মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- Great people Great thoughts in Assamese-Assamese Quotes

Assamese Great Thoughts Image- Assamese Quotes Photos মহৎ লোকৰ বাণী ফটো- অসমীয়া নীতি কথা- মহৎ উক্তি- পুৱাৰ বাণী- 


মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- Great people Great thoughts in Assamese-Assamese Quotes-
মহৎ বাণী






মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

১। চৰাইয়ে বৰষুণৰ পৰা বাচিবলৈ নিৰাপদ আশ্ৰয় বিচাৰি ফুৰে। অথচ ঈগলে বৰষুণৰ পৰা বাচিবলৈ মেঘৰ ওপৰলৈ উৰি যায়। প্ৰত্যাহ্বানক জয় কৰা এই পথেই আটাইতকৈ প্ৰভাৱশালী বুলি মই ভাবোঁ।

= এ পি জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

২। হাজাৰখন যুদ্ধ জয় কৰাতকৈ নিজক জয় কৰিবলৈ চেষ্টা কৰা। কাৰণ এই জয় সদায় তোমাৰেই। দেৱতা বা অসুৰ কোনেও ইয়াক কাঢ়ি নিব নোৱাৰে।

= গৌতম বুদ্ধ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩। মই এজন আশাবাদী মানুহ। কাৰণ আশাবাদী হৈহে মই জীৱনত কিবা লাভ হৈছে আন একোৰে পৰা নহয়।

= উইনষ্টন চাৰ্চিল

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৪। কোনো কামেই কঠিন নহয় যদিহে তাক সৰু সৰু কাৰ্যত বিভাজিত কৰি লৈ সম্পাদন কৰিবলৈ যত্ন কৰা হয়।

= হেনৰি ফৰ্ড

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৫। ঘৰ সাজিবলৈ ওখ ভেঁটি কৰি লব লাগে সেইদৰে কথা প্ৰকাশ কৰিবলৈ মনতে এবাৰ দ কৈ চিন্তা কৰি লোৱা উচিত।

= ইভানবুনিন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৬। গোটেই বিশ্বখন এখন ৰংগমঞ্চ। ইয়াত ভাও লোৱা প্ৰতিজন মানুহৰে নিজস্ব প্ৰৱেশ আৰু প্ৰস্থান আছে আৰু একোজন মানুহে একেলগে কেবাটাও ভাও ল’ব লাগে।

= উইলিয়াম শ্বেইক্সপীয়েৰ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৭। আগ পাছ নুশুনি কাম কৰা অনুচিত, শক্তি সঞ্চয় কৰি সচেতনতাৰে আগবাঢ়িলে জয় অনিবাৰ্য।

= আব্ৰাহম লিংকন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৮। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে।

= গ্যেটে

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৯। শাৰীৰিক ক্ষমতাই মানুহৰ শক্তি থকা নুবুজায়, শক্তি উৎপন্ন হয় মানুহৰ মনৰ পৰাহে।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১০। আপুনি যদি শত্ৰু বিচাৰে তেনেহলে গুণী বন্ধুসকলক চেৰাই যোৱাৰ চেষ্টা কৰক আৰু যদি বন্ধু বিচাৰে তেনেহ’লে তেওঁলোকক আপোনাক অতিক্ৰম কৰাৰ সুযোগ দিয়ক।

= ফুকো

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১১। শক্তি জয়ৰ পৰা নাহে, সংগ্ৰামেহে তোমাৰ শক্তিক জগাই তোলে। যদি তুমি কাঠিন্যৰ মাজেৰে যাত্ৰা কৰা আৰু আত্মসমৰ্পণ নকৰিবলৈ সিদ্ধান্ত লোৱা তেতিয়াই তোমাৰ শক্তিৰ প্ৰকাশ ঘটে।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১২। পৃথিৱীখন অসৎ লোকৰ অশুভ কামৰ কাৰণে ধ্বংস নহয়, বৰং সৎ লোকসকলৰ নিষ্ক্ৰিয়তাৰ কাৰণেহে পৃথিৱী ধ্বংস হয়।

= এলবাৰ্ট আইনষ্টাইন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৩। এগৰাকী প্ৰাজ্ঞ নাৰীয়ে আশা কৰে যে তেওঁ যেন কাৰো শত্ৰু নহয়। এগৰাকী প্ৰাজ্ঞ নাৰীয়ে কাৰোবাৰ বলি হ’বলৈ অস্বীকাৰ কৰে।

= মায়া এঞ্জেলো

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৪। মোৰ দুৰ্নাম গাই কোনেও নিজলৈ সুনাম আৰ্জিব নোৱাৰে; তাৰ দ্বাৰা তেওঁৰ নিজৰে অভাৱনীয় ক্ষতি হয়।

= ছক্ৰেটিছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৫। সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে।

= মাৰিচ চেভালিয়া

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৬। তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই। সেই বুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি?

= নেপোলিয়ন বোনাপাৰ্ট

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৭। প্ৰত্যাহ্বান হৈছে সেৱা যিয়ে জীৱনটোক আকৰ্ষণীয় কৰি তোলে আৰু এই প্ৰত্যাহ্বানক জয় কৰিব পাৰিলেই জীৱনটো অৰ্থপূৰ্ণ হৈ পৰে।

= জ’শ্বুৱা জে মাৰিন


মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

১৮। শিষ্টাচাৰে একে সময়তে দুটা উদ্দেশ্য সাধন কৰে। তাৰ সহায়েৰে আপুনি মানুহৰ ওচৰ চাপি যাব পাৰে আৰু তাৰ সহায়েৰে আপুনি মানুহক দূৰত ৰাখিব পাৰে।

= ডেভিদ ৰাইজমেন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৯। মহৎ মনবোৰে নতুন ধাৰণাৰ কথা পাতে, মজলীয়া মনবোৰে ইভেণ্টৰ কথা পাতে, আৰু সৰু মনবোৰে মানুহৰ কথা পাতে।

= এলেনোৰ ৰুছভেল্ট

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০। আমি যেতিয়া এজন সফল মানুহক দেখা পাওঁ, আমি তেওঁৰ সামাজিক প্ৰতিপত্তি ফালেহে চাওঁ। সেয়া লাভ কৰিবলৈ তেওঁ ইমানদিনে কৰি অহা ত্যাগ আৰু অধ্যাৱসায়লৈ আমাৰ চকু নপৰে।

= বৈভৱ শ্বাহ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১। সফলতা সদায় নিষ্ঠাৰে কৰা কামৰ পিছতহে আহে। কেৱল অভিধানতহে সফলতা শব্দটো কামৰ আগত থাকে।

= ভিডাল ছাচন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২। যিবিলাকে অন্যায় উপায়ে মানুহৰ পৰা ধন-সম্পদ আঁহৰণ কৰি সেয়া। আত্মসাৎ কৰে আৰু মানুহক আল্লাহৰ পৰা আঁতৰাই ৰাখে। এনে প্রতাৰকবিলাকৰ বাবে আছে কঠোৰ শাস্তি।

= কোৰান

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩। কাম কৰি জীৱনত কিমান খ্যাতি অৰ্জন কৰিলো, সেইটো ডাঙৰ কথা নহয়। জীৱনটো কিমান সুন্দৰকৈ পাৰ কৰিলা সেইটোহে ডাঙৰ কথা। 

= হেমিংৱে

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪। কোনটো বাটেদি যাব লাগে, সেই কথা যিজনে আগতে গম পায়, তেওঁ বেছি দূৰ আগুৱাব নোৱাৰে। 

= নেপোলিয়ন বোনাপাৰ্ট

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৫। কাৰণ নোহোৱাকৈ অযথা খং, নিৰথৰ্ক বাৰ্তালাপ, উন্নতিবিহীন পৰিবৰ্তন, উদ্দেশ্যহীন অনুসন্ধান, অচিনাকিক বিশ্বাস আৰু শত্ৰুক বন্ধু জ্ঞান- এই ছয় কৰ্মৰ পৰা মূৰ্খক চিনিব পাৰি। 

= পাৰস্যৰ প্ৰবচন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৬। কিয়নো জেউৰা দিয়া হৈছে তাক নজনাকৈ জেউৰাখন ভাঙিবলৈ যত্ন নকৰিবা। 

= ৰৰ্বাট ফ্ৰষ্ট

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৭। কোনো মানুহে যদি উপদেশ দি ভাল পায়, জানিবা তেওঁকহে উপদেশৰ প্ৰয়োজন অধিক। 

