শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা শিৱসাগৰ -ঐতিহাসিক শিৱসাগৰ

অসমৰ শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - Sivasagar Historical Monuments - Assam

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰৰ বিষয়ে - ৰংঘৰৰ ৰচনা - ৰংপুৰ নগৰ - জয়সাগৰ পুখুৰী - জয়দ'ল - বিষ্ণু দ'ল - শিৱসাগৰ নামৰ উৎপত্তি - শিৱসাগৰ যাদুঘৰ - অসমৰ কীৰ্তিচিহ্নসমূহ - গৌৰীসাগৰ দ'ল আৰু পুখুৰী - শিৱসাগৰ বৰপুখুৰী - আজানপীৰ দৰগাহ - ৰুদ্রসাগৰ দল - শিৱদল - ৰংঘৰ - ফাকুৱা দল - তলাতল ঘৰ - জয়সাগৰ পুখুৰী আৰু জয়দল - গড়গাঁও ৰাজপ্রাসাদ - গড়গাৱঁৰ কাৰেংঘৰ - চৰাইদেউ - চৰাইদেউ মৈদাম - নামদাঙৰ শিলৰ সাঁকো
অসমৰ শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ

অসমৰ শিৱসাগৰ জিলাখনে কিছুমান আহােম যুগৰ ঐতিহাসিক সাক্ষ্য বহন কৰি আহিছে। যত বহুতাে মানুহে খন্দা পুখুৰী, দ’ল-দেৱালয়, দুর্গ আদি আছে। এই কীৰ্তিচিহ্নসমূহে শিৱসাগৰ জিলাখনক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সবাতােকৈ আকর্ষণীয় পৰ্য্যটকস্থলী কৰি তুলিছে। 

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

গৌৰীসাগৰ দ'ল আৰু গৌৰীসাগৰ পুখুৰী: Gaurisagar Dol and Gaurisagar Tank

গৌৰীসাগৰ পুখুৰী শিৱসাগৰৰপৰা ১২ কিল'মিটাৰ নিলগত গৌৰীসাগৰ পুখুৰী। এই ঠাইখিনিক গৌৰীসাগৰ নামে জনা যায়। বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে ১৭২৩ খ্রীঃত শিৱসিংহ স্বৰ্গদেউৰ ৰাজত্বকালত নির্মাণ কৰাইছিল যি ১৫০ একৰ এলেকা আগুৰি আছে। এইগৰাকী ফুলেশ্বৰী দেৱীয়েই গৌৰীসাগৰ পুখুৰীৰ পাৰত দেৱী দল, শিৱদ’ল, বিষ্ণুদ’লনামেৰে তিনিটা দ’লাে সজাইছিল। ১৫০ একৰ বিস্তৃত এই গৌৰীসাগৰ পুখুৰীৰ পাৰত বিভিন্ন মন্দিৰ নির্মাণ কৰা হয়। গৌৰীসাগৰ পুখুৰী দেৱী দুর্গা প্রতি অর্পিত। 

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

শিৱসাগৰ বৰপুখুৰী : Sivasagar Tank

১৭৩৪ খ্রীঃত স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া পত্নী বৰৰজা বা অম্বিকাই ১২৯ একৰৰ এই বৃহৎ পুখুৰীটো খান্দিছিল। শিৱসাগৰৰ মাজ মজিয়াত শিৱসাগৰ পুখুৰী অৱস্থিত। এই পুখুৰীটোৰ বৰ্ত্তমান গভীৰতা ২০ কিউবিক। ২৫৭ একৰ জুৰি বিস্তৃত এই পুখুৰীৰ পৰাই ঠাইখনক শিৱসাগৰ নামেৰে জনা যায়। ২০০ বছৰ পুৰণি শিৱসাগৰ পুখুৰীৰ অপূর্ব শােভাই পর্যটকক আকর্ষণ কৰে। (৬ বহাগ এপ্রিল) ১৭৩৫ত এই বৃহৎ পুখুৰীটো ভগৱান শিৱৰ নামত উৎসর্গিত কৰা হৈছিল বা হৈছে। ইয়াৰ পানীৰ স্তৰ শিৱসাগৰৰ ভূ-ভাগৰ তুলনাত ওখ। ইয়াৰ পাৰতে প্রসিদ্ধ শিৱদল, বিষ্ণুদল আৰু দেৱীৰ মন্দিৰ অৱস্থিত।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

