৫৫+ সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK

৫৫+ সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ GK in Assamese

GK Quiz in Assamese-55+General knowledge question and answer in Assamese- কুইজ সম্পূর্ণ অসমীয়া ভাষাত ছাত্র ছাত্রী সকলৰ বাবে
কুইজ


GK Quiz in Assamese-55+General knowledge question and answer in Assamese- কুইজ সম্পূর্ণ অসমীয়া ভাষাত ছাত্র ছাত্রী সকলৰ বাবে


অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : মিজোৰাম ৰাজ্য গঠন হৈছিল— 

(ক) ১৯৮৭ চনত 

(খ) ১৯৮০ চনত

(গ) ১৯৪৭ চনত 

(ঘ) ১৯৫৮ চনত 

উত্তৰ: (ক) ১৯৮৭ চনত। 



প্র : মিজোৰামৰ প্রধান ভাষা- 

(ক) মিজো আৰু ইংৰাজী

(খ) ইংৰাজী 

(গ) মিজো

(ঘ) কোনােটোৱে নহয়

উত্তৰ : (ক) মিজো আৰু ইংৰাজী। 



প্র : নাগালেণ্ড ৰাজ্য গঠন হৈছিল 

(ক) ১৯৬৩ চনত 

(খ) ১৯৫২ চনত 

(গ) ১৯৫৮ চনত 

(ঘ) ১৯৭৩ চনত 

উত্তৰ : (ক) ১৯৬৩ চনত। 



প্র : ছিকিম ৰাজ্য গঠন হৈছিল— 

(ক) ১৯৭৫ চনত 

(খ) ১৯৭০ চনত 

(গ) ১৯৭২ চনত 

(ঘ) ১৯৯২ চনত 

উত্তৰ : (ক) ১৯৭৫ চনত। 



প্ৰ : দিল্লী ৰাজ্য গঠন হৈছিল 

(ক) ১৯১১ চনত 

(খ) ১৯৪৭ চনত

(গ) ১৯৫২ চনত

(ঘ) ১৯৭৫ চনত 

উ : (ক) ১৯১১ চনত

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : আন্দামান আৰু নিকোবৰ ৰাজ্যৰ মুঠ জিলাৰ সংখ্যা 

(ক) ২ খন 

(খ) ৪ খন 

(গ) ৫ খন

(ঘ) ৬ খন 

 উ : (ক) ২ খন 



প্র : দিল্লী ৰাজ্যৰ মুঠ জিলাৰ সংখ্যা 

(ক) ৯ খন 

(খ) ১০ খন 

(গ) ১২ খন 

(ঘ) ১৫ খন

উত্তৰ : (ক) ৯ খন। 



প্ৰ : পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমভূমি? 

(ক) ৪১% 

(খ) ৫১%

(গ) ৬০% 

(ঘ) ৭৫% 

উত্তৰ : (ক) ৪১% । 



প্ৰ : পৃথিৱীৰ দ্বিতীয় বৃহৎ জনবহুল ৰাষ্ট্ৰখন হ'ল- 

(ক) ভাৰতবর্ষ। 

(খ) চীন

(গ) ঘানা। 

(ঘ) কেনিয়া 

উত্তৰ : ভাৰতবর্ষ। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : ১৯০১ চনৰ লােকপিয়ল মতে ভাৰতৰ জনসংখ্যা আছিল— 

(ক) ২৩৬ নিযুত 

(খ) ২০০ নিযুত 

(গ) ৩০০ নিযুত 

(ঘ) ৪০০ নিযুত 

উত্তৰ : (ক) ২৩৬ নিযুত। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : আয়তনৰ ফালৰ পৰা তলৰ কোনখন ৰাজ্য ডাঙৰ? 

(ক) অসম

(খ) মণিপুৰ 

(গ) মেঘালয়

(ঘ) অৰুণাচল প্রদেশ 

উ : (ঘ) অৰুণাচল প্রদেশ। 



প্র : ১৯৫১ চনৰ লােকপিয়ল মতে ভাৰতৰ জনসংখ্যা হ’ল— 

(ক) ৩৬০ নিযুত 

(খ) ৩০০ নিযুত 

(গ) ২০০ নিযুত 

(ঘ) ৫০০ নিযুত 

উত্তৰ : (ক) ৩৬০ নিযুত। 



প্ৰ : ভাৰতৰ কোনখন নৈক বৃদ্ধ গংগা বােলা হয় ? 