= লৰ্ড হেনিফেক্স

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৮। বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে। বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে।

= চি এছ লিৱিছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৯। পৰিবৰ্তন অবিহনে প্ৰগতি কেতিয়াও সম্ভৱ নহয়। আৰু যিসকলে নিজৰ মনৰ স্থিতিশীলতাৰ পৰিবৰ্তন কৰিব নোৱাৰে তেওঁলোকৰ দ্বাৰা একো পৰিবৰ্তন সম্ভৱ নহয়।

= জৰ্জ বাৰ্ণাৰ্ড শ্ব’

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩০। কোনো মানুহেই পিছলৈ উভতি গৈ এটা নতুন আৰম্ভণি কৰিব নোৱাৰে সকলোৱে বৰ্তমানৰ পৰাই আৰম্ভণি কৰিব লাগিব আৰু এটা নতুন সামৰণিৰ কাৰণে চেষ্টা কৰিব লাগিব।

= কাৰ্ল বাৰ্ড

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩১। সুখী হোৱাৰ সহজ উপায়–ৰাস্তাৰ কাষৰ দুৰ্দশাগ্ৰস্তজনৰ লগত নিজক তুলনা কৰক।

= কনফুচিয়াচ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩২। জীৱনৰ প্ৰতি ইতিবাচক মনোভাব গ্ৰহণ কৰাটো এটা আধ্যাত্মিক কৰ্ম। ই মানুহৰ জীৱনক প্ৰকৃত সত্যৰ বাটেৰে অাগবঢ়াই নিয়ে।

= আলবাৰ্ট ছোৱাইটজাৰ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩৩। সৌন্দৰ্যই দৃষ্টি ধৰি ৰাখে কিন্তু গুণেহে আত্মা জয় কৰে।

= আলেকজেণ্ডাৰ পোপ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩৪। ৰণাংগনত আমি যেনেকৈ সাহসিকভাৱে যুঁজিছিলোঁ শান্তিৰ বাবেও আমি তেনেকৈ যুঁজিব লাগিব।

= লালবাহাদুৰ শাস্ত্ৰী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩৫। মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন দুটা হ’ল জন্ম হোৱা দিনটো আৰু সেই দিনটো যিদিনা তেওঁ বিচাৰি উলিয়াব পাৰে যে তেওঁৰ কিহৰ কাৰণে জন্ম হৈছে।

= মাৰ্ক টোৱেইন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩৬। অহিংসা হৈছে চূড়ান্ত সাহস, ইয়াত কাপুৰুষালি বা দুৰ্বলতাৰ স্থান নাই। কাপুৰুষালিতকৈ হিংসাক গ্ৰহণ কৰায় অধিক শ্ৰেয়। কাৰণ কোনোবা দিন হিংস্ৰ মানুহজন অহিংস হোৱাৰ আশা আছে। কিন্তু তেনে আশা কাপুৰুষজনৰ নাই।

= মহাত্মা গান্ধী



৩৭। প্ৰকৃত মানুহ এজনক তিনিটা লক্ষণেৰে চিনা যায়; উদ্দেশ্যত উদাৰতা, কাৰ্য সম্পাদনত মানৱতা, আৰু কৃতকাৰ্যতাত আত্ম সংযম।

= বিস্মাৰ্ক



৩৮। চকুৰে নেদেখাজনক অন্ধ বুলিব নোৱাৰি, নিজৰ দোষ ক্ৰুটিবোৰ লুকুৱাই ৰখাজনহে প্ৰকৃত অন্ধ।

= মহাত্মা গান্ধী



৩৯। সুযোগ আৰু সম্ভাৱনা কেতিয়াও নিজে নিজে সৃষ্টি নহয়,নিজৰ প্ৰচেষ্টাৰে সুযোগ আৰু সম্ভাৱনা সৃষ্টি কৰিব লগা হয়।

= ক্ৰিছ গ্ৰোছাৰ



৪০। তুমি যদি মনৰ সজীৱতা ধৰি ৰাখিব বিচৰা তেন্তে সকলো কথাকে সহজভাৱে লবলৈ শিকা। কাৰণ জটিলতাই কেৱল উদ্বিগ্নতা বঢ়াই তোলে।

= থমাছ হুড

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৪১। মই বিশ্বাস কৰোঁ যে মানুহৰ হৃদপিণ্ডৰ এক নিৰ্দিষ্ট সংখ্যকহে স্পন্দন থাকে। সেইবাবে মই মোৰ জীৱনৰ নিৰ্দিষ্ট সংখ্যক হৃদস্পন্দনৰ এটাও নষ্ট কৰিব নিবিচাৰোঁ

= নীল আমষ্ট্ৰং



৪২। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত।

= বুদ্ধদেৱ



৪৩। জাবৰ সাৰিলে যিদৰে ঠাই পৰিষ্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয়।

= হেম বৰুৱা



৪৪। বহু মানুহৰ জীৱনত ব্যৰ্থতা আহে। ইয়াৰ কাৰণ হ’ল তেওঁলোকে হাৰ মনাৰ সময়ত উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোক সফলতাৰ কিমান কাষ চাপিছে।

= থমাছ এ এডিছন



৪৫। নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। 

= ৰবীন্দ্ৰনাথ ঠাকুৰ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৪৬। শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে

= হজৰত মহম্মদ



৪৭। শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব 

= সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ



৪৮। বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। 

= ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ



৪৯। যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ 

= মহাত্মা গান্ধী



৫০। নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা।

= স্বামী বিবেকানন্দ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৫১। অনিষ্টই আঘাতৰহে সম্ভেদ দিয়ে, ইয়াৰপৰা কোনো লাভ বা মুনাফা নহয়।

= উইলিয়াম শ্বেক্সপিয়েৰ



৫২। আমি কি কৰিব খোজো ,সেইটো থিৰাং কৰাৰ ক্ষমতা আমাৰ নিজৰ মতেই আছে। আমাৰ শৰীৰ এখন বাগিছা ,তাৰ মালী হ'ল আমাৰ ইচ্ছাশক্তি।

= উইলিয়াম শ্বেক্সপিয়েৰ



৫৩। খঙৰ বশিভূত হৈ কাম কৰিব নাপায়, খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে।

= কনফুচিয়াছ



৫৪। শান্তি ভুল সংশোধনৰ কাৰণেহে, শাৰীৰিক কষ্ট দিবৰ বাবে নহয়।

= ৰুছোঁ



৫৫। মাত্ৰ এটা শব্দ কাৰণে জ্ঞানী বুলি বিবেচিত হ'ৱ পাৰে আৰু এটা শব্দৰ কাৰণে মূৰ্খ বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে আমি যি কথা কওঁ সেই বিষয়ে সাৱধান হোৱা উচিত।

= কনফুচিয়াছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৫৬। কোনো এটা কাম সুচাৰুৰূপে কৰাটোৱেই সেই কামৰ পুৰস্কাৰ।

= উইলিয়াম শ্বেক্সপিয়েৰ



৫৭। এটা বন্দুকৰ গুলীতকৈ এটোপাল চিয়াহীৰ মূল্য বেছি। 

= মাদাৰ টেৰেছা 



৫৮। যিবিলাক ল'ৰা-ছােৱালী নির্ভয় বাতাবৰণত লালিত, সিহঁতে প্রাণ গলেও কদাপিও মিছা কথা নকয়। মনত জন্ম ভয়হে সত্য কোৱাৰ শত্রু। 

= ৰাজা গােপালাচাৰী



৫৯। বহুত আৰু বিৰাট ভুলৰ মাজেদি কোনো মানুহেই মহান আৰু ভাল হ'ব নোৱাৰে।

= উইলিয়াম শ্বেক্সপিয়েৰ



৬০। যি মানুহৰ শিক্ষা নাই তেওঁ এডাল শুকান কাঠখৰিৰ দৰে। 

= হজৰত মােহম্মদ 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৬১। পৰীক্ষাত নকল কৰাটো যিমান দোষ আনৰ পৰা চাই লােৱাটোও সিমানেই দোষ। 

