নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যমত Class 9 SEBA Social Science All Question Answer in Assamese Medium, Assam Board


নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

অৰ্থ নীতিৰ মূল আলোচ্য বিষয় আৰু প্রত্যাহ্বানসমূহ 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র: ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ মূল কাৰণসমূহ লিখা। 
নাইবা, দৰিদ্ৰ সীমাৰেখা কি? দৰিদ্ৰতাৰ দুটা কাৰণ উল্লেখ কৰা। 

উ : ভাৰতৰ পৰিকল্পনা আয়ােগে গঠন কৰি দিয়া বিশেষ কমিটিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত গ্রাম অঞ্চলৰ প্ৰতিন লােকৰ বাবে দৈনিক নিন্মতম ২৪০০ কেল'ৰি আৰু নগৰ অঞ্চলৰ লােকৰ বাবে দৈনিক নিম্নতম ২১০০ কেল'ৰি বা প্রটিনযুক্ত আহাৰ প্রয়ােজনীয় বুলি ধৰা হৈছিল। যিসকল লােকে তেনে পৰিমাণ কেল'ৰি বা প্রটিনযুক্ত খাদ্য উপভোগৰ বাবে ব্যয় কবি নােৱাৰে তেওঁলােক দৰিদ্র সীমাৰেখাৰ তালৈ যায় অর্থাৎ যিসকল লােকে এনে পৰিমাণৰ খাদ্য পাৰ বাবে ব্যয় কৰিব নােখাৰে তেওঁলােকেই হ'ব দৰিদ্র লােক। 

দৰিদ্ৰতাৰ প্ৰধান কাৰণসমূহ হ'ল- 

(ক) জনসংখ্যা বৃদ্ধি। 

(খ) নিৰক্ষৰতা। 

(গ) নিবনুৱা অৱস্থা। 

(ঘ) কৃষিৰ নিম্ন উৎপাদনশীলতা। 

(ঙ) দ্রুত উদ্যোগীকৰুণৰ অভাৱ ইত্যাদি। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : নতুন অর্থনৈতিক নীতি কি? 

উ : নতুন অর্থনৈতিক নীতি হৈছে দেশৰ ৰপ্তানি খণ্ডসমুহ। অধিক শক্তিশালী কৰিবলৈ বিচৰা আৰু আগৰ নিয়ন্ত্রিত ব্যৱসায়ৰ ঠাইত বুকভিত্তিক ব্যৱসায়ৰ আমদানি আৰু ৰপ্তানি খণ্ডৰ পৰিবর্তন সাধন কৰা। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : অসমৰ বানপানী নিয়ন্ত্ৰণৰ দুটা প্রধান পদ্ধতি লিখা। 

উ : অসমৰ বানপানী নিয়ন্ত্ৰণৰ দুটা প্রধান পদ্ধতি হল- 

(ক) ম্যাদী পদ্ধতি আৰু 

(খ) দীর্ঘম্যাদী পদ্ধতি। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : মুদ্রাস্ফীতিৰ দুটা কাৰণ লিখা। 

নাইবা, মুদ্রাস্ফীতিৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান কাৰ সমূহ কি কি? 

উ : মুদ্রাস্ফীতি মানে ক্রমাগতভাৱে দ্ৰব্যৰ মূল্য বা দৰ বাঢ়ি যােৱা আৰু মুদ্ৰাৰ মূল্য হ্রাস হােৱাকে বুজায়। 

অর্থনীতিত মুদ্রাস্ফীতিৰ দুটা প্রধান কাৰণত হয়। এই কাৰণ দুটা হ'ল- 

১। চাহিদাজনিত কাৰণ আৰু 

২। ব্যয়জনিত কাৰণ। 

চাহিদাজনিত মুদ্রাস্ফীতি হল জনসাধাৰণৰ যেতিয়া দ্রব্য বা সেৱাৰ প্রতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্রব্য আৰু সেৱাৰ যােগান বৃদ্ধি নাপায়। তেনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্রব্য বা সেৱাৰ প্ৰতি চাহিদা বাঢ়ে। ইয়াৰ ফলত দ্রব্য আৰু সেৱাবিলাকৰ মূল্য বৃদ্ধি পায়। সেই কাৰণে দ্রব্য বা সেৱাৰ যােগানৰ তুলনাত ইয়াৰ চাহিদা বৃদ্ধি পালেই মূল্যস্তৰ বৃদ্ধি বা মুদ্রাস্ফীতিৰ সৃষ্টি হয়। 

