বিশ্বৰ বতৰা-GK in Assamese

বিশ্বৰ বতৰা- বিশ্ব কুইজ World Quiz GK in Assamese language-khuj2 Part I

GK Quiz in Assamese-General knowledge question and answer in Assamese- কুইজ সম্পূর্ণ অসমীয়া ভাষাত ছাত্র ছাত্রী সকলৰ বাবে
বিশ্ব কুইজ



১৪০+ বিশ্ব কুইজ-World GK-general knowledge question and answer for competitive exam-quiz in Assamese language khuj2
বিভিন্ন বিষয়ক প্রশ্ন উত্তৰৰ সম্ভাৰ অসমীয়া সাধাৰণ জ্ঞান তথা অসমীয়া ভাষাত কুইজ ছাত্র ছাত্রী সকলৰ বাবে-

বিশ্ব কুইজ World Quiz GK Part I

অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১। বিশ্বৰ ক'ত প্রথমে ফায়াৰ ব্রিগেডৰ প্ৰচলন হয় ? 

উঃ ইংলেণ্ডত ইং ১৭৯৮ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২। ভাৰতৰ সংসদক কি বােলে ? 

উঃ লােকসভা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩। জাপানৰ সংসদক কি বােলে ? 

উঃ ডায়েট। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪। আমেৰিকাৰ সংসদক কি বলে ? 

উঃ কংগ্রেছ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫। ইংলেণ্ডৰ সংসদক কি বােলে ? 

উঃ পার্লামেন্ট। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬। বাংলাদেশৰ আইন সভাৰ সংসদক কি বােলে ? 

উঃ সংসদ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭। মহাকাশ অভিযানত মানুহ কাৰ দ্বাৰা বাধাপ্রাপ্ত হৈছিল? 

উঃ মধ্যাকর্ষণৰ দ্বাৰা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮। বিশ্বৰ আটাইতকৈ বেছি সিংহ ক'ত পােৱা যায় ? 

উঃ আফ্রিকাৰ অৰণ্যত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯। ক'লা ৰাজহাঁহ ক'ত পােৱা যায় ? 

উঃ পশ্চিম অষ্ট্রেলিয়াত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১০। বিশ্বৰ আটাইতকৈ ডাঙৰ বাঘ কি? 

উঃ ৰয়েল বেঙ্গল টাইগাৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১১। কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? 

উঃ এটা খড়গ থকা গঁড়ৰ বাবে।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১২। মৰুভূমিৰ জাহাজ কাক বােলে ? 

উঃ উটক। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৩। সমাজৰ শৃঙ্খলাবদ্ধ একোটা গােটক কি বােলে ? 

উঃ পৰিয়াল। 


 অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৪। কনষ্টান্টিনােপলৰ পতন কেতিয়া হৈছিল ? 

উঃ ইং ১৪৫৩ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৫। ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ কেতিয়া সংঘটিত হৈছিল? 

উঃ ইং ১৬৮৮ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৬। মানৱ সভ্যতাৰ বুৰঞ্জীত জলসিঞ্চন প্রণালী কোন সভ্যতাৰ অৱদান? 

উঃ বেবিলনীয় সভ্যতাৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৭। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? 

উঃ ইং ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৮। বিশ্বত পােনপ্ৰথমে কেতিয়া আৰু কোন দেশত পােষ্টকাৰ্ডৰ প্রচলন হয়? 

উঃ ১৮০৮ চনত, অষ্ট্রেলিয়াত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৯। এচিয়ান ডেভলপমেন্ট বেংকৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ? 

উঃ ফিলিপাইনৰ ৰাজধানী মেনিলাত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২০। দিল্লীৰ সিংহাসনত আৰহণ কৰা প্রথম মহিলা কোন? 

উঃ চুলতানা ৰেজিয়া। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


২১। আন্তঃৰাষ্ট্ৰীয় অর্থবিষয়ক পুঁজিৰ প্রধান কার্যালয় ক'ত অৱস্থিত? 

উঃ ওৱাচিংটন ডি চি ত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২২। সেউজ বিপ্লৱৰ নেপথ্যৰ মানুহজন কোন? 

উঃ নর্মান বলাগ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৩। মহাবীৰ আলেকজেণ্ডাৰ কোন দেশৰ ৰজা আছিল ? 

উঃ মেচিদনীয়া (গ্ৰীচ)ৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৪। বেবিলনীয় সভ্যতাৰ উজ্জ্বল উদাহৰণ কি ? 

উঃ ৰজা নেবুচাদ নেজাৰে সজোৱা শূন্যোদ্যান। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৫। শিখ ধৰ্মৰ প্রৱর্তক কোন? 

উঃ গুৰু নানক।  

General Knowledge Current Affairs 2022 click here

অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৬। শিখসকলৰ শেষ গুৰু কোন? 

