বিশ্ব কুইজ- World Quiz in Assamese

বিশ্ব কুইজ- World Quiz GK in Assamese-Bishwa Quiz

বিশ্ব কুইজ- World Quiz GK in Assamese-Bishwa Quiz


World GK question and answer in Assamese- Question and Answer for various competitive examination for student who are preparing for State PSC, Assam Exams


বিশ্ব কুইজ আৰু বিশ্ব কুইজ 

প্র: কনফ্রেনটেচন উইথ পাকিস্তান’ কোনে ৰচনা কৰিছিল? 
উঃ- বি. এম. কেঠলে। 

প্র: ইংলেণ্ডৰ সর্বশ্রেষ্ঠ কবি কোন? 
উঃ- উইলিয়াম ছেক্সপিয়াৰ। 

প্র: শেক্সপীয়াৰে কেইখন নাটক ৰচনা কৰা বুলি জনা যায়? 
উঃ- ৩৭ খন। 

প্র: হােমাৰ কোন দেশৰ মানুহ আছিল? 
উঃ গ্ৰীচ দেশৰ।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্ৰ: পৃথিৱীৰ আটাইতকৈ ওখ শিলৰ মূর্তি কি? 
উঃ- স্বাধীনতা বেদীৰ মূর্তি ( ১৫১ ফুট ওখ, আমেৰিকা)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ উচ্চতম টাওয়াৰ কি? 
উঃ- আইফেল টাওয়াৰ (পেৰিচ)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্ৰ: পৃথিৱীৰ উচ্চতম বিমান বন্দৰ কি? 
উঃ- লাচা (তিবৃত)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ উচ্চতম ওলােমা দলং কি? 
উঃ- ৰয়েল গির্জা। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ উচ্চতম অফিচঘৰ কি? 
উঃ- চিয়ার্চ টাওয়াৰ (আমেৰিকা)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্ৰ: পৃথিৱীৰ উচ্চতম প্রাসাদ কি? 
উঃ- ক্রেমলিন প্রাসাদ (মস্কো)।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ঘনবসতিপূর্ণ উচ্চতম মালভূমি কি? 
উঃ- বলিভিয়া। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ উচ্চতম হ্রদ কি? 
উঃ- টিটিকাকা। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম নদী কি? 
উঃ- মিচিচিপি-মিচৌৰি।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম বনভূমি কি? 
উঃ- আফ্রিকা মহাদেশৰ কঙ্গোৰ বন-ভূমি।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম বাৰান্দা কি? 
উঃ ৰামেশ্বৰ মন্দিৰৰ বাৰান্দা। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম ৰেলপথ কি? 
উঃ- ট্রাঞ্চ-চাইবেৰিয়ান ৰেল পথ (ৰুছিয়া)।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম ৰাজপথ কি? 
উঃ- ব্রডওয়ে (নিউইয়র্ক)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম প্রাচীৰ কি? 
উঃ- চীনৰ প্ৰাচীৰ। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম সুৰঙ্গপথ কি ? 
উঃ- টান্না (জাপান)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ দীর্ঘতম খাল কি? 
উঃ- বাল্টিক খাল (ৰুছিয়া)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ বৃহত্তম গাঁওখনৰ নাম কি? 
উঃ- সুনন্দা (ৰাজস্থান)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ক্ষুদ্রতম মহাদেশখনৰ নাম কি? 
উঃ- এন্টার্কটিকা। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰখনৰ নাম কি? 
উঃ- উত্তৰ মহাসাগৰ।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ক্ষুদ্রতম দেশখনৰ নাম কি ? 
উঃ- ভেটিকান চিটি। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ আটাইতকৈ চেঁচা ঠাই কি ? 
উঃ ভাৰখােৱানস্ক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ভিতৰত আটাইতকৈ গৰম ঠাই কি? 
উঃ- জেকোবাদ (পাকিস্থান)। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ভিতৰত আটাইতকৈ ঘন বসতিপূর্ণ ঠাই কি? 
উঃ যাভা দ্বীপ। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ভিতৰত কোনখন যুদ্ধ আটাইতকৈ বেছি দিন চলে? 
উঃ ফ্রাঞ্চ আৰু ইংলেণ্ডৰ মাজত চলা এশ বছৰীয়া যুদ্ধ। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ভিতৰত কোন যুদ্ধত আটাইতকৈ বেছি মানুহৰ মৃত্যু হয়? 
উঃ- দ্বিতীয় মহাসমৰ। ৫,৪৮,০০,০০০ জন লােকৰ মৃত্যু ঘটে। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: কোনখন হ্রদ পৃথিৱীৰ ভিতৰত আটাইতকৈ দ’? 
উঃ- বৈকাল। ইয়াৰ গভীৰতা প্রায় ৫,০০০ ফুট। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: কোনখন হ্রদ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ? 
উঃ কাস্পিয়ান সাগৰ। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি আধুনিক বিশ্ববিদ্যালয় কোনখন? 
উঃ- অক্সফোর্ড বিশ্ববিদ্যালয়। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: গিফট অফ নীল বা নীল নদীৰ দান কাক কয়? 
উঃ- ইজিপ্তক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: গেটওয়ে অফ ইণ্ডিয়া বা ভাৰতৰ দুৱাৰমুখ কি? 
উঃ- মুম্বাই (বােম্বাই) 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: লেণ্ড অফ হােৱাইট এলিফেন্ট বা বগা হাতীৰ দেশ কাক কয়? 
উঃ- থাইলেণ্ডক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: প্লে গ্রাউণ্ড অফ্ ইউৰােপ বা ইউৰােপৰ খেলপথাৰ কাক বােলে? 
উঃ- চুইজাৰলেণ্ডক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: চিটি অ গােল্ডেন টেম্পল বা স্বর্ণ মন্দিৰৰ নগৰ কাক বােলে? 
উঃ- অমৃতসৰক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: ৰু অফ দি ওৱার্ল্ড বা পৃথিৱীৰ মূধচ কাক বােলে? 
উঃ- পামিৰ মালভূমিক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: দি লেণ্ড অফ্ ফাইভ ৰিভার্চ বা পঞ্চ নদীৰ দেশ কাক বােলে? 
উঃ- পঞ্জাৱক।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: দি লেণ্ড অফ ৰাইজিং ছান বা সূর্যোদয়ৰ দেশ কাক বােলে? 
উঃ- জাপানক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: দি লেণ্ড অফ মিডনাইট ছান বা মাজ নিশা সূর্যোদয়ৰ দেশ কাক বােলে? 
উঃ- নৰৱেক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: এন এপিটোম অফ দি ওৱার্ল্ড বা পৃথিৱীৰ সংক্ষিপ্ত সংস্কৰণ কাক বােলে? 
উঃ- ভাৰতবৰ্ষক। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: লেণ্ড অফ গােল্ডেন ফ্লীচ বা সােণালী ভেড়াৰ দেশ কাক বােলে? 
উঃ অষ্ট্রেলিয়া মহাদেশক।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: আন্না কাৰােনিনা আৰু ‘ওৱাৰ এণ্ড পীচ’ৰ লেখক কোন? 
উঃ- মহর্ষি টলষ্টয়।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: প্রাচীন ভাৰতৰ শিক্ষা-সংস্কৃত্রি মার্গ দর্শন কৰা বিশ্ববিদ্যালয়খনৰ নাম কি? 
উঃ- নালন্দা।

