

উঃ অসমৰাজ্য ভাৰতবৰ্ষৰ পূব-প্রান্তত অৱস্থিত। ই ৯০° পূর্ব দ্রাঘিমাৰ পৰা ৯৫° পূর্ব দ্রাঘিমালৈ আৰু ২৪° উত্তৰ অক্ষাংশৰ পৰা ২৮° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: প্রাগজ্যোতিষ নামৰ ইতিবৃত্ত কি?

উ:‘প্রাক্' মানে আগৰ বা পূবৰ আৰু 'জ্যোতিষ’ মানে গ্রহ-নক্ষত্র আদিৰ গণনা-কাৰ্য। অতীজত গ্রহ-নক্ষত্র আদিৰ গণনা-কার্যত ভাৰতবৰ্ষৰ এই পূবৰ ৰাজ্যখন প্রখ্যাত আছিল আৰু সেই কাৰণেই এই ৰাজ্যখনৰ নাম ‘প্রাগজ্যোতিষ’ আৰু ৰাজধানীৰ নাম ‘প্রাগজ্যোতিষপুৰ হয়। বর্তমান গুৱাহাটী নগৰখনেই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কামৰূপ নামৰ ইতিবৃত্ত কি? 

উঃ পৌৰাণিক আখ্যান মতে এসময়ত মহাদেৱৰ তপস্যা ভঙ্গ কৰাৰ অপৰাধত মহাদেৱৰ ক্রোধাগ্নিত কামদেৱ ভস্মীভূত হ’ল। কামদেৱৰ পত্নী ৰতিদেৱীৰ আৰাধনাত মহাদেৱ সন্তুষ্ট হৈ কামদেৱক পুনঃ জীৱন দান দিলে। কামদেৱে পুনঃ ৰূপ পােৱা কাৰণেই এই ৰাজ্যখনৰ নাম 'কামৰূপ’ হ’ল। 


অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 

প্র: কামৰূপৰ আদি ৰজা কোন্ আছিল? 

উঃ দানৱ বংশৰ ৰজা—মহীঙ্গ দানৱ। তাৰ পিছত অসুৰ বংশৰ ৰজাসকলে ৰাজত্ব কৰে। তেওঁলােকৰ ভিতৰত - হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত আদিয়েই প্রধান। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: মহাভাৰতত উল্লেখ থকা অসমীয়া ৰজাজন কোন? 

উঃ কামৰূপৰ ৰজা ভগদত্ত। কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই কৌৰৱপৰ হৈ যুঁজিছিল; কাৰণ ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰাজ দুৰ্য্যোধনে বিয়া কৰাইছিল। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: পুৰণি কামৰূপ ৰাজ্যক কেইভাগত ভগােৱা হৈছিল? 

উঃ চাৰি ভাগত (১) ৰত্নপীঠ, (২) কামপীঠ, (৩) সুৱর্ণ পীঠ আৰু (৪) সৌমাৰ পীঠ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: শােণিতপুৰ ক'ত? 

উঃ আজিকালিৰ তেজপুৰ নগৰেই এসময়ত ‘শােণিতপুৰ' নামেৰে প্রখ্যাত আছিল। এই শােণিতপুৰতেই বাণৰজা নামেৰে দৈত্যবংশীয় ৰজা এজনে ৰাজত্ব কৰিছিল আৰু তেওঁৰেই জীয়েক উষাদেৱীক দ্বাৰকাৰ (বর্তমান গুজৰাট ৰাজ্যৰ ওচৰত) ৰজা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: বিদর্ভ ৰাজ্য কত? 

উঃ বর্তমান শদিয়াৰ ওচৰতেই বিদর্ভ ৰাজ্য আছিল। বিদৰ্ভৰ ৰাজকন্যা ৰুক্মিণীদেৱীক দ্বাৰকাৰ ৰজা শ্রীকৃষ্ণই বিয়া কৰাইছিল। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: হিড়িম্বাপুৰ ক'ত? 

উঃ আজিকালিৰ ডিমাপুৰৰ (বর্তমান নগাভূমিৰ অন্তৰ্গত) ওচৰতেই হিড়িম্বাপুৰ ৰাজ্য আছিল। এই ৰাজ্যৰ ৰজা হিড়িম্বৰ ভনীয়েক হিড়িম্বাক দ্বিতীয় পাণ্ডৱ ভীমে বিয়া কৰাইছিল। এওঁলােকৰ পুত্ৰ ঘটোৎকচ কুৰুক্ষেত্ৰৰ ৰণত পাণ্ডৱৰ হৈ মহাপৰাক্ৰমেৰে যুঁজি কৰ্ণৰ হাতত নিহত হৈছিল। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কোঁচ ৰাজ্যৰ প্রতিষ্ঠাতা কোন আৰু কোঁচ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? 

উঃ মহাৰাজ বিশ্বসিংহ। কোঁচ ৰাজ্যৰ ৰাজধানীৰ নাম ‘কোচবিহাৰ’ (বৰ্তমান পশ্চিমবঙ্গত)। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: নৰনাৰায়ণ কোন আছিল? 

উঃ মহাৰাজ বিশ্বসিংহৰ পুতেক। নৰনাৰায়ণ কোঁচ বংশৰ শ্ৰেষ্ঠ আৰু প্ৰতাপী ৰজা আছিল। তেওঁৰ পূৰ্বৰ নাম আছিল মল্লদেৱ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: চিলাৰায় কোন আছিল? 

