অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English Translation

Assamese to English translation- English to Assamese Translation sentences for HSLC/ HS students- Question Bank Translation Solves- SEBA Board অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- Part-3

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English Translation Assamese to English translation- English to Assamese Translation sentences for HSLC/ HS students- Question Bank Translation Solves- SEBA Board অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- Part-3
অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক



অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 


১। ৰিন্টুৱে কৈছিল, "এইটো কি সুন্দৰ পুতলা!" 

Rintu said, "What a beautiful toy it is!" 


২। যদুৱে মােক সুধিছিল, "ৰাজু ইংৰাজীত ভালনে? 

Jadu asked me, "Is Raju good in English?" 


৩। দোকমােকালিতে শােৱাৰ পৰা উঠাটো তেওঁৰ অভ্যাস। 

Getting up early in the morning is his habit. / It's his habit to get up early in the morning. 


৪। মিছা কথা কোৱা উচিত নহয়। 

One should not tell a lie. 


৫। সৌ গছডাল ইমান ওখ! 

How much tall the tree is!


৬। কিতাপখন টেবুলৰ ওপৰত আছে। 

The book is on the table.


৭। আকাশত মেঘ নাছিল। 

There was no cloud in the sky. 


৮। শিক্ষকজনে কৈছিলে ," সদায় সচা কথা কবা " 

The teacher said, "Always tell the truth" 


৯। তুমি নৈখন সাঁতুৰি পাৰ হ'ব পাৰিবানে ? 

Can you swim across the river ? 


১০। প্রতিজ্ঞা ৰক্ষা কৰিব লাগে। 

The promise is to be protected. 


১১। সােমবাৰৰ নামটো চন্দ্ৰৰ নামানুসাৰে হৈছে। 

Monday is named after the Moon. 


১২। জানুৱাৰী বছৰৰ প্রথম মাহ। 

January is the first month of the year 


১৩। ফেব্ৰুৱাৰী দ্বিতীয় আৰু ডিচেম্বৰ বছৰৰ শেষ মাহ। 

February is the second and December is the last 


১৪। এইটো কোন মাহ? 

What month is this?  


১৫। এইটো আগষ্ট মাহ। 

It is the month ofAugust. 


১৬। যােৱা মাহটো জুলাই আছিল।

The last month was July. 


১৭। আগামী মাহটো চেপ্টেম্বৰ। 

The next month will be September. 


১৮। আজি ২৬ আগষ্ট।

Today is 26th August 


১৯। চাৰে চাৰিটা বাজিছে। 

It is half past four. 


২০। তােমাক মােৰ সাহায্য নালাগেনে? 

Don't you need my help? 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

২১। মৌ খাবলৈ মিঠা। 

I need a pen. 


২২। মােৰ এটা কলমৰ প্রয়ােজন। 

Honey is sweet to eat.


২৩। বিপাশা এজনী বুদ্ধিমতী ছােৱালী। 

Bipasha is an intelligent girl. 


২৪। যােৱা বছৰেকীয়া পৰীক্ষাত তেওঁ শ্ৰেণীত প্রথম হৈছে। 

She stood first in the class in the last annual examination.


২৫। বিপাশাই নাচিব আৰু গান গাবও পাৰে। 

Bipasha can dance and also sing.


২৬। বিপাশাৰ দেউতাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। 

Bipasha's father is a professor at Gauhati University. 


২৭। তেখেত এজন সৰবৰহী আৰু আদর্শবান লােক। 

He is a popular and ideal person.


২৮। তেওঁ ভালকৈ ইংৰাজী কয় 

He speaks English well. 


২৯। তাই খুব পৰিশ্ৰম কৰিব পাৰে 

She can work hard. 


৩০। লৰালৰিকৈ আহিব নােৱাৰানে?

Can't you come quickly ? 


৩১। কালি তাই ইয়াত গান গাইছিল 

Yesterday she sang here. 


৩২। তুমি ক'লৈ যােৱা ? 

Where are you going? 


৩৩। নাই, কলৈকো নাযাওঁ :

Nowhere. 


৩৪। তােমাৰ ভায়েক মােৰ কৰবাত দেখা মনত আছে। 

I remember having seen your brother somewhere. 