(ক) মহানদী 

(খ) ৰামগংগা 

(গ) যমুনা 

(ঘ) গােদাবী। 

উত্তৰ : (ঘ) গােদাবৰী। 



প্র : প্রতিবছৰে কামাখ্যাত ‘অম্বুবাচী মেলা’ হয়— 

(ক) নৱেম্বৰ-ডিচেম্বৰত 

(খ) জানুৱাৰি-ফেব্ৰুৱাৰিত 

(গ) ছেপ্টেম্বৰ-অক্টোবৰত 

(ঘ) জুন-জুলাইত 

উত্তৰ : (ঘ) জুন-জুলাইত। 



প্র : ভাৰতবৰ্ষৰ আয়তন হ’ল— 

(ক) ৩,২৮৭,২৬৩ বর্গ কি. মি. 

(খ) ২,৮৭২,৬২৩ বর্গ কি. মি. 

(গ) ১,২৮৭,৩৬৩ বর্গ কি. মি. 

(ঘ) ১,৩৭৮,৩২৬ বর্গ কি. মি. 

উত্তৰ : (ক) ৩, ২৮৭,২৬৩ বর্গ কি. মি. 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা ঘনত্ব সর্বাধিক? 

(ক) পশ্চিমবংগ 

(খ) অসম 

(গ) বিহাৰ 

(ঘ) কেৰালা। 

উত্তৰ : (ক) পশ্চিমবংগ।



প্র : বুৰঞ্জীৰ হিচাপমতে চুকাফাই লগত মানুহ আনিছিল— 

(ক) প্রায় ন হাজাৰ 

(খ) দহ হাজাৰ 

(গ) বিশ হাজাৰ 

(ঘ) ত্রিশ হাজাৰ 

উত্তৰ : (ক) প্রায় ন হাজাৰ।



প্র : ইষ্ট ইণ্ডিয়া কোম্পানি বেহা-বেপাৰ কৰিবলৈ ভাৰতলৈ অহাৰ সময়ত ভাৰতৰ শাসনকর্তা আছিল— 

(ক) জাহাংগীৰ 

(খ) বাবৰ।

(গ) আকবৰ। 

(ঘ) হুমায়ুন 

উত্তৰ : (ক) জাহাংগীৰ। 



প্র : কোচৰজা পৰীক্ষিতে নিজৰ জীয়েকক আহােম ৰজা প্রতাপ সিংহলৈ বিয়া দিছিল। জীয়েকৰ নাম কি আছিল ? 

(ক) মংগলদাহী 

(খ) কমলা কুঁৱৰী

(গ) জুৰি 

(ঘ) সংঘমিত্রা 

উত্তৰ : (ক) মংগলদাহী। 



প্র : কোনজন কোচ ৰজাই বংগৰ চুবেদাৰ মানসিংহলৈ নিজৰ জীয়েকক বিয়া দিছিল? 

(ক) লক্ষ্মীনাৰায়ণে 

(খ) চিলাৰায়ে 

(গ) নৰনাৰায়ণে 

(ঘ) ৰঘুদেৱে 

উত্তৰ : (ক) লক্ষ্মীনাৰায়ণে। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : চন্দ্রগুপ্তই জলসিঞ্চনৰ বাবে সুদর্শন হ্রদ খান্দিছিল। এই হ্রদটো বর্তমান কোন ৰাজ্যত? 

