সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ General Knowledge GK Question Answer

সাধাৰণ জ্ঞানৰ প্রশ্ন উত্তৰ বিশ্ব কুইজ General Knowledge GK World Quiz Question Answer in Assamese language



১। 'টুৱেন্টি থাউজেণ্ড লিগছ আণ্ডাৰ দা ছি’ নামৰ গ্ৰন্থখনৰ ৰচক— 

(ক) জুল ভার্ন

(খ) জনাথন চুইফট 

(গ) মিগুৱেল দা ছাৰ্ভেণ্টিছ । 

(ঘ) ৰবাৰ্ট লুই স্টিভেনছ 

উত্তৰঃ জুল ভার্ন। 



২। 'টাইম মেচিন' নামৰ গ্ৰন্থখনৰ ৰচক কোন? 

(ক) হার্বার্ট জর্জ ৱেলছ 

(খ) জুল ভার্ন 

(গ) ৰবাৰ্ট লুই স্টিভেনছন। 

(ঘ) কোনােটোৱেই নহয় 

উত্তৰঃ হার্বার্ট জর্জ ৱেলছ। 



৩। ‘টাইম মেচিন’খন এখন 

(ক) বিজ্ঞানভিত্তিক উপন্যাস 

(খ) জীৱনীগ্রন্থ 

(গ) সাধুকথা। 

(ঘ) নাটক 

উত্তৰঃ বিজ্ঞানভিত্তিক উপন্যাস। 



৪। ‘কিম’ উপন্যাসখনৰ ৰচক— 

(ক) ৰুডয়ার্ড কিপলিং 

(খ) হার্বার্ট জর্জ ৱেলছ

(গ) জনাথন চুইফট 

(ঘ) দা ছাৰ্ভেণ্টিজ 

উত্তৰঃ ৰুডয়ার্ড কিপলিং



৫। ‘দা কল অৱ দা ইল্ড’ নামৰ গ্ৰন্থখনৰ ৰচক— 

(ক) জেক লণ্ডন 

(খ) ৰবার্ট লুই স্টিভেনছন 

(গ) জনাথন ছুইফট 

(ঘ) জুল ভার্ন 

উত্তৰঃ জেক লণ্ডন। 



৬। 'গীতাঞ্জলি’ নামৰ কাব্য সংকলনৰ ৰচক- 

(ক) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ 

(খ) মহাত্মা গান্ধী 

(গ) মতিলাল নেহৰু 

(ঘ) আশাপূর্ণা দেৱী 

উত্তৰঃ কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ । 



৭। ১৯২৪ চনত ‘মহাত্মা গান্ধী’ নামৰ গ্ৰন্থখন ৰচনা কৰা ফৰাচী পণ্ডিতজন হ’ল— 

(ক) ৰোঁমা ৰোঁলা 

(খ) ৰবীন্দ্রনাথ ঠাকুৰ

(গ) জেক লণ্ডন 

(ঘ) হার্বার্ট জর্জ ৱেলছ 

উত্তৰঃ ৰোঁমা ৰোঁলা । 



৮। ‘এ ফেয়াৰৱেল টু আর্মছ’ নামৰ গ্ৰন্থৰ ৰচক- 

(ক) আর্নেষ্ট মিলাৰ হেমিংৱে 

(খ) ৰোঁমা ৰোঁলা 

(গ) জেক লণ্ডন 

(ঘ) ডেনমার্ক 

উত্তৰঃ আর্নেষ্ট মিলাৰ হেমিংৱে। 



৯। আর্নেষ্ট মিলাৰ হেমিংৱে ন'বেল বঁটা লাভ কৰিছিল— 