আজানপীৰ দৰগাহ : Ajan Pir Dargah

স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত ১৭শতিকাত উক্ত আজানপীৰ দৰগাহ শ’ৰাগুৰি চাপৰিত নিৰ্মাণ কৰা হৈছিল, য'ত আজান ফকিৰে ১২০ জন অনুগামীৰ সহযােগত কিছুমান মুছলমান মতবাদৰ জিকিৰ ৰচিছিল।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ
ৰুদ্রসাগৰ দল: Rudrasagar Dol

উক্ত ৰুদ্ৰসাগৰ দলটো আহােম স্বৰ্গদেউ লক্ষ্মীসিংহই ৰুদ্ৰসিংহ বা নপুখুৰীৰ পাৰত নিৰ্মাণ কৰাইছিল। ৰুদ্ৰসাগৰৰ আনটো পাৰে অৱস্থিত অথাইসাগৰ জয়ধ্বজসিংহ স্বৰ্গদেউৰ দিনত খন্দোৱা হৈছিল।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

শিৱদল : Siva Dol

১৭৩৪ খ্রীঃত শিৱসিহংৰ দ্বিতীয়া পত্নী বৰৰজা অম্বিকাই শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱী দল নির্মাণ কৰিছিল। ইয়াৰে এই শিৱদ’লটোৰ উচ্চতা ১৮০ ফুট আৰু ব্যাস ১৯৫ ফুট। এই দ’লটো অসমৰ আন সকলাে দ’লতকৈ ওখ দল। তদুপৰি ইয়াৰ ওপৰত এটা সােণৰ কলচীও আছে। স্বৰ্গদেউ শিৱ সিংহৰ পত্নী অম্বিকাই নির্মাণ কৰােৱা এই মন্দিৰসমূহ দর্শন কৰিবলৈ দেশ-বিদেশৰ পর্যটক ইয়ালৈ আহে। শিৱৰাত্ৰিৰ সময়ত শিৱদ’লত অগণন ভক্তৰ সমাগম হয়। শিৱসাগৰৰ এই শিৱদ’লক ভাৰতৰ অন্যতম সর্বোচ্চ শিৱমন্দিৰ বুলি জানা যায়। 

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

ৰংঘৰ: Rang Ghar

খেলানুৰাগী আহােম স্বৰ্গদেউ প্রমত্ত সিংহ ১৭৪৬ খ্রীঃত এই ৰংঘৰটো সজাইছিল। ৰংঘৰ দুখলপীয়া ঘৰ। ডিম্বাকৃতিৰ এই ঘৰটোৰপৰা হাতী যুঁজকে আদি কৰি বিভিন্ন ক্রীড়া প্রত্যক্ষ কৰা হৈছিল। এই ৰংঘৰৰ ওপৰত উঠি স্বৰ্গদেউ আৰু আন আন কৰ্মচাৰী তথা পাত্র মন্ত্রীসকলে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হােৱা মাল বা মল্লযুঁজ, পক্ষী যুঁজ, ম'হ যুঁজ আদি বিভিন্ন খেলসমূহ উপভােগ কৰিছিল। ৰজাদিনীয়া কলিত ৰংঘৰৰ বাকৰিত নৃতা-গীত, ক্রীড়া- ধাৰাৰ সমাহাৰ ঘটিছিল। এতিয়াও ইয়াত বিভিন্ন নৃত্য গীত তথা ক্রীড়া সম্পন্ন কৰা হয়। বনভোজৰ বাবে উল্লেখযোগ্য স্থান।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

ফাকুৱা দল : Phakua Dol

এই ফাকুৱা দ'লটো জয়সাগৰৰ ৰংগনাথ দ’লৰ কাষত অৱস্থিত। যিটো আহােম স্বৰ্গদেউ ৰূদ্ৰসিংহই তেখেতৰ মাতৃ সতী জয়মতীৰ পৱিত্ৰ স্মৃতিত ১৭০৩- ১৭০৪ খ্রীঃত নিৰ্মাণ কৰােৱাইছিল। এই দ’লটোলৈ সােমাবলৈ ২১ টা খটখটি বগাই যাব লাগে।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