উঃ গুৰু গােবিন্দ সিংহ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৭। কোনার্ক সূর্য মন্দিৰটো কেইটা চকাৰে নির্মিত?” 

উঃ ১২ টা চকাৰে। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৮। বাহ্মসমাজৰ প্রতিষ্ঠাতা কোন ? 

উঃ ৰাজা ৰামমােহন ৰায়। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

২৯। আর্যসমাজৰ প্রতিষ্ঠাতা কোন? 

উঃ স্বামী দয়ানন্দ সৰস্বতী। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩০। ইচলাম ধৰ্মৰ প্রৱর্তক কোন? 

উঃ হজৰত মহম্মদ। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


৩১। খ্রীষ্টিয়ান (খ্রীষ্ট) ধৰ্মৰ প্রৱর্তক কোন? 

উঃ যীচু খ্রীষ্ট (যীশু)।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩২। শিখধৰ্মৰ প্রৱর্তক কোন? 

উঃ গুৰু নানক। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৩। জৈনধৰ্মৰ প্রৱর্তক কোন? 

উঃ মহাবীৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৪। বৌদ্ধধৰ্মৰ প্রৱর্তক কোন? 

উঃ গৌতম বুদ্ধ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৫। আৰৱী ভাষাৰ ইচলাম শব্দৰ অর্থ কি ? 

উঃ শান্তি। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৬। জৈন ধৰ্মৰ প্রধান ভাগ কেইটা আৰু কি কি ? 

উঃ দুটা, মহাযান আৰু হীনযান 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৭। মুছলমানসকলৰ প্ৰধান ভাগ কেইটা আৰু কি কি ? 

উঃ দুটা, চিয়া আৰু চুন্নী। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৮। পাৰ্চীসকল কিহৰ উপাসক ? 

উঃ অগ্নিৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৩৯। পাৰ্চীসকলে ঈশ্বৰক কি বােলে ? 

উঃ অহুৰ মাজদা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪০। জ্যামিতিৰ পিতা কোন ? 

উঃ ইউক্লিড। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


৪১। টাওহানিয়াৰ মাজেৰে পাৰ হৈ যােৱা কাল্পনিক ৰেখাড়ালৰ নাম কি? 

উঃ কর্কটক্রান্তি ৰেখা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪২। মহাকাশ যুগৰ সূচনা কেতিয়াৰপৰা হৈছে?

 উঃ ইং ১৯৫৭ চনৰপৰা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৩। উইলিয়াম গিলিবার্ট কিহৰ বাবে বিখ্যাত? 

উঃ পৃথিৱীৰ চুম্বকত্ব গুণ আৱিষ্কাৰৰ বাবে বিখ্যাত


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৪। পৃথিৱীৰ কোন দেশৰ মানুহে প্রথম কিতাপ ৰচনা কৰিছিল ? 

উঃ প্রাচীন মিচৰৰ মানুহে (বহুতৰ মতে চীন দেশৰ মানুহে)। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৫। বিশ্বৰ সর্বপ্রথম মহিলা প্রধানমন্ত্রী কোন? 

উঃ শ্রীমাভাে বন্দৰ নায়ক (শ্রীলঙ্কা)। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৬। বিশ্বৰ কোন দেশত আটাইতকৈ পুৰণি জাতীয় সঙ্গীত প্ৰচলিত হৈ আছে? 

উঃ জাপানত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৭। সর্বপ্রথম কি প্রাণীয়ে মহাকাশলৈ গৈছিল ? 

উঃ কুকুৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৮। কোন ইউৰােপীয় জাতিয়ে প্রথমে ভাৰতৰ সৈতে বেহা-বেপাৰ আৰম্ভ কৰিছিল? 

উঃ পর্তুগীজ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৪৯। ভাৰতৰ প্রথম ইংৰাজ ভাইচৰয় কোন আছিল ? 

উঃ লর্ড কেনিং। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫০। ইউৰােপৰ বাল্মীকি কোন? 

উঃ হােমাৰ। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


৫১। জিউচ কোন? 

উঃ গ্রীকসকলৰ দেৱতা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫২। হেলেন কেলাৰ কোন? 

উঃ নিজে কলা, বােবা আৰু অন্ধ হােৱা সত্ত্বেও নিজৰ প্ৰচেষ্টাৰ দ্বাৰা শিক্ষালাভ কৰাৰ লগতে কিতাপ ৰচনা কৰি বিখ্যাত হােৱা এগৰাকী মহিলা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৩। কোন মহাকাব্যত ট্রয় নগৰীৰ ৰাণী হেলেনৰ প্রেম কাহিনী আছে? 

উঃ ইলিয়াড়ত।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৪। স্কাউটৰ জনক কোন ? 