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: “গাে-দান’, ‘গবন’, ‘সেৱা-সদন’ আদি হিন্দী উপন্যাস লেখক কোন? 
উঃ- মুঞ্চী প্রেমচান্দ। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: প্রেমচান্দৰ লিখনিত কোন শ্রেণীৰ লােকৰ কথাই বিশেষভাৱে প্রাধান্য লাভ কৰিছে? 
উঃ- সমাজৰ শােষিত, নিষ্পেষিত আৰু সর্বহাৰ শ্ৰেণীৰ মানুহৰ কথা। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: বাংলা ভাষাৰ শ্রেষ্ঠ সাহিত্যিক কোন? 
উঃ- কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: “দিৱান-ই-গালিব” গ্রন্থৰ বাবে বিখ্যাত কবিগৰাকী কোন? 
উঃ- মির্জা গালিব। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: পাৰস্য (ইৰাণ)ৰ বিখ্যাত গণিতজ্ঞ, জ্যোতির্বিদ, আধ্যাত্মিক কবি গৰাকীৰ নাম কি ? 
উঃ ৰুবায়াত খ্যাত ওমৰ খায়াম। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: বিশ্বত আটাইতকৈ ডাঙৰ বাক্য কোনে লিখিছিল ? 
উঃ- ফৰাচী উপন্যাসিক ভিক্তোৰ হুগােই “লা মিজাৰেবল” উপন্যাসত