(ক) গুজৰাটত 

(খ) অসমত 

(গ) বিহাৰত 

(ঘ) অৰুণাচলত। 

উত্তৰ : (ক) গুজৰাটত। 



প্র : চন্দ্রগুপ্তৰ পুতেকৰ নাম— 

(ক) বিন্দুসাৰ 

(খ) বিন্দু 

(গ) সাৰ 

(ঘ) নাৰায়ণ 

উত্তৰ : (ক) বিন্দুসাৰ। 



প্র : কলিংগ যুদ্ধ হৈছিল— 

(ক) অশােকৰ দিনত 

(খ) চন্দ্রগুপ্তৰ দিনত 

(গ) বাবৰৰ দিনত 

(ঘ) নাদিৰ শ্বাহৰ দিনত 

উত্তৰ : (ক) অশােকৰ দিনত। 



প্র : অশােকৰ বৌদ্ধগুৰু আছিল – 

(ক) উপগুপ্ত 

(খ) উলুগুপ্ত

(গ) উমাগুপ্ত 

(ঘ) জগতগুপ্ত 

উত্তৰ : (ক) উপগুপ্ত। 



প্র : অশােকৰ দিনত শিলালিপি লিখা হৈছিল। 

(ক) পালি আৰু প্রাকৃত ভাষাত 

(খ) পালি ভাযাত 

(গ) প্রাকৃত ভাষাত 

(ঘ) উর্দু ভাষাত 

উত্তৰ : (ক) পালি আৰু প্রাকৃত ভাষাত। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : অশােকৰ দিনত তেওঁৰ ৰাজ্যৰ পশ্চিম অংশত ব্যৱহাৰ কৰা লিপি হল- 

(ক) খৰােষ্ঠ। লিপি 

(খ) ব্রাহ্মী লিপি 

(গ) জীৱনলিপি 

(ঘ) অশােকলিপি 

উত্তৰ : (ক) খৰােষ্ঠী লিপি। 



প্র : অশােকৰ দিনত তেওঁৰ ৰাজ্যৰ পূব অংশত ব্যৱহাৰ কৰা লিপি হল— 

(ক) ব্রাহ্মলিপি 

(খ) খৰােষ্ঠী লিপি 

(গ) অশােকলিপি 

(ঘ) সমুদ্রলিপি 

উত্তৰ : (ক) ব্রাহ্মলিপি। 



প্র : শুংগ বংশ প্রতিষ্ঠা কৰিছিল— 

(ক) পুষ্যমিত্র শুংগই। 

(খ) অশােকে 

(গ) চন্দ্রগুপ্তই 

(ঘ) সমুদ্রগুপ্তই 

উত্তৰ : (ক) পুষ্যমিত্র শুংগই। 



প্র : গুৱাহাটীৰ শিলপুখুৰীটো কোনজন আহােম ৰজাৰ দিনত খন্দোৱা হৈছিল ? 

(ক) ৰাজেশ্বৰ সিংহৰ দিনত 

(খ) ৰুদ্ৰসিংহৰ দিনত 

(গ) শিৱসিংহৰ দিনত 

(ঘ) প্রমত্ত সিংহৰ দিনত 

উত্তৰ : (ক) ৰাজেশ্বৰ সিংহৰ দিনত। 



প্র : ইয়াণ্ডাবু সন্ধি হৈছিল— 

(ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত 

(খ) ১৮৩০ চনত

(গ) ১৯২৬ চনত 

(ঘ) ১৮১০ চনত 

উত্তৰ : (ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : আহােমসকলে অসমত ৰাজত্ব কৰিছিল। 

(ক) প্রায় ৬০০ বছৰ 

(খ) প্রায় ৩০০ বছৰ। 

(গ) প্রায় ২৫০ বছৰ 

(ঘ) প্রায় ২০০ বছৰ 

উত্তৰ : (ক) প্রায় ৬০০ বছৰ। 



প্র : আহােম ৰজাৰ মুদ্রা-মােহৰ আছিল— 

(ক) আঠচুকীয়া 

(খ) চাৰিচুকীয়া 

(গ) তিনিচুকীয়া 

(ঘ) পাঁচচুকীয়া 

উত্তৰ : (ক) আঠচুকীয়া। 



প্র : কোনজন আহােম ৰজাৰ দিনত প্রথম মানুহ গণনা কৰি জনসাধাৰণৰ অৱস্থা নিৰূপণ কৰা হৈছিল? 