= হেম বৰুৱা 



৬২। যিয়ে এবাৰ বিশ্বাসঘাটকতা কৰিছে, তেওঁক কেতিয়াও বিশ্বাসত নল'বা।

= উইলিয়াম শ্বেক্সপিয়েৰ



৬৩। সকলোকে ভাল পাবা, কিন্তু সকলোকে বিশ্বাস নকৰিবা, সেই বুলি কাৰো প্ৰতি অহিতকৰ কাম নকৰিবা।

= উইলিয়াম শ্বেক্সপিয়েৰ



৬৪। শিশু হ'ল একোখন কিতাপ ,ইয়াৰ প্ৰতিটো পৃষ্ঠাই শিক্ষকে অধ্যয়ন কৰিব লাগে।

= ৰুছোঁ



৬৫। অধ্যয়নে মানুহক পূৰ্ণ কৰি তোলে আৰু লিখাৰ আভাসে মানুহক অতি মানৱীয় মৰ্যদা প্ৰদান কৰে।

= ৰুছোঁ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৬৬। মানুহৰ গােটেই জীৱন সামৰি লয় তিনিটা কথাই। সেইকেইটা হ'ল ইচ্ছা, পৰিশ্ৰম আৰু কৃতকার্যতা। ইচ্ছাই এটা উজ্জ্বল আৰু সুখী কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিয়ে; পৰিশ্রমে দুৱাৰঙীল পাৰ হৈ আগবাঢ়ি যায়; যাত্ৰাৰ শেষত আহে কৃতকার্যতা - যি আমাৰ জীৱনৰ সমস্ত সাধনাৰ শিৰত কিৰীটি পিন্ধাই দি তাক পুৰস্কৃত কৰে। 

= লুই পেষ্টিউৰ 



৬৭। আমি এনে শিক্ষা বিচাৰাে যি শিক্ষাই আমাক চৰিত্রবান হ’বলৈ শিকাব, মনৰ দৃঢ়তা বৃদ্ধি কৰিব, মেধাৰ প্ৰসাৰ ঘটাব আৰু নিজৰ ভৰিত থিয় হ'বলৈ সক্ষম কৰাব। 

= স্বামী বিবেকানন্দ 



৬৮। নাৰীয়ে পুৰুষক যিদৰে গঢ়িব খোজে, তেওঁ (পুৰুষে)সেইদৰে লয়।

= ৰুছোঁ



৬৯। চৰিত্ৰ অবিহনে শিক্ষাৰ মূল্যই বা ক'ত ? চৰিত্ৰ হৈছে মাত্র প্রাথমিক ব্যক্তিগত পৱিত্ৰতা। 

= মহাত্মা গান্ধী 



৭০। তোমালােকৰ শিক্ষা যদি সততা আৰু পৱিত্ৰতাৰ দৃঢ় ভেটিত গঢ়ি উঠা নাই, তেন্তে মই ভাৱাে, তােমালােকৰ শিক্ষাৰ কোনাে মূল্য নাই। তােমালােক একোজন সর্ববিদ্যাবিশাৰদ হ’ব পাৰা কিন্তু তােমালােকে যদি তােমালােকৰ বক্তিগত জীৱনৰ পৱিত্ৰতাৰ প্রতি আওকান কৰা মই কওঁ - তােমালােকৰ জীৱন অথলে গৈছে। 

= মহাত্মা গান্ধী 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৭১। কম কথা জনা লোক সাধাৰণতে বহুবল্কী হয়। আনহাতে যিজনে বহু কথা জানে তেওঁ কথা কোৱাত মিতব্যয় হয়।

= ৰুছোঁ



৭২। কেৱল ঈশ্বৰেহে জীৱন নিব পাৰে। কাৰণ জীৱ দিওঁতাও তেৱেঁই। 

= মহাত্মা গান্ধী



৭৩। কোনাে এটা কাম সুচাৰুৰূপে কৰাটোৱেই হৈছে সেই কামৰ পুৰস্কাৰ। 

= শ্বেক্সপীয়েৰ 



৭৪। মানুহ স্বাধীন হৈয়ে জন্ম গ্ৰহণ কৰে আৰু সকলো সময়তে সি শৃংখলিত।

= ৰুছোঁ



৭৫। তোমাক মানুহে নাজানে বুলি আওকাণ নকৰিবা। এনেভাৱে তুমি কাম কৰা যাতে তুমি মানুহে জনাৰ যোগ্য হোৱা।

= কনফুচিয়াছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৭৬। সকলাে বিপদৰ একমাত্র ঔষধ হৈছে ধৈয্য। 

= প্লেটো 



৭৭। ঘােৰ অন্ধকাৰৰ পিচতেই পুৱাৰ উদয় হয়। 

= সুভাষ চন্দ্র বসু 



৭৮। জগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহৰ অতি প্রয়ােজন। 

= আব্রাহান লিংকন



৭৯। প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভালপোৱাতো আৰু প্ৰকৃত জ্ঞান হৈছে পৃথিৱীৰ মানুহক জনাতো।

= কনফুচিয়াছ



৮০। অন্ধকাৰক অভিশপ্ত দিয়াতকৈ এডাল মমবাতি জ্বলাই দিয়াটোৱেই আৱশ্যক।

= কনফুচিয়াছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৮১। শিক্ষিত মানুহেহে যে কেৱল মাত্র কিছুমান বিশেষ কাম কৰিব লাগে মই সেই কথাটো নিন্দা কৰাে। আজিৰ যুগত কিছুমান কাম নিন্দনীয় বুলি ভবাটো অচল। এই কথাষাৰ যিমান সােনকালে উপ্পলব্ধি কৰিব পাৰি সিমানেই মংগল। 

= হুমায়ুন কবিৰ 



৮২। শিক্ষকসকলে যান্ত্রিক আৰু আর্থিক মনােভংগী লৈ থাকিব নােৱাৰে। পেটৰ ভাত মােকোলােৱাৰ কাৰণহে যে আপােনালােকে শিক্ষকতা কৰে সেই কথা মনৰ পৰা সমূলঞ্চে বিসর্জন দিব লাগিব। দেশৰ প্রধানমন্ত্ৰীজনতকৈ এশগুণ বেছি দায়িত্ববােধেৰে আজিৰ কুমলীয়া মনৰ ওপৰত থিয় দিব লাগিব। ভৱিষ্যৎ ভাৰতীয় জাতিৰ মহান মহীদেহৰ কুমলীয়া পুলিটোৰ প্রধান মালী হৈছে আপােনালােক (শিক্ষকসকল) 

= জ্যোতি প্ৰসাদ আগৰৱালা 



৮৩। তুমি যেনেকৈ আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰা, তেনেদৰে আন লোককো তেনে ব্যৱহাৰ কৰিবা।

= কনফুচিয়াছ



৮৪। মানুহে উদাহৰণৰ পৰা শিকিব নােখােজে; শিকিব খােজে ভুলৰ পৰা। সেইটোৱেই হ'ল - মানুহৰ প্রকৃত স্বভাৱ। 

= ফ্রে হইল 



৮৫। আমি যি জানাে সামান্য। আমি যি নাজানাে তাৰ সীমা নাই। এতেকে নিজক জ্ঞানী বুলি ভবা অনুচিত। 

= পাপেলচ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৮৬। মানুহ শিকা সকলাে কথা পাহৰি যােৱাৰ পাছতাে যিখিনি কথা মানুহৰ মনত ৰৈ যায়। সেইখিনিয়েই হ’ল প্রকৃত শিক্ষা। 

= বি. এফ. স্কিনাৰ 



৮৭। নজনাটো সিমান লাজৰ কথা নহয়, শিকিবলৈ চেষ্টা নকৰাটোহে লাজৰ কথা৷ 

= বেঞ্জামিন ফ্রেঙ্কলিন 



৮৮। পুৰণিক নৱ জীৱন দি নতুন কৰি জ্ঞান আহৰণ কৰাৰ সামৰ্থ যাৰ আছে তেৱেঁই শিক্ষক ।

= কনফুচিয়াছ



৮৯। সৰু বুলি কাকো অৱহেলা নকৰিবা, তুমি সৰু বুলি ভবা বস্তু এটাই কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰ। 

= গ্যেটে 



৯০। অহিংসাত মৃত্যুবৰণ কৰাতহে সাহসৰ পৰিচয় পােৱা যায়। হত্যা কৰাত নহয়। 

= মহাত্মা গান্ধী 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৯১। জ্ঞান কৰ্ম্মৰ অনুভূৰ্তিয়ে মানুহৰ মনত শান্তি দিয়ে। তােমাক কোনােৱাই এখন গালত চৰ মাৰিলে, আনখন গালাে পাতি দিবা। 