মুদ্রাস্ফীতিৰ আন এটা কাৰণ হ'ল—দ্রব্য বা সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্রাস্ফীতিও বােলা হয়। এনে মুদ্রাস্ফীতি দ্ৰব্য আৰু সেৱাবিলাকৰ উৎপাদন ব্যয় বৃদ্ধি পালেও সৃষ্টি হয়। ব্যয়জনিত মুদ্রাস্ফীতি অথবা উৎপাদন ব্যয় বৃদ্ধিৰ বাবে হােৱা মুদ্রাস্ফীতি প্রধানকৈ তিনিটা কাৰকৰ ফলত হয়। যেনে- 

(ক) মজুৰি বৃদ্ধি 

(খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু 

(গ) দ্রব্যৰ ওপৰত আৰােপ কৰাৰ বাবে হােৱা বােজা। 

ইয়াৰ উপৰিও মুদ্রাস্ফীতিৰ আন এটা কাৰণ হ'ল মুদ্রাসংক্রান্তীয় অর্থাৎ দেশত মুদ্ৰাৰ যােগান বৃদ্ধি পালে জনসাধাৰণৰ হাতলৈ অধিক ক্রয় ক্ষমতা আহে। যদিহে জনসাধাৰণৰ ক্রয় ক্ষমতা অধিক হয় আৰু সেই অনুপাতে যদি উৎপাদিত দ্রব্য আৰু সেৱাৰ পৰিমাণ কম হয় তেতিয়াও মুদ্রাস্ফীতিৰ সৃষ্টি হ'ব পাৰে। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : দেশত মুদ্রাস্ফীতি হলে ইয়াৰ প্ৰভাৱ কেনে ধৰণৰ হয়? 

উঃ দেশত মুদ্রাস্ফীতি হলে সমাজৰ বিভিন্ন খণ্ডত ইয়াৰ বিৰূপ প্রভাব পৰে। সেই প্রভাৱসমূহ হ'ল- 

(ক) মুদ্রাস্ফীতিৰ ফলত উপভােক্তাসকলে কিছুমান দ্রব্য আৰু সেৱাৰ উপভােগৰ পৰা বঞ্চিত হ'ব লগা হয়। কাৰণ যেতিয়া দ্ৰব্য আৰু সেৱাৰ দাম উর্ধ্বমুখী হয় তেতিয়া দুখীয়া লােকে সেই দ্রব্যসমূহ ক্ৰয় কৰিব নােৱাৰা হয়। ইয়াৰ ফলস্বৰূপে তেওঁলােকৰ জীৱন ধাৰণৰ মানদণ্ডৰ ৱেনতি ঘটে। অর্থাৎ মুদ্রাস্ফীতিৰ সময়ত দ্রব্য বা সেৱাৰ দাম বৃদ্ধি পালে দেশত জনকল্যাণ হ্রাস পায়।


(খ) মুদ্রাস্ফীতি সংঘটিত হলে জনসাধাৰণৰ মাজত অর্থনৈতিক অসমতা বৃদ্ধি পায়। তেতিয়া দুখীয়াশ্রেণীৰ হাতৰ পৰা ধনীশ্রেণীৰ হাতলৈ ক্রয় ক্ষমতাৰ স্থানান্তৰ হয় আৰু ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধান বাঢ়ি যায়। ইয়াৰ ফলত ধনী শ্ৰেণীৰ লােক বেছি ধনী হয় আৰু দুখীয়া শ্ৰেণীৰ লোেক অধিক দুখীয়া হৈ পৰে। 


(গ) মুদ্রাস্ফীতিয়ে অর্থনীতিৰ বিকাশত বাধাগ্রস্ত কৰে আৰু নিবনুৱা সমস্যাৰ সৃষ্টি কৰে। যেতিয়া বস্তুৰ দাম তীব্রভাৱে উর্ধ্বমুখী হয় তেতিয়া চৰকাৰে বাধ্য হৈ কিছুমান কঠোৰ পদক্ষেপ লব লগা হয়। ইয়াৰ ফলস্বৰূপে উৎপাদনৰ পৰিমাণ কমি যােৱাৰ লগতে দেশত নিবনুৱা অৱস্থাৰাে সৃষ্টি হ'ব পাৰে। ফলত দেশৰ অর্থনৈতিক বিকাশ বাধাগ্রস্ত হয়। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ দুটা উপায় লিখা। 

নাইবা, মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ উপায় সমূহ কি কি? 