(ক) চুহুংমুং 

(খ) বামুণী কোঁৱৰ 

(গ) চুকাফা 

(ঘ) চুতুফা 

উত্তৰ : (ক) চুহুংমুং। 



প্র : গড়গঞা ৰজাৰ আন এটা নাম- 

(ক) চুক্লেনমুং

(খ) চুকেনফুং 

(গ) চালিংফাং 

(ঘ) চুক্লেংকা 

উত্তৰ : (ক) চুক্লেনমুং। 



প্র : চন্দ্রগুপ্ত মৌর্যই পৰাজিত কৰা গ্রীক শাসকজনৰ নাম কি? 

(ক) চেলুক 

(খ) আলেকজেণ্ডাৰ 

(গ) মহাবীৰ

(ঘ) কৌটিল্য 

উত্তৰ : (ক) চেলুক। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : তলৰ কোনগৰাকী মৌর্য সম্রাটক ৰাজর্ষি বুলি কোৱা হৈছিল? 

(ক) অশােকক 

(খ) চেলুকচক 

(গ) চন্দ্রগুপ্তক 

(ঘ) সমুদ্রগুপ্তক 

উত্তৰ : (ক) অশােকক। 



প্র : শুংগ বংশৰ শেষ ৰজা হল- 

(ক) দেৱভূমি

(খ) বাসুদেৱ 

(গ) কান্ন 

(ঘ) পুষ্যমিত্র। 

উত্তৰ : (ক) দেৱভূমি। 



প্র : কোনে কান্ব বংশ প্রতিষ্ঠা কৰিছিল?

(ক) বাসুদেৱে 

(খ) দেৱভূমিয়ে 

(গ) বাসুদেৱে 

(ঘ) কান্বই 

উত্তৰ : (ক) বাসুদেৱে। 



প্র : নন্দ বংশৰ শেষ ৰজাজনৰ নাম কি? 

(ক) ধননন্দ 

(খ) বাসুদেৱে

(গ) কান্ধ। 

(ঘ) পুষ্যমিত্র 

উত্তৰ : ধননন্দ। 



প্র : কাৰ ৰাজত্বকালত পতঞ্জলিয়ে ব্যাকৰণ লিখিছিল? 

(ক) পুষ্যমিত্র শুংগ 

(খ) ধননন্দ 

(গ) বাসুদেৱ 

(ঘ) দেৱভূমি 

উত্তৰ : (ক) পুষ্যমিত্র শুংগ। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : সংস্কৃত ব্যাকৰণ মহাভাষ্য' লিখিছিল— 

(ক) পতঞ্জলিয়ে 

(খ) বিশ্বমিত্রই 

(গ) পুষ্যমিত্রই 

(ঘ) সংঘমিত্রই 

উত্তৰ : (ক) পতঞ্জলিয়ে। 



প্র : শকসকলৰ শ্ৰেষ্ঠ ৰজাজন হ’ল — 

(ক) ৰুদ্ৰদমন 

(খ) চন্দ্রগুপ্ত 

(গ) শকাব্দ 

(ঘ) শকাৰী 

উত্তৰ : (ক) ৰুদ্ৰদমন। 



প্র : পার্থিয়ানসকলৰ শ্ৰেষ্ঠ ৰজাজন হ’ল — 

(ক) গণ্ডোফর্ণিছ

(খ) ৰুদ্ৰদমন

(গ) ফনিছ 

(ঘ) দমন 

উত্তৰ : (ক) গণ্ডোফণিছ। 



প্র : কুষাণসকলৰ সর্বশ্রেষ্ঠ ৰজাজন হ’ল-

(ক) কণিষ্ক

(খ) ফার্নিছ। 

(গ) বিশ্বমিত্র 

(ঘ) পুষ্যমিত্র 

উত্তৰ : (ক) কণিষ্ক । 



প্র : কোনখন বৌদ্ধ মহামেলত বৌদ্ধধর্ম দুটা ভাগত ভাগ হৈছিল?

