সন্ধি কি আৰু কেইপ্ৰকাৰৰ বুজাই লিখা- সন্ধি ভাঙা আৰু সন্ধি পাতা

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। Asomiya Sandhi Assamese Grammar for students
সন্ধি কি আৰু কেইপ্ৰকাৰৰ- সন্ধি ভাঙা আৰু সন্ধি পাতা

সন্ধিৰ সংজ্ঞা:

নিচেই ওচৰা-উচৰিকৈ থকা এটা শব্দৰ শেষ আখৰ আৰু আন এটাৰ আদি আখৰৰ মিলনকে সন্ধি বােলে। যেনে-

জগৎ + নাথ = জগন্নাথ

তৎ + উপৰি = তদুপৰি

পৰিঃ + কাৰ = পৰিষ্কাৰ ইত্যাদি। 

সন্ধি হলে দুটা আখৰ লগ লাগি এটা হয়, কেতিয়াবা আকৌ এটাই অন্য ৰূপ লয় নাইবা এটা লােপ পায়। এনেকুৱা মিলনৰ ক্ষেত্ৰত বৰ্ণৰ আগমাে হ’ব পাৰে। তাৰে কিছুমান নির্দিষ্ট নিয়ম আছে। তাকে সন্ধিৰ নিয়ম বুলি কোৱা হয়। ভাষাৰ লালিত্য আৰু ধ্বনিৰ দ্ৰুত আৰু সুখােচ্চাৰণ সন্ধিৰ প্ৰধান উদ্দেশ্য। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

সন্ধি তিনি বিধ- 

১) স্বৰ-সন্ধি

২) ব্যঞ্জনসন্ধি আৰু 

৩) বিসর্গসন্ধি

কোনাে কোনােৱে বিসর্গসন্ধিক এবিধ পৃথক সন্ধি বুলি নধৰি ব্যঞ্জনসন্ধিৰ অন্তৰ্গত বুলিও কয়। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। Asomiya Sandhi Assamese Grammar for students
সন্ধি কি আৰু কেইপ্ৰকাৰৰ- সন্ধি ভাঙা আৰু সন্ধি পাতা

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

স্বৰ-সন্ধিঃ

স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হলে তাকে স্বৰ-সন্ধি বােলে। 

যেনে- হিম + আলয় = হিমালয়, 

আশা + অতীত= আশাতীত ইত্যাদি। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১) অ আৰু অ মিলি ‘আ’ হয়। 

কৃষ্ণ + অর্জুন = কৃষ্ণার্জুন 

জল + অধিপতি = জলাধিপতি

নৰ + অধম = নৰাধম

শস্য + অধিপতি = শস্যাধিপতি

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২) অ আৰু আ মিলি ‘আ’ হয়। 

হিম + আলয় = হিমালয়

ভয় + আতুৰ = ভয়াতুৰ

যম + আলয় = যমালয় 

শােক + আকুল = শােকাকুল

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩) আ আৰু আ মিলি ‘আ’ হয়। 

বিদ্যা + আলয় = বিদ্যালয়

তৃষ্ণা + আতুৰ = তৃষ্ণাতুৰ

মহা + আশয় = মহাশয়

উমা + আনন্দ = উমানন্দ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৪) আ আৰু অ মিলি ‘আ’ হয়। 

মহা + অর্থ = মহার্ঘ

আশা + অতীত = আশাতীত

যথা + অর্থ = যথার্থ

ধাৰণা + অতীত = ধাৰণাতীত 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৫) (হস্ব) ই আৰু (হস্ব) ই মিলি (দীর্ঘ) 'ঈ’ হয়। 

ৰবি + ই = ৰবীন্দ্র

গিৰি + ইন্দ্র = গিৰীন্দ্র

মুনি + ইন্দ্র = মুনীন্দ্র

অতি + ইন্দ্রিয় = অতীন্দ্রিয়

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৬) (হস্ব) ই আৰু (দীর্ঘ) ঈ মিলি (দীর্ঘ) 'ঈ’ হয়। 

পৰি + ঈক্ষা = পৰীক্ষা

ক্ষিতি + ঈশ = ক্ষিতীশ 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৭) (দীর্ঘ) ঈ আৰু (দীর্ঘ) ঈ মিলি (দীর্ঘ) 'ঈ’ হয়। 

গৌৰী + ঈশ্বৰ = গৌৰীশ্বৰ

মহী + ঈশ = মহীশ

পৃথিৱী + ঈশ্বৰ = পৃথিৱীশ্বৰ

সতী + ঈশ = সতীশ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৮) (দীর্ঘ) ঈ আৰু (হ্রস্ব) ই মিলি (দীর্ঘ) 'ঈ’ হয়। 