উঃ চাৰ বেডেন পাৱেল। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৫। ইউৰােপৰ কোন সম্রাটে কাচিকা দ্বীপত জন্ম গ্রহণ কৰি হেলেনা দ্বীপত মৃত্যুবৰণ কৰে ? 

উঃ ফ্রাঞ্চৰ সম্রাট নেপােলিয়ান। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৬। ইউৰােপৰ কোন বিশ্ববিশ্রুত নাট্যকাৰৰ ডাঙৰ জীয়েক নিৰক্ষৰ আছিল ? 

উঃ উইলিয়াম শেক্সপীয়াৰৰ।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৭। কোন দেশৰ মানুহে সর্বপ্রথমে মানচিত্র আঁকিছিল ? 

উঃ চুমেৰীয় দেশৰ মানুহে। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৮। সাম্যবাদৰ জনক কার্লমার্ক্স কোন দেশত জন্ম গ্রহণ কৰিছিল ? 

উঃ জার্মান দেশত (মৃত্যু ইংলেণ্ডত)। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৫৯। আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোৰ নাম কি ? 

উঃ চাইবাগ বা ডগষ্টাৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬০। দৃষ্টিহীন মানুহক লিখা-পঢ়া শিকোৱা লিপিৰ নাম কি? 

উ: চেইললিপি। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese

অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬১। পিন (Pin) মানে কি? 

উঃ পােষ্টেল ইনডেক্স নাম্বাৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬২। ৰেনেচাঁৰ অর্থ কি? 

উঃ নৱ-জন্ম। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৩। মার্কোপলাে কোন আছিল ? 

উঃ ইটালীৰ এগৰাকী বিখ্যাত ব্যৱসায়ী আৰু পর্যটক। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৪। ‘চার্কাচ’ কি ভাষাৰ শব্দ? 

উঃ লেটিন ভাষাৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৫। ফৰাচী বিপ্লৱ কেতিয়া অনুষ্ঠিত হৈছিল ? 

উঃ ইং ১৭৮৯ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৬। চেৰচাহৰ আচল নাম কি? 

উঃ ফৰিদ খাঁ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৭। কৌটিল্য কাৰ মন্ত্রী, আছিল ? 

উঃ সম্রাট চন্দ্রগুপ্ত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৮। বিশ্বৰ ভিতৰত কি ভাষাত সর্বাধিক শব্দ আছে? 

উঃ ইংৰাজী ভাষাত।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৬৯। ভাৰতত থিওচফিকেল ছােচাইটিৰ প্রতিষ্ঠাতা কোন? 

উঃ মেডাম বেলৱৎচকী আৰু কর্ণেল আলকট।  


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭০। পৃথিৱীৰপৰা চন্দ্ৰৰ দূৰত্ব কিমান? 

উঃ প্রায় দুইলাখ বত্রিশ হাজাৰ মাইল। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


৭১। পৃথিৱী চন্দ্ৰতকৈ কিমান গুণে ডাঙৰ? 

উঃ ৪৯ লাখ গুণে ডাঙৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭২। আটাইতকৈ পুৰণি সংস্কৃত গ্রন্থখনৰ নাম কি? 

উঃ ঋকবেদ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৩। সম্রাট চন্দ্রগুপ্তই বিয়া কৰােৱা গ্ৰীক ৰাজকুমাৰী গৰাকীৰ নাম কি? 

উঃ হেলেন। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৪। আইন-ই-আকবৰীৰ ৰচক কোন ? 

উঃ আবুল ফজল। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৫। ভাৰতৰ শেষ মােগল সম্রাট কোন আছিল ? 

উঃ বাহাদুৰ চাহ জাফৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৬। স্বামী বিবেকানন্দৰ আচল নাম কি? 

উঃ নৰেন্দ্র দত্ত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৭। স্বামী বিবেকানন্দ কাৰ শিষ্য আছিল ? 

উঃ ৰামকৃষ্ণ পৰমহংসদেৱৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৮। ইবন বতুতা কোন আছিল ? 

উ: ইং ১৪৩২ চনত ভাৰতলৈ অহা এগৰাকী মুছলমান পৰিব্রাজক। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৭৯। ইং ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতত থকা ইংৰাজ শাসনকর্তাজনৰ নাম কি? 

উঃ লর্ড কেনিং। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮০। ভাৰতত স্বায়ত্তশাসন ব্যৱস্থা কাৰ আমােলত প্রৱর্তন হয়? 

উঃ লর্ড ৰিপনৰ। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


৮১। নাদিচাহে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ? 

উঃ ইং ১৭৩৯ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮২। মিৰজুমলাৰ আক্ৰমণৰ সময়ত অসমত কোনে ৰাজত্ব কৰিছিল? 