উঃ মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ উপায় প্রধানকৈ তিনিটা। এই উপায়কেইটা হ'ল— 

(ক) মৌদ্রিক ব্যৱস্থা। 

(খ) ৰাজকোষীয় ব্যৱস্থা। 

(গ) অন্যান্য ব্যৱস্থাৱলী। 


(ক) মৌদ্রিক ব্যবস্থা : মৌদ্রিক বা মুদ্রাসংক্রান্তীয় ব্যৱস্থাৰ জৰিয়তে মুদ্রাস্ফীতি নিয়ন্ত্রণ কবি পাৰি। এই ব্যৱস্থাৰ সহায়ত প্রত্যেক দেশৰ কেন্দ্ৰীয় বেংকে গ্রহণ কৰে। কেন্দ্রীয় বেংক সমূহ হ'ল কোনাে এখন দেশৰ মৌদ্রিক ব্যৱস্থাসমূহৰ নিয়ন্ত্ৰণৰ মূল বা প্রধান কর্তৃপক্ষ। এই বেংকসমূহে মুদ্ৰাৰ যােগান নিয়ন্ত্রণ কৰি দেশৰ বাণিজ্যিক বেংক সমূহৰ ঋণ প্রদান ক্ষমতা হ্ৰাস কৰি মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিব পাৰে। 


(খ) ৰাজকোষীয় ব্যৱস্থা : ৰাজকোষীয় ব্যৱস্থাৰ সহায়তাে চৰকাৰে ঘস্ফীতি নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান ব্যৱস্থা গ্রহণ কৰে। সেইবােৰ হৈছে চৰকাৰী ব্যয় হ্রাস কৰা, কৰৰ পৰিমাণ বৃদ্ধি কৰা, জনসাধাৰণৰ পৰা ঋণ লােৱা যাতে তেওঁলােকৰ হাতত ব্যয় ক্ষমতা কমি যায়, ঋণ ব্যৱস্থাপনা কৰি চলিত মুদ্ৰাৰ যােগান হ্রাস কৰা, বৈদেশিক মুদ্ৰাৰ তুলনাত দেশীয় মুদ্ৰাৰ মূল্যমান বৃদ্ধি কৰা যাতে দেশৰ পৰা ৰপ্তানীৰ পৰিমাণ কমি যায় আৰু দেশীয় বজাৰত পর্যাপ্ত পৰিমাণৰ দ্ৰব্য আৰু সেৱাৰ উপলব্ধ হয়, ঘৰুৱা বজাৰত বিদেশী দ্রব্য সস্তা কৰি তােলা ইত্যাদি। 


(গ) অন্যান্য ব্যৱস্থাৱলী : অন্যান্য ব্যৱস্থাৱলীৰ ভিতৰত 

(১) উৎপাদিত দ্রব্য আৰু সেৱাৰ পৰিমাণ বৃদ্ধি কৰা যাতে এইবােৰে নাটনিৰ সৃষ্টি নকৰে। 

(২) মূল্য বৃদ্ধিৰ বিপৰীতে দৰ নিয়ন্ত্রণ কৰা। 

(৩) উপভােগ্য দ্রব্যৰ সুবিতৰণ কৰা ইত্যাদি। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : নিবনুৱা অৱস্থা কি? বিভিন্ন প্ৰকাৰৰ নিবনুৱা অৱস্থা বিলাক কি কি? 