উঃ চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ ভায়েক আৰু তেওঁৰ প্রধান সেনাপতি আছিল। এওঁৰ পূৰ্বৰ নাম আছিল শুক্ৰধ্বজ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: কছাৰী ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজা কোন আছিল? 

উঃ ৰজা শত্রুদমন। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021  


প্র: কছাৰীসকলৰ ইতিবৃত্ত কি? 

উঃ কছাৰীসকল অসমৰ আদি বাসিন্দা। এওঁলােক দ্বিতীয় পাণ্ডৱ ভীমৰ পুত্র ঘটোৎকচৰ বংশধৰ বুলি চিনাকি দিয়ে। এওঁলােকৰ ধাৰণা যে কছাৰী জাতিৰ নামৰ পৰাই কাছাৰ জিলাৰ নাম হৈছে। এওঁ লোক বড়ো বুলিও জনাজাত। কোচঁ, চুতিয়া, লালুং, ৰাভা আদি বড়ো কছাৰী জাতিৰ বিভিন্ন ঠাল। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: প্রাচীন কামৰূপক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছিল? 

উঃ চাৰিটা। (১) ৰত্নপীঠ, (২) কামপীঠ, (৩) সুৱর্ণপীঠ আৰু (৪) সৌমাৰ পীঠ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ বুৰঞ্জী সর্বপ্রথমে কোন সম্প্রদায়ে লিখে? 

উঃ আহােমসকলে। 


অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 

প্র: আহােমসকল কেতিয়া অসমলৈ আহিছিল ? 

উঃ ইং ১২২৮ চনত। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমৰ চাৰিসীমা কি? 

উঃ উত্তৰত- ভূটান আৰু অৰুণাচল প্রদেশ; 

পূর্বত- অৰুণাচল প্রদেশ, নগাৰাজ্য; 

দক্ষিণত- নগাৰাজ্য, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা 

আৰু মেঘালয় ৰাজ্য; 

পশ্চিমত- বাংলাদেশ আৰু পশ্চিমবংগ ৰাজ্য।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমীয়া চুটিগল্পৰ জনক কোন? 

উঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: ডাক টিকটত ছবি প্রকাশ হােৱা প্ৰথম অসমীয়া সাহিত্যিক কোন? 

উঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: প্রথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন? 

উঃ পদ্মনাথ গােহাঞি বৰুৱা। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021  


প্র: অসমীয়া ভাষাত কোনে প্রথম চিকাৰ কাহিনী ৰচনা কৰে? 

উঃ দেশভক্ত তৰুণৰাম ফুকনে। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস কি? 

উঃ পদ্মনাথ গােহাঞি বৰুৱাৰ 'ভানুমতী'। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমীয়া ভাষাত প্রকাশিত (পুথিৰ আকাৰত ছপা হােৱা) প্রথম উপন্যাস কি ? 

উঃ পদ্মনাথ গােহাঞি বৰুৱাৰ 'লাহৰী' (১৮৯২)। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: জনজাতীয় জীৱনৰ ওপৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি? 

উঃ ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: প্রথম অসমীয়া চৰিত পুথিৰ লেখক কোন? 

উঃ দৈত্যাৰি ঠাকুৰ। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি? 

উঃ চৈয়দ আব্দুল মালিক ৰচিত ‘ধন্য তনু ভাল'। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমীয়া ভাষাত প্ৰচাৰ হােৱা প্রথম অনার্তাৰ নাটখনৰ নাম কি? 

উঃ কলিকতা অনাতাঁৰ কেন্দ্ৰৰপৰা প্ৰচাৰ হােৱা প্রফুল্ল চন্দ্ৰ বৰুৱা ৰচিত বীণ বৈৰাগী। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমীয়া ভাষাৰ প্রথম ৰেকৰ্ড নাটিকাখনিৰ নাম কি? 

উঃ মিত্ৰদেৱ মহন্ত ৰচিত ৰুক্মিণী হৰণ। 


অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 

প্র: কথাছবি নির্মাণ হােৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? 

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী'। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন? 

উঃ অলিভাৰ টি. কট্টৰ (আমেৰিকাৰ ব্যাপ্টিষ্ট মিছনাৰী)। 

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 



প্র: অসমীয়া ভাষাত প্রকাশিত প্রথম আলােচনীখনৰ নাম কি? 

উঃ ইং ১৮৪৬ চনত প্রকাশিত ‘অৰুণােদই'।

অসম কুইজ অসমীয়া কুইজ Assam GK Quiz in Assamese 2021 


প্র: অসমীয়া ভাষাৰ প্রথম ব্যাকৰণ লেখক কোন? 

উঃ উইলিয়াম ৰবিন। 




প্র: অসমীয়া ভাষাৰ প্রথম অভিধান ৰচক কোন? 

উঃ মাইল ব্রনচন। 




প্র: অসমত প্রথমে কোনে আৰু কেতিয়া ছপাশাল স্থাপন কৰে? 

উঃ ইং ১৮৪০ চনত আমেৰিকান মিছনাৰীসকলে শিৱসাগৰত স্থাপন কৰে। 




প্র: “অৰুণােদই যুগ’ৰ খ্রীষ্টিয়ান লেখকসকলৰ নাম কি কি? 