(ক) ১৯৫৪ চনত 

(খ) ১৯২০ চনত 

(গ) ১৮৫৪ চনত 

(ঘ) ১৯৫০ চনত 

উত্তৰঃ ১৯৫৪ চনত। 



১০। ৰোঁমা ৰোঁলাই ন'বেল বঁটা লাভ কৰিছিল- 

(ক) ১৯১৫ চনত 

(খ) ১৯২০ চনত 

(গ) ১৯১৮ চনত 

(ঘ) ১৯৩০ চনত 

উত্তৰঃ ১৯১৫ চনত। 



১১। ঈছপ নামৰ লেখকগৰাকী কোনজন ৰজাৰ ৰাজসভাত আছিল- 

(ক) ৰজা ক্রিছাছ 

(খ) মিলাছ

(গ) থিয়ছ

(ঘ) মার্টিন

উত্তৰঃ ৰজা ক্রিছাছ



১২। হেন্স খ্ৰীষ্টিয়ান এণ্ডাৰছন আছিল— 

(ক) ডেনমার্ক 

(খ) উৰিষ্যাৰ 

(গ) আৰবৰ 

(ঘ) অষ্ট্রেলিয়াৰ 

উত্তৰঃ ডেনমার্ক। 



১৩। জ্ঞানপীঠ বঁটা বিজয়ী ভাৰতৰ প্ৰথমগৰাকী মহিলা হ’ল— 

(ক) আশাপূর্ণা দেৱী

(খ) সৰৰাজিনী নাইডু 

(গ) নলিনী বালা দেৱী 

(ঘ) সুৰদেৱী গায়ত্রী

উত্তৰ : আশাপূর্ণা দেৱী। 



১৪। ‘প্রথম প্রতিশ্রুতি’ নামৰ উপন্যাসখনৰ লেখকৰ নাম- 

(ক) আশাপূর্ণা দেৱী

(খ) সৰােজিনী নাইডু 

(গ) এৰিয়েল

(ঘ) পার্ল এছ বাক 

উত্তৰ : আশাপূর্ণা দেৱী। 



১৫। জেন অষ্টিন এগৰাকী— 

(ক) ব্রিটিছ ঔপন্যাসিক 

(খ) আমেৰিকান গল্পকাৰ

(গ) ভাৰতীয় ঔপন্যাসিক 

(ঘ) ফৰাচী নাট্যকাৰ 

উত্তৰ : ব্রিটিছ ঔপন্যাসিক। 


 

১৬। ডা ভিন্সি ক 'ড ৰ ৰচক- 

(ক) ডেন ব্রাউন 

(খ) আশাপূর্ণা দেৱী 

(গ) অ' হেনৰি 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : ডেন ব্রাউন। 



১৭। পার্ল এছ. বাক এগৰাকী— 

(ক) মার্কিন যুক্তৰাষ্ট্রৰ মহিলা সাহিত্যিক 

(খ) ফৰাচী সাহিত্যিক 

(গ) জার্মানীৰ সাহিত্যিক 

(ঘ) ভাৰতীয় সাহিত্যিক 

উত্তৰ : মার্কিন যুক্তৰাষ্ট্রৰ মহিলা সাহিত্যিক 



১৮। এণ্টন চেখভ আছিল— 

(ক) ৰাছিয়াৰ চুটিগল্পকাৰ

(খ) আমেৰিকাৰ নাট্যকাৰ। 

(গ) ফৰাচী কবি 

(ঘ) ভাৰতীয় গল্পকাৰ 

উত্তৰঃ ৰাছিয়াৰ চুটিগল্পকাৰ। 



১৯। ৰবিনছন ক্রুছাে’ৰ ৰচক- 

(ক) চার্লছ ডিকেন্স 

(খ) ডষ্টয়েভস্কি 

(গ) অ' হেনৰি 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : চার্লছ ডিকেন্স। 