তলাতল ঘৰ : Tolatol Ghar

১৬৯৯ খ্রীঃত আহােম স্বৰ্গদেউ ৰুদ্ৰসিংহই সজাইছিল। বৰ্তমানৰ তলাতল ঘৰটো অৱশ্যে পৰৱৰ্তী কালত ৰাজেশ্বৰ সিংহই ইটা আৰু বিভিন্ন থলুৱা উপাদানেৰে প্রস্তুত চিমেন্টেৰে নিৰ্মাণ কৰিছিল। তলাতল ঘৰ শিৱসাগৰ চহৰৰপৰা ৬ কিল'মিটাৰ আঁতৰত অৱস্থিত। ইয়াৰ তিনিটা মহল৷ মাটিৰ তলত। সেয়ে ইয়াক, তলাতল ঘৰ বােলা হয়। তলাতল ঘৰত দুটা সুৰঙ্গ আছে। এই সুৰৰে দিখৌ নৈ আৰু গড়গাঁও ৰাজপ্রাসাদলৈ যােৱাৰ সুবিধা আছিল৷ পাছত ইংৰাজসকলে এই সুৰঙ্গ বন্ধ কৰি দিয়ে। পর্যটকসকলৰ বাবে অকৰ্ষণৰ উৎস।
শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

জয়সাগৰ পুখুৰী আৰু জয়সাগৰ দল : Joysagar Tank and Joysagar Dol

১৬৯৭ খ্রীঃত শিৱসাগৰৰ ৰংপুৰত মাতৃ জয়মতীৰ স্মৃতি ৰক্ষার্থে স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী নির্মাণ কৰাইছিল। ৩১৮ একভূক্ত এই জয়দ'ল আৰু জয়সাগৰ পুখুৰীটো স্বৰ্গদেউয়ে খন্দোৱায়। ৩১৮ এক বিস্তৃত জয়সাগৰ পুখুৰীয়েই ভাৰতৰ সর্ববৃহৎ মানুহে খন্দা পুখুৰী বুলি জনা যায়। সতী জয়মতীৰ স্বামীভক্তি আৰু দেশপ্রেমে যি ইতিহাস ৰচি থৈ গৈছে এই পুখুৰীয়ে তাৰ স্মৃতি সোঁৱৰাই দিয়ে। ইয়াৰ নৈসর্গিক দৃশ্য মনােৰম। 

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

গড়গাঁও ৰাজপ্রাসাদ বা গড়গাৱঁৰ কাৰেংঘৰ :Gargaon Palace Or Gargaon Karenge ghar

শিৱসাগৰৰপৰা কিছু কিল'মিটাৰ দূৰত গড়গাঁৱত সাত মহলীয়া ৰাজ প্রাসাদ অৰ্থাৎ গড়গাঁও ৰাজপ্রাসাদ আছে। আহােম ৰজা চুক্লেংমুংয়ে ১৫৪০ খ্রীঃত আহােম ৰাজত্বৰ মূল ৰাজধানী পাতিছিল এই কাৰেংঘৰতেই। আহোমৰ নানা সময়ৰেপৰা গড়গাঁও উল্লেখযােগ্য স্থান। পঞ্চদশ আহোম ৰজা চুক্লেংমুংয়ে এই প্রাসাদ নির্মাণ কৰায়। এই প্রাসাদ ধ্বংস হােৱা ১৭৩২ চনত বক্তা ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।এই কাৰেংঘৰটোৰ প্রমত্ত সিংহই ৫ কি.মি দৈর্ঘ্যৰে এখন বেৰ বনাই সজাইছিল। এই ৰাজপ্রসাদটোৰ সাতটা কোঠাত সাতটা কাহিনী জড়িত আছে ১৭৫২ চনৰ ৰজা ৰাজেশ্বৰ সিংহৰ দিনৰে পৰাই। জনা যায় যে, সাত মহলীয়া কাৰেংঘৰটো সৈন্যসকলৰ দুৰ্গ আছিল। কাৰেংঘৰ শিৱসাগৰ চহৰৰপৰা ৬ কিল'মিটাৰ আঁতৰত অৱস্থিত।  পর্যটকসকলৰ বাবে গড়গাৱঁৰ কাৰেংঘৰ আকৰ্ষণৰ উৎস। কাৰেংঘৰৰ সমুখৰ মুকলি পথাৰত বনভােজ খােৱাৰ সুবিধা আছে। 