উঃ ডাঃ নাথান ব্রাউন, ডাঃ মাইল ব্রনচন, এ. কে. গাণি, নিধিৰাম ফাৰৱেল, মিচেচ ৰাষ্ট্র, মিচেচ কট্টৰ আৰু মিচেচ গার্ণি। 




প্র: অসমীয়া ভাষাত সর্বপ্রথমে ছপা হােৱা বুৰঞ্জীখনৰ নাম কি? 

উঃ ৰাধানাথ বৰুৱা আৰু কাশীৰাম তামুলী ফুকন ৰচিত -“অসম বুৰঞ্জী”। 




প্র: ভগদত্ত কোন? 

উঃ মহাভাৰত প্রসিদ্ধ কামৰূপৰ ৰজা নৰকাসুৰৰ পুতেক। 




প্র: ভানুমতী কোন? 

উঃ কামৰূপৰ ৰজা ভগদত্তৰ জীয়েক আৰু জ্যেষ্ঠ কৌৰৱ দুর্যোধনৰ পত্নী। 




প্র: আহােমসকলৰ সৰ্বশ্রেষ্ঠ ৰজা কোন? 

উঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহ। 




প্র: আহােম ৰাজত্বৰ পতনৰ কাৰণ কি? 

উঃ গৃহকন্দল। 




প্র: সতী জয়মতী কোন আছিল? 

উঃ গদাপানি বা গদাধৰ সিংহৰ ভার্যা। 




প্র: কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰে? 

উঃ ল’ৰাৰজা চুলিকফাৰ শাসনকালত, জেৰেঙা পথাৰত। 




প্র: কাৰ শাসনকালত বদন বৰফুকনে অসমলৈ মান আনিছিল? 

উঃ স্বৰ্গদেউ চন্দ্রকান্ত সিংহৰ দিনত।




প্র: আহােমসকল ক'ৰপৰা আহিছিল? 

উঃ থাইলেণ্ড বা শ্যাম দেশৰপৰা।




প্র: পৰাধীন অসমৰ শেষ আৰু স্বাধীন ভাৰতৰ অৰাজ্য অসমৰ প্রথম গৱৰ্ণৰ কোন আছিল? 

উঃ ছাৰ আকবৰ হায়দী। 




প্র: অসমৰ প্রথম গ্রেজুৱেট কোন? 

উঃ আনন্দৰাম বৰুৱা। 




প্র: অসমৰ প্রথম মহিলা গ্রেজুৱেট কোন? 

উঃ সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা। 




প্র: উজনি অসমৰ প্রথম গ্রেজুৱেট কোন? 

উঃ বি এ জগন্নাথ বৰুৱা। 




প্র: কোন অসমীয়াই প্রথমে পি এইচ ডি লাভ কৰে? 

উঃ ড° মইদুল ইছলাম বৰা।




প্র: প্রথম অসমীয়া চিভিলিয়ান কোন? 

উঃ আনন্দৰাম বৰুৱা। 




প্র: প্রথম অসমীয়া বিলাত যাত্রী কোন? 

উঃ আনন্দৰাম ঢেকিয়াল ফুকন। 




প্র: প্রথম অসমীয়া চাহ খেতিয়ক কোন? 

উঃ বি এ জগন্নাথ বৰুৱা। 




প্র: কোন কোন অসমীয়াই প্রথমে মেডিকেল ছাৰ্ভিচ পৰীক্ষা পাছ কৰে? 

উঃ কর্ণেল জালনুৰ আলি আহমেদ আৰু কর্ণেল শিৱৰাম বৰা। 




প্র: কোন অসমীয়াই প্রথমে চিকিৎসাবিজ্ঞান অধ্যয়নৰ বাবে বিলাতলৈ গৈছিল? 

উঃ ডাঃ আওৰ চাহ। 




প্র: ব্রিটিছ আমােলত প্রথম অসমীয়া একজিকিউটিভ কোন আছিল? 

উঃ আব্দুল মজিদ। 




প্র: কোন অসমীয়াই প্রথমে বিলাতৰপৰা ইঞ্জিনিয়াৰিঙৰ উপাধি লাভ কৰে? 

উঃ বালিনাৰায়ণ বৰা। 




প্র: প্রথম অসমীয়া গদ্য লেখক কোন? 

উঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য)।




প্র: প্রথম অসমীয়া উপাচার্য কোন? 

উঃ কৃষ্ণকান্ত সন্দিকৈ। 




প্র: প্রথম অসমীয়া ৰাজ্যপাল কোন? 

উঃ বিষ্ণুৰাম মেধি। 




প্র: প্রথম অসমীয়া ৰাষ্ট্রপতি কোন? 

উঃ ফকৰুদ্দিন আলী আহমেদ। 




প্র: কোন অসমীয়াই প্রথমে কথাছবি নির্মাণ কৰে? 

উঃ জ্যোতিপ্ৰসাদ আগৰৱালা। 




প্র: কলেজ অধ্যক্ষ হােৱা প্ৰথম অসমীয়া মহিলা কোন? 

উঃ ৰাজবালা দাস।




প্র: সর্বপ্রথম অসমীয়া ছপাপুথিখনৰ নাম কি? 