= মহাত্মা গান্ধী 



৯২। মানুহৰ মাজত দেৱতা আছে। সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি। 

= চক্রেটিছ 



৯৩। মোক শক্তি দিয়া মই সৃষ্টিৰ বাব ধ্বংসত নামাে। 

= আদ্রে মালৰাে 



৯৪। কিবা এটা কাম শুদ্ধ বুলি জানিও যি মানুহে সেই কাম সাহসৰ অভাৱত কৰিব নােৱাৰে তেওঁৱেই প্রকৃত কাপুৰুষ। 

= কনফুচিয়াছ



৯৫। কেৱল খাই-বৈ জীয়াই থকাটোৱেই জীৱন নহয়। জ্ঞান আহৰণ কৰি মানসিক শক্তিৰ বিকাশ ঘটাব লাগে। 

= ছক্ৰেটিছ। 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৯৬। আনক সমালােচনা কৰিবলৈ যােৱাৰ আগতে নিজক সমােলােচনা কৰা। নিজে শুদ্ধ আৰু পৱিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যােগ্যতা অর্জন কৰিব পাৰিবা। 

= ছক্ৰেটিছ 



৯৭। মই কেৱল এটা কথাই জানাে, সেয়া হ'ল মই একো নাজানাে। 

= ছক্ৰেটিছ 



৯৮। শিক্ষাৰ ঘাই শিপাড়াল বৰ তিতা, কিন্তু ইয়াৰ ফলবােৰ বৰ সােৱাদ। 

= এৰিষ্টটল 



৯৯। শিক্ষকসকল জন্মদাতা পিতৃ-মাতৃত কৈয়াে বেছি শ্ৰদ্ধাৰ পাত্ৰ। কাৰণ পিতৃ-মাতৃয়ে জন্মহে দিয়ে, জীৱন যাত্ৰাৰ প্রণালী শিক্ষকেহে নিৰূপন কৰে। 

= এৰিষ্টটল 



১০০। শিক্ষা হ'ল জীৱনৰ ভেটি; ইয়াক সৰুতেই সুদৃঢ় নকৰিলে ডাঙৰ হ'লে কৰিব নােৱাৰি। 

= জন লক 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১০১। ল’ৰা-ছােৱালীক প্রকৃত মানুহ হ'বলৈ শিক্ষা দিব লাগে; ভদ্রলােক বা ভদ্রমহিলা হ’বলৈ নহয়। 

= পদ্মনাথ গোহাঞিবৰুৱা



১০২। এজন শিক্ষক হ'ব লাগিব শাৰীৰিকভাৱে উপযুক্ত, আৱেগিকভাৱে ধীৰ-স্থিৰ ,মানসিকভাৱে সজাগ ,সামাজিক ভাৱে কৰ্ম পটু আৰু আধ্যাত্মিকভাৱে ঈশ্বৰ প্ৰতি ভয় ভক্তি থকা লোক।

= এৰিষ্টটল



১০৩। আধ্যাত্মিক আদৰ্শইহে কালজয়ী সমাজ সৃষ্টি কৰিব পাৰে।

= মহাত্মা গান্ধী



১০৪। শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে।

= এৰিষ্টটল



১০৫। অন্যায় কাম নকৰিলেই মানুহক ন্যায়ৱন্ত বুলি কব নোৱাৰি।কাৰণ বহুত অন্য অন্যায়প্রিয় মানুহেও সমাজত বা ৰাজদণ্ড ভয়ত অন্যায় কামৰ পৰা আঁতৰ হৈ থাকে

= সত্য নাথ বৰা

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১০৬। আজিৰ সমাজ বিভিন্ন মেৰুত বিভক্ত হৈ পৰিছে অৰ্থাৎ মেৰুদণ্ডহীন হৈ পৰিছে ।

= মহাত্মা গান্ধী



১০৭। কৰ্তব্যজ্ঞানে কৰ্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায় আৰু মানৰ একাগ্ৰতা বঢ়াই ।

= সত্য নাথ বৰা



১০৮। অতীত আজিও খ্যাতিমান যি অক্ষয়,চিৰপ্ৰবাহমন ।

= মহাত্মা গান্ধী



১০৯। সত্যৰ হিংহাসন,অসত্যৰ বন্দীশাল।

= মহাত্মা গান্ধী



১১০। জীৱনৰ মূল্য এইকথাটোৰে নিৰূপিত নহয় যে আমি কিমান দীঘলীয়া সময় জীয়াই থাকিলোঁ। ইয়াৰ নিৰূপন কৰা যায় আমি সমাজলৈ আগবঢ়োৱা অৱদানবোৰৰ জড়িয়তেহে।

= গৌতম বুদ্ধ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১১১। যদি তোমাৰ জীৱনৰ পৰিকল্পনা নিজেই নকৰা তেন্তে আনে কৰি দিয়া পৰিকল্পনাবোৰৰ মাজত তোমাৰ জীৱনৰ সুযোগবোৰ কমি যাব।

= জিম বন



১১২। এটা সফল জীৱনৰ মূল মন্ত্ৰটো হৈছে সেই কথাটো বিচাৰি উলিওৱা যিটো কৰা উচিত আৰু সেই কৰ্তব্যক সফলভাৱে পালন কৰা।

= হেনৰী ফৰ্ড



১১৩। সত্যতা আৰু নৈতিকতাৰ ওচৰত এদিন সকলো পৰাজিত হয়।

= মহাত্মা গান্ধী



১১৪। আমাৰ সকলো সপোনে পূৰণ হোৱাটো সম্ভৱ যদিহে এই সপোনবোৰক অনুসৰণ কৰাৰ সাহস আমাৰ থাকে।

= ৱাল্ট ডিজনী



১১৫। এটা যুগৰ পৰা আন এটা যুগলৈ, এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ পৰস্পৰ কঢ়িয়াই নিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰখন হ’ল বিদ্যালয়সমূহ আৰু ইয়াৰ বাহক হ’ল শিক্ষকসকল।

= আইনষ্টাইন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১১৬। অসৎৰ সংগ সদায় পৰিত্যাগ কৰিবা, সৎ চৰিত্ৰৱান লোকৰ সংগত থাকিবা। সংসাৰৰ অস্থায়ীত্বৰ মনত ৰাখি সদায় পূণ্য কাম কৰিবা।

= চৈয়দ আব্দুল মালিক



১১৭। মই ব্ৰিটিছৰ শাসন ভাল নাপালেও ব্ৰিটিছক বেয়া নাপাওঁ। ভাৰতীয় নানুহৰ দৰে ভাল পাওঁ।

= মহাত্মা গান্ধী



১১৮। সাক্ষৰতা আৱশ্যকীয়। কিন্তু কেৱল সাক্ষৰতাই নহয় যদি মানুহৰ শিক্ষাৰ লগত জ্ঞানৰ সম্বন্ধ নাথাকে তেন্তে শিক্ষা অভিশাপস্বৰূপ হে হয়।

= ৰাধাকৃষ্ণণ



১১৯। চিন্তা কৰিবা জ্ঞানী মানুহৰ দৰে। কিন্তু চিন্তাখিনি প্ৰকাশ কৰিবা সাধাৰণ মানুহৰ দৰে।

= উইলিয়াম বাটলাৰ ইয়েটছ



১২০। মই ভগৱানৰ পেন্সিল। এই সৰু পেন্সিলডালেৰে তেওঁ যি ইচ্ছা তাকে লিখো। আমি আহিলা হিচাপে নিখুঁত নহ’লেও আমাৰ জড়িয়তে তেওঁ সুন্দৰভাৱে লিখে।

= মাডাৰ টেৰেছা

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani


১২১। সংসাৰত যিজনে চিন থৈ যাব খোজে তেওঁ দিনে ৰাতিয়ে কাম কৰিবই লাগিব।

= এণ্টনি লিউৱেনহুক



১২২। মানুহ জানো মানুহৰ পৰ? পৃথিৱীখনেই আমাৰ ঘৰ।

= মহাত্মা গান্ধী



১২৩। মই এটা কথা উপলব্ধি কৰিছোঁ যে যদি মই ৰামধেনু চাব বিচাৰোঁ তেন্তে ধুমুহা বৰষুণজাক পাৰ হৈ যাবলৈ অপেক্ষা কৰিবই লাগিব।