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্রন্থখনৰ নাম কি? 
উঃ– ইণ্ডিয়া উইনছ ফ্রিডম। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: “ফ্রেণ্ডচ নট মাষ্টাৰ” নামৰ গ্ৰন্থখনৰ ৰচক কোন? 
উঃ- আয়ুব খান। 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 
প্র: লেডী চেটার্লিচ লাভাৰ কাৰ ৰচনা? 
উঃ- ডি এইচ লঞ্চেৰ। 


প্র: জন মিল টনৰ বিখ্যাত গ্রন্থখনৰ নাম কি? 
উঃ- পেৰাডাইজ লষ্ট। 


প্র: ‘দাস কেপিটেল’ কাৰ অমৰ সৃষ্টি? 
উঃ- কার্লমার্ক্স। 


প্র: কালমার্ক্সে ক'ত জন্ম গ্রহণ কৰিছিল? 
উঃ– জার্মানীত। মৃত্যু-ইংলেণ্ডত। 


প্র: “গ্লিম অফ দি ওৱাৰ্ড হিষ্টৰি” গ্রন্থখন কোনে ৰচনা কৰিছিল? 
উঃ- পণ্ডিত জৱাহৰলাল নেহৰুৱে। 


প্র: অর্থশাস্ত্র’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? 
উঃ- চাণক্য কৌটিল্যই।


প্র: মাই মাইম অফ ইণ্ডিপেণ্ডেন্স’ গ্ৰন্থখনৰ ৰচক কোন? 
উঃ- জুলফিকাৰ আলী ভূট্টো। 


প্র: উমা বাসুদেৱৰ বিখ্যাত ৰচনাখন কি? 
উঃ- টু ফেচেচ অফ ইন্দিৰা গান্ধী। 


প্র: বাণভট্টই ৰচনা কৰা বিখ্যাত গ্রন্থখন কি? 
উঃ- কাদম্বৰী। 


প্র: “আইন-ই-আকবৰী” কাৰ ৰচনা? 
উঃ- আবুল ফজল। 


প্র: ‘আগষ্ট-১৯১৪' গ্রন্থখন কাৰ ৰচনা? 
উঃ- আলেকজেণ্ডাৰ চলঝনিতচেনৰ। 


প্র: ব্রিগেডিয়াৰ ডালভিৰ বিখ্যাত ৰচনাখন কি? 
উঃ- দি হিমালয়ান ব্লাণ্ডাৰ। 


প্র: “চাৰে জঁহা চে অচ্ছা হিন্দুস্তাঁ হমাৰা” গীতটোৰ ৰচক কোন? 
উঃ- বিখ্যাত উর্দু কবি ছাৰ মহম্মদ ইকবাল। 


প্র: ফিৰদৌচী কোন? 
উঃ পাৰস্য (ইৰাণ)ৰ সর্বশ্রেষ্ঠ কবি। 


প্র: বিশ্বত কোনে সর্বপ্রথমে আত্মজীৱনী লিখে? 
উঃ- চেন্ট আগাষ্টিনে। 


প্র: ছবি থকা সর্বপ্রথম ইংৰাজী কিতাপখনৰ নাম কি? 
উঃ- “দি মিৰৰ অফ দি ওৱাৰ্ড” (ইং ১৪৮১ চন) 


প্র: পৃথিৱীৰ দীর্ঘতম মহাকাব্যখন কি? 
উঃ- কৃষ্ণদ্বৈপায়ন ব্যাস ৰচিত “মহাভাৰত”। 


প্র: সংস্কৃত ভাষাত সর্বপ্রথম কোনে শ্লোক ৰচনা কৰিছিল? 
উঃ মহাকবি বাল্মীকিয়ে। 


প্র: ওমৰ খায়াম কোন? তেখেত কোন দেশৰ লােক আছিল? 
উঃ- “ৰুবায়ত” নামৰ পাৰ্চী ভাষাৰ বিখ্যাত কাব্য গ্রন্থৰ ৰচয়িতা। তেখেত পাৰস্য (ইৰাণ)ৰ অধিবাসী আছিল। 


প্র: কোনে কাৰাগাৰৰপৰা বাতৰি কাকত উলিয়াইছিল? 
উঃ- ডেনিয়েল ডিফোয়ে।


প্র: সপােনত ৰচিত বুলি কোন ইংৰাজী কবিতা বিশ্ব বিখ্যাত? 
উঃ- কলেৰিজ ৰচিত “কুবলাই খান”।