উঃ- অসমীয়া বাইবেল। 




প্র: সর্বপ্রথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? 

উঃ- ইং ১৯৪৬ চনত শিৱসাগৰৰ পৰা মিচনেৰীসকলে প্ৰকাশ কৰা অৰুণােদয় (অৰুণােদই)। 




প্র: অসম সাহিত্য সভাৰ দ্বাৰা পুৰস্কৃত প্রথম অসমীয়া নাটকনিৰ নাম কি? 

উঃ হেমেন বৰঠাকুৰ ৰচিত “বাঘ”। 




প্র: অসমীয়া সাহিত্যত কথা-কবিতাৰ প্রৱর্তক কোন? 

উঃ যতীন্দ্রনাথ দুৱৰা। 





প্র: কোন অসমীয়া সাহিত্যিকক ইং ১৯৯৫ চনৰ কমল কুমাৰী বঁটা প্রদান কৰা হয়? 

উঃ- মামণি ৰয়চম গােস্বামী। 





প্র: কোনে প্রথমে অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে? 

উঃ- ইং ১৮৫০ চনত ‘এলিজা ব্রাউনে। 






প্র: “অসমীয়া ভাষা উন্নতি সাধিনীৰ” প্রথম অধিৱেশন ক'ত আৰু কেতিয়া হৈছিল? 

উঃ- ৬৭ নং মির্জাপুৰ ষ্ট্রীট (বর্তমান সূর্যসেন ষ্ট্রীট), কলিকতা- ৯ত ইং ১৮৮৮ চনৰ ২৫ আগষ্টত।  






প্র: অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী কেতিয়া প্রকাশ হয়? 

উঃ- দেৱেন্দ্ৰনাথ বেজবৰুৱাৰ “অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী” ইং ১৯১২ চনত প্রকাশ হয়। 






প্র: জ্ঞানপীঠ বঁটা লাভ কৰা একমাত্র অসমীয়া সাহিত্যিকজনৰ নাম কি? 

উঃ- ড° 'বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য। 





প্র: অসম সাহিত্য সভাৰ প্রথম অধিৱেশনত কোনে সভাপতিত্ব কৰে? 

উঃ পদ্মনাথ গােহাঞি বৰুৱা। 





প্র: সাহিত্য অকাডেমীৰ ইং ১৯৮৯ চনৰ শ্রেষ্ঠতম বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি? 

উঃ- ডঃ হীৰেন গােহাঁই। 





প্র: কোন অসমীয়া সাহিত্যিকক প্রাচ্য-পণ্ডিত বােলা হয়? 

উঃ- ড° মহেশ্বৰ নেওগ। 





প্র: অসম সাহিত্য সভাৰ সােণালী জয়ন্তী অধিৱেশন ক’ত আৰু কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল? 

উঃ- ইং ১৯৮৩ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত বঙাইগাঁৱত অনুষ্ঠিত হয়। 





প্র: অসমৰ জাতীয় সঙ্গীত কোনে ৰচনা কৰিছিল? 

উঃ- সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই।





প্র: সাহিত্য অকাডেমীৰ দ্বাৰা পুৰস্কৃত প্রথম অসমীয়া উপন্যাস আৰু তাৰ লেখক কোন? 

উঃ- “ইয়াৰুইঙ্গম’। লেখক ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য। 





প্র: অসমীয়া নাট্য সাহিত্যৰ জনক কোন? 

উঃ- শ্ৰীমন্ত শঙ্কৰদেৱ। 





প্র: শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰথম বৰগীতটো কি? 

উঃ- “মন মােৰ ৰাম চৰণেহি লাগু”। 





প্র: অ, ভা, উ, সা, মানে কি? 

উঃ- অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা। 





প্র: প্রথম অসমীয়া শিশু আলােচনীখনৰ নাম কি আৰু তাৰ সম্পাদক কোন আছিল? 

উঃ- ইং ১৮৮৮ চনত প্রকাশিত “ল’ৰাবন্ধু। সম্পাদক আছিল “কৰুণাভিৰাম বৰুৱা। 





প্র: প্রথম অসমীয়া বাণীবদ্ধ (ৰেকর্ড) নাটিকা কি? 
উঃ- মিত্ৰদেৱ মহন্তৰ- ৰুক্মিণী হৰণ”। 





প্র: প্রথম অসমীয়া গীতৰ গ্রামােফোন ৰেকৰ্ডখন কি? 

উঃ- “বটাটো আনিয়ে তামােলখন কাটিয়ে”। 





প্র: অসম সাহিত্য সভা পত্রিকা প্রথম সম্পাদক কোন? 

উঃ- চন্দ্ৰধৰ বৰুৱা।





প্র: কথাছবি নির্মাণ হােৱা প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি? 

উঃ কমলেশ্বৰ চলিহা ৰচিত ৰূপহী। 





প্র: প্রথম অসমীয়া ৰহস্য কাহিনীৰ লেখক কোন? 

উঃ কুমুদেশ্বৰ বৰঠাকুৰ





প্র: কোন আহােম ৰজাই প্রথমে হিন্দু ধর্ম গ্রহণ কৰিছিল? 

উঃ স্বৰ্গদেউ প্রতাপ সিংহ। 





প্র: “দেশতকৈ মােমাই ডাঙৰ নহয়” বুলি কোনে আৰু কেতিয়া কৈছিল? 

