English conversation sentences from Assamese to English - English learning practices from English to Assamese

English conversation sentences from Assamese to English - English learning practices from English to Assamese Daily use english sentences 

English conversation sentences from Assamese to English - English learning practices from English to Assamese Daily use english sentences English to Assamese Translation sentences for HSLC/ HS students- Question Bank Translation Solves- SEBA English learning from Assamese Part-4 English conversation sentences from Assamese to English - English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক ইংৰাজীৰপৰা অসমীয়ালৈ
English learning practices from English to Assamese Daily use english sentences 


English to Assamese Translation sentences for HSLC/ HS students- Question Bank Translation Solves- SEBA English learning from Assamese Part-4 English conversation sentences from Assamese to English - English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক ইংৰাজীৰপৰা অসমীয়ালৈ 


English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

I do.

মই কৰাে। 


We do.

আমি কৰাে। 


Do you do?

তুমি কৰানে? 


Do you do? 

তােমালােকে কৰানে? 


He does not do.

সি নকৰে। 


They do not do.

সিহঁতে নকৰে। 


You are doing. 

তুমি কৰিছা। 


You are doing.

তােমালােকে কৰিছা। 


He sleeps.

তেওঁ/সি শােৱে। 


I work.

মই কাম কৰোঁ। 


Am। doing?

মই কৰিছাে নে?


Are we doing?

আমি কৰিছাে নে?

 

I am going.

মই গৈ আছাে

 

We are going.

আমি গৈ আছাে। 


You are going.

তুমি গৈ আছা। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

You are going.

তােমালােক গৈ আছা। 


He is going.

সি গৈ আছে। 


They are going.

সিহঁত বা তেঁওলােক গৈ আছে। 


He reads a book.

সি এখন কিতাপ পঢ়ে। 


He has done. 

সি কৰিছে। 


They have done.

সিহঁতে কৰিছে। 


He has not done.

সি কৰে নাই। 


They have not done.

সিহঁতে কৰা নাই। 


I have done it.

মই এইটো কৰিলাে। 


We have done it.

আমি এইটো কৰিলাে। 


You have done it.

তুমি এইটো কৰিলা। 


You have done it.

তােমালােকে এইটো কৰিলা। 


He has done it.

সি এইটো কৰিলে। 


They have done it.

তেঁওলােকে এইটো কৰিলে।

 

You do this work.

তুমি এই কামটো কৰা। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

The sun rises in the east.

সূৰ্য্য পূর্বপিনে উঠে। 


Earth is round.

পৃথিবী গােলাকাৰ। 


Has he done?.

সি কৰিছেনে?


Have they done?.

সিহঁতে কৰিছেনে? 


He takes exercise everyday in the morning.

তেওঁ প্রতিদিন পুৱা ব্যায়াম কৰে।


I have been doing. 

মই কৰি আছাে।


Has he been doing? 

সি (আগৰে পৰা) কৰি আছেনে? 


I have been doing this for two years.

দুবছৰ ধৰি মই এইটো কৰিছে। 


You have been suffering from cold since Friday last.

তুমি যোৱা শুকুৰবাৰৰ পৰা কাহ-পানী লগাত ভুগিছা।

 

He has been living here for a long time.

তেঁও বহত দিন ধৰি ইয়াত আছে। 


Have they been doing? 

সিহঁতে (আগৰে পৰা) কৰি আছে নে? 


We have been doing. 

আমি কৰি আছাে। 


He did.

সি কৰিছিল। 


Did you do?

তুমি কৰিছিলা নে? 


I did not do. 

মই কৰা নাছিলাে। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

I did it.

মই এইটো কৰিছিলাে। 


He was doing.

সি কৰি আছিল। 


They were doing.

সিহঁতে কৰি আছিল। 


He gave me a book.

তেও মােক এই কিতাপখন দিছিল। 


I was reading.

মই পঢ়ি আছিলাে 


We were reading.

আমি পঢ়ি আছিলোঁ


You were reading.