২০। 'ক্রাইম এণ্ড পানিছমেন্ট’ নামৰ বিখ্যাত গ্রন্থখনৰ ৰচক- 

(ক) এফ. এম. ডষ্টয়েভস্কি। 

(খ) এণ্টন চেখভ 

(গ) অ' হেনৰি 

(ঘ) চার্লছ ডিকেন্স 

উত্তৰ : এফ. এম. ডষ্টয়েভস্কি।



২১। এড য়ং হল 

(ক) এটা কর্কট গৱেষণা কেন্দ্র 

(খ) এখন বিদ্যালয়। 

(গ) এটি পুথিভঁৰাল 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : এটা কর্কট গৱেষণা কেন্দ্র। 



২২। বিশ্বকাপ ক্রিকেটৰ ফাইনেলত টছত জিকা প্রথম অধিনায়ক হ'ল-

(ক) ইয়ান চেপেল।

(খ) ডেমছ জন 

(গ) জেমছ চেপেল

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ ইয়ান চেপেল। 



২৩। বিশ্বকাপ ক্রিকেটত একেৰাহে চাৰিখন মেচত ‘মেন অব দা মেচৰ' সন্মান পাওঁতা প্রথমজন হল— 

(ক) লেন্স ক্লুজনাৰ 

(খ) ইয়ান চেপেল। 

(গ) হেৰল্ড ডিকি 

(ঘ) কোনােটোৱে নহয়

উত্তৰ : লেন্স ক্লুজনাৰ। 



২৪। বিশ্বকাপ ক্রিকেটত দুবাৰ ৫০০ বা ততােধিক ৰান কৰা প্ৰথম বেটছমেনজন হ'ল- 

(ক) শচীন তেণ্ডুলকাৰ 

(খ) জন বেয়ার্ড 

(গ) ইয়ান চেপেল 

(ঘ) কোনােটোৱে নহয়।

উত্তৰ : শচীন তেণ্ডুলকাৰ।



২৫। বিশ্বকাপত ১৫০০ ৰান কৰা প্রথম বেটমেনজন হ’ল

(ক) শচীন তেণ্ডুলকাৰ

(খ) মার্ক ব’ 

(গ) কপিল দেৱ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : শচীন তেণ্ডুলকাৰ। 



২৬। বিশ্বকাপ ক্রিকেটত শতৰান কৰা প্রথম এছীয় বেটমেন কোন 

(ক) ইমৰান খান। 

(খ) সুনীল গাভাস্কাৰ 

(গ) লালা অমৰনাথ 

(ঘ) কোনােটোৱে নহয়। 



২৭। বিশ্বকাপ ক্রিকেটত অংশগ্রহণ কৰা প্ৰথম খুৰা-ভতিজা হ'ল। 

(ক) ইয়ান বিশ্বপ আৰু মার্ভিন ডিলন 

(খ) ইমৰান খান আৰু জাহিদ খান

(গ) কপিলদেৱ আৰু মােহন দেব

(ঘ) কোনােটোৱে নহয়।

উত্তৰঃ ইয়ান বিশ্বপ আৰু মার্ভিন ডিলন


 

২৮। বিশ্বকাপ ক্রিকেটত দুই দেশৰ হৈ খেলা প্রথম খেলুৱৈজন হ’ল— 

(ক) কেপলাৰ ৱেছেলছ

(খ) ইয়ান বিশ্বপ 

(গ) ইমৰান খান। 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ কেপলাৰ ৱেছেলছ। 



২৯। বিশ্বকাপ ক্রিকেটত সদস্য আৰু অধিনায়ক হিচাপে বিশ্ব চেম্পিয়ন হােৱা প্ৰথমজন ব্যক্তি হ'ল— 

(ক) ষ্টিভ ৱ’ 

(খ) শচীন তেণ্ডুলকাৰ 

(গ) সুনীল গাভাস্কাৰ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ ষ্টিভ ব’। 



৩০। বিশ্বকাপ ক্রিকেটত সদস্য আৰু প্রশিক্ষক হিচাপে প্রথম বিশ্ব চেম্পিয়ন হােৱা ব্যক্তিজন হ’ল— 

(ক) জিঅফ মার্শ্ব 

(খ) মার্ক ব’ 

