অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning, translation

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- Assamese to English Translation- Part-2

English to Assamese Translation sentences for HSLC/ HS students- Question Bank Translation Solves- SEBA English learning from Assamese অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- Part-2

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজী শিকক



English to Assamese Translation sentences for HSLC/ HS students- Question Bank Translation Solves- SEBA English learning from Assamese অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- Part-2

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১। প্ৰায় ৭০% খেতিৰ ফচল নষ্ট হৈছিল

About 70% of the crops were destroyed. 


২। মাচুৱৈ সকলে প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছিল 

The fisher men faced heavy loss.


৩। মোৰ দুখন হাত আছে

I have two hands.


৪। ভগৱানে তাৰ মঙ্গল কৰক ! 

May God bless him !


৫। পথাৰত বহুত গৰু আছে

There are many cows in the field.


৬। এক সপ্তাহত সাত দিন আছে

There are seven days in a week.

 

৭। দয়া এটি মহৎ গুণ 

Kindness is a noble quality.


৮। অহিংসা পৰম ধৰ্ম 

Non- violence is a noble virtue.


৯। গুৱাহাটীত এখন চিৰিয়াখানা আছে 

There is a zoo in Guwahati.


১০। মই নিতৌ পুৱাতে এঘণ্টাকৈ খোজ কাঢোঁ 

I walked for an hour every morning.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১১। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী 

The Brahmaputra is the principal river of Assam.


১২। হিমালয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ পৰ্বতমালা The Himalayas are the highest mountain in the world.


১৩। আমাৰ বাগিচাত কেইখনমান ধুনীয়া গোলাপফুল আছে

There are some roses in our garden.


১৪। টেবুলৰ ওপৰত কেইখনমান কিতাপ আছে

There are some books on the table.


১৫। অনুগ্ৰহ কৰি মোক অলপ পানী দিয়াচোন

Please give me a little water.


১৬। তেওঁৰ যথেষ্ট পৰিমাণে টকা পইচা নাই 

He has not much money.


১৭। পুখুৰীটোত প্ৰচুৰ পৰিমাণে পানী আছে 

There is a plenty of water in the pond.


১৮। আমি প্ৰায়ে নদীৰ পাৰত ফুৰিবলৈ যাও 

We often go for a walk on the bank of the river.


১৯। কালি আবেলি আমি ফুৰিবলৈ গৈছিলো 

We went for a walk yesterday evening.


২০। কেইজনমান লৰাই নদীত সাঁতুৰি আছিল 

Some boys were swimming in the river.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

২১। সেই সময়ত তেওঁ ফুলোনিখনত বহি আছিল 

At that time he was sitting in the flower garden.


২২। তেওঁৰ দেউতাক ঘৰত নাছিল 

His father was not at home.


২৩। মই ৰমেশক সুধিলো,”তোমাৰ দেউতা ঘৰত নাই নেকি ?” 

I said to Ramesh,”Is your father not at home?”


২৪। তেওঁ মোক জনালে যে তেওঁৰ দেউতা কলেজলৈ গৈছে 

He informed me that his father had gone to the college.


২৫। তেঁওৰ উভতি আহোঁতে পলম হব পাৰে 

He may be late in returning.


২৬। মই কলো,”মই তেন্তে কাইলৈ ৰাতিপুৱা তেওক লগ কৰিবলৈ আহিম” 

I said,”Then I shall come to meet him tomorrow morning.”


২৭। এইবছৰ ছেপ্টেম্বৰ মাহত বৰাক উপত্যকাত ভয়াবহ বানপানী হৈছিল 

There was a terrible flood in the month of September this year in the Barak Valley.


২৮। বানপানী দীৰ্ঘদিন স্থিতি অৱস্থাত আছিল 

The flood was stable for a long time.


২৯। অভাৱেই আৱিস্কাৰৰ মূল

Necessity is the mother of invention.


৩০। সাতোৰাটো স্বাস্থ্যৰ বাবে ভাল

Swimming is good for health.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৩১। তেওঁ ফুলনিখনত অকলে বহি আছে 

He is sitting in the garden alone.


৩২। তাত বহুত মানুহ গোট খাইছিল

Many people assembled there.


৩৩। আয় চাই ব্যয় কৰিবা

Cut your coat according to cloth.


৩৪। সভাখন স্থগিত ৰখা হৈছিল

The meeting was postponed.