তুমি পঢ়ি আছিলা 


You were reading.

তােমালোকে পঢ়ি আছিলা 


He was reading.

তেওঁ পঢ়ি আছিল


I had not done.

মই কৰা নাছিলো


We had not done.

আমি কৰা নাছিলাে। 


They were reading.

তেওঁলোক পঢ়ি আছিল


He had left before I came.

মই অহাৰ আগতে সি গুচি গৈছিল। 


The teacher came after the girl had finished her work.

ছােৱালীজনীয়ে তাইৰ কাম শেষ কৰাৰ পিছত তাইৰ শিক্ষক জন আহিল। 


He had gone away before you came. 

তুমি অহাৰ আগতে তেঁও গুচি গৈছিল। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

He was sleeping 

তেঁও শুইছিল। 


He had done.

সি কৰিছিল। 


I had been doing. 

মই আগৰে পৰা কৰি আছিলো 


Had you been doing? 

তুমি আগৰে পৰা কৰি আছিলানে? 


He had been not doing.

সি আগৰে পৰা থকা নাছিল? 


Will you do?

তুমি কৰিবানে? 


Will you do?

তোমালােকে কৰিবানে? 


They had been not doing.

সিহঁতে আগৰে পৰা কৰি থকা নাছিল


Had you been doing?

তােমালােকে আগৰে পৰা কৰি আছিলা নে? 


We had been doing.

আমি আগৰে পৰা কৰি আছিলাে। 


They had done.

সিহঁতে কৰিছিল। 


The girls were singing.

ছোৱালী বিলাকে গান গাইছিল। 


Ram went home.

ৰাম ঘৰলৈ গৈছিল। 


He will do.

সি কৰিব। 


I shall not do.

মই নকৰাে। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

We shall not do.

আমি নকৰাে।


They will do. 

সিহঁতে কৰিব। 


I saw a tiger.

মই এটা বাঘ দেখিছিলাে। 


We did not do.

আমি কৰা নাছিলাে। 


Did you do?

তােমালােকে কৰিছিলা নে? 


They did.

সিহঁতে কৰিছিল। 


He will be doing.

সি কৰি থাকিব। 


They will be doing.

সিহঁতে কৰি থাকিব। 


Will you be doing? 

তুমি কৰি থাকিবা নে? 


Will You be doing? 

তােমালােকে কৰি থাকিবা নে? 


I shall go.

মই যাম 


I shall not be doing.

মই কৰি না থাকিম। 


We shall not be doing.

আমি কৰি না থাকিম। 


We shall go.

আমি যাম 


You will go. 

তুমি যাবা 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

He will have done.

সি কৰি থাকিব। 


He will have been doing.

সি কৰি আহি থাকিব। 


They will have been doing. 

সিহঁতে কৰি আহি থাকিব। 


They will have done.

সিহঁতে কৰি থাকিব। 


They will go.

তেঁওলােক যাব 


I shall be going there.

মই তালৈ গৈ থাকিম 


He will be doing it.

তেঁও এইটো কৰি থাকিব 


We shall be going there.

আমি তালৈ গৈ থাকিম 


He will come.

সি আহিব 


will you have done?

তুমি কৰি থাকিবানে? 


Will you have been doing? 

তুমি কৰি আহি থাকিবানে? 


I shall have been not doing

মই কৰি আহি নাথাকো।


We shall have been not doing

আমি কৰি আহি নাথাকো। 


Will you have been doing? 

তােমালােকে কৰি আহি থাকিবানে? 


Will you have done?

তােমালােকে কৰি থাকিবা নে? 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

We shall sing.

আমি গান গাম


অতন্ত দুঃখৰ বিষয়

Amatter of great  sorrow. 


ঠিকেই তাে 

Quiet so. 


হয় নেকি?

Really. 


তােমাৰ কি স্পর্ধা 

How dare you. 


আপােনাকো এই কথাই কৈছো। 

Same to you. 


কি আচৰিত ! হঠাৎ যে

What a surprise.


অলপ তাৰাতাৰি কৰক। 

Hurry up please.