উঃ স্বৰ্গদেউ জয়ধ্বজ সিংহ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৩। সর্বপ্রথমে ভাৰতলৈ অহা পৰিব্রাজকজনৰ নাম কি ? 

উঃ মেগেস্থিনিচ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৪। কাৰ শাসনকালত ভাৰতত তাৰ বার্তা প্রচলন হয় ? 

উঃ লর্ড ডেলহাউচিৰ। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৫। পলাচীৰ যুদ্ধ কেতিয়া হৈছিল ? 

উঃ ইং ১৭৫৭ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৬। নিজৰ গিৰিয়েক আৰু পুতেকক হত্যা কৰি সিংহাসনত আৰহণ কৰা ৰাণী গৰাকীৰ নাম কি ? 

উঃ কেথেৰিণ দি গ্রেট (ৰুছ দেশ)। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৭। লিবাৰেচন টাইগাৰ অৱ তামিল ইলম (এল টি টি ই)ৰ প্রধান কোন ? 

উঃ ভেলু পিল্লাই প্রভাকৰণ।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৮। খ্রীষ্টিয়ানসকলৰ মূল ধর্মগ্রন্থ কি? 

উঃ বাইবেল। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৮৯। মুছলমানসকলৰ মূল ধর্মগ্রন্থৰ নাম কি? 

উঃ আল কোৰাণ (কোৰাণ শ্বৰীফ)। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯০। শিখসকলৰ মূল ধর্মগ্রন্থ কি ? 

উঃ গ্রন্থ চাহেব। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


৯১। হিন্দুসকলৰ মূল ধর্মগ্রন্থ কি? 

উঃ গীতা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯২। বৌদ্ধসকলৰ মূল ধর্মগ্রন্থ কি? 

উঃ ত্রিপিটক। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৩। পাৰ্চীসকলৰ মূল ধর্মগ্রন্থ কি? 

উঃ জিন্দাৱেস্তা। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৪। পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব কিমান ? 

উ: প্রায় ন কোটি ত্রিশ লাখ মাইল। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৫। উত্তৰ-পূব পৰিষদ (North-East Council) কেতিয়া গঠন কৰা হয়। 

উঃ ইং ১৯৭২ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৬। টিপু চুলতানৰ ৰাজত্বকালত মহীশূৰৰ ৰাজধানী কি আছিল ? 

উঃ শ্ৰী ৰঙ্গপট্টনম। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৭। গংগা নদীৰ দৈর্ঘ্য কিমান? 

উ : ২,৫১০ কি.মি.। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৮। মাদাৰ টেৰেছাৰ মৃত্যু কেতিয়া হৈছিল? 

উ : ১৯৯৭ চনত। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

৯৯। কিমান চনত প্লুটোক গ্ৰহৰ শাৰীৰ পৰা অৱনমিত কৰা হয় ? 

উ : ২০০৬ চনত। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


১০০। বিশ্বকাপ ক্রিকেটত শতৰান কৰা প্রথম এছীয় বেটছমেন কোন? 

উ : ইমৰান খান। 


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১০১। অ' হেনৰিৰ প্রকৃত নাম কি? 

উ : উইলিয়াম ছিডনি প'ৰ্টাৰ। 



১০২। ‘গালিভাৰ ট্ৰেভেলছ’ৰ ৰচক কোন? 

উ : জনাথন ছুইফট 



১০৩। ২০০৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় মেন বুকাৰ বঁটা কোনে লাভ কৰে? 

উ : চিনুৱা একেবে। 



১০৪। ‘কেপ্টেইন গ্রান্টছ চিলড্রেন' নামৰ কিতাপখনৰ ৰচক কোন? 

উ : জুন ভার্ন। 



১০৫। ১৯২৪ চনত মহাত্মা গান্ধী’ নামৰ গ্ৰন্থখন ৰচনা কৰা ফৰাচী পণ্ডিতজন কোন? 

উ : ৰোমা ৰেলা। 



১০৬। মাৰাত্মক বায়ু প্ৰদূষক এবিধৰ নাম কোৱা ? 

উ : নাইট্রজেন অক্সাইড। 



১০৭। কার্বন-ডাই-অক্সাইড সেউজগৃহ গেছ হয়নে নহয়? 

উ : হয়। 



১০৮। ‘পৰিস্থিতি তন্ত্র’ নামকৰণটো প্রথমতে কোনে কৰিছিল? 

উ : ছাৰ এ. জি. টেনচলে। 



১০৯। 'Ecology' শব্দটো কি শব্দ?

উ : গ্রীক শব্দ। 



১১০। বিশ্ব পৰিবেশ দিৱস কেতিয়া পালন কৰা হয়? 