সতী + ই = সতীন্দ্র

বলী + ইন্দ্র = বলীন্দ্র

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৯) (হস্ব) উ আৰু (হ্রস্ব) উ মিলি (দীর্ঘ) 'উ’ হয়। 

মৰু + উদ্যান = মৰূদ্যান

বিধু + উদয় = বিধূদয়

কটু + উক্তি = কটুক্তি

গুৰু + উপদেশ = গুৰূপদেশ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১০) (হ্রস্ব) উ আৰু (দীর্ঘ) উ মিলি (দীর্ঘ) 'উ’ হয়। 

লঘু + উমি = লঘূর্মি

বায়ু + উর্মি = বায়ূর্মি

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১১) (দীর্ঘ) উ আৰু (দীর্ঘ) উ মিলি (দীর্ঘ) 'উ’ হয়। 

ভূ + উৰ্ধ্ব = ভূৰ্ধ্ব  

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১২) (দীর্ঘ) উ আৰু (হ্রস্ব) উ মিলি (দীর্ঘ) 'ঊ’ হয়। 

বধূ + উৎসৱ = বধূৎসৱ

বধূ + উচিত = বধূচিত। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৩) (হ্রস্ব) ঋ আৰু (হ্রস্ব) ঋ মিলি (দীর্ঘ) 'ঋৃ’ হয়। 

ভ্রাতৃ + ঋদ্ধি = ভাতৃদ্ধি 

পিতৃ + ঋণ = পিতৃণ। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৪) অ আৰু ই মিলি ‘এ’ হয়। 

নৰ + ইন্দ্র = নৰেন্দ্র

দেৱ + ইন্দ্র = দেৱেন্দ্ৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৫) অ আৰু ঈ মিলি ‘এ’ হয়। 

দেৱ + ঈশ্বৰ = দেৱেশ্বৰ 

পৰম + ঈশ্বৰ = পৰমেশ্বৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৬) আ আৰু ই মিলি ‘এ’ হয়। 

যথা + ইষ্ট = যথেষ্ট

যথা + ইচ্ছা = যথেচ্ছা

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৭) আ আৰু ঈ মিলি ‘এ’ হয়। 

লঙ্কা - ঈশ্বৰ = লঙ্কেশ্বৰ

মহা + ঈশ্বৰ = মহেশ্বৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৮) অ আৰু উ মিলি ‘ও' হয়। 

ফল + উদয় = ফলােদয়

সময় + উচিত = সময়ােচিত

বােধ + উদয় = বােধােদয়

কাল + উচিত = কালােচিত

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(১৯) অ আৰু ঊ মিলি ‘ও' হয়। 

নৱ + ঊঢ়া = নৱােঢ়া (নৱ বিৱাহিতা) 

গৃহ + উৰ্ধ্ব = গৃহোৰ্ধ্ব

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২০) আ আৰু উ মিলি 'ও' হয়। 

মহা + উচ্চ = মহােচ্চ

মহা + উদৰ = মহােদৰ

যথা + উচিত = যথােচিত

যথা + উপযুক্ত = যথােপযুক্ত

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২১) আ আৰু ঊ মিলি ও হয়। 

গঙ্গা+ ঊর্মি = গঙ্গোর্মি,

মহা + ঊর্মি = মহাের্মি। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২২) অ আৰু ঋ মিলি ‘অৰ’ হয়। 

দেৱ + ঋষি = দেবর্ষি 

উত্তম + ঋণ = উত্তমর্ণ

সপ্ত + ঋষি = সপ্তর্ষি 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৩) আ আৰু ঋ মিলি ‘অৰ’ হয়। 

মহা + ঋষি = মহর্ষি

ৰাজা + ঋষি = ৰাজর্ষি

শীত + ঋত = শীতার্ত (শীতেৰে ঋত)

শােক + ঋত = শােকার্ত (শােকেৰে ঋত)

ক্ষুধা + ঋত = ক্ষুধার্ত

তৃষ্ণা + ঋত = তৃষ্ণার্ত

ৰােগ + ঋত = ৰােগাৰ্ত

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৪) এ আৰু এ মিলি ‘ঐ’ হয়। 

জন + এক = জনৈক

হিত + এষী = হিতৈষী। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৫) আ আৰু এ মিলি ‘ঐ' হয়। 

তথা + এবচ = তথৈবচ 

তথা + এব = তথৈব 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৬) অ আৰু ঐ মিলি ‘ঐ’ হয়। 