কি আবােল তাবােল বকিছা? 

What a nonsence talk. 


ছিঃ অত্যন্ত পৰিতাপৰ বিষয়। 

How disgraceful. 


জঘন্য, কদর্য। 

Nasty. 


কি বুদ্ধি! 

What an idea. 


কেনেকৈ তুমি এই কথা কোৱাৰ সাহস পালা। 

How dare you say that. 


এই দিনটো যেন বাৰে বাৰে ঘূৰি আহে।

Many happy returns of the day. 


কিয় নহব? 

Why not. 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

অতি বেচি।

Too much. 


আচ্ছা, ঠিক আছে।

0. K. 


এই মাত্র আহিছাে।

Just coming. 


আপুনি যি ভাল দেখে। 

As you like. 


যথেষ্ট হৈছে।

Enough. 


আচ্ছা তেনেহলে যাওঁ।

Ta - Ta. 


আৰু কিবা আছে নেকি?

Anything else. 


ইয়াৰ বাবে ধন্যবাদ।

Thanks for this. 


আৰু অলপাে নাই।

Not a bit. 


খুব ভাল।

Very well. 


ঠিক আছে।

All right. 


নাই কেতিয়াও নহয়। 

No, never. 


ধন্যবাদ দি লাজ নিদিব।

No mention. 


কালিলৈ দেখা যাব।

Till tomorrow. 


স্বাগতম 

Welcome. 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

কোৱাৰ আৰু একো নাই।

Nothing more. 


মােৰ ওপৰত ভৰসা কৰিব পাৰে। 

Rest assured. 


ইফালে আহা।

Come here. 


মনে মনে থাকা।

Be silent. 


সাৱধান।

Be careful. 


শুনা।

Listen.


তালৈ যোৱা। 

Go there. 


সাজু হৈ লােৱা।

Be ready. 


তৎক্ষণাৎ যোৱা।

Go at once. 


ইয়াতে ৰবা।

Stand here. 


পােনে পােনে যােৱা।

Go straight. 


নামি যােৱা।

Get down. 


বাহিৰত অপেক্ষা কৰা।

Wait outside. 


ওপৰলৈ যােৱা।

Go up. 


এতিয়া ইয়াৰ পৰা যােৱা।

Now go away. 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

আৰু এবাৰ চেষ্টা কৰি চোৱা।

Try again.


তাক যাবলৈ দিয়া।

Let him pass. 


তাৰ যত্ন লবা।

Take care of him. 


মােক চাবলৈ দিয়া।

Let me see. 


মােক ক'বলৈ দিয়া।

Let me say. 


আকৌ আহিব।

Please come again. 


মােক বিৰক্ত নকৰিবা।

Don't disturbed me.


আচল কথালৈ আহা।

Come to the point.


শুভ বিদায়। 

Good bye. 


যাও দিয়া, বিদায়।

Bye Bye. 


ভাল বাৰু আকৌ লগ পাম ।

See you again .


আপােনাৰ কাকতখন অলপ দিয়কচোন।

Please give me the paper little a bit. 

Or, give me the paper please. 


কেইটা বাজিছে? 

Time please. 


ধন্যবাদ

Thank you. 


ঠিক আছে। 

It's all right. 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

এইটোনো আৰু এনে কি।

No mention. 


আপুনি সকলাে সময়তে আহিব পাৰে।

You are always welcome. 


মােক এই কাম কৰিবলৈ অনুমতি দিবনে?

Allow me this work? 


ক্ষমা কৰিব। 

I beg your pardon. 


অনুমতি দিলে কব পাৰাে।

Allow me to say. 


অলপ সেইফালে যাব নেকি? 

Would you mind moving a bit. 


আপােনাৰ কামত মই অলপ সহায় কৰিব পাৰাে নে? Let me help your work. 


মােক অলপ কবলৈ অনুমতি দিব নে?

Will you permit me to say. 


ঈশ্বৰ, তােমাৰ মঙ্গল কৰক 

May God bless you. 