উ : ৫ জুনত। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


১১১। ভাৰতবর্ষ পৃথিৱীৰ __ বৃহৎ দেশ। 

উ : সপ্তম বৃহৎ দেশ। 



১১২। কোনটো চৰকাৰী প্রতিষ্ঠানে টপ’গ্রাফিকেল মেপ প্রস্তুত কৰে ? 

উ : ছার্ভে অৱ ইণ্ডিয়া। 



১১৩। উত্তৰ-পূবৰ কোনখন ৰাজ্যত এখনাে ৰাষ্ট্ৰীয় উদ্যান নাই? 

উ : ত্ৰিপুৰা। 



১১৪। ভাৰতৰ ষ্টেণ্ডার্ড সময় কিমান? 

উ : ৮২°৩০ পূব। 



১১৫। লকটক হ্রদ ক'ত আছে? 

উ : মণিপুৰত। 



১১৬। অসমৰ মুঠ মাটিকালি কিমান?

উ : ৭৮,৪৩৮ বর্গ কি.মি.। 



১১৭। শৰাইঘাটৰ ৰণৰ স্মৃতি উদ্যান ক'ত আছে? 

উ : কামৰূপ জিলাৰ আজ্ঞাঠুৰীত। 



১১৮। ব্রহ্মপুত্র উপত্যকাত ৰে'ল সেৱা কেতিয়াৰ পৰা আৰম্ভ হয়? 

উ : ১৮৮৪ চনত। 



১১৯। ১৯০১ চনত তেজপুৰৰ জনসংখ্যা কিমান আছিল? 

উ : ৫০০০ জন। 



১২০। ভাৰতৰ স্কটলেণ্ড বুলি কাক কোৱা হয়। 

উ : শ্বিলং। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


১২১। মেগাস্থিনিচৰ ইণ্ডিয়া’ত 'সাংবাদিক' মানুহৰ উল্লেখ আছেনে? 

উ : নাই। 



১২২। অক্সিজেনত থকা পৰমাণুৰ সংখ্যা কিমান? 

উ : ২ 



১২৩। পানীৰ উতলাংক কিমান? 

উ : ১০০° ছেলছিয়াছ। 



১২৪। স্নায়ুতন্ত্র প্রধান নিয়ন্ত্রক কি? 

উ : মগজু। 



১২৫। এম. কে. এছ. পদ্ধতিত কাৰ্যৰ একক কি? 

উ : জুল। 

General Knowledge & Current Affairs 2022 Click here


১২৬। শব্দৰ তীব্রতা জোখা এককটো কি? 

উ : ডেচিবেল। 



১২৭। পােনপ্ৰথমতে বিদ্যুৎ উৎপাদন কৰা সঁজুলি কোনে সাজি উলিয়াইছিল? 

উ : আলেছান্দ্র ভ’ল্টাই। 



১২৮। ভাৰতত প্রথম পাতাল ৰে’ল সেৱা ক'ত প্ৰৱৰ্তন হৈছিল?

উ : কলকাতাত। 



১২৯। সাগৰফেনাৰ আন এটা নাম কি? 

উ : কেকটাছ। 



১৩০। উৰহীত বীজপত্র কেইটা থাকে? 

উ : দুটা। 

অসমীয়া বিশ্ব কুইজ world quiz in Assamese


১৩১। এনিৰয়ড় বেৰ’মিটাৰৰ বৈশিষ্ট্য কি? 

উ : পাৰা নাথাকে। 



১৩২। বিশ্বৰ সর্বশ্রেষ্ঠ বঁটা কি ? 

উঃ ন'বেল বঁটা। 



১৩৩। ন'বেল বঁটা কাৰ ধনেৰে আৰু কাৰ স্মৃতিত প্রদান কৰা হয়? 

উঃ চুইডেনৰ বিজ্ঞানী আলফ্রেড ন'বেলৰ উইল অনুসৰি তেওঁৰ ধনেৰে আৰু তেওঁৰ স্মৃতিত ন'বেল বঁটা প্ৰদান কৰা হয়। 



১৩৪। সােনালী উলৰ দেশ কোনখন? 

উঃ অষ্ট্রেলিয়া। 



১৩৫। পৃথিৱীৰ মুধচ বুলি কোন দেশক কোৱা হয়। 

উঃ পামিৰ মালভূমি। 



১৩৬। ভূস্বর্গ কোন ঠাইক বােলে ? 

উঃ কাশ্মীৰক।



১৩৭। ন’বেল বঁটা কেতিয়াৰপৰা প্ৰদান কৰা হৈছে? 

উঃ ইং ১৯০১ চনৰপৰা। 



১৩৮। বিজ্ঞানী আলফ্রেড ন'বেলে কেতিয়া পৰলােক গমন কৰিছিল ? 

উঃ ইং ১৮৯৬ চনত ১০ ডিচেম্বৰত। 



১৩৯। পৃথিৱীৰ ভিতৰতত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হােৱা ঠাই কোনখন? 