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

চৰাইদেউ: Choraideo

শিৱসাগৰৰপৰা ২৮ কিল'মিটাৰ পূৱত চৰাইদেউ অৱস্থিত। আহােম ৰাজত্বৰ প্রতিষ্ঠাতা চুকাফাই ১২৫৩ চনত ইয়াত ৰাজধানী নির্মাণ কৰে। চৰাইদেউত বিভিন্ন প্ৰকাৰৰ কেবাটাও মৈদাম আছে। মৈদামসমূহৰ বাবে চৰাইদেউ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। ইয়াত বনভােজ খােৱাৰ যথেষ্ট সুবিধা আছে। ইয়াত নতুনকৈ উদ্যান প্রতিষ্ঠা কৰা হৈছে।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

চৰাইদেউ মৈদাম : Choraideo Moidam

চৰাইদেউ টিলাসমূহত অৱস্থিত আহােম স্বৰ্গদেউ আৰু ৰাণীসকলৰ সমাধি ইজিপ্তৰ পিৰামিডৰ লগত ৰিজাব পাৰি। চুকাফাই প্রতিস্থা কৰা চৰাইদেউয়েই হ’ল আহােম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

নামদাঙৰ শিলৰ সাঁকো :

১৭০৩ খ্রীঃত স্বৰ্গদেউ ৰুদ্ৰসিংহই ৬০ মিটাৰ দৈর্ঘ্য আৰু ৬.৫ মিটাৰ প্রস্থৰ নামদাঙৰ শিলৰ সাঁকোখন নির্মাণ কৰাইছিল। শিৱসাগৰৰ চহৰপৰা ১২ কিল'মিটাৰ আতৰত থকা এই দলংখন মাত্র এটা শিলত কটি উলিওৱা হৈছে। ৰুদ্ৰসিংহৰ শাসনকালত বঙ্গ বনুবাদ্ধাৰা এই দলং শিলত কাটি উলিওৱা হয়। এই সাঁকো বর্তমানেও গৌৰীসাগৰ আৰু জয়সাগৰৰ মাজত নামদাঙৰ নদীৰ ওপৰত অৱস্থিত। সম্প্রতি এই দলংখনৰ ওপৰেৰে ৩৭ নং ৰাষ্ট্ৰীয় 'ঘাইপথ'।পর্যটকসকলৰ বাবে নামদাং শিলৰ সাকোঁ আকর্ষণৰ উৎস। শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

ইয়াৰ উপৰিও শিৱসাগৰত আৰু বহুতাে দ’ল থকা বুলি ইতিহাসত পােৱা যায়। যেনে- বৰপাত্র দল, নামতি দল, থাও দ’ল, নাফুকৰ দ’ল, পিয়লি ফুকনৰ দ’ল, ৰুদ্রসাগৰ দ’ল, বগী দল, খৰা দল, বেজৰ দল ইত্যাদি । বহুবােৰ এতিয়া আৰু দেখা নাযায়। শিৱসাগৰত ৰুদ্ৰসাগৰ পুখুৰী, আহােম সংগ্ৰহালয়, দিখৌ নৈ আদি অনেক দর্শনীয় সম্পদ আছে।

শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ - বুৰঞ্জীয়ে গৰকা অসমৰ শিৱসাগৰ - শিৱসাগৰৰ বিষয়ে ৰচনা - শিৱসাগৰৰ জিলাৰ বিষয়ে - শিৱসাগৰৰ জিলাৰ পয্যটনস্হলী বোৰ - ঐতিহাসিক শিৱসাগৰ - চৰাইদেউৰ ইতিহাস - ৰংঘৰ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.