(গ) জন ব্র’ 

(ঘ) কোনােটোৱে নহয় 

উত্তৰঃ জিঅফ মার্শ্ব 



৩১। বিশ্বকাপ ক্রিকেটত একেৰাহে দুখন মেচত প্রথম শতক কৰোঁতাজন হ'ল- 

(ক) মার্ক ৱ’ 

(খ) জন ব’ 

(গ) বেয়ার্ড ব’ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ মার্ক ৱ। 



৩২। বিশ্বকাপ ক্রিকেটত শতক কৰা প্ৰথম ভাৰতীয় বেটছমেন হ’ল— 

(ক) কপিল দেৱ 

(খ) শচীন তেণ্ডুলকাৰ 

(গ) সৌৰভ গাংগুলী

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : কপিল দেৱ। 



৩৩। বিশ্বকাপ ক্রিকেটৰ প্ৰথম টাই (Tie) মেচখন হ'ল- 

(ক) অষ্ট্রেলিয়া বনাম দক্ষিণ আফ্রিকা (১৯৯৯ চন) (খ) ভাৰত বনাম পাকিস্তান (১৯৯০ চন)

(গ) অষ্ট্রেলিয়া বনাম পাকিস্তান (১৯৯২ চন) 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : অষ্ট্রেলিয়া বনাম দক্ষিণ আফ্রিকা (১৯৯৯ চন)। 



৩৪। বিশ্বকাপ ক্রিকেটত মাত্র ১ ৰানত জয়-পৰাজয়ৰ প্রথম দৃষ্টান্ত থকা খেলখন হল- 

(ক) অষ্ট্রেলিয়া বনাম ভাৰত (১৯৮৭ চন) 

(খ) অষ্ট্রেলিয়া বনাম পাকিস্তান (১৯৮০ চন) 

(গ) ভাৰত বনাম পাকিস্তান (১৯৮১ চন) 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : অষ্ট্রেলিয়া বনাম ভাৰত (১৯৮৭ চন)  



৩৫। বিশ্বকাপ ক্রিকেটত ৫০ উইকেট লাভ কৰা প্রথম বলাৰজন হ’ল— 

(ক) ৱাছিম আক্রাম 

(খ) মার্ক ৱ’ 

(গ) জন ফিছাৰ 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : ৱাছিম আক্রাম।



৩৬। বিশ্বকাপ ক্রিকেটত তিনিখন ফাইনেলত খেলা প্রথম খেলুৱৈজন হল— 

(ক) গ্রাহাম গুচ 

(খ) গ্রাহাম বেল 

(গ) গ্রাহাম জেন 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : গ্রাহাম গুচ। 



৩৭। বিশ্বকাপ ক্রিকেটত মেন অৱ দা টুর্নামেন্ট সম্মান পােৱা প্রথম ভাৰতীয় খেলুৱৈজন হ’ল— 

(ক) কপিল দেৱ 

(খ) শচীন তেণ্ডুলকাৰ 

(গ) সুনীল গাভাস্কাৰ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : কপিল দেৱ। 



৩৮। বিশ্বকাপ ক্রিকেটত ১০০০ ৰান কৰা প্রথম বেটছমেন হ’ল-

(ক) ভিভিয়ান ৰিচাৰ্ডছ 

(খ) মার্ক ৱ 

(গ) গ্রাহাম গুচ 

(ঘ) কোনােটোৱে নহয়।

উত্তৰঃ ভিভিয়ান ৰিচাৰ্ডছ। 



৩৯। বিশ্বকাপ ক্রিকেটত চাৰিটা শতক কৰা প্রথম বেটছমেন হ’ল— 

(ক) মার্ক ৱ

(খ) ভিভিয়ান ৰিচাৰ্ডছ 

(গ) গ্রাহাম গুচ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ মার্ক ব’।



৪০। বিশ্বকাপ ক্রিকেটত অধিনায়ক হিচাপে এখন বিশ্বকাপত তিনিটা শতক কৰা প্ৰথম আৰু একমাত্র বেটছমেনজন হ'ল— 