৩৫। তেওঁক ক'ৰবাত দেখিছিলানে? 

Did you see him anywhere? 


৩৬। মই কাজিৰঙালৈ তিনিবাৰ গৈছোঁ 

have been to kaziranga three times. 


৩৭। দেউতা কালি আহিল  

Father came yesterday. 


৩৮। তেওঁ এতিয়া পঢ়িছে 

He is reading now. 


৩৯। তেওঁ এতিয়াও কিতাপখন পঢ়ি শেষ কৰা নাই 

He hasn't finished the book yet. 


৪০। মােৰ ভাইটো এতিয়াও স্কুলতে আছে 

My brother is still at school. 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

৪১। তেওঁ এতিয়াও শুই আছে 

He is still in bad. 


৪২। তুমি এতিয়াও গা ধােৱা নাই? 

haven't you had your bath yet?


৪৩। তেওঁ সদায় সময়মতে আহাৰ খায় 

He is always in the time for meals. 


৪৪। মই কাচিৎহে কফি খাওঁ

I seldom drink coffee. 


৪৫। তুমি সদায় ফুটবল খেলা, মই কিন্তু কেতিয়াবা খেলোঁ 

You always play football, but sometimes do. 


৪৬। তালৈ নাযাবলৈ তােমাক প্ৰায়ে কোৱা হৈছে

You have often been told not to go there. 


৪৭। তেওঁ মাহে দুবাৰকৈ ঘৰলৈ যায় 

He goes home twice a month. 


৪৮। তুমি কেতিয়াবা সিংহ দেখিছানে ? 

have you ever seen a lion ?


৪৯। মানুহজন বৰ দুখীয়া কিন্তু সুখী

The man is very poor but happy.


৫০। বুঢ়া মানুহজনে মোক কৈছিল,”তোমাৰ ভালনে?"

The old man said to me,”Are you well?”


৫১। কামটো ৰামৰ দ্বাৰা কৰা হল

The work has been done by Ram.


৫২। মানুহজন মোৰ পৰিচিত

The man is known to me.


৫৩। যোৱা সোমবাৰৰ পৰা সি জ্বৰত ভুগি আছে

He has been suffering from fever since last Monday.


৫৪। যোৱা সপ্তাহত তেওঁ আমাৰ ঘৰলৈ আহিছিল 

He came to our house last week.


৫৫। মই তেওঁক সুধিলো,”তুমি কৰ পৰা আহিলা?”

I asked him,”where are you coming from?”


৫৬। ইয়াত বহুতো ঐতিহাসিক স্মৃতি চিহ্ন আছে

There are many historical monuments here.


৫৭। সি সদায় ৰাতিপুৱা সোনকালে উঠে

He always gets up early in the morning.


৫৮। নয়নৰ কেইবাজনো বন্ধু আছে।

Nayan has several friends.


৫৯। সিহঁত আটায়ে পঢ়াত ভাল।

All of them are good at study.


৬০। নয়নৰ বন্ধু ৰফিকে ভালদৰে ভায়লিন বজাব জানে।

Nayan’s friend Rafique knows how to play violin.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

৬১। সি স্কুলত আছে 

He is in the school 


৬২। সি কলকাতাত বাস কৰে

He lives in Kolkata. 


৬৩। সি দিল্লীলৈ গৈছিল 

He went to Delhi. 


৬৪। সি কোঠাৰ ভিতৰত প্ৰৱেশ কৰিলে 

He entered into the room.


৬৫। জানুৱাৰী মাহত মই কলকাতালৈ যাম

I shall go to Kolkata in January. 


৬৬। ৰাম শীতকালত ইয়ালৈ আহিব 

Ram will come here in winter. 


৬৭। তেওঁ ১৮২০ চনত জন্ম গ্রহণ কৰিছিল। 

He was born in 1820. 

 

৬৮। তেওঁ ৰবিবাৰে ইয়ালৈ আহিব। 

He will come here on Sunday. 


৬৯। তেওঁ ১২ মার্চত ইয়ালৈ আহিব

He will come here on 12th March. 


৭০। সি আবেলি ৫ বজাত উভতি আহিব

He will come back at 5 p.m. 