উ : দেশৰ প্রচলিত মজুৰিত উপযুক্ত আৰু কর্মক্ষম লােক কাম কৰিবলৈ ইচ্ছুক হৈয়াে যদি কর্ম সংস্থাপন নাপায় তেতিয়া তেওঁলােকক নিবনুৱা বুলি কোৱা হয়। 

প্রকৃতি অনুসৰি নিবনুৱা ছয় প্রকাৰৰ। 

(ক) সাধাৰণ নিবনুৱা অৱস্থা। 

(খ) অর্ধ নিবনুৱা অৱস্থা। 

(গ) ছদ্মবেশী প্রছন্ন নিবনুৱা অৱস্থা। 

(ঘ) ঋতুগত নিবনুৱা অৱস্থা। 

(ঙ) স্বেচ্ছাকৃত নিবনুৱা অৱস্থা। 

(চ) কাৰিকৰী অথবা কৌশল বা শিক্ষিত নিবনুৱা অৱস্থা। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : নিবনুৱা সমস্যাৰ তিনিটা কাৰণ লিখা। 

উ : নিবনুৱা সমস্যাৰ তিনিটা কাৰণ হ'ল- 

(ক) অর্থনীতিৰ অনুন্নত অৱস্থা। 

(খ) নিয়ােগ পৰিকল্পনাৰ অভাৱ। 

(গ) দ্রুত জনসংখ্যা বৃদ্ধি। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : নিবনুৱা সমস্যা সমাধানৰ ৩টা উপায় চমুকৈ বর্ণনা কৰা। 

উ : নিবনুৱা সমস্যা সমাধানৰ তিনিটা উপায় হল- 

(ক) কর্ম সংস্থানৰ পৰিমাণ বৃদ্ধি কৰা। 

(খ) মূলধন গঠন বৃদ্ধি কৰা । 

(গ) মানৱ পৰিকল্পনা।


(ক) কর্ম সংস্থানৰ পৰিমাণ বৃদ্ধি কৰা : নিবনুৱা সমস্যা সমাধানৰ প্রধান উপায় হ’ল কর্মসংস্থান সৃষ্টি আৰু বৃদ্ধি কৰা। কর্মসংস্থান সৃষ্টি কৰাৰ জৰুৰী হােৱাৰ প্ৰধান কাৰণ হৈছে আগৰ পৰা হৈ থকা নিবনুৱাখিনিক সংস্থাপন দিয়াৰ লগতে অতিৰিক্ত লােককে নিয়ােজিত কৰা। ভাৰতৰ দৰে এখন জনবহুল দেশত নিবনুৱা সমস্যা সমাধানৰ্কৰিবলৈ হলে কৃষি আৰু উদ্যোগ্রখণ্ডৰ বিশেষকৈ মুদ্ৰ আৰু কুটীৰ উদ্যোগৰ দ্রুত বিকাশ অতি প্রয়ােজনীয়। 


(খ) মূলধন গঠন বৃদ্ধি কৰা : অর্থনীতিত মূলধন গঠন বৃদ্ধি পালে নিবনুৱা সমস্যা সমাধানৰ পথ সহজ হয়। কাৰণ মূলধনৰ বৃদ্ধিয়ে উদ্যোগীকৰণত সহায় কৰে। তদুপৰি মূলধনে নতুন নতুন কল-কাৰখানা প্রতিষ্ঠা কৰাত সহায় কৰে। আনহাতে কৃষিপ্রধান দেশসমূহত কৃষি উৎপাদন বৃদ্ধি হােৱাটো নিৰ্ভৰ কৰে বিজ্ঞানসন্মত জলসিঞ্চন আঁচনি, অধিক যন্ত্রপাতি, সাৰ আদিৰ ব্যৱহাৰৰ ওৰত। 


(গ) মানৱ সম্পদৰ পৰিকল্পনা : সকলােৰে বাবে নিয়ােগ নিশ্চিত কৰিবৰ বাবে বিজ্ঞানসন্মতভাৱে মানৱ সম্পদৰ পৰিকল্পনা কৰা প্রয়ােজন। এনে ক্ষেত্ৰত কিছুমান কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা প্রয়ােজন। ইয়াৰে এটা হ'ল জনসংখ্যাৰ দ্রুত হাৰ কমােৱা। কাৰণ জনসংখ্যা বৃদ্ধিৰ হাৰ কমিলে শ্রমিক সংখ্যা কমি যােৱাৰ লগে লগে এটা নির্দিষ্ট সংখ্যক জনসংখ্যাৰ বাবে উপযুক্ত নিয়ােগ নীতি গ্রহণ কৰিব পৰা সম্ভব হয়। 