= ডলী পাৰ্টন



১২৪। তুমি যদি নিজৰ মুখখন সদায় পোহৰৰ ফালে ৰাখা তেন্তে তুমি কেতিয়াও ছাঁটো চাবলগীয়া নহয়।

= হেলেন কেলাৰ



১২৫। জীৱনৰ পৰা যদি অহংকাৰ আৰু দুৰাকাংক্ষাক বিদায় দিব পৰা যায়, তেন্তে জীৱনত কেৱল আনন্দই বাকী থাকে।

= গৌতম বুদ্ধ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১২৬। আন কোনোবাই নিৰ্ধাৰণ কৰি দিয়া সংজ্ঞাৰে নিজৰ জীৱনটো জুখিবলৈ চেষ্টা কৰাত কোনো কৃতিত্ব নাথাকে। তাৰ সলনি নিজেই নিজৰ জীৱনৰ সংজ্ঞা নিৰ্ধাৰণ কৰা উচিত।

= হাৰ্ভে ফায়াৰষ্টেইন



১২৭। জীৱন আৰু মৃত্যু এটা কথাৰে বিভিন্ন নাম মাত্ৰ। এটা টকাৰে যেন ইপিঠি সিপিঠি। দুয়োটাই হৈছে মায়া। দুয়োটাকে সম্পূৰ্ণৰূপে বুজি পোৱাৰ কোনো উপায় নাই।

= স্বামী বিবেকানন্দ



১২৮। সত্যক জানিবলৈ চেষ্টা কৰা ,ই তোমাক মুক্তি দিব।

= মহাত্মা গান্ধী



১২৯। প্ৰেম আৰু সত্য নিজৰ অন্তৰতে থাকে ,প্ৰেম আৰু সত্যইহে পৃথিৱী জয় কৰিব পাৰে।

= মহাত্মা গান্ধী



১৩০। মই সেইটোক হে উচ্চ শিক্ষা বুলি কওঁ, যিটোৰে পৰোপকাৰী, সেৱাৰ ভাবাপন্ন, কৰ্মপটু হ'ব পাৰে ।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

১৩১। এন্ধাৰ বিনাশি যিদৰে সূৰ্য প্ৰতিভাত হয় সেই দৰে পবিত্ৰ কৰ্মৰ দ্বাৰা মানুহৰ গুণ প্ৰতিভাত হয়।

= মহাত্মা গান্ধী



১৩২। প্ৰথমে নিজক বুজি লোৱা, তেতিয়াহে নিজক বুজিব পাৰিবা।

= ছক্ৰেটিছ



১৩৩। ধন হেৰালে একোৱেই নেহেৰায়। স্বাস্থ্য হেৰালে সম্পদ হেৰায়। কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিৱেই হেৰায়।

= ছক্ৰেটিছ



১৩৪। ইতিহাস মৰাসুঁতি হব পাৰে, কিন্তু চিৰ প্ৰবাহমান 

= মহাত্মা গান্ধী



১৩৫। চৰিত্ৰ মানুহৰ আচল সম্পত্তি। 

= মাইলচ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৩৬। নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ 

= ভল্টেয়াৰ



১৩৭। পৃথিৱীত জন্মগ্ৰহণ কৰা সকলোৰে বাবে এইখন সংসাৰখন।

= মহাত্মা গান্ধী



১৩৮। কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা 

= বুদ্ধদেৱ



১৩৯। পৃথিৱীত জন্ম গ্ৰহণ কৰা সকলোৰে বাবে এই সংসাৰখন।

= মহাত্মা গান্ধী



১৪০। সুন্দৰৰ আৰাধনা জীৱনৰ খেল

= চন্দ্ৰ কুমাৰ আগৰৱালা

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৪১। প্ৰেমেৰেহে পৃথিৱী জয় কৰিব পাৰি । প্ৰকৃত প্ৰেম মহাসাগৰৰ দৰে সীমাহীন, এই প্ৰেম অন্তৰত উঠা-নমা কৰি আটাইবোৰ সীমা অতিক্ৰম কৰি সমগ্ৰ জগতকে আৱৰি ধৰে

= মহাত্মা গান্ধী



১৪২। দেশতকৈ মোমাই ডাঙৰ নহয়।

= লাচিত বৰফুকন



১৪৩। নিবনুৱা সমস্যা সমাধান কৰাই প্ৰকৃত বিপ্লৱ আৰু যুদ্ধ 

= মহাত্মা গান্ধী



১৪৪। হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই

= হজৰত মহম্মদ



১৪৫। সুখ কাৰো চিৰকলীয়া নহয়

কমলাকান্ত ভট্টাচাৰ্য্য



১৪৬। সাহসী আৰু নিৰ্ভীক হ'বলৈ শিকা আৰু তোমাৰ দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিবলৈ সাজু হোৱা

= মহাত্মা গান্ধী



১৪৭। চুৰ কৰা মহাপাপ

= বুদ্ধদেৱ



১৪৮। জগতত সকলো আপোন যত নৰ-নাৰী কাকনো বুলিম পৰ? পৰমপিতাৰ সকলো সন্তান পৃথিৱী অমাৰ ঘৰ

= মহাত্মা গান্ধী



১৪৯। অহিংসাই সুদীৰ্ঘ প্ৰেম । ইয়েই সৰ্বোচ্চ ন্যায় বিচাৰ । মানৱ জাতিৰ ত্ৰাণৰ ইয়েই অস্ত্ৰ ।মহাত্মা গান্ধী

প্ৰতিশ্ৰুতিয়ে কোনো কাম নকৰে, কামেহে প্ৰতিশ্ৰুতি ৰক্ষা কৰে। 

= মহাত্মা গান্ধী



১৫০। জীয়াই থকাটোৱেই এক মাত্ৰ উদেশ্য নহয়, ভালদৰে জীয়াই থকাতোহে জীৱনৰ সাৰ কথা।

= এৰিষ্টটল

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৫১। মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল। 

= চক্ৰেটিছ



১৫২। ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট

= ৰুছো



১৫৩। জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই 

= যীশুখৃীষ্ট

 


১৫৪। শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।

= জাকিৰ হুচেইন



১৫৫। এক মাত্ৰ শিক্ষাই হে মানুহৰ পশুত্বৰ পৰা ওপৰলৈ তুলি মানত্ব দান কৰিব মাৰে ।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৫৬। প্ৰাচুৰ্যৰ সময়ত শিক্ষা হ'ল ভূষণ আৰু বিপদৰ সময়ত শিক্ষা আশ্ৰয়।

= এৰিষ্টটল



১৫৭। অভিজ্ঞতাৰ জুইয়ে যাক পোৰা নাই সি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। 

= মহাত্মা গান্ধী



১৫৮। আমি প্ৰাৰ্থনা কৰোঁতে ঈশ্বৰে আমাক সকলোৰে পিতৃ বুলি স্বীকাৰ কৰি কাৰ্যতঃ দৈনন্দিন জীৱনত মানুহ মাত্ৰকে ভাইৰ দৰে ব্যৱহাৰ নকৰিলে সেই প্ৰাৰ্থনাৰ কোনো অৰ্থ নাই।

= স্বামী বিবেকানন্দ



১৫৯। ন্যায়পৰায়ণতাই সমাজ সুন্দৰ কৰে ।

প্ৰেমেৰেহে পৃথিৱী জয় কৰিব  পাৰি, বন্দুকেৰে  নহয় 

= মহাত্মা গান্ধী



১৬০। কৰ্তব্যবোধে কৰ্মলৈ উৎসাহ জন্মায় আৰু মনৰ একাগ্ৰতা বঢ়াই

= সত্য নাথ বৰা

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৬১। ধর্মৰ বিষয়ে শিক্ষা দিবলৈ আৰু কি বেছি আছে ,কেৱল বিশ্বৰ একতাত নিজৰ ওপৰত বিশ্বাস ।

= স্বামী বিবেকানন্দ



১৬২। যাৰ কাৰণে গীৰ্জা আৰু মন্দিৰত বন্দনা কৰা, প্ৰাৰ্থনা কৰা তেওঁ তোমাৰ মাজতেই আছে ।