৭১। ৰােগীজন তিনদিন ভিতৰত মৰিব 

The patient will die in three days 


৭২। সি এসপ্তাহৰ ভিতৰত আহিব

He will come in a week 

 

৭৩। মই এমাহৰ ভিতৰত আহিম 

I shall come within a month.


৭৪। মই দুপুৰীয়াৰ আগতে আহিম

I shall come before noon. 


৭৫। তুমি কৰি থাকিবানে? 

Will you have done?


৭৬। তােমালােকে কৰি থাকিবা নে?

Will you have done? 


৭৭। মই কৰি না থাকিম 

I shall have not done 


৭৮। আমি কৰি না থাকিম। 

We shall have not done 


৭৯। সি কৰি আহি থাকিব। 

He will have been doing 


৮০। সিহঁতে কৰি আহি থাকিব। 

They will have been doing 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

৮১। তুমি কৰি আহি থাকিবানে? 

Will you have been doing? 


৮২। তােমালােকে কৰি আহি থাকিবানে? 

Will you have been doing? 


৮৩। মই কৰি আহি না থাকো। 

I shall have been not doing 


৮৪। আমি কৰি আহি না থাকো। 

We shall have been not doing 


৮৫। সি কৰি থাকিব। 

He will be doing 


৮৬। সিহঁতে কৰি থাকিব। 

They will be doing 


৮৭। তুমি কৰি থাকিবা নে ? 

Will you be doing? 


৮৮। তােমালােকে কৰি থাকিবা নে? 

Will You be doing? 


৮৯। মই কৰি নাথাকিম। 

I shall not be doing 


৯০। আমি কৰি নাথাকিম।

We shall not be doing 

 

৯১। সি কৰি থাকিব। 

He will have done 


৯২। সিহঁতে কৰি থাকিব। 

They will have done 


৯৩। তুমি আগৰে পৰা কৰি আছিলা নে? 

Had you been doing? 


৯৪। তােমালােকে আগৰে পৰা কৰি আছিলা নে? 

Had you been doing? 


৯৫। সি আগৰে পৰা থকা নাছিল। 

He had been not doing 


৯৬। সিহঁতে আগৰে পৰা কৰি থকা নাছিল। 

They had been not doing 


৯৭। সি কৰিব। 

He will do 


৯৮। সিহঁতে কৰিব। 

They will do 


৯৯। তুমি কৰিবানে? 

Will you do? 


১০০। তোমালােকে কৰিবানে? 

Will you do?

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

১০১। মই নকৰাে। 

I shall not do 


১০২। আমি নকৰাে।

We shall not do 


১০৩। সি কৰিছিল।

He had done 

 

১০৪। সিহঁতে কৰিছিল।

They had done 

 

১০৫। তুমি কৰিছিলা নে ? 

Had you done? 


১০৬। তােমালােকে কৰিছিলা নে ? 

Had you done ? 


১০৭। মই কৰা নাছিলাে। 

I had not done 


১০৮। আমি কৰা নাছিলো। 

We had not done 


১০৯। মই আগৰে পৰা কৰি আছিলাে 

I had been doing 


১১০। আমি আগৰে পৰা কৰি আছিলাে। 

We had been doing 


১১১। সি কৰিছিল।

He did 

 

১১২। সিহঁতে কৰিছিল। 

They did


১১৩। তুমি কৰিছিলা নে ? 

Did you do?

 

১১৪। মই কৰা নাছিলাে। 

I did not do


১১৫। আমি কৰা নাছিলাে। 

We did not do 


১১৬। সি কৰি আছিল। 

He was doing 


১১৭। সিহঁতে কৰি আছিল। 

They were doing


১১৮। তুমি কৰি আছিলা নে? 

Were you doing? 


১১৯। তােমালােকে কৰি আছিলা নে? 

Were you doing?


১২০। মই কৰা নাছিলাে। 

I was not doing 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

১২১। আমি কৰা নাছিলাে।

We were not doing 


১২২। মই কৰি আছাে

I have been doing 


১২৩। আমি কৰি আছাে। 

We have been doing. 


১২৪। সি কৰি আছেনে? 

Has he been doing? 