(ক) সৌৰভ গাংগুলী 

(খ) তেণ্ডুলকাৰ 

(গ) সুনীল গাভাস্কাৰ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : সৌৰভ গাংগুলী। 



৪১। তলৰ কোনখন মহাকাশযান শনি গ্ৰহলৈ পঠোৱা হৈছিল— 

(ক) কেছিনি 

(খ) ৰেমাৰ 

(গ) জেনছ। 

(ঘ) পিক-১ 

উত্তৰঃ কেছিনি। 



৪২। তলৰ কোনখন মহাকাশযান মঙল গ্ৰহলৈ পঠোৱা হৈছিল— 

(ক) অর্বিটাৰ 

(খ) পিক-১ 

(গ) গীগ-৩ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : অর্বিটাৰ । 



৪৩। পােহৰৰ গতিবেগ প্রতি ছেকেণ্ডত প্রায়— 

(ক) তিনি লাখ কি. মি 

(খ) দুই লাখ কি. মি. 

(গ) পাঁচ লাখ কি. মি. 

(ঘ) এক লাখ কি. মি. 

উত্তৰ : তিনি লাখ কি. মি.। 



৪৪। জাপানৰ য়ুবিকুইটাছ একছেঞ্জ নামৰ কোম্পানিটোৱে সাজি উলিওৱা কর্মী ৰ'বটটোৰ নাম হ'ল- 

(ক) য়ুবিকো 

(খ) ইৰিকো

(গ) ৰুণ 

(ঘ) লুচি

উত্তৰঃ য়ুবিকো। 



৪৫। বিশ্বকাপ ক্রিকেটত প্রথম মেচৰ ভাৰতীয় অধিনায়ক আছিল— 

(ক) শ্রীনিবাস ভেংকটৰাঘৱন 

(খ) জন জামেছন। 

(গ) সুনীল গাভাস্কাৰ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : শ্রীনিবাস ভেংকটৰাঘৱন। 



৪৬। বিশ্বকাপ ক্রিকেটত প্রথম শতন কৰোঁতাজন- 

(ক) ডেনিছ এমিছ 

(খ) ডেভিদ কপাৰ 

(গ) জন এমিছ। 

(ঘ) কোনােটোৱে নহয় 

উত্তৰঃ ডেনিছ এমিছ। 



৪৭। বিশ্বকাপ ক্রিকেটত প্রথম ‘মেন অব দা মেচ’ খিতাপ লাভ কৰে- 

(ক) ডেনিছ এমিছে। 

(খ) জন এমিছে। 

(গ) ডেভিদ স্কটে 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : ডেনিছ এমিছে। 



৪৮। বিশ্বকাপ ক্রিকেটত ফাইনেলত প্রথম শতক কৰোঁতা— 

(ক) ক্লাইভ লয়ড 

(খ) ক্লাইভ জেন 

(গ) জুনিয়ৰ ক্লাইভ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : ক্লাইভ লয়ড। 



৪৯। বিশ্বকাপ ক্রিকেটত ‘মেন অৱ দা মেচ’ সন্মান লাভ কৰা প্রথম বলাৰজন হ'ল- 

(ক) ডেনিছ লিলি 

(খ) ক্লাইভ লয়ড 

(গ) ক্লাইভ জেন 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : ডেনিছ লিলি। 



৫০। বিশ্বকাপ ক্রিকেটত ‘মেন অৱ দা মেচ'ৰ সন্মান পােৱা পৰাজিত দলৰ প্রথম খেলুৱৈজন হ’ল— 

(ক) বি. ডি. জুলিয়েন 

(খ) ক্লাইভ লয়েড 

(গ) ক্লাইভ জেন 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : বি. ডি. জুলিয়েন। 