উঃ শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনে কৈছিল। 





প্র: শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ প্রধান সহকাৰী সেনাপতি কোন আছিল? 

উঃ বাঘ হাজৰিকা। 





প্র: বাঘ হাজৰিকাৰ আচল নাম কি? 

উঃ ইছমাইল চিদ্দিকী। 





প্র: অসম বুৰঞ্জীত গড়গঞা ৰজা বুলি কাক কোৱা হয়? 

উঃ স্বৰ্গদেউ চুক্লেনমুঙক। 





প্র: ইং ১৭৯২ চনত কেপ্তেইন ওৱেলচৰ লগত কিমানজন সশস্ত্র সৈন্য অসমলৈ আহিছিল? 

উঃ ৩৬০ জন। 





প্র: ইং ১৭৯৫ চনত হোৱা দন্দুৱাদ্ৰোহৰ সময়ত কোনে ৰাজত্ব কৰিছিল? 

উঃ কমলেশ্বৰ সিংহ। 





প্র: 'এফিউ ৰিমাকছু অন আচামিজ লেঙ্গুৱেজ’ নামৰ পুথিখনৰ লেখক কোন? 

উঃ আনন্দৰাম ঢেকিয়াল ফুকন। 





প্র: কেতিয়া আৰু ক'ত অসম এগােচিয়েচনৰ প্রথম অধিৱেশন অনুষ্ঠিত হয়? 

উঃ ইং ১৯০৩ চনত, ডিব্ৰুগড়ত। 





প্র: অসম উচ্চতৰ মাধ্যমিক শিক্ষাসংসদ কেতিয়া গঠন কৰা হয়? 

উঃ ইং ১৯৮০ চনত। 





প্র: অসমত বছৰি কিমান চাহ উৎপন্ন হয়? 

উঃ ইং ১৯৯০ চনৰ হিচাপমতে- ৩৭, ৯৮, ৯২০০০ কে.জি.। 





প্র: ব্ৰহ্মপুত্ৰৰ ওপৰত প্রথম দলং 'শৰাইঘাট’ কেতিয়া মুকলি কৰা হৈছিল? 

উঃ ইং ১৯৬২ চনত। 





প্র: পৰৱৰ্তী কালত কোনে কোনে ‘অৰুণােদই 'ৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল? 

উঃ ডাঃ নাথান ব্রাউন, এপলটোন হাও ডেনফোর্থ, ভােৰেণ্ড চেমুৱেল, এম হােৱাইটিং, ডাঃ মাইলচ ব্রনচন, মিচেচ চুচান, মিচেচ ৱার্ড, ভােৰেণ্ড ই ক্লার্ক আৰু ৰেৰেণ্ড এ. কে. গাণী। 





প্র: আহােমসকলৰ শেষ ৰজা কোন? 

উঃ চন্দ্রকান্ত সিংহ। 





প্র: কামাখ্যাদেৱীৰ মঠ-মন্দিৰ আৰু খটখটী কোনে নির্মাণ কৰাইছিল? 

উঃ নৰকাসুৰে। 





প্র: কাৰেং ঘৰ আৰু তলাতল ঘৰ কোন আহােম স্বৰ্গদেউৱে নির্মাণ কৰাইছিল? 

উঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ। 





প্র: ৰংঘৰ কোন আহােম স্বৰ্গদেউৱে নিৰ্মাণ কৰাইছিল? 

উঃ স্বৰ্গদেউ প্রমত্ত সিংহ। 





প্র: অসমীয়া ভাষাৰ বাবে শ্বহীদ হােৱা ব্যক্তিসকল কোন কোন? 

উঃ ৰঞ্জিত বৰপূজাৰী, সূৰ্য বৰা, অনিল বৰা, মােজাম্মিল হক আৰু নৰেন মহন্ত। 





প্র: জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি? 

উঃ ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য।





প্র: “দাদা চাহেব ফাকে’ বঁটা বিজয়ী অসমীয়া কোন? 

উঃ ড° ভূপেন হাজৰিকা।





প্র: কোন অসমীয়াক ‘কলাগুৰু’ বােলা হয়? 

উঃ বিষ্ণুপ্ৰসাদ ৰাভাক। 





প্র: কোন অসমীয়াক ৰূপকোঁৱৰ বােলা হয়? 

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাক। 





প্র: কোন অসমীয়া লােকপ্রিয় নামেৰে খ্যাত? 

উঃ গােপীনাথ বৰদলৈ। 





প্র: কোন অসমীয়া কর্মবীৰ নামেৰে খ্যাত? 

উঃ নবীনচন্দ্ৰ বৰদলৈ। 





প্র: কোন অসমীয়াক ‘দেশভক্ত’ বােলা হয়? 

উঃ তৰুণৰাম ফুকনক। 





প্র: নটসূর্য নামেৰে খ্যাত অসমীয়া গৰাকী কোন? 

উঃ ফণী শর্মা। 





প্র: অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ নামেৰে খ্যাত কোন? 

উঃ আনন্দচন্দ্ৰ আগৰৱালা। 





প্র: 'বিহগী কবি’ বুলিলে কোন অসমীয়া কবিক বুজায়? 

