অসমৰ পর্যটন উদ্যোগ Tourism of Assam Essay

অসমীয়া ৰচনা - অসমৰ পর্যটন উদ্যোগ Assamese essay - Axomiya Roxona - Tourism of Assam - Essay in Assamese language

অসমীয়া ৰচনা - অসমৰ পর্যটন উদ্যোগ - Assamese essay - Axomiya Roxona - Asomiya rosona for School students and college Students- HSLC / HS students - Assamese Medium SEBA board- CBSC board for all students- English Medium- Essay in Assamese - Class 10 Assamese Essay - Tourism of Assam - Tourists Industry in Assam - Importance of Tourism in Assam - Most famous Tourist Places in Assam
অসমীয়া ৰচনা - অসমৰ পর্যটন উদ্যোগ

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya Roxona

অসমৰ পর্যটন উদ্যোগ 

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya Roxona

শ্যামলময় প্রকৃতিয়ে অসমক দুহাত ওপচাই অতুলভাবে ঐশ্বৰ্য্যময়ী কৰি তুলিছে। প্রাকৃতিক পৰিৱেশ, নীলা পাহাৰ, ৰঙা নদী, মঠ-মন্দিৰ, ৰজাদিনীয়া কীৰ্তিচিহ্ন, আদিৰে ভৰপুৰ অসমখন পর্যটক আৰু ভ্ৰমণকাৰীৰ স্বৰ্গস্বৰূপ। একে কাৰণতে এই ভূখণ্ড অতীজৰে পৰা পৰ্যটনৰ এক উৎকৃষ্ট কেন্দ্ৰৰূপেও চিহ্নিত আৰু স্বীকৃত হৈ আহিছে। সপ্তম শতিকাৰ চীনা পৰিবাজক হিউ-এন-চাঙৰ দিনৰে পৰা অগণন দেশী-বিদেশী পর্যটক অসমলৈ আহিছে আৰু ইয়াৰ বিতােপন নৈসর্গিক শােভাত বিস্ময়ামুগ্ধ হৈছে। অসমত অজস্র পর্যটক আকর্ষণ স্থান আছে যদিও একাধিক কাৰণত এতিয়াও সেইবােৰ স্থানত পৰ্যটকৰ বাবে পর্যাপ্ত সা-সুবিধাখিনি আগবঢ়াব পৰা হােৱাগৈ নাই। বিশেষকৈ আজি কিছুদিনৰ আগলৈকে এই অঞ্চল নিয়ন্ত্রিত এলেকা হােৱা বাবে পৰ্যটকৰ আগমনত যথেষ্ট বাধা-নিষেধ আৰােপ কৰা হৈছিল। ইয়াৰ ফলত এই অঞ্চললৈ অহা  পৰ্যটকৰ, বিশেষকৈ বিদেশী পর্যটকৰ সংখ্যা আছিল নিচেই তাকৰীয়া। 

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya Roxona

অৱশ্যে ১৯৯৫ চনৰ জুলাই মাহৰ পৰা চৰকাৰে এই বাধা-নিষেধ প্রত্যাহাৰ কৰি পৰ্যটকৰ প্রতি আগবঢ়োৱা সা-সুবিধাৰ ক্ষেত্ৰত এক উল্লেখযােগ্য পদক্ষেপ গ্রহণ কৰিছে। ইয়াৰ উপৰি অসমৰ পৰ্যটন বিভাগে ৰাজ্যখনৰ বিভিন্ন দর্শনীয় স্থানসমূহলৈ নিয়মীয়া কণ্টাকটেড টুৰৰ ব্যৱস্থা কৰিছে। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শনৰ বাবে পর্যটন বিভাগৰ এক কণ্টাকটেড টুৰৰ ব্যৱস্থা আছে। একেদৰে হাজো, শুৱালকুছি, মদন কামদেৱ আৰু কাষৰীয়া ছিলঙলৈও পর্যটন বিভাগৰ নিয়মীয়া কণ্টাকটেড টুৰৰ ব্যৱস্থা আছে। দুৰণিবতীয়া কণ্টাকটেড টুৰৰ উপৰি পৰ্যটন বিভাগে নিয়মীয়াকৈ গুৱাহাটী মহানগৰ পৰিদৰ্শনৰ বাবে এক স্থানীয় কণ্টাকটেড টুৰৰ সুবিধা পর্যটকসকলৰ বাবে আগবঢ়াই আহিছে। অসমৰ বিভিন্ন পর্যটক আকর্ষক স্থানসমূহত পৰ্যটকৰ থকা-খােৱাৰ সুবিধাৰ বাবে কেইবাটিও যাত্রীনিবাস নির্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ ভিতৰত ওৰাং, হাফলং আদিৰ যাত্রীনিবাসৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত জাগীৰােড, মৰাণ, বিশ্বনাথ চাৰিআলি, বােকাখাত, ডিগবৈ, আদি ঠাইত কেইবাটিও যাত্রী নিবাস নিৰ্মাণৰ কাম চলি আছে। একেদৰে তীর্থযাত্রীসকলৰ সা-সুবিধাৰ বাবে বেলশৰ, শদিয়া, নিৰ্মাণৰ কাম চলি আছে। একেদৰে তীর্থযাত্রীসকলৰ সা-সুবিধাৰ বাবে বেলশৰ, শদিয়া, নবগ্নহ আদিত একোটিকে তীর্থযাত্রী নিবাস নির্মাণ কৰা হৈছে। 