দ্বিতীয়তে নিয়ােগজনিত অর্থনৈতিক উন্নয়ন সৈতে সামঞ্জস্য ৰাখি কৌশলী শ্ৰমিকৰ যােগান বৃদ্ধি । উচিত। কাৰণ কোনাে অঞ্চলত থকা অতিৰিক্ত শ্রমিক আন এটা অঞ্চলৰ শ্ৰমিকৰ ঘাটি পূৰাণার্থে ব্যৱহাৰ কৰিব পাৰি। 

তৃতীয়তে, উচ্চ পর্যায়ৰ শিক্ষা আৰু প্রশিক্ষণে জনসাধাৰণৰ এটা ক্ষুদ্র অংশকহে কৌশলী শ্ৰমিকৰূপে গঢ়ি তােলে। 

চতুর্থতে, বিশেষ কর্ম আঁচনিবিলাক সেইসকল লােকৰ বাবে আৰু যিবিলাক অঞ্চলৰ বাবে প্রস্তুতি কৰা হয় সেইসকলে যাতে সুফল পায়, তাৰ প্ৰতি সচেতন হােৱা উচিত। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্রঃ অসমত বানপানীৰ কাৰণ আৰু ইয়াৰ প্রতিক্রিয়া সমূহ ব্যাখ্যা কৰা। 

উঃ অসমত বাৰিষা কালত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ পানীৰে উপচি পৰাৰ ফলত বানপানীৰ সৃষ্টি হয়। সেই কাৰণে দক্ষিণ পশ্চিম মৌচুমী বায়ু অসম তথা উত্তৰ- পূর্বাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগেই বানপানীৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰে। কাৰণ ব্রহ্মপুত্র উপত্যকাত ব্ৰহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহ আৰু বৰাক উপত্যকাত ক উপনৈসমূহ পানীৰে উপচি পৰাৰ ফলত সমতল অঞ্চলত বানপানীৰ সৃষ্টি হয়। ইয়াৰ উপৰিও চুবুৰীয়া ৰাজ্যসমূহৰ বৰষুণৰ পানীয়ে অসমত বানপানী হােৱাত যথেষ্ট সহায় কৰে।

বানপানীৰ ফলত খেতি পথাৰ, ঘৰ-দুৱাৰ, গৰু ম’হ, ৰাজহুৱা অনুষ্ঠান আদিত যথেষ্ট ক্ষতি সাধন হয়। অসমত বা পানীৰ ফলত হােৱা ক্ষয়ক্ষতিৰ এক হিচাপমতে ২০০১ চনত প্রায় ১৪০ হেজাৰ হেক্টৰ ভূমিৰ শস্য নষ্ট হয় যাৰ মূল্য প্রায় ১১০ কোটি টকা । এনেধৰণৰ --মতিয়ে অসমৰ অর্থনৈতিক উন্নয়ন বাধাগ্রস্ত কৰি আহিছে। কাৰণ বানপানীৰ ফলত খােত পথাৰবােৰ নষ্ট হােৱাৰ হলত বহুতাে কৃষক ভূমিহীন, দুর্ভিক্ষ আৰু দৰিদ্ৰতাৰ কৱলত পৰে। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : বন্ধনীৰ ভিতৰত দিয়া উপযুক্ত শব্দৰে খালী ঠাই পুৰ কৰা 

(ক) নতুন অর্থনৈতিক নীতিয়ে ডাতীয় অর্থনীতিত- (আমূল পৰিবৰ্তন/কোনো পৰিৱৰ্তন) সান কৰা নাই। 

উ : নতুন অর্থনৈতিক নীতিয়ে ভাৰতীয় অর্থনীতিত আমূল পৰিবর্তন সাধন কৰা নাই। 


(খ) নতুন অর্থনৈতিক নীতিৰ এটা ব্যৱস্থা হ'ল- কামকাজ সমূহত (ব্যক্তিগত খণ্ডৰ/ৰাজহুৱা খণ্ডৰ ওপৰত বেছি গুৰুত্ব) আৰােপ কৰা। 