উঃ মিছৰ। 



১৪০। সর্বাধিক ভূমিকম্প হােৱা ঠাইৰ নাম কি? 

উঃ জাপান।


অসমীয়া বিশ্ব কুইজ world quiz in Assamese

১৪১। কোন দেশক প্ৰাচ্যৰ পেৰিচ বােলা হয় ? 

উঃ চীনৰ চাংহাই বন্দৰক প্ৰাচ্যৰ পেৰিচ বােলা হয়। 


১৪২। ১৮ বছৰীয়া দবাখেলৰ গেণ্ডমাষ্টাৰ খিতাপধাৰী খেলুৱৈ জি. এন. গােপাল। তেওঁ কোন ৰাজ্যৰ বাসিন্দা? 

উঃ কেৰালা 



১৪৩। ট্রেজাৰ আইলেণ্ডৰ লেখকৰ নাম কি? 

উঃ ৰবাট লুই স্টিভেনছন 



১৪৪। ১৯৫৫ চনত জীবনান্দ দাসক কোনখন কিতাপৰ বাবে বঁটা দিয়া হয়?

উঃ শ্রেষ্ট কবিতা 



১৪৫। চার্লছ ডিকেন্সৰ জীয়ৰীৰ নাম কি? 

উত্তৰঃ মেৰি ডিকেন্স 



১৪৬। চার্লছ ডিকেন্সৰ কোন চনত মৃত্যু হৈছিল— 

উত্তৰঃ ১৮৭০ চনৰ ৮ জুনত ৫৮ বছৰ বয়সত। 



১৪৭। ওলন্দাজ শিল্পী ৰেমব্রান্টে অঁকা ছবিখনৰ নাম কি? 

উত্তৰ : ৰেমব্রান্ট লাফিং 



১৪৮। কোন চনত ছালমান ৰুশ্বডিলৈ বুকাৰ বঁটা আগবঢ়োৱা হৈছিল? 

উত্তৰ : ১৯৮১ চন।



১৪৯। ইউৰাে-২০০৮ ৰ শ্রেষ্ঠ খেলুৱৈজনৰ নাম কি? 

উত্তৰঃ স্পেইনৰ জাভি হার্নাণ্ডেজ। 



১৫০। মিছ ইউনিভার্ড-২০০৮ ৰ খিতাপ লাভ কৰােতাজনৰ নাম কি? 

উত্তৰঃ ডায়ানা মেণ্ডোজা। 



১৫১। পৃথিৱীৰ সর্বপ্রথম মটৰ চাইকেল কোনে উলিয়াইছিল? 

উত্তৰ : ডেইমলাৰেণ্ড 



১৫২। ১৮৮৯ চনত পেৰিচ প্রদর্শনীত বেঞ্জৰ একমাত্র গাড়ীখন কি ইন্ধনত চলিছিল? 

উত্তৰ : পেট্রলত। 



১৫৩। পিনকিঅ’ৰ মূল কাহিনীৰ লেখক কোন আছিল? 

উত্তৰঃ কালো কলডি 



১৫৪। ‘দা ওল্ড মেন এণ্ড দা ছি’ গ্রন্থখনৰ লেখক কোন? 

উত্তৰ : আর্নেষ্ট হেমিংৱে। 



১৫৫। ব্রহ্মদেশৰ বর্তমান নাম কি? 

উত্তৰ : ম্যানমাৰ। 



১৫৬। অষ্টাদশ শতিকাত কোনে ভাপ ইঞ্জিন উদ্ভাৱন কৰিছিল? 

উত্তৰ : জেমছ ৱাটে।



১৫৭। 'ইন আৱাৰ টাইম’ নামৰ গ্ৰন্থখনৰ ৰচক কোন? 

উত্তৰ : আর্নেষ্ট হেমিংৱে। 



১৫৮। ৰাষ্ট্রপতি ৰাধাকৃষ্ণনে চীনলৈ কেতিয়া গৈছিল আৰু তেতিয়া তাৰ ৰাষ্ট্রপ্রধান আছিল কোন? 

উত্তৰ : ১৯৫৭ চন, মাও জে দং। 



১৫৯। বিশ্বৰ বৃহত্তম বিৰিয়ানি ৰন্ধনৰ প্ৰণালী চাবলৈ গিনিজ বুক অৱ ৱর্ল্ড ৰেকৰ্ডছৰ পৰা অহা বিষয়াগৰাকীৰ নাম কি আছিল? 

উত্তৰ : কাউৰাে ইশিকাৱাও 



১৬০। এজন প্রাপ্তবয়স্ক মানুহক নিতৌ কিমান শৰ্কৰাৰ প্রয়ােজন? 