= স্বামী বিবেকানন্দ



১৬৩। শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে 

= চক্ৰেটিছ



১৬৪। আনক কোৱাতকৈ নিজে কৰাটো ভাল

= ব্ৰাউন্ড ৰাছেল



১৬৫। অনৈক্যৰ মাজত ঐক্য বিচাৰি পোৱাই হ'ল জ্ঞান

= স্বামী বিবেকানন্দ



১৬৬। এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল 

= নেপলিয়ন



১৬৭। জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা

= শ্বেক্সপীয়েৰ



১৬৮। জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় 

= হেম বৰুৱা



১৬৯। মানুহৰ মাজত যি পূৰ্ণতা বিৰাজমান,তাৰ প্রকাশেই হ'ল শিক্ষা ।

= স্বামী বিবেকানন্দ



১৭০। সত্যৰ কাৰণে সকলো ত্যাগ কৰিবা, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰি অসত্যক সাৱটি ন'লবা।

= স্বামী বিবেকানন্দ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৭১। কাকো নিন্দা নকৰিবা, পাৰা যদি সহায় কৰা নোৱাৰিলে হাত সাৱটি বহি থাকা।

= স্বামী বিবেকানন্দ



১৭২। উগ্ৰতা একোৰে ভাল নহয় ।উগ্ৰ তিতা আৰু মিঠা দুয়ো বিহ ।

= সত্য নাথ বৰা



১৭৩। অন্যায়লৈ আন্তৰিক ঘৃণা আৰু ন্যায়লৈ আন্তৰিক আগ্ৰহ জন্মিলেহে চৰিত্ৰ নিৰ্মল হয়।

= সত্য নাথ বৰা



১৭৪। শিক্ষাই হৈছে মূল উপায়, যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে।

= এৰিষ্টটল



১৭৫। বন্ধু হৈছে দুটা দেহত বাস কৰা এটা আত্মা।

= এৰিষ্টটল



১৭৬। একাগ্ৰতা আনিবলৈ গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা অতি প্ৰয়োজন

= সত্য নাথ বৰা



১৭৭। এগৰাকী ৰাষ্ট্ৰপ্ৰতি হ'বলৈ যিমান যোগ্যতাৰ প্ৰয়োজন ,এগৰাকী শিক্ষক হবলৈ তাতকৈ অধিক যোগ্যতাৰ প্ৰয়োজন।

= এৰিষ্টটল



১৭৮। সত্যৰ সদায় জয় 

= মহাত্মা গান্ধী



১৭৯। নেতাৰ ভূলত দেশ ধ্বংস হয়

= ইন্দিৰা গান্ধী



১৮০। যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে। 

= ফ্ৰেংকলিন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৮১। মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই

= মহাত্মা গান্ধী



১৮২। চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে

= সত্যনাথ বৰা



১৮৩। কোনো মানুহ বা কোনো জাতিয়ে আমাক ঘৃণা কৰি বৰ্তি থাকিব নোৱাৰে।

= স্বামী বিবেকানন্দ



১৮৪। ঘৃণাৰ মনোভাৱ এক দীৰ্ঘকালীন আত্মহত্যা।

= ডগলাচষ্টি



১৮৫। ধনুকাঁড় মাৰা মানুহজনে লক্ষ্যভেদ কৰিব নোৱাৰিলে আনক নোদোষে। এই জ্ঞানেৰে সকলো কথা বুজিব পাৰিলে ত্যাগৰো অভাৱ নাই।

= স্বামী বিবেকানন্দ



১৮৬। ওলাইয়ে দেখিবা যাক ,শত্ৰু বুলি নাভাবিবা তাক।

= ডগলাচষ্টি



১৮৭। খং নকৰিবা নিজৰ সৰ্বনাশ হ'ব ,অহংকাৰ নকৰিবা পতন হ'ব কাকো ঘৃণা নকৰিবা নিজেও ঘৃণিত হ'ব , ফাঁকি নিদিবা ফাঁকত পৰিবা ।

= স্বামী বিবেকানন্দ



১৮৮। চিন্তাৰ জড়তাৰে ঈশ্বৰলৈ হাত পাতি থকাজন ফলৰ ভাগি হ'ৱ নোৱাৰে।

= ডগলাচষ্টি



১৮৯। সাহসী আৰু নির্ভীক হ'বলৈ শিকা আৰু তোমাৰ দেশ বাবে প্ৰাণ আহুতি দিবলৈ সাজু হোৱা।

= মহাত্মা গান্ধী



১৯০। শ্ৰমৰ কোনো বিকল্প নাই এই কথা ধুৰূপ।

= ডগলাচষ্টি

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


১৯১। মানুহক ভাগ্য বুলি কোৱা হয় প্ৰকৃততে তেওৰ প্ৰতিভাকহে।

= ডগলাচষ্টি



১৯২। ভগৱানে আমাৰ শৰীৰটো স্থায়ী সম্পত্তি হিচাপে দিয়া নাই ,কাৰ্যত খটাবলৈহে দিছে।

= ডগলাচষ্টি



১৯৩। হিংসাই হিংসা আঁতৰাব নোৱাৰে, প্ৰেমৰেহে হিংসা আঁতৰাব পাৰি।

= মহাত্মা গান্ধী



১৯৪। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰখন সুখৰ হয়।

= ডগলাচষ্টি



১৯৫। এখনি ভাল কিতাপ নষ্ট কৰা আৰু এজন মানুহক হত্যা কৰা একে কথা।

= মিল্টন।




১৯৬। কোনাে এটা কাম পাৰিম বুলি যি জনে বিশ্বাস কৰে অৱশেষত তেৱেই জয় লাভ কৰে।

= ভাৰ্জিল।



১৯৭। কমাৰশালত গঢ়িলেহে কামৰ উপযোগী হয়।

= ডগলাচষ্টি



১৯৮। সত্যতাই সর্ব শ্রেষ্ঠ নীতি আৰু শেষত ইয়াৰেই জয়। 

= লর্ড উলজলি।



১৯৯। জীৱনত মই উন্নতি কৰাৰ লগে লগে দেখা পালাে যে বিনয় আৰু নম্রতাই আটাইতকৈ ডাঙৰ বস্তু। 

= লাল বাহাদুৰ শাস্ত্রী।



২০০। মানুহ এদিন মৰিবই ,দোষ কৰি মৰাতকৈ বিনাদোষে মৰাই ভাল।

= ছক্ৰেটিছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 



২০১। আঠাইতকৈ পোন ৰেখাডাল আঁকোতে আটাইতকা অধিক কষ্ট সহিবলগীয়া হয় 

= লিঅ'নাৰ্ড দা ভিঞ্চি ।

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

২০২। নিজে বন্ধুৰ শাৰীলৈ ওঠিব পাৰিলেহে প্ৰকৃত বন্ধু লাভ হয় । চল বন্ধুৰ লাভৰ এয়াই সহজতম উপায়

= আৰ . ডব্লিউ . ইমাৰ্ছন ।

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০৩। ভুল আঁতৰাই সত্যৰ প্ৰতিস্থা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য।

= ছক্ৰেটিছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০৪। শিক্ষাই জীৱন, জীৱনেই শিক্ষা৷ 

= লজ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০৫। নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়৷ 

= ওমাৰ্চন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 



২০৬। যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷ 

= বেঞ্জামিন ফ্ৰেংকলিন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০৭। কিতাপ পঢ়ি নিজৰ উন্নতি কৰিবলৈ চেষ্টা কৰিবা।আনৰ কঠোৰ পৰিশ্ৰমৰ ফল তুমি বিনা পৰিশ্ৰমে পাবা।

= ছক্ৰেটিছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০৮। শিক্ষাই জ্ঞান জ্ঞানেই শক্তি।

= ছক্ৰেটিছ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২০৯। যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়,যি নিজৰ দোষ ঢাকি আনৰ দোষ খুঁচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ ।

= মহাত্মা গান্ধী  

  মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani-                                            


২১০। অহিংসাই সুদীৰ্ঘ প্ৰেম । ইয়েই সৰ্বোচ্চ ন্যায় বিচাৰ। মানৱ জাতিৰ ত্ৰাণৰ ইয়েই অস্ত্ৰ। 

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১১। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা৷ 

= বুদ্ধদেৱ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১২। এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চিবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চিবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা৷ 

= ৰিচাৰ্ড৷

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৩। এন্ধাৰে এন্ধাৰক আঁতৰাব নোৱাৰে, পোহৰেহে এন্ধাৰ আঁতৰাব পাৰে ।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৪। সময়েই ধন৷ 