৫১। বিশ্বকাপ ক্রিকেটত ‘মেন অৱ দা মেচৰ সন্মান লাভ কৰা প্রথম উইকেটৰক্ষকগৰাকী হ’ল- 

(ক) ফাৰুখ ইঞ্জিনিয়াৰ 

(খ) ক্লাইভ লয়ড 

(গ) ক্লাইভ জেন। 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : ফাৰুখ ইঞ্জিনিয়াৰ। 



৫২। বিশ্বকাপ ক্রিকেটৰ ফাইনেলত প্রথম ‘মেন অব দা মেচ’ সম্মান পােৱা ব্যক্তিজন হ'ল— 

(ক) ক্লাইভ লয়ড। 

(খ) ফাৰুখ ইঞ্জিনিয়াৰ 

(গ) বি. ডি. জুলিয়েন 

(ঘ) কোনােটোৱে নহয় 

উত্তৰঃ ক্লাইভ লয়ড। 



৫৩। বিশ্বকাপ ক্রিকেটত প্রথম ৫টা উইকেট দখল কৰা বলাৰজনৰ নাম হ'ল- 

(ক) ডেনিছ লিলি 

(খ) ক্লাইভ লয়ড 

(গ) ফাৰুখ ইঞ্জিনিয়াৰ 

(ঘ) কোনােটোৱে নহয় 

উত্তৰঃ ডেনিছ লিলি। 



৫৪। বিশ্বকাপ ক্রিকেট এখন মেচত ৭টা উইকেট লাভ কৰা প্রথম বলাৰজন হ'ল- 

(ক) উইনস্টন ডেভিছ 

(খ) ডেনিছ লিলি 

(গ) বি. ডি. জুলিয়েন 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : উইনস্টন ডেভিছ। 



৫৫। বিশ্বকাপ ক্রিকেটত যৌথভাবে প্রথম ‘মেন অৱ দা মেচৰ সন্মান লাভ কৰোঁতা দুজন হ’ল— 

(ক) সুনীল গাভাস্কাৰ আৰু চেতন শর্মা 

(খ) সুনীল গাভাস্কাৰ আৰু ৰতন ধৰ 

(গ) শ্রীকান্ত আৰু সুনীল গাভাস্কাৰ 

(ঘ) কোনােটোৱে নহয় 

উত্তৰঃ সুনীল গাভাস্কাৰ আৰু চেতন শর্মা 



৫৬। বিশ্বকাপ ক্রিকেটত একেৰাহে ছেমি ফাইনেল আৰু ফাইনেলত ‘মেন অৱ দা মেচৰ সন্মান প্রথম লাভ কৰোঁতাজন হ’ল— 

(ক) মহিন্দৰ অমৰনাথ 

(খ) শেন ৱার্ন 

(গ) ইয়ান চেপেল। 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : মহিন্দৰ অমৰনাথ।



৫৭। বিশ্বকাপ ক্রিকেটত একেৰাহে ছেমি ফাইনেল আৰু ফাইনেলত ‘মেন অৱ দা মেচৰ পুৰস্কাৰ লাভ কৰা প্রথম বলাৰজন হ’ল— 

(ক) শেন ৱার্ন 

(খ) ইয়ান চেপেল 

(গ) সুনীল গাভাস্কাৰ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ শেন ৱার্ন  



৫৮। বিশ্বকাপ ক্রিকেটত নিজ দেশক নেতৃত্ব দিয়া প্রথম ভাতৃদ্বয় হ’ল— 

(ক) জেফ ক্ৰ’ আৰু মার্টিন ক্র’ 

(খ) জয় দেৱান আৰু অমিত দেৱান 

(গ) ইয়ান চেপেল আৰু গ্রেগ চেপেল 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : জেফ ক্ৰ আৰু মার্টিন ক্র’ 