উ : নতুন অর্থনৈতিক নীতিৰ এটা ব্যবস্থা হল- অর্থনৈতিক কাম কাজ সমূহত ব্যক্তিগত খণ্ডৰ ওপৰত বেছি গুৰুত্ব আৰােপ কৰা। 


(গ) উপভােক্তা বুলিলে- (ক্রেতা/বিক্রোক) বুজায়। 

উ : উপভােক্তা বুলিলে ক্রেতাক বুজায়। 


(ঘ) উপভােক্তাৰ সুৰক্ষা আইনে উপভোক্তাক-(সুৰক্ষা দিয়ে/শােষণ কৰে।) 

উ : উপভােক্তাৰ সুৰক্ষা আইনে উপভােক্তাক সৃষ্ণা দিয়ে। 


(ঙ) বজাৰৰ সূচনা থকাটো-(উপভােক্তাৰ/চৰকাৰৰ বাবে) প্রয়ােজনীয়। 

উঃ বজাৰৰ সূচনা থকাটো উপভােক্তাৰ বাবে প্রয়ােজনীয়। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : এনৰেগাৰ সম্পূর্ণ নাম কি? 

উঃ এনৰেগাৰ সম্পূর্ণ নাম হ’ল ৰাষ্ট্ৰীয় গ্রাম্য নিয়ােগ নিশ্চিত আঁচনি। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : উপভােক্তা বুলিলে কি বুজা? 

উ : যিসকল ব্যক্তিয়ে কোনাে দ্রব্য ক্রয় কৰে অথবা কোনাে সেৱা গ্ৰহণ কৰে তেনে ব্যক্তিসকলক উপভােক্তা বােলে। উপভােক্তা বুলি ক'লে শিশুৰ পৰা বৃদ্ধলৈকে যিকোনাে ব্যক্তি হ'ব পাৰে। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : কোন চনত উপভােক্তা সুৰক্ষা আইন কার্যকৰী কৰা হৈছিল? 

উ : ১৯৮৬ চনত উপভােক্তা সুৰক্ষা আইন কার্যকৰী কৰা হৈছিল। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : উপভােক্তাসকল শােষিত হােৱাৰ তিনিটা কাৰণ উল্লেখ কৰা। 

উ : (ক) উপভােক্তাসকল দ্রব্যৰ দাম, গুণাগুণ, স্থায়িত্ব আদিৰ বিষয়ে সচেতন নহয়। 

(খ) যদি বজাৰত প্রতিযােগিতা নাথাকে, তেন্তে একচেতীয়া ব্যৱসায়ীয়ে দ্রব্য বিলাকৰ উৎপাদন তথা নিয়ন্ত্রণত অসৎপন্থা লব পাৰে। 

(গ) শিক্ষাৰ অভাবৰ ফলত উপভােক্তাসকল বজাৰ সম্পর্কীয় বহুতাে লাগতিয়াল তথ্যৰ বিষয়ে অজ্ঞ হৈ থাকে।

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

শুদ্ধ উত্তৰ বাছি উলিওৱা:

প্র: গ্রাম্য অঞ্চলৰ প্ৰতিজন লোকৰ বাবে দৈনিক নিম্নতম কেলৰি হল– 

(ক) ২৩০০ কেলৰি 

(খ) ২২০০ কেলৰি 

(গ) ২৪০০ কেলৰি 

(ঘ) ২৫০০ কেলৰি। 

উ : (গ) ২৪০০ কেলৰি। 


প্র : সর্বভাবতীয় নিবনুৱা লােকৰ তুলনাত অসমৰ নিবনুৱাৰ সংখ্যা 

(ক) ৫ গুণ বেছি 

(খ) ৩ গুণ বেছি 

(গ) ৪ গুণ বেছি 

(ঘ) ২ গুণ বেছি। 

উ : (গ) ৪ গুণ বেছি। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : উপভােক্তা বুলিলে কাক বুজায়? 

উ : উপভােক্তা বুলিলে ক্রেতাক বুজায়। 

নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 

প্র : নেহেৰু ৰােজগাৰ যােজনা কোন চনত প্রবর্তন কৰা হয়? 

উ : ১৯৮৯ চনত। 


নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰ অসমীয়া মাধ্যম Class 9 SEBA Social Science Notes Question Answer in Assamese Medium 




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.