উত্তৰ : ছশৰ পৰা আঠশ গ্রাম। 



১৬১। সন্ধিয়াৰ কম পােহৰত দেখা পাবৰ কাৰণে আমাৰ চকুক কি পদার্থ প্রয়ােজন- 

উত্তৰঃ ৰেটিনেল পিগমেন্ট। 



১৬২। ১৯৪৫ চনৰ ৬ আগষ্টত হিৰােছিমা চহৰত পাঁচ টন ওজনৰ বিশ্বৰ প্রথম পাৰমাণৱিক বােমাটো নিক্ষেপ কৰিছিল। এই বােমাটোৰ নাম কি আছিল? 

উত্তৰঃ 'লিটল বয়'। 



১৬৩। ২০০৮ বৰ্ষৰ অলিম্পিক ক’ত অনুষ্ঠিত হৈছিল? 

উত্তৰ : বেইজিঙত।



১৬৪। বিশ্বৰ আগশাৰীৰ এনিমেশ্যন ছবিৰ নির্মাতা সংস্থাৰ নামটো কি? 

উঃ ৱাল্ট ডিজনি প্রডাকশ্যন 



১৬৫। 'বুর্কিনা ফাছ’ নামৰ দেশখন কোন মহাদেশৰ অন্তর্ভূক্ত? 

উত্তৰঃ আফ্রিকা মহাদেশ। 



১৬৬। 'বুর্কিনা ফাছ’ নামৰ দেশখনৰ ৰাজধানীখনৰ নাম কি? 

উত্তৰ : অগাডুনা।



১৬৭। বিশ্বৰ সর্বশ্রেষ্ঠ বঁটা কি? 

উঃ ন'বেল বঁটা। 



১৬৮। ন'বেল বঁটা কাৰ ধনেৰে আৰু কাৰ স্মৃতিত প্রদান কৰা হয়? 

উঃ চুইডেনৰ বিজ্ঞানী আলফ্রেড ন'বেলৰ উইল অনুসৰি তেওঁৰ ধনেৰে আৰু তেওঁৰ স্মৃতিত ন'বেল বঁটা প্ৰদান কৰা হয়। 



১৬৯। ন’বেল বঁটা কেতিয়াৰপৰা প্ৰদান কৰা হৈছে? 

উঃ ইং ১৯০১ চনৰপৰা। 



১৭০। বিজ্ঞানী আলফ্রেড ন'বেলে কেতিয়া পৰলােক গমন কৰিছিল ? 

উঃ ইং ১৮৯৬ চনত ১০ ডিচেম্বৰত। 



১৭১। কি কি বিষয়ত ন'বেল বঁটা প্ৰদান কৰা হয়? 

উঃ পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু বিশ্ব শান্তিৰ বাবে ইং ১৯০১ চনৰপৰা ন'বেল বঁটা প্ৰদান কৰাৰ লগতে ইং ১৯৬৯ চনৰ পৰা অর্থনীতিতে ন'বেল বঁটা প্ৰদান কৰাৰ নিয়ম প্রৱৰ্তন কৰা হৈছে। 



১৭২। কিমান দিনৰ অন্তৰে অন্তৰে ন'বেল বঁটা প্ৰদান কৰা হয়? 

উঃ ৩৬৫ দিন বা এবছৰৰ অন্তৰে অন্তৰে। 



১৭৩। প্ৰতিটো বিষয়ত একেলগে সর্বাধিক কেইজন ব্যক্তিক ন'বেল বঁটা প্রদান কৰা হয়? 

উঃ তিনিজনক। 



১৭৪। প্রতি বছৰে কোন মাহৰ কোন তাৰিখে ন'বেল বঁটা প্ৰদান কৰা হয়? 

উঃ ডিচেম্বৰ মাহৰ ১০ তাৰিখে। 



১৭৫। নবেল বটা ক’ত প্রদান কৰা হয়? 

উঃ চুইডেনৰ ৰাজধানী ষ্টকহমত। 



১৭৬। মৰণােত্তৰভাৱে কোনাে ব্যক্তিক ন'বেল বঁটা প্ৰদান কৰা হয় নে নহয়? 

উঃ নহয়। 



১৭৭। নবেল বঁটা বিজয়ীক কিহেৰে পুৰস্কৃত কৰা হয়? 

উঃ ন'বেল বঁটা হিচাপে প্ৰতিটো বিভাগৰ বিজয়ীজনক ৯,১৬,০০০ মার্কিন ডলাৰ, এখন প্রশস্তিপত্ৰ আৰু এটা সােণৰ পদকেৰে পুৰস্কৃত কৰা হয়। 



১৭৮। কোনে কোনে নিজৰ জীৱনকালত দুবাৰকৈ ন'বেল বঁটা লাভ কৰিছে? 