১২৫। সিহঁতে কৰি আছে নে? 

Have they been doing? 


১২৬। মই (আগৰে পৰা) কৰি থকা নাই। 

I have not been doing 


১২৭। আমি (আগৰে পৰা) কৰি থকা নাই।

We have not been doing 


১২৮। তুমি কৰিছা 

You are doing 


১২৯। তােমালােকে কৰিছা। 

You are doing 


১৩০। মই কৰিছাে নে?

Am I doing?


১৩১। আমি কৰিছাে নে? 

Are we doing? 


১৩২। সি কৰিছে। 

He has done 


১৩৩। সিহঁতে কৰিছে। 

They have done 


১৩৪। সি কৰিছেনে?

Has he done?


১৩৫। সিহঁতে কৰিছেনে? 

Have they done?


১৩৬। সি কৰা নাই

He has not done 


১৩৭। সিহঁতে কৰা নাই।

They have not done 


১৩৮। কিতাপখন বাকচৰ ভিতৰত আছে। 

The book is in the Box 


১৩৯। কিতাপখন বাকচৰ ভিতৰত নাই। 

The book is not in the Box 


১৪০। তেওঁলােকে এতিয়া কিয় শুইছে? 

Why are they sleeping now? 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

১৪১। তেওঁলােকে এতিয়া শােৱা নাই? 

Why are they not sleeping ? 


১৪২। ঘৰৰ ভিতৰত খেলা কৰা। 

Play in the house. 


১৪৩। ঘৰৰ ভিতৰত খেলা নকৰিবা। 

Do not play in the house ? 


১৪৪। মহিম সদায় স্কুললৈ যায়।

Mahim goes to school everyday 


১৪৫। এসপ্তাহত কেইদিন থাকে ? 

How many days are there in a week ? 

 

১৪৬। এসপ্তাহত সাত দিন থাকে। 

There are seven days in a week. 


১৪৭। সপ্তাহৰ প্রথম দিন দেওবাৰ। 

The first day of the week is Sunday. 


১৪৮। শনিবাৰ সপ্তাহৰ শেৰ দিন। 

Saturday is the last day of the week.


১৪৯। দেওবাৰ ফুৰ্টিৰ দিন। 

Sunday is a holiday. 


১৫০। দেওবাৰে ল'ৰাছােৱালী বােৰ স্কুললৈ নাযায়। 

Children don't go to school on Sunday. 


১৫১। বুধবাৰে আমি এখন প্রদর্শনী চাবলৈ গৈছিলো। 

On Wednesday we went to visit an exhibition. 


১৫২। কোনাে কোনােৱে মঙ্গলবাৰে উপবাস কৰে।

Some keep fast on Tuesday.  


১৫৩। কিছুমানে শনিবাৰে বা শুক্রবাৰে কৰে।

Some keep it on Saturday or Friday. 


১৫৪। আমি নিশ্চিত নহওঁ। 

We aren't sure 


১৫৫। এনেকৈ নাহাঁহিবা । 

Don't laugh like this 


১৫৬। মােৰ ঘড়ীত তিনিটা বাজিছে। 

It's three by my watch  


১৫৭। তায়েই দোষী।

She's to blame. 


১৫৮। শুভ বিদায়।

Good bye. 

 

১৫৯। যাও দিয়া, বিদায়। 

Bye Bye


১৬০। ভাল বাৰু আকৌ লগ পাম 

See you again 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

১৬১। আপােনাৰ কাকতখন অলপ দিয়কচোন

Please give me the paper little a bit. / give me the paper please. 


১৬২। কেইটা বাজিছে? 

Time please. 


১৬৩। ঠিক আছে

It's all right.

 

১৬৪। এইটোনাে আৰু এনে কি 

No mention. 


১৬৫। আপুনি সকলাে সময়তে আহিব পাৰে 

You are always welcome. 


১৬৬। মােক এই কাম কৰিবলৈ অনুমতি দিবনে 

Allow me this work? 


১৬৭। ক্ষমা কৰিব। 

I beg your pardon. 


১৬৮। আপােনাৰ কামত মই অলপ সহায় কৰিব পাৰাে নে? 

Let me help your work. 