৩৫। অহা শনিবাৰে এখন ছাত্ৰ সভা বহিব

There will be a students meeting next Saturday.


৩৬। লৰাজন মোৰ চিনাকী

The boy is known to me.


৩৭। মাখন গাখীৰেৰে বনোৱা হয়

Butter is made from milk.


৩৮। তেওঁ মোক যিমানে ভাল পায় তোমাকো সিমানে ভাল পায়

He loves me as much as he loves you.


৩৯। ব্ৰহ্মপুত্ৰ অসমৰ আটাইতকৈ ডাঙৰ নদী 

The Brahmaputra is the biggest river in Assam.


৪০। এই নদীৰ ওপৰত দুখন দলং আছে 

There are two bridges over this river.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৪১। ৰণ্টোক আজি বজাৰত লগ পাইছিলোঁ 

I met Rantu in the market.


৪২। মানুহজনে পুৱাৰে পৰাই বাগিচাত কাম কৰি আছে The man has been working in the garden since morning.


৪৩। গুৱাহাটী ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰত অৱস্থিত

Guwahati is situated in the south bank of Brahmaputra.


৪৪। মই তালৈ নাযাও

I don’t go there.


৪৫। মাজে সময়ে আমি নৈত মাছ ধৰোঁ। 

Occasionally we catch fish in the river. 


৪৬। ব্ৰহ্মপুত্ৰ ভাৰতৰ দীৰ্ঘতম নদী 

The Brahmaputra is the longest river of India.


৪৭। শ্বিলঙৰ জলবায়ু বৰ ভাল

The climate of Shillong is very good.


৪৮। তাত চাইকেল চলোৱাটো বৰ টান

It is very hard to ride a bicycle there.


৪৯। বৰষুণ আহিলে মই বাহিৰলৈ ওলাই নযাও

If it rains I shall not go out.


৫০। মোৰ ভন্টি মোতকৈ দুবছৰ সৰু

My sister is two years younger than me.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৫১। মৰাশটো ৰাস্তাৰ পৰা আঁতৰোৱা হৈছিল

Dead body was removed from the street


৫২। বেলি পূবত উঠে আৰু পশ্চিমত মাৰ যায়। 

The sun rises in the east and sets in the west. 


৫৩। তােমালােক এতিয়া কি কৰি আছা? 

What are you doing now? 


৫৪। আমি সদায় নদীৰ পাৰত ফুৰোঁ। 

We always walk on the river bank.


৫৫। ছােৱালীজনীয়ে গান গাই আছে। 

The girl is singing. 


৫৬। তুমি গাড়ী চলাব পাৰা নে? 

Can you drive a car? 


৫৭। তেওঁৰ ভাগৰ লাগিছে। 

He is tired. 


৫৮। ল'ৰাটোক বুধিয়ক যেন লাগে। 

The boy seems to be intelligent.

 

৫৯। যােৱামাহত মই তিতাবৰলৈ গৈছিলোঁ। 

I went to Titabar last month. 


৬০। তাত মােৰ মাক-দেউতা থাকে। 

My parents live there.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৬১। তেওঁলােক তাত জন্মৰ পৰাই আছে। 

They have been there since they were born.


৬২। আজি দেওবাৰ। 

Today is Sunday. 


৬৩। আমাৰ দেউতাও ঘৰত থাকিব। 

Our father also will be at home. 


৬৪। তেখেত চৰকাৰী চাকৰিয়াল। 

He is a government employee. 


৬৫। মই আৰু মােৰ ভাইটো আজি চিৰিয়াখানা চাবলৈ যাম। 

My brother and I shall go to visit the zoo today. 


৬৬। যােৱা কালি আমি দেউতাৰ পৰা অনুমতি বিচাৰিলোঁ  

Yesterday we sought permission from father. 


৬৭। তেখেতে ক'লে, "আৰু কোনােবা যাবনে কি?"

He said, "Will someone else go with you?" 


৬৮। মই কলাে যে আমাৰ লগত অইন কোনাে নাযায়। 

I told that no one else go with us. 


৬৯। আমি দুয়ােজন একেলগে যাম। 

We two would go together.


৭০। সি এইখন চহৰত জন্মগ্ৰহণ কৰিছিল

He was born in this city.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৭১। শিক্ষক অহাৰ আগতে মই টোপনিৰ পৰা উঠিচিলো  

I had awaken before the teacher came.


