কোনবোৰ খাদ্যই শৰীৰত কি যোগান ধৰে

কোনবোৰ খাদ্যই শৰীৰত কি যোগান ধৰে-

কোনবোৰ খাদ্য কিহৰ কাৰক, নাশক, প্রতিৰোধক সকলো তথ্য তলত দিয়া হৈছে-

কোনবোৰ খাদ্যই শৰীৰত কি যোগান ধৰে- কোনবোৰ খাদ্য কিহৰ কাৰক, নাশক, প্রতিৰোধক সকলো তথ্য তলত দিয়া হৈছে-
খাদ্যৰ যোগান

কোনবোৰ খাদ্যই শৰীৰত কি যোগান ধৰে-


পুঠি মাছ খালে চকুৰ ৰােগ নহয়, শুক্রবৃদ্ধি কাৰক হয়। 


তামােলপান খালে লম্বুপােক নাশক হয়, মুখৰ দুৰ্গন্ধ নাশক হয়। 


বাদাম খালে বায়ু পিত্তনাশক শুক্র বলবৃদ্ধি কাৰক হয়। 


পকা বেল খালে মলৰােধক, আমৰােগ উপশম হয়।  


মানকচু খালে পুষ্টিজনক, শােথনাশক হয়। 


মূলা খালে ত্রিদোষ নাশক হয়। 


পানিফল খালে বলকাৰক, ৰক্তজনক পিত্তনাশক হয়। 


লাউ খালে ধাতুপুষ্টি, পিত্ত শ্লেষ্মা নাশক হয়। 


জলকীয়া খালে অগ্নিকৰ অজীর্ণ (বেছিখােৱা ক্ষতিকৰ)। 


সৰিয়হ তেল খালে বেদনানাশক, অশ্লদায়ক হয়। 


সৈন্ধব লােণ খালে ত্রিদোষনাশক, বলকাৰক, চকুৰ কাৰণে হিতকৰ। 


যােৱান খালে কৃমি নিবাৰক, কুষ্ঠনাশক, পৰিপাচক হয়। 


লং খালে বমি, ক্ষয়ৰােগ নিবাৰণ হয়। 


নিম খালে কুষ্ঠনাশক, জ্বৰ, তেজৰ দোষ নাশক, মলৰােধক হয়। 


হালধী খালে কৃমি, কুষ্ঠ, তেজৰ দোষ নাশক, মলৰােধক হয়, লগতে শৰীৰৰ উজ্জ্বলতা বৃদ্ধি আৰু মুখৰ লাবণ্য বৃদ্ধি হয়। 


শিলিখা খালে অর্শ, শােথ, পিত্তশূল আৰু হাঁপানীনাশক হয়। 


আমলখি খালে হেঁকেটি, শ্বেতপ্রদৰ, পিত্তশূল আৰু বমিনাশক হয়। 


পকাআম খালে শুক্রবৃদ্ধিকাৰক, বায়ুনাশক, বলকাৰক হয়। 


আদা খালে বাত, কফ, পিত্তনাশক হয়। 


কেচাঁআম খালে মলবর্ধক, বীৰ্য্যবর্ধক, বাতনাশক, কৃমিনাশক। 


সৰু ইলাচী খালে শ্বাস, কাহ, কফনাশক হয়। 


খিচমিচ খালে পুষ্টিকৰ পিত্তনাশক হয়। 


ইলিচ মাছ খালে বায়ুনাশক হয়। 


খাহিৰ মাংস খালে চর্বিবর্ধক হয়। 


কাছৰ মাংস খালে চকুহিতকৰ হয়, বল আৰু শুক্র বৃদ্ধি হয়। 


কল খালে বল আৰু শুক্র বৃদ্ধিকাৰক, শীতল লাগে। 


আখৈ খালে কোষ্ঠ পৰিষ্কাৰক, বলবর্ধক হয়। 


গম খালে ৰুচি পিত্তনাশক, বলকাৰক হয়। 


তিতাকেৰেলা খালে বাত বিষ, প্লীহা, কৃমি, ৰক্তপিত্ত নাশ হয়। 


চিৰতা খালে কৃমি, কুষ্টিয়া ৰোগ, পিত্ত ৰোগ, তেজৰ দোষ নাশ হয়। 


ঘিড় খালে বায়ু পিত্তনাশক হয়। 


জালুক খালে গ্রহণী, গনোৰীয়া, অনিদ্রাৰ পৰা ৰক্ষা পাব পাৰি। প্রস্বাবৰ জ্বালা আৰু টোপ টোপকৈ প্রস্বাব হোৱাও দূৰ হয়। 


ৰহৰ দালি খালে ডায়েবেটিচ, অৰ্শৰোগ, অৰুচি, জিভাৰ ঘা দূৰ হয়। 


গাজৰ খালে বল, শ্লেষ্মা আৰু অৰ্শনাশক হয়। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.