= বেঞ্জামিন ফ্ৰেঙ্কলিন৷

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৫। খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা৷     

= বিবেকানন্দ 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৬। কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ 

= মৰ্লিয়েৰ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৭। মানুহ জানো মানুহৰ পৰ? পৃথিৱী খনেই আমাৰ ঘৰ।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৮। মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে 

= বেন্জামিন ডিজৰেলি 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২১৯। মহৎ কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয় 

= ছেমুৱেল জনছন 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২০। জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ 

= খলিল জিব্ৰান 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২১। সত্যক জানিবলৈ চেষ্টা কৰা ,ই তোমাক মুক্তি দিব।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২২। পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই 

= ফৰাচী প্ৰবচন 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৩। বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়

= টি . ৰুজভেল্ট 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৪। জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই 

= নীতসে 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৫। এক মাত্ৰ শিক্ষাইহে মানুহৰ পশুত্বৰ পৰা ওপৰলৈ তুলি মনৱত্ব দান কৰিব পাৰে।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৬। সূৰ্যৰ ৰশ্মিলৈহে সদায় চকু দিবা , তেহে আন্ধাৰলৈ চকু নাযাব

= হেলেন কেলাৰ 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৭। সপোন সাৰ্থক কৰাৰ একমাত্ৰ উপায় হ'ল সোনকালে বিছনা ত্যাগ কৰি শ্ৰম কৰা 

= জে . এম . পি 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৮। অহিংসাৰ সূৰ্যই ঘৃণা, ক্ৰোধ ,হিংসা আদি সকলো এন্ধাৰ দূৰ কৰে।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২২৯। হিন্দু ধৰ্মত অস্পৃশ্যতা নাই।

= মহাত্মা গান্ধী

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩০। ই সংসাৰৰ কোনোটো কামেই উদেশ্য বিহীন নহয়,আমি আটায়ে পাৰস্পৰিক ভাৱে সংযোজিত হৈ আছোঁ।  

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩১। এটা সময়ত প্ৰতিজন বীৰেই বিৰক্তিৰ কাৰণ হৈ পৰে 

= এমাৰছন ।ৎ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩২। অগ্নি হ'ল সোণৰ পৰীক্ষা । সাহসী লোকৰ পৰীক্ষা হ'ল দুৰ্দিনত 

= ছেনেকা ।

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৩। জীৱনতো কঠিন শ্ৰমযুক্ত এক কষ্টকৰ অন্তৱতী যাত্ৰা।

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৪। আমি কেৱল যুক্তিৰ সহায়েৰে সত্যত উপনীত হʼব নোৱাৰোঁ, সত্যত উপনীত হʼবলৈ হৃদয়ৰো সহায় লাগে।

= ব্লেইছ পাছকেল

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৫। কৃতকাৰ্যতাই মানুহক বিনয়ী, সহিষ্ণু আৰু মৰমিয়াল কৰি তোলে। ব্যৰ্থতাই মানুহক নিষ্ঠুৰ আৰু তিক্ততাপূৰ্ণ কৰে।

= ছমাৰছেট মম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৬। জ্ঞানৰ সমান পৱিত্ৰ বস্তু একো নাই 

= ভাগৱত গীতা 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৭। স্বপ্ন বা দূৰদৃষ্টি নাথাকিলে মানুহৰ পতন আনিবাৰ্য।

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৮। যিজনৰ এটা সৃষ্টিশীল মন নাই, তেওঁ অটব্য় অৰণ্য়ৰ মাজত থাকিও কাঠ খৰি বিছাৰি নাপায় 

= ৰুছ পটন্তৰ 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৩৯। প্ৰতিশ্ৰুতি দিয়া সকলো মানুহ একে শাৰীৰ, কার্যতহে তেওঁলোকৰ পার্থক্য ওলাই পৰে ৷ 

= ম’লিয়েৰ 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪০। গঠনমূলক কামত ৰত থকাটোৱেই মহাপুণ্য বা ধৰ্ম।

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪১। যিয়ে তোমাৰ অন্যায় কৰে, তাৰ বিনিময়ত তেওঁৰ উপকাৰ কৰাটোহে তেওঁক শাস্তি দিয়াৰ উত্তম পন্থা।

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪২। ত্যাগ বুলিলে আমি এক ভূল ধাৰণা পোষণ কৰোঁ।ভাব হয়, তাৰ মাজত যেন যন্ত্ৰণা আছে।য'ত প্ৰকৃত ত্যাগ আছে ,তাত কষ্ট নাই।

= সুভাষ চন্দ্ৰ বসু

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৩। প্ৰতিভাশালীসকলে সকলোতে কষ্টহে ভোক কৰে।

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৪। শিক্ষক এডাল মমবাতিৰ দৰে ,যি নিজে গলি আনক পোহৰ দিয়ে।

= সুভাষ চন্দ্ৰ বসু

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৫। যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়।

= এ. পি. জে আব্দুল কালাম

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৬। আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নাথ'বা ,কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ'ব তুমি নাজানা ।

= হজৰত মহম্মদ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৭। জুইয়ে শুকান খৰি পুৰি ছাই কৰাৰ দৰে ঈষাই সকলো ভাল কাম নষ্ট কৰি পেলাই।

= হজৰত মহম্মদ

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৮। প্ৰকৃতিৰ সংগ আৰু শিক্ষা নাপালে জীৱন মৰলোকত নিবাসনৰ দৰে হৈ পৰে ,সকলো ৰস আৰু অনুপ্ৰেৰনা হেৰাই যায়।

= সুভাষ চন্দ্ৰ বসু

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৪৯। খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যুও ঘটাব পাৰে 

= ছেইন্ট আগষ্টন ।

    মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

                                                      

২৫০। মানুহে কেৱল নিজৰ নিমিত্তে জীৱন ধৰা নাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে।

= কমলাকান্ত ভট্টচার্য্য

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani-                                       


২৫১। জন্মৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়।

= মহাবীৰ।

   মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 

                                                       

২৫২। ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়, কিন্তু চৰিত্ৰ হেৰালে সকলাে খিনিয়ে হেৰায়।

= চক্ৰেটিছ।

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৫৩। মানুহৰ সেৱাৰ মাজেদিহে মই ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ। কাৰণ ঈশ্বৰ স্বৰ্গতাে নাই, পাতালতাে নাই। আছে মানুহৰ অন্তৰত।

= মহাত্মা গান্ধী।

                                               


২৫৪। কুসংস্কাৰেই হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ বােজা।

= ডঃ সর্বপল্লী ৰাধাকৃষ্ণন।



২৫৫। উপবাসে থাকি মানুহে দেহক সংযত কৰি ৰাখে যদিও ভােগ স্পৃহা থাকিয়েই যায়।

= গীতা।



২৫৬। দান কৰা বস্তুটো নিদিয়াটো ঋণ পৰিশােধ নকৰাৰ সমান।

= কৌটিল্য।



২৫৭। তুমি নিজে সাধু হােৱা। তেতিয়া নিঃসন্দেহে ক'ব পাৰিবা যে এজন অসৎলােক পৃথিৱীত কমি গৈছে।

= কার্লাইল।



২৫৮। মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে।

= বুদ্ধদেৱ।



২৫৯। জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ক আটাইতকৈ মূল্য দিয়া উচিত সেইটো হৈছে নম্রতা।

= লাল বাহাদুৰ শাস্ত্রী।



২৬০। অন্তৰ পবিত্ৰ নহলে, ইন্দ্রিয় সংযমী হ’ব নােৱাৰিলে, শিক্ষিত বিদ্বান হ’ব নােৱাৰি৷

= মহাত্মা গান্ধী।

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৬১। পাপীয়ে সদায় পােহৰলৈ ভয় কৰে, কাৰণ পােহৰত তাৰ স্বৰূপ প্রকাশ পায়।

= যীশুখ্রীষ্ট।



২৬২। বন্ধুত্ব হৈছে দুটা দেহত বাস কৰা এটা আত্মা।

= এৰিষ্টটল।



২৬৩। মােৰ বাবে তুমি খৰচ কৰি কুৱেৰৰ ভড়াল যদি খুলি দিব নােৱাৰাে তেতিয়া ক’বা

= এৰিষ্টটল।



২৬৪। মােৰ বাবে চকুলাে বােৱাই দি চোৱা - তােমাৰ জীৱনত আনন্দৰ সাগৰ ভৰাই দিব যদি নােৱাৰাে তেতিয়া ক'বা।