৭২। তাই অকল বলবানে নহয় বুধিয়কো

She is not only strong but also intelligent.


৭৩। বাছখনৰ পৰা নমাৰ লগে লগে মই তেওঁক দেখিলোঁ

As soon as he gets off the bus I saw him.


৭৪। সি ভাল সাতুৰিবও জানে অাৰু বেগাই দৌৰিবও জানে 

He knows well both swimming and fast running.


৭৫। মই গাবও নাজানো নাচিবও নাজনো

I can neither sing nor dance.


৭৬। তেতিয়া দেউতাই ক'লে-"তেনেদৰে যাব নােৱাৰা। 

Then father said, "You cannot go like that. 


৭৭। মই তােমালােকক গাড়ীৰে লৈ যাম। 

I shall take you by car. 


৭৮। ৰাজীৱ আৰু মই একে শ্রেণীতে পঢ়োঁ। 

Rajib and I read in the same class.


৭৯। ৰাজীৱৰ দেউতাক আমাৰ শিক্ষক। 

Rajib's father is our teacher. 


৮০। তেখেতে আমাক বিজ্ঞান শিকায়। 

His father teaches us Science. 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৮১। আজি মই স্কুললৈ যাব পৰা নাছিলাে। 

Today I could not go to school. 


৮২। মােৰ মাৰ অসুখ হৈছিল। 

My mother was ill. 


৮৩। মই ডাক্তৰ মাতিবলৈ গৈছিলাে। 

I went to call a doctor. 


৮৪। আবেলি মই ৰাজীৱক লগ পাবলৈ গ'লাে। 

I went to meet Rajib in the evening. 


৮৫। বানপানীৰ ফলত সিহঁতৰ মিনপাম বোৰৰ ক্ষতি হৈছিল 

Their fisheries also faced a loss due to flood.


৮৬। বানপানীত বহুতো ঘৰ দুৱাৰ ভু পতিত হৈছিল

Many houses were damaged due to flood.


৮৭। শিক্ষা প্ৰতিষ্ঠান বোৰো বানপানীৰ বাবে বন্ধ ঘোষণা কৰা হৈছিল 

The Educational Institutions were declared to be closed due to flood.

 

৮৮। পৃথিৱীখন যে ঘূৰণীয়া তাক সকলোৱে জানে 

That the earth is round is known to all.

 

৮৯। মই আশা কৰোঁ যে তুমি জীৱনত উন্নতি কৰিবা 

I hope that you prosper in life.


৯০। তেওঁ যেনেকৈ কাম কৰে তাৰ ওপৰতে তেওঁৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰিছে 

His success depends on how he works.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

৯১। মোক ইয়াকে লাগে

This is what I want.


৯২। তেওঁ পলাইছে বুলি ওলোৱা জনৰৱটো মিচা

The rumour that he has fled is false.


৯৩। প্ৰথম পুৰস্কাৰ পোৱা লৰা এইজন 

This is the boy who won first prize.


৯৪। সিদিনা মই দেখা মানুহ জন তোমাৰ চিনাকী 

The man whom I saw the other day is known to you.


৯৫। এই ছোৱালীজনীৰ মাক কলেৰাত ঢুকাল 

This is the girl whose mother died of cholera.


৯৬। মই ওপজা ঘৰ এইটোৱেই 

This is the house where I was born.


৯৭। তেওঁ কেতিয়া আহিছিল আমি কব নোৱাৰো 

We don’t know the time when he came.


৯৮। আমি যি ৰাজ্যত বাস কৰো তাৰ নাম অসম 

The state we live in is called Assam.


৯৯। যি মিছা কয় সি পাপী 

He who tells a lie is a sinner.


১০০। যাৰ শেষ ভাল তাৰ সব ভাল 

All is well that ends well.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১০১। চৰিত্ৰবান লোকক সকলোৱে সন্মান কৰে Everybody respects a man of character.


১০২। মই এইটো কৰিব পাৰোঁ

I can do this.


১০৩। সি ভালকৈ গান গাব নোৱাৰিছিল 

He could not sing well.


১০৪। মোৰ এজনী ভনী আছে 

I have a sister.


১০৫। আমি সঁচা কথা কোৱা উচিত 

We should speak the truth.


১০৬। শ্ৰেণীত কি শিকোৱা হ'ল মই জানিব খুজিছিলাে। 

I wanted to know what was taught in the class. 