৫৯। বিশ্বকাপ ক্রিকেটত অংশগ্রহণ কৰা প্রথম পিতা-পুত্রদ্বয় হ'ল— 

(ক) ডন প্রিংগল আৰু ডেকে প্রিংগল 

(খ) জন বেয়ার্ড আৰু ৰুছ বেয়ার্ড 

(গ) জয় জেন আৰু স্মিথ জেন। 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : ডন প্রিংগল আৰু ডেকে প্রিংগল 



৬০। বিশ্বকাপ ক্রিকেটৰ ফাইনেল মেচত থকা প্রথম আম্পায়াৰদ্বয় হল- 

(ক) হেৰল্ড ডি কি বার্ড আৰু টি. ডব্লিউ স্পেন্সাৰ 

(খ) লেন্স ব্লুজনাৰ আৰু ডিকি বার্ড 

(গ) জেফ ক্ৰ আৰু আমিৰ শ্বহী 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : হেৰল্ড ডিকি বার্ড আৰু টি. ডব্লিউ স্পেন্সাৰ ।



৬১। ছাৰ আৰ্থাৰ কোনান ডয়ল এগৰাকী 

(ক) ব্রিটিছ সাহিত্যিক 

(খ) ফৰাচী সাহিত্যিক 

(গ) আমেৰিকান সাহিত্যিক 

(ঘ) ভাৰতীয় গল্পকাৰ 

উত্তৰ: ব্রিটিছ সাহিত্যিক। 



৬২। 'ডায়েৰি অৱ এ ইয়ং গার্ল' নামৰ গ্ৰন্থখনৰ ৰচক-

(ক) এন. ফ্রেংক

(খ) আৰ. এন. ফ্রেংক 

(গ) জি ফ্রেংক 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : এন. ফ্রেংক



৬৩। ‘দা ওল্ড মেন এণ্ড দা ছি’ নামৰ গ্ৰন্থখনৰ ৰচক- 

(ক) আর্নেষ্ট হেমিংৱে 

(খ) অ' হেনৰি 

(গ) এৰিয়েল 

(ঘ) কোনান ডয়ল 

উত্তৰ : আর্নেষ্ট হেমিংৱে। 



৬৪। অ' হেনৰিৰ প্রকৃত নাম কি? 

(ক) উইলিয়াম ছিডনি প'ৰ্টাৰ 

(খ) হেৰি পােটাৰ 

(গ) এলিছ। 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : উইলিয়াম ছিডনি পৰ্টাৰ। 



৬৫। উইলিয়াম শেক্সপিয়েৰৰ কোনখন নাটত ‘এৰিয়েল’ নামৰ চৰিত্ৰটোত আছে? 

(ক) দা টেম্পেষ্ট 

(খ) দি অথেলাে 

(গ) দা ৱাৰ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : দা টেম্পেষ্ট।  



৬৬। কডয়ার্ড কিপলিঙৰ বিখ্যাত শিশু গ্রন্থ ‘দা জাংগল বুক'ৰ মূল চৰিত্ৰয়ে হল- 

(ক) মৌগলি। 

(খ) মােহন 

(ঘ) মাধৱী 

(গ) মধু 

উত্তৰ : মৌগলি। 



৬৭। ‘পিটাৰ পেন’ নামৰ উপন্যাসখনৰ ৰচক হ’ল-

(ক) জে, এম. বেৰি 

(খ) এডগাৰ ৰাইছ

(গ) কার্লে কলডি 

 (ঘ) কোনােটোৱে নহয় 

উত্তৰ : জে. এম. বেৰি ৷



৬৮। 'অলিভাৰ টুইষ্ট' নামৰ উপন্যাসখনৰ ৰচক- 

(ক) চার্লছ ডিকেন্স। 

(খ) জে. এম. বেৰি 

(গ) এডগাৰ ৰাইছ 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ চার্লছ ডিকেন্স।


 

৬৯। 'পিনকিঅ' নামৰ উপন্যাসখনৰ ৰচক- 

(ক) কালো কলডি 

(খ) চার্লছ ডিকেন্স 

(গ) জে. এম. বেৰি 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰঃ কালো কলডি। 