১৬৯। মােক অলপ কবলৈ অনুমতি দিব নে ? 

Will you permit me to say. 


১৭০। দুঃখিত

Sorry. 


১৭১। ঈশ্বৰ, তােমাৰ মঙ্গল কৰক 

May God bless you. 


১৭২। ঈশ্বৰৰ কৃপাত 

By the Grace of god.


১৭৩। তুমি আজি ইমান ৰাতিপুৱাই উঠিলা কিয় ? 

Why have you got up so early today? 


১৭৪। মা, আজি আমাৰ পৰীক্ষা আৰম্ভ। 

I have to take an Exam. today 


১৭৫। তুমি কেতিয়া যাবা? 

When will you go? 


১৭৬। ন বজাত, তুমি আজি কি ব্রেকফাষ্ট বনাইছা? 

At nine, what's there for breakfast today? 


১৭৭। এতিয়াহে ৰান্ধিম। তুমি কি খাবা মােক কোৱা? 

I'll cook now, tell me what you'ld like? 


১৭৮। যিকোনাে, তুমি যিহকে সোনকালে তৈয়াৰ কৰিব পাৰিবা। 

Anything which can be prepared fast 


১৭৯। পৰঠা খাবা নেকি ? 

Will Parathas do? 


১৮০। নহয় মা, কিবা তৰকাৰি বনােৱা। 

No mother, make some green vegetable

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

১৮১। মই ভাৰতত বাস কৰাে

I live in India. 


১৮২। মই নলবাৰী জিলাৰ নখেতিত থাকো 

I live at nakhet in Nalbari. 


১৮৩। সি এডাল লাঠিৰে সাপডাল মাৰিলে। 

He killed the snake with a stick. 


১৮৪। তাৰ দ্বাৰ বাঘটো নিহত হৈছিল 

The tiger was killed by him. 


১৮৫। মিতা আৰু গীতাৰ মাজত আমটো ভগাই দিয়া

Divide the mango between Mita and Gita. 


১৮৬। লৰাবােৰৰ মাজত কিতাপবােৰ ভাগ কৰি দিয়া Distribute the books among the boys. 


১৮৭। চাৰিটাৰ পৰা পাঁচটাৰ ভিতৰত আহা 

Come between four and five.


১৮৮। মই ৰাতিপুৱা ৫টা বজাত শুই উঠো। 

I get up in the morning at five.


১৮৯। মই ছটা বজাত চাহ খাওঁ 

I take tea at six o'clock. 


১৯০। তুমি কেতিয়া পুৱাৰ চাহ জলপান খােৱা? 

At what time do you take your breakfast? 


১৯১। ৮টা বজাত মই পুৱাৰ চাহ জলপান খাও।  

At 8 o'clock I take my breakfakfast ? 


১৯২। মােৰ স্কুল দহটা বজাত আৰম্ভ হয়। 

My school begins at Ten o'clock. 


১৯৩। চোৱা তিনিটা বজাত মই ঘৰলৈ ঘূৰি আহো। 

By quarter past three I am back home. 


১৯৪। মই ৰাতি নটা বজাত শােওঁ। 

I go to bed at Nine in the night. 


১৯৫। তেওঁ চাৰে পাচটা বজাত ঘৰৰ পৰা বাহিৰ হয়। 

He leaves his home at half past five. 


১৯৬। তেওঁৰ প্লেনখন ছটা বাজিবলৈ দহ মিনিট থাকোতে এৰিব। 

His aeroplane takes off at ten to six. 


১৯৭। ষ্টেচন পাওঁতে মেইল ট্রেন খনৰ দুঘন্টা দেৰি। 

The Mail train is reaching the station late by two hours. 


১৯৮। দুটা বজাৰ পৰা বৰষুণ দিছে। 

It has been raining since 2p.m.  


১৯৯। অধ্যক্ষ দহটা বজাত আহে।

The principal comes at 10 o'clock. 


২০০। মই এতিয়াও পৰা নাই। 

I haven't red yet.  

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

২০১। তেওঁ লোক যোৱা নাছিল নে? 

Didn't they go there? 


২০২। তেওঁলোকৰ যােৱা উচিত নাছিল

They shouldn't have gone  


২০৩। মই কাইলৈ যাম। 

I will go tomorrow.