১০৭। ৰাজীৱৰ দেউতাকে মােক সুধিলে, "আজি তুমি স্কুললৈ যােৱা নাই, নহয়নে?" 

Rajib's father said to me, "You haven't gone to school today, have you? 


১০৮। মই তেখেতক ক'লাে যে মােৰ মাৰ অসুখ। 

I told him that my mother was ill. 


১০৯। ললিতা এজনী মেধাবী ছাত্রী। 

Lalita is a meritorious student.


১১০। কাপটোত গাখীৰ প্ৰায় নাইয়েই

There is little milk in the cup.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১১১। খেলপথাৰখনত মাত্ৰ কেইজনমান খেলুৱৈ আছে There are a few players in the playground.


১১২। ৰমেনৰ দেউতাই মোক সুধিছিল,”তুমি সাতুৰিব জানানে?”

Ramen’s father said to me,”Do you know how to swim?”


১১৩। মই কলো যে মই সাতুৰিব নাজানো 

I said that I didn’t know how to swim.


১১৪। আন্ধাৰ হোৱাৰ আগতেই আমি ঘৰলৈ উভতিলো

We had returned home before it became dark.


১১৫। তেতিয়া আমাৰ বৰ ভাগৰ লাগিছিল 

Then we felt very tired.


১১৬। ৰমেশ গুৱাহাটীত থাকে 

Ramesh lives in Guwahati.


১১৭। তেঁওৰ দেউতাকে এখন কলেজত কাম কৰে 

His father serves in a college.


১১৮। বৰুণ এজন সাধু লৰা

Barun is an honest boy.


১১৯। সি অষ্টম শ্ৰেণীত পঢ়ে

He reads in class viii.


১২০। কালি সি স্কুললৈ যাব নোৱাৰিলে

He could not go to school yesterday.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১২১। এবছৰ আগতে তাইৰ মােমায়েকে এখন ইংৰাজী অভিধান তাইক উপহাৰ দিছিল। 

Her maternal uncle presented her an English dictionary a year ago. 


১২২। তেওঁ তাইক কৈছিল "এটা ভাষা শিকাত অভিধান এখন প্রয়ােজনীয় আহিলা,নহয় নে? 

He said to her, "A dictionary is a essential tool in learning a language, Isn't it?" 


১২৩। তুমি গান গাব জানা ,নহয়নে বাৰু? 

You know how to sing a song. don’t you?


১২৪। মই যতে আছোঁ তাতে থাকিম 

I shall stay where I am.


১২৫। তুমি যেতিয়া পঢ়া তেতিয়া কথা নকবা 

Don’t talk while you read.


১২৬। ইচ্ছা থাকিলে উপায় ওলায় 

Where there is a will there is a way.


১২৭। যেনে কৰ্ম তেনে ফল 

As you sow,so will you reap.


১২৮। তুমি যদি আহা মই যাম 

I shall go if you come.


১২৯। তেওঁ যদিওঁ ধনী তথাপি অসুখী

Though he is rich ,he is unhappy.


১৩০। মই অসুস্থ আছিলো বাবে কালি স্কুললৈ যোৱা নাছিলো 

I didn’t go to school yesterday, because I was ill.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৩১। তুমি মোতকৈ চাহ বেছি ভাল পোৱা 

You like tea more than I like it.


১৩২। মানুহজন ইমান বুঢ়া হৈছিল যে খোজ কাঢ়িব নোৱাৰিছিল 

The man was so old that he could not walk.


১৩৩। সভাপতি অহা মাত্ৰেই সকলোৱে থিয় হল 

All stood up as soon as the president came.


১৩৪। সেইমানুহজন কাণ্ডজ্ঞান শূণ্য 

That man is devoid of common sense.


১৩৫। গাধ এবিধ ভাৰবাহী জন্তু 

The ass is a beast of burden.


১৩৬। তেওঁ ক’ত থাকে মই নাজানো 

I do not know where he lives.


১৩৭। মই উভতি নহা পৰ্যন্ত তুমি অপেক্ষা কৰিবা

Wait till I do not return.


১৩৮। এলেহুৱা মানুহে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে

He who is idle can never shine in life.


১৩৯। ভিক্ষাৰীৰ ছদ্মবেশেৰে মানুহজন আহিছিল

The man came in the guise of a beggar.