ঈশ্বৰৰ কৃপাত

By the Grace of god. 


Some keep fast on Tuesday. 

কোনাে কোনােৱে মঙ্গলবাৰে উপবাস কৰে। 


Some keep it on Saturday or Friday. 

কিছুমানে শনিবাৰে বা শুক্ৰবাৰে কৰে।


We aren't sure.

আমি নিশ্চিত নহওঁ। 


Don't laugh like this. 

এনেকৈ হাঁহিবা। 


It's three by my watch.

মােৰ ঘড়ীত তিনিটা বাজিয়ে। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

She's to blame.

তায়েই দোষী। 


What day is it on first of this month? 

এই মাহৰ পহিলা তাৰিখে কি বাৰ? 


Perhaps, it is Monday. 

সম্ভৱতঃ সােমবাৰ। 


Do return by Monday. 

সােমবাৰৰ ভিতৰত নিশ্চয় আহিবা। 


I was born on Sunday. 

মই দেওবাৰে জন্ম হৈছিলো। 


And you? 

আৰু তুমি? 


I don't know. 

মই নাজানো। 


Do you know how many weeks are there in a month? 

তুমি জানানে এটা মাহত কেইটা সপ্তাহ থাকে? 


And in a year?

আৰু এবছৰত? 


There are full for weeks in a month. 

প্রত্যেকটো মাহত চাৰিটা পূৰা সপ্তাহ থাকে।


There are fifty-two weeks in a year. 

এবছৰত বাৱনন সপ্তাহ থাকে। 


The seven days of the week are named after seven planets. 

সপ্তাহৰ সাতটা দিনৰ নাম সাতটা গ্ৰহৰ নামত দিয়া হৈছে। 


Sunday is named after the sun.

দেওবাৰৰ নামটো সূৰ্যৰ নামানুসাৰে হৈছে। 


Monday is named after the Moon. 

সােমবাৰৰ নামটো চন্দ্ৰৰ নামানুসাৰে হৈছে। 


January is the first month of the year. 

জানুৱাৰী বছৰৰ প্রথম মাহ। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

February is the second and December is the last.

ফেব্ৰুৱাৰী দ্বিতীয় আৰু ডিচেম্বৰ বছৰৰ শেষ মাহ। 


What month is this?  

এইটো কোন মাহ? 


It is the month ofAugust. 

এইটো আগষ্ট মাহ। 


The last month was July. 

যােৱা মাহটো জুলাই আছিল। 


The next month will be September. 

আগামী মাহটো চেপ্টেম্বৰ। 


Today is 26th August.

আজি ২৬ আগষ্ট।


We became independent on August 15, 1947. 

১৯৪৭ চনৰ ১৫ অগাষ্টত আমি স্বাধীনতা লাভ কৰিছিলাে। 


Before November comes October and after it December. 

নবেম্বৰৰ আগতে অক্টোবৰ আৰু পিচত ডিচেম্বৰ আহে। 


August is eigth month of the year. 

আগষ্ট বছৰৰ অষ্টম মাহ। 


February is either of 28 days or 29 days. ফেব্ৰুৱাৰী ২৮ বা ২৯ দিনীয়া হয়। 


April, June, September and November are of the thirty days. 

এপ্রিল, জুন, চেপ্টেম্বৰ আৰু নবেম্বৰ ৩০ দিনীয়া মাহ।


Both July and August are of 31 days. 

জুলাই আৰু আগস্ট মাহ ৩১ দিনীয়া। 


Winter season sets in from November. শীতকাল নবেম্বৰৰ পৰা আৰম্ভ হয়। 


I like rainy season.

মই বাৰিষাকালটো ভাল পাওঁ। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

The month of March is very pleasant. 

মার্চ মাহটো বৰ ভাল। 


The festival of Holi is celebrated in this month. 

মার্চ মাহত হােলি (ফাকুৱা) উৎসৱ হয়। 


Diwali Comes either in October or November. 