৭০। ‘ৰিপ ভান ৱিংকল’ৰ ৰচক— 

(ক) ৱাশিংটন আর্ভিং 

(খ) চার্লছ ডিকেন্স

(গ) জে. এম. বেৰি 

(ঘ) কোনোটোৱে নহয় 

উত্তৰঃ ৱাশিংটন আর্ভিং। 



৭১। ২০০৭ বৰ্ষত বিশ্বৰ সবাতােকৈ ধনী মহিলাৰ তালিকাত প্রথম স্থান পাইছে- 

(ক) অপৰাহ উইনফ্রে 

(খ) ইউ উইনফ্রে

(গ) জি মার্টিন 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : অপৰাহ উইনফ্রে। 



৭২। প্রতিবছৰে বিশ্বৰ আটাইতকৈ ধনী মানুহৰ তালিকা প্রস্তুত কৰা এখন আলােচনীৰ নাম হ'ল— 

(ক) ফছ 

(খ) জিম 

(গ) টাও 

(ঘ) স্মার্ট 

উত্তৰ : ফছ। 



৭৩। ২০০৭ বৰ্ষত বিশ্বৰ সবাতােকৈ ধনী মহিলাৰ তালিকাত দ্বিতীয় স্থান পাইছে 

(ক) জে. কে. ৰাউলিঙে 

(খ) অপৰাহ উইনফ্রে

(গ) ঐশ্বর্য ৰায়ে 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : জে. কে. ৰাউলিঙে।  



৭৪। ২০০৭ চনত বিশ্বৰ প্ৰথমগৰাকী ধনী মহিলাৰ তালিকাত স্থান পােৱা অপৰাহ উইনফ্রেৰ সম্পত্তিৰ পৰিমাণ হ'ল— 

(ক) প্রায় ৭৫০ কোটি টকা। 

(খ) ৫০০ কোটি টকা 

(গ) প্রায় ২০০ কোটি টকা 

(ঘ) ৩০০ কোটি টকা 

উত্তৰ : প্রায় ৭৫০ কোটি টকা 



৭৫। চীন দেশে কোনটো চনক ‘গাহৰি বর্ষ হিচাপে বাছি লৈছে? 

(ক) ২০০৭ চন। 

(খ) ২০০৫ চন 

(গ) ২০০০ চন। 

(ঘ) ২০০১ চন 

উত্তৰ : ২০০৭ চন। 



৭৬। ‘কেপ্টেইন গ্রান্টছ চিলড্রেন’ৰ ৰচক হ’ল- 

(ক) জুল ভার্ন 

(খ) জে. এম. বেৰি 

(গ) ৰবাৰ্ট লুই ষ্টিভেনছন 

(ঘ) কোনােটোৱে নহয় 

উত্তৰ : জুল ভার্ন। 



৭৭। বিশ্বকাপ ক্রিকেট প্রথম মেচখন হৈছিল— 

(ক) ভাৰত বনাম ইংলেণ্ড 

(খ) ইংলেণ্ড বনাম অষ্ট্রেলিয়া 

(গ) ভাৰত বনাম জাপান। 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : ভাৰত বনাম ইংলেণ্ড। 



৭৮। বিশ্বকাপ ক্রিকেট প্রথম বল কৰোঁতাজন— 

(ক) মদনলাল। 

(খ) ৰণজিৎ সিং। 

(গ) ভগৱৎ সিং 

(ঘ) কোনােটোৱে নহয় 

উত্তৰঃ মদনলাল। 



৭৯। বিশ্বকাপ ক্রিকেটত প্রথম বলৰ সন্মুখীন হােৱা বেটমেনজন হ’ল— 

(ক) জন জামেছন 

(খ) মদনলাল। 

(গ) ৰণজিৎ সিং 

(ঘ) কোনােটোৱে নহয়। 

উত্তৰ : জন জামেছন। 














Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.