২০৪। বৰষুণ দিয়া নাছিল। 

It hadn't rained. 


২০৫। মই সময়ত উপস্থিত হ'ব নােৱাৰিলোঁ । 

I couldn't reach in time  


২০৬। বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়। 

The old man speaks very slowly.


২০৭। মীনা যেনেকুৱা বুদ্ধিয়ক, লীলাও তেনেকুৱা। 

Lila is as intelligent as Mina. 


২০৮। জোনে ৰাতিহে পােহৰ দিয়ে। 

Moon gives light at night. 


২০৯। তুমি কালি স্কুললৈ গৈছিলানে? 

Did you go to school yesterday?


২১০। সি ককায়েকক খুব ভাল পায়। 

He loves his grandfather too much.


২১১। শীতকাল নবেম্বৰৰ পৰা আৰম্ভ হয়। 

Winter season sets in from November.  


২১২। মই বাৰিষাকালটো ভাল পাওঁ। 

I like rainy season.


২১৩। মার্চ মাহটো বৰ ভাল। 

The month of March is very pleasant. 


২১৪। মার্চ মাহত হােলি (ফাকুৱা) উৎসৱ হয়। 

The festival ofHoli is celebrated in this month. 


২১৫। দীপাৱলী অক্টোবৰ বা নবেম্বৰত হয়।

Diwali Comes either in October or November. 


২১৬। দীপাৱলী পোহৰৰ উৎসৱ। 

Diwali is a festival of lights. 


২১৭। এতিয়া কি মাহ চলিছে? 

What month is running now? 


২১৮। কেইটা বাজিছে ? 

What Time is lt? 


২১৯। আপােনাৰ ঘড়ীত কেইটা বাজিছে? 

What is the time by your Watch ? 


২২০। তিনিটা বাজিছে

It is three o'clock. 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 

২২১। নবেম্বৰৰ আগতে অক্টোবৰ আৰু পিচত ডিচেম্বৰ আহে। 

Before November comes October and after it December. 


২২২। আগষ্ট বছৰৰ অষ্টম মাহ। 

August is eighth month of the year. 


২২৩। ফেব্ৰুৱাৰী ২৮ বা ২৯ দিনীয়া হয়। 

February is either of 28 days or 29 days. 


২২৪। এপ্রিল, জুন, চেপ্টেম্বৰ আৰু নবেম্বৰ ৩০ দিনীয়া মাহ

April, June, September and November are of the thirty days. 


২২৫। জুলাই আৰু আগস্ট মাহ ৩১ দিনীয়া। 

Both July and August are of 31 days. 


২২৬। এই মাহৰ পহিলা তাৰিখে কি বাৰ ? 

What day is it on first of this month? 


২২৭। সম্ভৱতঃ সােমবাৰ। 

Perhaps, it is Monday. 


২২৮। সােমবাৰৰ ভিতৰত নিশ্চয় আহিবা।

Do return by Monday. 


২২৯। মই দেওবাৰে জন্ম হৈছিলো। 

I was born on Sunday.  


২৩০। আৰু তুমি? 

And you? 


২৩১। মই নাজানো। 

I don't know.


২৩২। প্রত্যেকটো মাহত চাৰিটা পূৰা সপ্তাহ থাকে। 

There are full for weeks in a month. 


২৩৩। এবছৰত বাৱনন সপ্তাহ থাকে। 

There are fifty-two weeks in a year. 


২৩৪। সপ্তাহৰ সাতটা দিনৰ নাম সাতটা গ্ৰহৰ নামত দিয়া হৈছে। 

The seven days of the week are named after seven planets.


২৩৫। দেওৱাৰৰ নামটো সূৰ্যৰ নামানুসাৰে হৈছে।

Sunday is named after the sun 


২৩৬। আমি তেওঁৰ উপকাৰ নকৰিম। 

We shalln't oblige him.


২৩৭। আমি চোৰটোক দেখা নাছিলো। 

We hadn't seen the thief. 


২৩৮। মই লন্ডনত বাস কৰাে 

I live in London. 





অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক Assamese to English learning - English to Assamese translation 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.