প্র: ESOP কোন আছিল? 
উঃ- খ্রীঃ পূঃ ৬২০ত ল'ৰা-ছােৱালীৰ বাবে গল্প সজা এজন গ্রীক ক্রীতদাস। 


প্র: ইউৰােপৰ কোন বিখ্যাত কবি চোৰ, জুৱাৰী, লম্পট আৰু হত্যাকাৰী আছিল? 
উঃ- ফৰাচী দেশৰ কবি-ভিলোঁ। 


প্র: জন বেনিয়নে কাৰাগাৰত লিখা বিখ্যাত গ্রন্থখনৰ নাম কি? 
উঃ- পিলগ্রিম প্রগ্রেছ। 


প্র: বিশ্বত পােনপ্রথমে কোন জাতিয়ে কিতাপ ৰচনা কৰে? 
উঃ- মিচৰীয়সকলে। 


প্র: ডক্তৰ ঝিভাগাে’ নামৰ বিখ্যাত গ্রন্থখনৰ লেখক কোন? 
উঃ- বৰিচ পেষ্টাৰনেক। 


প্র: নাতী নায়ক হিটলাৰৰ বিখ্যাত গ্রন্থখনৰ নাম কি? 
উঃ- মেইন কেম্প (MEIN KEMPH)। 


প্র: কোন দুখন গ্রন্থ ৰচনাৰ বাবে হােমাৰ চিৰস্মৰণীয়? 
উঃ- ইলিয়াদ আৰু ওডিচি। 


প্র: ভালাদিমিৰ নবাকভৰ বহু চর্চিত উপন্যাসখনৰ নাম কি? 
উঃ- ললিতা।


প্র: বিশ্বত প্রথমে ৰচিত উপন্যাস “দি টেল অফ চেউনানীত কাৰ কাহিনী আছে? 
উঃ- ইজিপ্ত (মিচ)ৰ শ্ৰেষ্ঠ ৰজা ফাৰাও ২য় ৰামেচিচৰ কাহিনী আছে। 


প্র: বিশ্বত প্রথমে কোন দেশৰ মানুহে কিতাপ লিখে? 
উঃ ইজিপ্ত (মিচ)ৰ মানুহে।


প্র: বিশ্বত প্রথমে কোনে অভিধান প্রকাশ কৰে? 
উঃ- চীন দেশৰ লা-আউতচে। 


প্র: পৃথিৱীৰ ভিতৰত পােন প্রথমে প্রকাশ পােৱা বাতৰি কাকতখনৰ নাম কি? কাকতখন কোন দেশত প্ৰকাশ পাইছিল? 
উঃ– চিংপাও। চীনদেশত প্রকাশ পাইছিল। 


প্র: খ্রীষ্টিয়ানসকলৰ ধর্মগ্রন্থ বাইবেল সর্বপ্রথমে কি ভাষাত ৰচনা কৰা হৈছিল? 
উঃ- হিব্রু ভাষাত। 


প্র: মুছলমানসকলৰ মূল ধর্ম গ্রন্থ আল কোৰাণৰ মূল ভাষা কি? 
উঃ- আৰৱী। 


প্র: পৃথিৱীৰ সর্বপ্রথম বিশ্ববিদ্যালয়খনৰ নাম কি? 
উঃ- তক্ষশীলা। 


প্র: কোনখন কিতাপ পাঠ কৰাৰ পিছত আমেৰিকাৰ দাসত্ব প্রথা উঠাই দিবলৈ আৰম্ভ কৰা হয়? 
উঃ- হেৰিয়টৰ ‘আঙ্কল টম কেবিন। 


প্র: হােমৰুল লীগ’ৰ মুখপত্ৰখনৰ নাম কি? 
উঃ- নিউ ইণ্ডিয়া নিউজ।



প্র: বিশ্বৰ আটাইতকৈ পুৰণি উপন্যাসখনৰ নাম কি? 
উঃ দি টেল অফ চেইনান।









বিশ্ব কুইজ আৰু বিশ্ব কুইজ 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 

বিশ্ব কুইজ আৰু বিশ্ব কুইজ 


Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. বিশ্বৰ আটাইতকৈ ঘন অৰণ্যখনৰ মান কি ?

    ReplyDelete