উঃ ৰঘুনাথ চৌধাৰীক। 





প্র: কনকলতা কোন? 

উঃ স্বাধীনতা আন্দোলনত গহপুৰ থানাত শহীদ হােৱা এগৰাকী অসমীয়া বীৰঙ্গণা। 





প্র: ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি হােৱা দেৱকান্ত বৰুৱাৰ একমাত্র কবিতা পুথিখনৰ নাম কি? 

উঃ সাগৰ দেখিছা। 





প্র: চকৰী ফেটী বুৰঞ্জীৰ ৰচক কোন? 

উঃ নুমলী বৰগোঁহাই। 





প্র: অসমীয়া ৰােমাণ্টিক সাহিত্যৰ বাটকটীয়া কোন? 

উঃ চন্দ্ৰকুমাৰ আগৰৱালা। 





প্র: জ্ঞান মালিনীৰ কবিৰূপে খ্যাত অসমীয়া কবিজনৰ নাম কি? 

উঃ মফিজুদ্দিন আহমদ হাজৰিকা। 





প্র: অসমীয়া ভাষাত প্রথম নির্মিত চিনেমাখনৰ নাম কি? 

উঃ জয়মতী। প্রযােজক, পৰিচালক—জ্যোতিপ্ৰসাদ আগৰৱালা। 





প্র: পৰশুৰাম কুণ্ড কি আৰু ক'ত? 

উঃ হিন্দুসকলৰ পৱিত্র তীর্থস্থান। শদিয়াৰ পৰা ৫৬ মাইল পূর্বত অৱস্থিত। প্রবাদ আছে যে পৰশুৰামে কুঠাৰেৰে নিজৰ মাকক হত্যা কৰাৰ পিছত কুঠাৰখন হাতত লাগি ধৰিছিল আৰু এই ঠাইখনত থকা কুণ্ডৰ 

পানীত হাত ধােৱাৰ সময়ত কুঠাৰখন হাতৰপৰা খহি পৰিছিল। 





প্র: পােৱামক্কা কি আৰু ক'ত? 

উঃ মুছলমানসকলৰ এখন পবিত্র স্থান। গুৱাহাটীৰ পৰা ১৪ মাইল আঁৰৰ হাজোৰ ওচৰৰ গৰুড়াচল পাহাৰত পােৱামক্কা নামেৰে এটা মছজিদ গিয়াচুদ্দিন আউলিয়াই সজাইছিল। প্রবাদ আছে যে মুছলমানসকলৰপৱিত্ৰ তীর্থস্থান মক্কাৰ পৰা এপােৱা মাটি আনি মছজিদৰ ভেটিত দিয়া বাবেই তাৰ নাম পােৱামক্কা হৈছে। 





প্র: ঊষা কোন? 

উঃ শােণিতপুৰৰ বাণ ৰজাৰ জীয়েক। দ্বাৰকাৰ ৰজা শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বিয়া কৰাইছিল। এই বিয়াক কেন্দ্ৰ কৰিয়ে হৰিহৰৰ যুদ্ধ হৈছিল।





প্র: ৰঙিলী আইদেউ কোন? 

উঃ মানৰজা ৰডােফাই বিয়া কৰােৱা এগৰাকী সভ্রান্ত পৰিয়ালৰ অসমীয়া জীয়ৰী। 





প্র: ৰমণী গাভৰু বা বেগম ৰহমৎ কাৰ জীয়েক আছিল? 

উঃ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ। 





প্র: মূলাগাভৰু কোন? 

উঃ আহােম ৰজাৰ মন্ত্রী ফ্রাচেংমুং বৰগােহাঁইৰ পৰিবাৰ। মুছলমান আক্রমণৰ সেনাপতি তুবকৰ সৈতে যুদ্ধ কৰি প্রাণ বিসর্জন দিছিল। 





প্র: মােগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 

উঃ ১৭ বাৰ। 





প্র: মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 

উঃ ৩ বাৰ। 





প্র: ইং ২০০০ চনৰ জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি? 

উঃ মামণি ৰয়ছম গােস্বামী। 





প্র: মামণি ৰয়ছম গােস্বামীৰ আচল নাম কি? তেওঁ কেতিয়া আৰু ক'ত জন্ম লাভ কৰে? 

উঃ আচল নাম ইন্দিৰা গােস্বামী। তেওঁ ইং ১৯৪১ চনৰ ১৪ নৱেম্বৰ তাৰিখে গুৱাহাটীত জন্ম গ্রহণ কৰে। 





প্র: মামণি ৰয়ছম গােস্বামীৰ পিতৃ মাতৃৰ নাম কি? 

উঃ মামণি ৰয়ছম গােস্বামীৰ পিতা-মাতাৰ নাম আছিল স্বর্গীয় উমাকান্ত গােস্বামী আৰু অম্বিকা দেৱী গােস্বামী। 





প্র: মামণি ৰয়ছম গােস্বামীৰ স্বামীৰ নাম কি আছিল? 

উঃ মাধবেন ৰয়ছম। তেওঁ এগৰাকী অভিযন্তা আছিল। পঞ্জাৱৰ চেনাব নদীৰ ওপৰত এখন দলঙৰ নির্মাণ কার্য চলাই থকাৰ সময়তে এক শােকাৱহ দুৰ্ঘটনাত পতিত হৈ অভিযন্ত মাধবেন ৰয়ছমৰ অকালতে মৃত্যু ঘটে। 





প্র: মামণি ৰয়ছম গােস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছে? 