দীপাৱলী অক্টোবৰ বা নবেম্বৰত হয়।


Diwali is a festival of lights. 

দীপাৱলী আলােক উৎসৱ। 


What month is running now?

এতিয়া কি মাহ চলিছে? 


কেইটা বাজিছে ? 

What Time is lt? 


What is the time by your Watch?

আপােনাৰ ঘড়ীত কেইটা বাজিছে ? 


It is three o'clock. 

তিনিটা বাজিছে।


It is half past four. 

চাৰে চাৰিটা বাজিছে। 


I get up in the morning at five.

মই ৰাতিপুৱা ৫টা বজাত শুই উঠো। 


I take tea at six o'clock. 

মই ছটা বজাত চাহ খাওঁ। 


At what time do you take your breakfast? তুমি কেতিয়া পুৱাৰ চাহ জলপান খােরা? 


At 8 o'clock I take my breakfakfast? 

৮টা বজাত মই পুৱাৰ চাহ জলপান খাও। 


My school begins at Ten o'clock. 

মােৰ স্কুল দহটা বজাত আৰম্ভ হয়। 


By quarter past three I am back home. 

চোৱা তিনিটা বজাত মই ঘৰলৈ ঘূৰি আহো। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

I go to bed at Nine in the night. 

মই ৰাতি নয়টা বজাত শােওঁ। 


He leaves his home at half past five. 

তেওঁ চাৰে পাচটা বজাত ঘৰৰ পৰা বাহিৰ হয়। 

 

His aeroplane takes off at ten to six. 

তেওঁৰ প্লেনখন ছটা বাজিবলৈ দই মিনিট থাকোতে এৰিব। 


The Mail train is reaching the station late by two hours. 

ষ্টেচন পাওঁতে মেইল ট্রেন খনৰ দুঘন্টা দেৰি হ’ব। 


It has been raining since 2p.m. 

দুটা বজাৰ পৰা বৰষুণ দিছে। 


The principal comes at 10 o'clock. 

অধ্যক্ষ দহটা বজাত আহে 


Union is strength. 

একতাই বল।


Health is wealth. 

স্বাস্থ্যই সম্পদ।


Might is right. 

জোৰ যাৰ মুলুক তাৰ।


Honesty is the best policy.

সাধুতাই উত্তম পথ।


I haven't red yet. 

মই এতিয়াও পৰা নাই। 


Didn't they go there? 

তেওলোক তালৈ যোৱা নাছিল নে? 


They shouldn't have gone. 

তেওঁলোকৰ যােৱা উচিত নাছিল। 


I'll go tomorrow.

মই কাইলৈ যাম। 


It hadn't rained.

বৰষুণ দিয়া নাছিল। 


I couldn't reach in time. 

মই সময়ত উপস্থিত হ'ব নোৱাৰিলোঁ। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক

Don't you need my help? 

তােমাক মােৰ সহায্য নালাগেনে? 


We shalln't oblige him.

আমি তেওঁৰ উপকাৰ নকৰিম।


We hadn't seen the thief. 

আমি চোৰটোক দেখা নাছিলোঁ। 


How many days are there in a week?

এ সপ্তাহত কেইদিন থাকে? 


There are seven days in a week. 

এসপ্তাহত সাত দিন থাকে। 


The first day of the week is Sunday. 

সপ্তাহৰ প্রথম দিন দেওবাৰ। 


Saturday is the last day of the week. 

শনিবাৰ সপ্তাহৰ শেৰ দিন। 


Sunday is a holiday. 

দেওবাৰ ছুটিৰ দিন। 


Children don't go to school on Sunday. দেওবাৰে ল'ৰাছােৱালী বােৰ স্কুললৈ নাযায়। 


On Wednesday we went to visit an exhibition. 

বুধবাৰে আমি এখন প্রদর্শনী চাবলৈ গৈছিলাে। 

English learning practices from English to Assamese Daily use english sentences অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ- ইংৰাজীৰ পৰা অসমীয়া লৈ অনুবাদ- ইংৰাজী শিকো আহক







Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.