(ক) চতুর্থ বৌদ্ধ মহামেলত 

(খ) প্রথম বৌদ্ধ মহামেলিত 

(গ) তৃতীয় বৌদ্ধ মহামেলত 

(ঘ) পঞ্চম, বৌদ্ধ মহামেলত

উত্তৰ : (ক) চতুর্থ বৌদ্ধ মহামেলত। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : বুদ্ধচৰিত ৰচনা কৰিছিল— 

(ক) অশ্বঘোষে। 

(খ) হিউৱেনচাঙে 

(গ) নাগার্জুনে 

(ঘ) চকে 

উত্তৰ : (ক) অশ্বঘােষে। 



প্র : ‘সৌন্দৰানন্দ’ কাব্য ৰচনা কৰিছিল— 

(ক) অশ্বঘােষে

(খ) গৌতম বুদ্ধই 

(গ) নাগার্জুনে

(ঘ) চৰকে 

উত্তৰ : (ক) অশ্বঘােষে



প্র : সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল— 

(ক) শতকর্ণী

(খ) যাজ্ঞ 

(গ) অন্ধ্র 

(ঘ) সাৱন 

উত্তৰ : (ক) শতকর্ণী। 



প্র : অমৰাৱতী স্তুপ সজাইছিল – 

(ক) পুলময়ীয়ে 

(খ) শতকর্ণীয়ে 

(গ) সাৱনে 

(ঘ) চৰকে 

উত্তৰ : (ক) পুলমেয়ীয়ে। 



প্র : সাতবাহন বংশৰ শেষ ৰজা- 

(ক) যজ্ঞশ্রী শতকর্ণী।

(খ) যাজ্ঞ

(গ) অন্ধ্র 

(ঘ) সাৱন 

উত্তৰ : (ক) যজ্ঞশ্রী শতকর্ণী। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK

প্র : কাৰ ৰাজত্ব কালৰ পৰা ‘গুপ্তাব্দ’ বর্ষ আৰম্ভ হয়— 

(ক) প্রথম চন্দ্রগুপ্ত

(খ) দ্বিতীয় চন্দ্রগুপ্ত 

(গ) তৃতীয় চন্দ্রগুপ্ত 

(ঘ) চতুর্থ চন্দ্রগুপ্ত 

উত্তৰ : (ক) প্রথম চন্দ্রগুপ্ত। 



প্র : সমুদ্রগুপ্তই অসমৰ নগাঁও জিলাৰ এটা অঞ্চলাে এসময়ত জয় কৰা বুলি জনা যায়। সেই অঞ্চলটো কি? 

(ক) ডবকা 

(খ) লামডিং 

(গ) হােজাই 

(ঘ) লংকা 

উত্তৰ : (ক) ডবকা ।  



প্র : সমুদ্রগুপ্ত কি ধৰ্মৰ পৃষ্ঠপােষক আছিল? 

(ক) হিন্দু 

(খ) ইছলাম 

(গ) বৌদ্ধ 

(ঘ) জৈনধর্ম 

উত্তৰ : (ক) হিন্দু। 



প্র : গুপ্তবংশৰ সর্বশ্রেষ্ঠ ৰজা কোন? 

(ক) সমুদ্রগুপ্ত 

(খ) চন্দ্রগুপ্ত 

(গ) দ্বিতীয় চন্দ্রগুপ্ত। 

(ঘ) হুমায়ুন 

উত্তৰ : (ক) সমুদ্রগুপ্ত। 



প্র : দ্বিতীয় চন্দ্রগুপ্তই তলৰ কোনটো উপাধি লৈছিল ? (ক) শকাৰি 

(খ) ভাৰতৰত্ন 

(গ) জয়দ্ৰথ 

(ঘ) ৰুদ্ৰসিংহ 

উত্তৰঃ (ক) শকাৰি। 



প্র : তলৰ কোনজনক ‘বিক্রমাদিত্য’ নামেৰে জনা যায়? 

(ক) দ্বিতীয় চন্দ্রগুপ্ত 

(খ) প্রথম চন্দ্রগুপ্ত 

(গ) সমুদ্রগুপ্ত

(ঘ) অশােক 

উত্তৰ : (ক) দ্বিতীয় চন্দ্রগুপ্ত। 

অসমীয়া অসম কুইজ অসমীয়া সাধাৰণ জ্ঞান Assamese GK Assam GK





History Quiz-Social Science Quiz-Quiz-General knowledge quiz-Assam history-Indian history quiz

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.