উঃ (ক) মেডাম কুৰী- ইং ১৯০৩ চনত পদার্থ বিজ্ঞানত আৰু ইং ১৯১১ চনত ৰসায়ন বিজ্ঞানত। 

(খ) লিনাচ পাউলিং— ইং ১৯৫৪ চনত ৰসায়ন বিজ্ঞানত আৰু ইং ১৯৬২ চনত শান্তিৰ বাবে। 

(গ) জন বার্টিন- ইং ১৯৫৬ চনত পদার্থ বিজ্ঞানত আৰু ইং ১৯৭২ চনতাে পদার্থ বিজ্ঞানত। 

(ঘ) ফেডেৰিক চানগাৰ- ইং ১৯৫৮ চনত ৰসায়ন বিজ্ঞানত আৰু ইং ১৯৮০ চনতাে পুনৰ ৰসায়ন বিজ্ঞানত।



১৭৯। ১৯৯৯ চনলৈকে ভাৰতৰ কোনে কোনে ন'বেল বঁটা লাভ কৰিছে? 

উঃ (ক) ইং ১৯১৩ চনত ৰবীন্দ্রনাথ ঠাকুৰ (সাহিত্য) (খ) ইং ১৯৩০ চনত চন্দ্ৰশেখৰ ভেংকটৰমন (পদার্থ বিজ্ঞান) 


(গ) ইং ১৯৬৮ চনত হৰগােবিন্দ খুৰানা (চিকিৎসা বিজ্ঞানত) (এখেত বর্তমান আমেৰিকাৰ নাগৰিক।) (ঘ) ইং ১৯৭৯ চনত মাদাৰ টেৰেচা (শান্তি) 


(ঙ) ইং ১৯৮৩ চনত সুব্রমণিয়ম চন্দ্রশেখৰ (পদার্থ বিজ্ঞানত) (এখেত বর্তমান আমেৰিকাৰ নাগৰিক।) 


(চ) ইং ১৯৯৮ চনত অমর্ত্য সেন (অর্থনীতিত)। 




১৮০। চিকিৎসা বিজ্ঞানত মিলেনিয়ামৰ ন'বেল বঁটা কোনে কোনে লাভ কৰিছে? 

উঃ আৰৱিড কার্লচন (চুইডেন), পলগ্রীণগার্ড আৰু এৰিক কেণ্ডেল (আমেৰিকা যুক্তৰাষ্ট্র)। 



১৮১। পদার্থ বিজ্ঞানত মিলেনিয়ামৰ ন'বেল বঁটা কোনে কোনে লাভ কৰিছে? 

উঃ জেক কিলবি (আমেৰিকা), হাবার্ট ক্ৰৱেমাৰ (আমেৰিকা) আৰু ঝৰেছ আলফেৰভ (ৰুছ) ।



১৮২। ৰসায়ন বিজ্ঞানত মিলেনিয়ামৰ ন'বেল বঁটা কোনে কোনে লাভ কৰিছে? 

উঃ এলেন হিগাৰ, এলেন মেকডিৰামিড আৰু হিডেকী শ্বিৰাকাৱাই। 



১৮৩। অর্থনীতিত মিলেনিয়ামৰ ন'বেল বঁটা কোনে কোনে লাভ কৰিছে? 

উঃ জেম জে. হেকামেন (আমেৰিকা) আৰু ডেনিয়েল এল মেকফেডন (আমেৰিকা)। 



১৮৪। সাহিত্যত মিলেনিয়ামৰ ন'বেল বঁটা কোনে লাভ কৰিছে? 

উঃ ফ্রাঞ্চত বসবাস কৰি থকা চীন দেশীয় সাহিত্যিক গাঁও জিংজিয়ানে লাভ কৰিছে। 



১৮৫। শান্তিত মিলেনিয়ামৰ ন'বেল বঁটা বিজয়ী ব্যক্তিজন কোন? 

উঃ কিম ডে জুং (ৰাষ্ট্রপতি, দক্ষিণ কোৰিয়া)। 



১৮৬। ইং ১৯০১ চনৰ ন'বেল বঁটাৰ অর্থমূল্য কিমান আছিল? 

উঃ ১৫০,৮০০ চুইচ ক্ৰনাৰ। 



বিশ্ব কুইজ- World  Quiz GK in Assamese-সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ সমাহাৰ অসমীয়াত কুইজ

অসমীয়া সাধাৰণ জ্ঞান কুইজ অসমীয়া খেল ধেমালিৰ কুইজ অসমীয়া লোক সংস্কৃতিৰ কুইজ ভাৰত কুইজ বিজ্ঞানৰ কুইজ অসমীয়া বুৰঞ্জীৰ কুইজ ভাৰত বুৰঞ্জীৰ কুইজ






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.