১৪০। তেওঁ অসুখ স্বত্তেও স্কুললৈ গৈছিল

He went to school inspite of his illness.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৪১। গোপালে কৈছিল ,”মই এতিয়া চিঠি লিখি আছোঁ ” 

Gopal said,” I am writing a letter now.”


১৪২। আকাশত অগণন তৰা আছে

There are many stars in the sky.


১৪৩। বাগিচাখনৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ ধুনীয়া 

The natural beauty of the garden is very beautiful.


১৪৪। ৰাতিপুৱা খোজকঢ়াটো স্বাস্থ্যৰ পক্ষে ভাল 

Morning walk is good for health.


১৪৫। সি ৰূমৰ ভিতৰত থিয় হৈ আছে 

He is standing inside the room.


১৪৬। বাহিৰত থিয় হৈ থকাটো অসম্ভৱ 

It is not possible to stand outside.


১৪৭। আকাশত বহুত তৰা ওলাইছে

Many stars appear in the sky.


১৪৮। তৰাবোৰ দেখিবলৈ বৰ ধুনীয়া

The stars are very beautiful to look at.


১৪৯। মই সদায় ৰাতিৰ আকাশত তৰা চাও

I always see the stars in night sky.


১৫০। যদি তুমি নতুন শব্দ এটা পােৱা,অভিধানত শব্দটো চাবা আৰু তাৰ অৰ্থ আৰু ব্যৱহাৰ শিকিবা। 

If you find a new word, you look it up the dictionary and learn its meaning and usage. 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৫১। অভিধান কেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁ তাইক শিকালে। 

He taught her how to use a dictionary. 


১৫২। উপহাৰটো সঁচাকৈ ললিতাক অনুপ্রাণিত কৰিলে। The present has really inspired Lalita. 


১৫৩। তেতিয়াৰে পৰা অভিধানখন পঢ়া কোঠাত তাইৰ সংগী হৈ আছে। 

The dictionary has been her helper in her study room since then.


১৫৪। এতিয়া পৰীক্ষাৰ কাৰণে তাই খুউব পঢ়ি আছে। 

Now she is reading very much for the examination. 


১৫৫। সজ নাগৰিকসকল দেশ এখনৰ সম্পদ। 

Good citizens are resources of a country. 


১৫৬। দেশখনৰ উন্নতি তেওঁলােকৰ ওপৰতনির্ভৰ কৰে। 

Development of a country depends on them. 


১৫৭। মই কলো,”বলা ষ্টোডিয়মলৈ যাওঁ”  

I said,”Let’s go to the stadium.”


১৫৮। আন্ধাৰ হোৱাৰ আগতেই তেওঁ ঘৰ পাবহি 

He will reach home before it’s dark.


১৫৯। যদি তেখেত পূজাৰ বন্ধত আহে,মই তেখেতৰ লগত গুৱাহাটীলৈ যাম 

If he comes in Puja vacation,I shall go to Guwahati with him.


১৬০। মই তেখেতক দহ বছৰ ধৰি জানো 

I have known him for 10 years.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৬১। ৰমেনৰ দেউতাও সভাত উপস্থিত আছিল 

Ramen’s father was also present in the meeting.


১৬২। ছাত্ৰ অৱস্থা হ'ল প্রস্তুতিৰ সময়। 

Students life is the time for preparation. 


১৬৩। এই সময়তে ছাত্ৰ-ছাত্ৰীসকলে সজ অভ্যাসবােৰ অনুশীলন কৰা উচিত। 

It is during this time that the students should practise the good habits. 


১৬৪। দেউতাকে কমলক দেখি বিচলিত হৈছিল 

Kamal’s father became unnerved to see Kamal .


১৬৫। কালি মই ৰাজুৰ ঘৰলৈ গৈছিলো 

I went to Raju’s house yesterday.


১৬৬। মই যেতিয়া ৰাজুৰ ঘৰলৈ গৈছিলো তেতিয়া সি শুই আছিল

When I went to Raju’s home he was sleeping.


১৬৭। লৰাটো এলেহুৱাই নহয় মিচলীয়াও 

The boy is not only idle but also liar.


১৬৮। ৰজুয়ে মোক কৈছিল,”তুমি অংক টো কেনেকৈ কৰিলা?” 

Raju said to me,” How did you do the sum?”


১৬৯। মানুহজন সঁচাকৈয়ে পণ্ডিত 

The man is really scholar.