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya Roxona

অসমৰ বিভিন্ন দর্শনীয় স্থানসমূহৰ বিৱৰণ অঞ্চলটোৰ ঐতিহাসিক, সাংস্কৃতিক আদি বিভিন্ন তথ্য পর্যটকক জনােৱাৰ লগতে ইয়াৰ বহুল প্রচাৰৰ বাবে পর্যটন বিভাগে বিচ্ছিন্ন সচিত্র বীন তথা পূক্তিকা, হাতপুথি, মেপ আদি প্ৰকাশৰ ব্যৱস্থা কৰি আহিছে। পর্যটন বিভাগ বিভিন্ন কেন্দ্ৰত এইবােৰ বিলামূলীকৈ পর্যাকক দিয়া হয়। তদুপৰি বিভিন্ন তথ্য-চিত্ৰ আদিৰ জৰিয়তে অঞ্চলটোৰ দৰ্শনী স্থানসমূহৰ বিষয়ে পর্যটকক অৱগত কৰােৱাত পর্যটন বিভাগৰ এই দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি ক'ব পাৰি। পর্বত- পাহাৰ, সেউজীয়া গছ গছনি, অসংখ্য নদ নদীৰে পৰিবেষ্টিত অসমখনেই দুঃসাহসিক পর্যটনৰ এক উৎকৃষ্ট কেন্দ্ৰ বুলি কব পাৰি। পর্যটক আকর্ষক এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পর্যটন বিভাগে বৰাইল আৰু কাৰ্বি আংলঙত এনে পর্যটকবাবে ট্রেকিঙৰ ব্যৱস্থা কৰিছে। 

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya Roxona

অসমত পর্যটনৰ অযুত সম্ভাৱনা আছে যদিও উদোগ হিচাপে পর্যটনে এতিয়া আশানুৰূপভাবে গা কৰি উঠিব পৰা নাই। ১৯৮৭ চনত অসমত পর্যটনক উদ্যোগৰ মর্যাদা দিয়া হৈছিল যদিও বিভিন্ন আগাঁধনিমূলক অসুবিধাৰ বাবে পর্যটন শিল্পই অসমত আশা কলা মতে উৎকৰ্ম আৰু বিকাশ লাভ কৰা নাই। পনিক উদ্যোগ হিচাপে গঢ়ি তুলিবলৈ হ'লে স্বাভাৱিকতে সা-সুবিধা বৃদ্ধি প্রয়ােজন। ইহ'ল এটি মূলকেন্দ্রিক উদ্যোগ। কিছু মূলধন ধনিয়ে কৰি ৰাজ্যৰ মনােমুগ্ধকৰ ঠাইসমূহক প্রয়োজনীয় সা-সুবিধাৰে আকর্ষণীয় কৰি তোলাৰ অযুত সম্ভাৱন আছে। দিলীৰ লালকিল্লাৰ দৰে আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্নবোেৰ পােহৰৰ প্রদর্শনী আয়ােজন কৰি পর্যটন বিভাগে এই ক্ষেত্রত এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্রহণ কৰিব পাৰে। একেদৰে চৰাইদেউৰ নিদৰ্শন শােভা মহীশুৰৰ বৃন্দাক্তা উল্যাৰ দৰে আলােক উপ কৰি ভ্রমণকাৰীৰ বাবে মনােমােহা স্কুল কৰি তুলিব পাৰি। বিশাল ব্ৰহ্মপুত্ৰৰ বিশেষ অঞ্চলত ক্ৰীড়াৰ সুবিধা প্ৰৱৰ্তন কৰি তাৰ প্ৰতি দেশী- বিদেশী পর্যটকক আকৰ্ষণ কৰাৰ কথাও বিবেচনা কৰি চাব পৰা যায়। 

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya Roxona

সামগ্রিকভাৱে ক'বলৈ গ'ল অসমত পর্যটনৰ অযুত স্হল আছে আৰু পৰ্যটক প্রতি অধিক সা-সুবিধা প্রদানেৰে এই সম্ভাৱনা সার্থক কৰি তুলিব পাৰি। ইয়াৰ বাবে প্রয়োজন কেন্দ্ৰীয় চৰকাৰৰ সুস্পষ্ট আৰু ইতিবাচক নীতি, চৰকাৰৰ উদ্যোগী মনােভাব আৰু জনসাধাৰণৰ সচেতনতা। এই তিনিও পক্ষৰ সহযোগত অচিৰে অসমৰ পর্যটন শিল্পই দেশখনৰ ভিতৰতে যে এক লেখত লবলগীয়া উদ্যোগ হিচাপে আত্মপ্রকাশ আৰু বিস্তাৰ লাভ কৰিব পাৰি তাত কোনো সন্দেহ নাই। বৰ্তমান লৈকে বহু বোৰ ঠাইক পৰ্যটকৰ আকৰ্ষণ বিন্দু কৰি তুলিছে আৰু বহু বোৰৰ কাম কাজ এতিয়াও চলি আছে। 

অসমৰ পর্যটন উদ্যোগ Tourism of Assam Class 10 Assamese Essay Class 9 Assamese Essay Axomiya

🖊সংগ্রহ কৰা হৈছে

সং

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.