উঃ মামণি ৰয়ছম গােস্বামীয়ে জীৱনজোৰা সাহিত্য কর্মৰ বাবে জ্ঞানপীঠ বঁটাৰে সন্মানিতা হৈছে। শ্রীমতী গােস্বামীৰ মতে “দতাল হাতীৰ উয়ে খােৱা হাওদা” নামৰ গ্ৰন্থখনেই তেওঁৰ সর্বশ্রেষ্ঠ ৰচনা।





প্র: শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? 

উঃ ইং ১৬৭১ চনত। আহােম আৰু মােগলৰ মাজত। 





প্র: শৰাইঘাটৰ যুদ্ধত আহােম আৰু মােগল পক্ষৰ প্রধান সেনাপতি কোন কোন আছিল? 

উঃ আহােম পক্ষৰ লাচিত বৰফুকন আৰু মােগল পক্ষৰ ৰামসিংহ।




প্র: জোনাকী কাকতখন প্রথমে কেতিয়া আৰু ক'ৰপৰা প্ৰকাশ হৈছিল? 

উঃ ইং ১৮৮৯ চনৰ ১৩ জানুৱাৰীত কলিকতাৰপৰা। 





প্র: জোনাকী যুগৰ ‘ত্রি-মূর্তি’ কোন কোন? 

উঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামী। 





প্র: 'জোনাকী'ৰ প্রথম সম্পাদক কোন আছিল? 

উঃ চন্দ্ৰকুমাৰ আগৰৱালা। 





প্র: বাঁহীৰ প্রথম সম্পাদক কোন আছিল? 

উঃ লক্ষ্মীনাথ বেজবৰুৱা। 





প্র: “আৱাহন’'ৰ প্রথম সম্পাদক কোন আছিল? 

উঃ দীননাথ শর্মা। 





প্র: ৰামধেনুৰ প্রথম সম্পাদক কোন আছিল? 

উঃ ইন্দ্ৰকমল বেজবৰুৱা। 





প্র: প্রথম অসমীয়া দৈনিক কাকতখনৰ নাম কি? 

উঃ নীলমণি ফুকন সম্পাদিত ‘দৈনিক বাতৰি'।  





প্র: অসমীয়া ভাষাত প্রকাশিত প্রথম তিনদিনীয়া বাতৰি কাকতখনৰ নাম কি? 

উঃ চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত ‘অসমীয়া'। 





প্র: অসমীয়া ভাষাত প্রথম প্রকাশিত সাদিনীয়া বাতৰি কাকতখনৰ নাম কি? 

উঃ চিদানন্দ দাস সম্পাদিত ‘আসাম মিহিৰ'। 





প্র: অসমীয়া ভাষাত প্রথম প্রকাশিত মহিলা আলােচনীখনৰ নাম কি? 

উঃ কনকলতা চলিহা আৰু কমলালয়া কাকতি সম্পাদিত ‘ঘৰ জেউতি'। 





প্র: অসমীয়া ভাষাত প্রথম প্রকাশিত শিশু আলােচনীখনৰ নাম কি? 

উঃ কৰুণাভিৰাম বৰুৱা সম্পাদিত ‘ল’ৰা বন্ধু'। 





প্র: অসমীয়া ভাষাত প্রথম প্রকাশিত ডাইজেষ্ট আলােচনীখনৰ নাম কি? 

উঃ তফজ্জুল আলী সম্পাদিত ‘সঙ্গম'।





প্র: অসমীয়া ভাষাত প্রথম প্রকাশিত পষেকীয়া আলােচনীখনৰ নাম কি? 

উঃ সিংহদত্ত গােস্বামী আৰু পদ্মধৰ চলিহা সম্পাদিত “অর্ঘ্য"। 





প্র: অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলােচনীখনৰ নাম কি? 

উঃ ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য সম্পাদিত—নৱযুগ। 





প্র: মানসকল ক'ৰপৰা আহিছিল? 

উঃ ব্রহ্মদেশৰ পৰা। 





প্র: অসমীয়া ভাষা-সাহিত্যৰ জনক কোন? 

উঃ শ্ৰীমন্ত শঙ্কৰদেৱ। 





প্র: শঙ্কৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? 

উঃ নগাঁও জিলাৰ বৰদোৱাত, ইং ১৪৪৯ চনত। 




প্র: শঙ্কৰদেৱৰ মাক আৰু দেউতাকৰ নাম কি কি? 

উঃ মাকৰ নাম সত্যসন্ধ্যা আৰু দেউতাকৰ নাম কুসুম্বৰ ভূঞা। 



প্র: শঙ্কৰদেৱৰ পত্নী, পুত্ৰ আৰু জীয়েকৰ নাম কি কি? 

উঃ প্রথমা পত্নী– সূর্যৱতী, দ্বিতীয়া পত্নী কালিন্দী, পুতেকৰ নাম— ৰামানন্দ আৰু জীয়েকৰ নাম—মনু। 



প্র: শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি? 

উঃ একশৰণ ভাগৱতী বৈষ্ণৱ ধর্ম। 



প্র: অসমীয়া নাট্য-সাহিত্যৰ জনক কোন? তেওঁৰ প্রথম নাটকখনৰ নাম কি? 