১৭০। তেতিয়াহে তেওঁলােক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব। 

Then only they can be good citizens in future. 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৭১। এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্র ছাত্রীক সহায় কৰিব পাৰে। 

Teaches may help the students in this regard.


১৭২। গছৰ পাতবােৰ সেউজীয়া। 

Leaves are green. 


১৭৩। গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে। 

Trees give us flower, fruit and shade. 


১৭৪। জ্ঞানী লােকে কয়, "এজোপা গছ দহজন পুতেকৰ সমান।" 

Wise man says, "A tree is equal to ten sons." 


১৭৫। তুমি গছৰ যতন কৰানে? 

Do you take care of tree? 


১৭৬। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবলৈ লাগিব। 

We must take care of trees to keep the earth green. 


১৭৭। গছ আৰু প্ৰাণীবােৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। 

Trees and animals are dependent on each other. 

 

১৭৮। অসম এখন ধুনীয়া প্রদেশ। 

Assam is a beautiful province. 


১৭৯। ই ভাৰতবৰ্ষৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত। 

It is situated in the north eastern part of India.


১৮০। শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ মহানতম ব্যক্তি। 

Srimanta Sankardev is the noblest person of Assam. . 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৮১। মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে।  

One should always love one's fellowmen. 



১৮২। সি বিস্কুটোৰে সৈতে চাহ একাপ খায় আৰু পঢ়িবলৈ বহে

He drinks a cup of tea with biscuit and sits down to study.


১৮৩। সি ওখ ও নহয় চাপৰ ও নহয়

He is neither tall nor short.


১৮৪। মোৰ খুৰাই মোক সুধিছিল,”চৰায়ে কথা কব পাৰেনে ?”

My uncle asked to me,” can birds talk?”


১৮৫। দীপক তেওঁৰ ডাঙৰ পুত্ৰ 

Deepak is his elder son.


১৮৬। এতিয়া তেওঁ ইমান দুৰ্বল যে খোজকাঢ়িব নোৱাৰে Now he is too weak to walk.


১৮৭। অহাবছৰ আমি আগ্ৰালৈ যাম বুলি ভাবিছোঁ

We are thinking about to go to Agra next year.


১৮৮। মোগল সম্ৰাট ছাহজাহান তাজমহল সজাইছিল

The Tazmahal was built by the Mughal emperor Sahjahan.


১৮৯। প্ৰাচীন ভাৰতত কেবাজনো ডাঙৰ ৰজা আছিল There are many great kings in ancient India.


১৯০। তুমি মটৰ গাড়ী চলাব জানানে? 

Do you know how to drive a car? 

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

১৯১। শিক্ষক জনে ৰমেনক কলে,"আলিবাট পাৰ হওঁতে সাৱধান হবা।" 

The teacher said to Ramen, "Be careful while crossing the road."  


১৯২। মায়ে মােক সুধিছিল, "সচাঁ কথা কৈছানে?" 

Mother said to me, "Are you speaking the truth?" 


১৯৩। মই সাঁতুৰিব নােৱাৰাৰ নিচিনাই। 

I can hardly swim. 


১৯৪। তুমি কেতিয়াবা সিংহ দেখিছানে? 

Have you ever seen a lion? 


১৯৫। যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ। 

The man who came to our school I know him. 


১৯৬। মই নহালৈকে তুমি ৰ'বা। 

Wait until I come.


১৯৭। এইখন কিতাপ মােৰ আৰু সেইখন তােমাৰ। 

This book is mine and that's yours. 


১৯৮। সােন এবিধ মূল্যবান ধাতু। 

Gold is a valuable metal. 


১৯৯। অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা।  

Please tell him to open the door. 


২০০। তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ। 

I was reading a newspaper when he came.

অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

২০১। আলিবাট পাৰ হওঁতে সাবধান হ'বা। 

Be careful while cross the road.  


২০২। পৃথিৱীখন ঘূৰণীয়া। 

The earth is round. 


২০৩। তেওঁলােকক ভিতৰলৈ আহিব দিয়া।

Let them come in. 


২০৪। তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা ? 

How much time do you spend daily in your study? 


২০৫। আজি ৰাতি বৰষুণ দিব পাৰে। 

It may rain tonight. 


অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- Assamese to English learning - English to Assamese translation

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.