= শ্রীকৃষ্ণ।



২৬৫। অসমীয়া ভাষা আমাৰ মাতৃভাষা। মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰ পােৱা কাম কৰা সন্তানসকলৰ পক্ষে অতি অযুগুত। ইয়াকে জানি অসমীয়া সকলে মাতৃভাষাৰ প্রতি শ্রদ্ধা আৰু ভক্তি প্রকাশ কৰা উচিত।

= আনন্দৰাম ঢেকীয়াল ফুকন।



২৬৬। বন্ধুকৰগুলীৰে কোনােৱে আদৰ্শক হত্যা কৰিব নােৱাৰে।

= জ্যোতিপ্রসাদ।



২৬৭। পৰক আপােন কৰিবলৈ প্ৰতিভাৰ প্রয়ােজন।

= ৰবীন্দ্রনাথ ঠাকুৰ।



২৬৮। জিভাৰে উজুটি খােৱাতকৈ ভৰিৰে উজুটি খােৱা বহুগুণে শ্রেয়।

= জেন।



২৬৯। সুন্দৰৰ পূজাই হৈছে কৃষ্টি বা সংস্কৃতি।

= জ্যোতিপ্রসাদ আগৰৱালা



২৭০। যিটো জানাে সেইটো জানাে বুলি জনা আৰু যিটো নাজানাে সেইটো নাজানাে বুলি জনাটোৱেই হ'ল প্রকৃত জ্ঞান।

= হেনৰি ডেভিদ থৰাে।

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৭১। এজন ব্যক্তিৰ আবেগৰ মাত্ৰাই জোখে তেওঁৰ জ্ঞানৰ গভীৰতা।

= ব্রাৰ্ট্রাণ্ড ৰাছেল।



২৭২। খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যুও ঘটাব পাৰে।

= ছেইন্ট আগষ্টন।



২৭৩। জীৱনটো এটা পিয়াঁজৰ দৰে। বখলিয়াই গৈ থাকিলে পিয়াঁজৰ অস্তিত্ব নথকাৰ দৰে জীৱনৰো বিচাৰ কৰিলে একেই অৱস্থা হ'ব।

= কার্ল জেওবার্গ।



২৭৪। সত্যই কিছুমান মানুহকহে সন্তুষ্টি দিয়ে।

= মার্ক টোৱেইন।



২৭৫। তােমাৰ এজন বন্ধুতকৈ এখন কিতাপহে বেছি প্রয়ােজনীয়। তােমাৰ বন্ধুজন হেৰায় যাব কিন্তু কিতাপখন চিৰকাল থাকিব।

= হেমচন্দ্ৰ বৰুৱা।



২৭৬। পৃথিৱীত আটাইতকৈ বেয়া কাম হ'ল আনৰ সুনাম নষ্ট কৰা।

= ৰামকৃষ্ণ।



২৭৭। এডভেন্সাৰৰ বিষয়ে আলােচনাই মানুহক কাম কৰিবলৈ উদগনি যােগায়

= জি. কে. চেচটাৰটন



২৭৮। ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবােধৰ পৰিচয়

= গ্যেটে



২৭৯। পাহৰি যােৱাটো কোনাে দৈৱিক ঘটনা নহয়, ই মানুহৰ মনৰ এক স্বাভাবিক বৈশিষ্ট্য।

= মার্টিন লুথাৰ কিং



২৮০। নিজক বুজিব নােৱাৰাজনে আন একোৱেই বুজিব নােৱাৰে

= আইনষ্টাইন

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৮১। আমি যদি এজন ব্যতিক্রমী বৃদ্ধিৰ মানুহক লগ পাওঁ তেনেহ'লে তেওঁ কি কিতাপ পঢ়িছে বুলি সোধা উচিত।

= এৰাছমাছ।



২৮২। ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি 

= বাট্ৰাণ্ড ৰাছেল 

      

                                        

২৮৩। একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় 

= মুল্কৰাজ আনন্দ 



২৮৪। জীৱনত দুটাই ট্ৰেজেডি- বিচৰাতো নোপোৱা আৰু পোৱাতো  

= অস্কাৰ ৱাইল্ড 



২৮৫। মৰমেহে মৰমক জন্ম দিয়ে 

= চফ ' কলছ 



২৮৬। কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় 

= কাৰ্ল ছেণ্ডবাগ 



২৮৭। ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ 

= এছ . জে . লেক 



২৮৮। নিজে আনন্দিত হ'বৰ বাবে আনক আনন্দ দিব পাৰিব লাগে 

= মাৰ্ক টোৱেইন 



২৮৯। জীৱনত ভয় খাবলৈ একোৱেই নাই । আছে মাথো জীৱনক বুজিবলৈ 

= মেৰি কুৰি।



২৯০। এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীৱাই থাকিব নোৱাৰে  

= এলবাৰ্ট হাৱাৰ্ড  

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


২৯১। কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন 

= অ 'ল্ড টেষ্টামেণ্ট।



২৯২। নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ। সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে 

= হাক্সলী



২৯৩। মনত ৰাখিব - আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা 

= আৰৱিক প্ৰবচন ।



২৯৪। নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায় 

= ৱেইৰ মিটছেল 



২৯৫। উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয় 

= কাৰ্ল ফন নোবেল 



২৯৬। অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে 

= নিউ টেষ্টামেণ্ট 



২৯৭। ডিউতি - কৰ্তব্য - এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ 

= আৰ . ই . লী 



২৯৮। অধিক মিঠা নহ'বা , তোমাক খাই পেলাব । কিন্তু অধিক তিতাও নহ'বা , তোমাক গিলি থব 

= ইহুদি প্ৰবচন 



২৯৯। যি কণী চুৰি কৰিব পাৰে , তেওঁ হাতীও চুৰি কৰিবলৈ সমৰ্থ 

= জৰ্জ হাবাৰ্ট 



৩০০। যেতিয়াই খং উঠে চাৰিলৈকে গণক । বেছি খং উঠিলে শপত খাওক 

= মাৰ্ক টোৱেইন 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩০১। এটা মাত্ৰ ফুলে বসন্তক আগমন ঘটাব নোৱাৰে 

= আফগানী প্ৰবচন 



৩০২। অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে 

= ফ্ৰিজেডৰিখ নীতসে 



৩০৩। পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে 

= শ্বেক্সপীয়েৰ 



৩০৪। তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা 

= জনাথন ছুইফট 



৩০৫। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা 

= এইচ . জি . ৰন 



৩০৬। যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ'ল ভাল জীৱন 

= বাট্ৰাণ্ড ৰাছেল 



৩০৭। সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে 

= উইল ডুৰাণ্ড 



৩০৮। আন মানুহৰ বিষয়ে সঁচা কথা ক 'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী 

= ফিলিপ গুৱেডেলা 



৩০৯। জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু জীৱনটো ষাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ 

= ছোৰেন কিয়েৰ্কগাৰ্ড 



৩১০। খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব 

= কনুফুচিয়াছ 

মহৎ লোকৰ বাণী- মহৎ উপদেশ- মহৎ কথা- Mohot Lukor Bani- 


৩১১। স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা , ক্ষমতাক ভাল পোৱা মানে নিজক ভাল পোৱা 

= উইলিয়াম হেজলিট 



৩১২। দায়বন্ধতা হ'ল মহানতাৰ মূল্য 

= চাৰ্লিচ 



৩১৩। ছাত্র জীৱন অতি সুখৰ, অতি মধুৰ , কিন্তু ইয়াক কঠোৰ বাধা- নিষেধৰ সংযত কৰি ৰাখি নিজ কর্তব্য কৰিব পাৰিলেহে ছাত্র জীৱন সার্থক হ'ব। 

= তৰুণৰাম ফুকন 



৩১৪। সকলাে স্তৰতে আত্মবলিদান কৰিব পাৰিলে যিমান ডাঙৰ বাধাই নহওক কিয, সাফল্য এদিন আহিবই। 

= ৰাধাগােবিন্দ বৰুৱা



৩১৫। বিজ্ঞানৰ প্রত্যেক শাখাই দর্শন হিচাপে আৰম্ভ হয় আৰু কলা হিচাপে শেষ হয়। 

= উইল ডুনান্ট 






Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.