উঃ শ্ৰীমন্ত শঙ্কৰদেৱ। তেওঁৰ প্রথম নাটখনৰ নাম আছিল—“চিহ্ন যাত্রা।” 



প্র: অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্রধান গ্রন্থ কেইখন আৰু কি কি? 

উঃ চাৰিখন। কীৰ্ত্তন, দশম, নামঘােষা আৰু ভক্তিৰত্নাৱলী। 



প্র: শঙ্কৰদেৱৰ আগৰ অসমীয়া কবিসকলৰ নাম কি কি? 

উঃ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী। 



প্র: মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্রন্থখনৰ নাম কি? 

উঃ সপ্তকাণ্ড ৰামায়ণ। 



প্র: শঙ্কৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? 

উঃ ২৪০ টা। 



প্র: অসমীয়া জিকিৰৰ ৰচক কোন? 

উঃ হজৰত শ্বাহ মিলন বা আজান পীৰ বা আজান ফকিৰ। 


প্র: অসম সাহিত্য সভাৰ প্রথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? 

উঃ শিৱসাগৰত।



প্র: অসম সাহিত্য সভাৰ প্রথম অধিৱেশন কেতিয়া আৰু কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল? 

উঃ ইং ১৯১৭ চনত, পদ্মনাথ গােহাঞি বৰুৱাৰ সভাপতিত্বত। 



প্র: আমেৰিকান ব্যাপ্টিষ্ট মিছন প্রথমে কেতিয়া অসমলৈ আহে? 

উঃ ইং ১৮৩৬ চনত। 



প্র: অসমত কেতিয়াৰপৰা কেতিয়ালৈ পঢ়াশালী, অফিচ-আদালতত বঙালী ভাষা চলে? 

উঃ ইং ১৮৩৬ চনৰপৰা ইং ১৮৭৩ চনলৈ । 



প্র: প্রথম অসমীয়া মুখ্যমন্ত্রী কোন? 

উঃ গােপীনাথ বৰদলৈ। 



প্র: প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী কোন? 

উঃ চৈয়দা আনােৱাৰা টাইমুৰ। 



প্র: প্রথম অসমীয়া আই এ এছ কোন? 

উঃ অচ্যুত কুমাৰ শইকীয়া।



প্র: প্রথম অসমীয়া মহিলা আই এ এছ কোন? 

উঃ পাৰুল দাস।



প্র: প্রথম অসমীয়া মহিলা এ চি এছ কোন? 

উঃ শুচিত্ৰতা ৰায় চৌধুৰী। 



প্র: প্রথম অসমীয়া মহিলা পাইলট কোন? 

উঃ ধীৰা হাজৰিকা (চলিহা)। 



প্র: প্রথম অসমীয়া মহিলা ডাক্তৰ কোন? 

উঃ ৰজনীপ্রভা শইকীয়া। 



প্র: বিলাতলৈ ডাক্তৰী পঢ়িবলৈ যােৱা প্ৰথম অসমীয়া মহিলা কোন? 

উঃ নির্মলপ্রভা চলিহা।



প্র: প্রথম অসমীয়া বুৰঞ্জী লিখক কোন? 

উঃ হলিৰাম ফুকন। 



প্র: প্রথম অসমীয়া মহিলা লেখিকা কোন? 

উঃ পদ্মাৱতী দেৱী ফুকননী। 



প্র: প্রথম অসমীয়া মহিলা ডক্টৰেট কোন? 

উঃ ড° লক্ষ্মী দেৱী। 



প্র: কোন অসমীয়াই প্রথমে ভাৰতৰ কেন্দ্রীয় মন্ত্রী পৰিষদত স্থান লাভ কৰে? 

উঃ সুৰেন্দ্ৰনাথ বুঢ়াগােহাঁই।



প্র: কোন অসমীয়াই প্রথমে ভাৰতৰ কেন্দ্রীয় মন্ত্রী সভাত কেবিনেট পর্যায়ৰ মন্ত্রীপদ লাভ কৰে? 

উঃ ফকৰুদ্দিন আলী আহমেদ। 



প্র: কোন অসমীয়া মহিলাই প্রথমে ৰাষ্ট্রীয় সন্মান লাভ কৰে? 

উঃ নলিনীবালা দেৱী (পদ্মশ্রী)।



প্র: কোন অসমীয়াই প্রথমে অভিধান ৰচনা কৰে? 

উঃ যদুৰাম ডেকাবৰুৱা। 



প্র: কোন অসমীয়াই প্রথমে দেশৰ কাৰণে ইংৰাজৰ বিচাৰত প্রাণ বিসর্জন দিছিল? 

উঃ মণিৰাম দেৱান।। 



প্র: মেডিকেল কলেজৰ প্রথম মহিলা অধ্যক্ষ কোন? 

উঃ ডাঃ দীপালী দত্ত। 



প্র: উচ্চ ন্যায়ালয়ৰ প্রথম মহিলা ন্যায়াধীশ কোন? 

উঃ মীৰা শর্মা। 



প্র: অসমীয়া ভাষাত প্রকাশিত প্রথম বাতৰি কাকতখনৰ নাম কি? 

উঃ অৰুণােদয় (অৰুণােদই)। 









Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.