মত + ঐক্য = মতৈক্য

ৰাজ + ঐশ্বর্য = ৰাজৈশ্বর্য

পৰম + ঐশ্বর্য = পৰমৈশ্বর্য। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৭) আ আৰু ঐ মিলি ‘ঐ হয়। 

মহা + ঐৰাৱত = মহৈৰাৱত

মহা + ঐশ্বর্য = মহৈশ্বর্য

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৮) অ বা আ-ৰ পিছত ও বা ঔ থাকিলে দুয়াে মিলি ‘ঔ’ হয়। 

(ক) অ + ও = ঔ

জল + ওকা = জলৌকা

জল + ওঘ = জলৌঘ

(খ) অ + ঔ = ঔ

পৰম + ঔষধ = পৰমৌষধ

বন + ঔষধি = বনৌষধি

(গ) আ + ঔ = ঔ

মহা + ঔষধ = মহৌষধ

মহা + ঔদার্য = মহৌদার্য

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(২৯) ই বা ঈ-ৰ পিছত ই বা ঈ ভিন্ন আন স্বৰবৰ্ণ থাকিলে ই বা ঈ-ৰ ঠাইত ‘য' হয় 

নদী + অম্বু = নদ্যম্বু 

অতি + আচাৰ = অত্যাচাৰ

প্রতি + এক = প্রত্যেক

আদি + অন্ত = আদ্যন্ত

প্রতি + উত্তৰ = প্রত্যুত্তৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩০) উ আৰু ঊৰ পিছত উ বা ঊ ভিন্ন আন স্বৰবৰ্ণ থাকিলে উ আৰু ঊ-ৰ ঠাইত ‘ব' হয়। 

সু + আগত = স্বাগত

অনু + এষণ = অন্বেষণ

মনু + অন্তৰ = মন্বন্তৰ

অনু + অয় = অন্বয়

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩১) ঋ-ৰ পাছত ঋ ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে ঋ-ৰ ঠাইত 'ৰ-কাৰ' হয়। 

পিতৃ + আলয় = পিত্রালয়

মাতৃ + অনুমতি = মাত্রানুমতি

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩২) এ-ৰ পাছত এ ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে এ-ৰ ঠাইত ‘অয়’ হয়। 

নে + অন = নয়ন

শে + অন = শয়ন

বে + অন = বয়ন

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩৩) ঐ-ৰ পাছত ঔ ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে ঐ-ৰ ঠাইত ‘আয়' হয়। 

গৈ + অক = গায়ক

নৈ + অক = নায়ক

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩৪) ও-ৰ পাছত ও ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে ও-ৰ ঠাইত ‘অৱ’ হয়। 

পাে + অন = পৱন (পাে = পৱ + অন) 

ভাে + অন = ভৱন

পাে + ইত্ৰ = পৱিত্ৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

(৩৫) ঔ-ৰ পাছত ঔ ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে ঔ-ৰ ঠাইত ‘আব’ হয়। 

নৌ + ইক = নাবিক, 

ভৌ + উক = ভাবুক। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

নিপাতনে সিদ্ধ স্বৰ-সন্ধি:

স্বৰ-সন্ধিৰ কোনাে নিয়মৰ ভিতৰলৈ নহাকৈ যিবােৰ সন্ধি সিদ্ধ হয়, তাকে নিপাতনে সিদ্ধ স্বৰ-সন্ধি বােলে। যেনে— 

গো + অক্ষ = গবাক্ষ

মন + ঈষা = মনীষা

প্র + ঊঢ় = প্রৌঢ়

সীমা + অন্ত = সীমান্ত

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। Asomiya Sandhi Assamese Grammar for students
সন্ধি কি আৰু কেইপ্ৰকাৰৰ - সন্ধি ভাঙা আৰু সন্ধি পাতা

ব্যঞ্জনসন্ধিঃ

ব্যঞ্জন বর্ণৰ লগত ব্যঞ্জন বর্ণ অথবা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বর্ণৰ যি মিলন ঘটে, তাকে ব্যঞ্জনসন্ধি বােলে। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১। স্বৰবৰ্ণৰ পাছত ছ থাকিলে ছ-ৰ ঠাইত ‘চ্ছ’ হয়। যেনে— 

অনু + ছেদ = অনুচ্ছেদ, 

বি + ছেদ = বিচ্ছেদ। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

২। বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত স্বৰবৰ্ণ, বৰ্গৰ তৃতীয়, চতুর্থ আৰু পঞ্চম বর্ণ অথবা য, ব, হ থাকিলে প্রথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ তৃতীয় বর্ণ হয়। 

ষ + আনন = ষড়ানন

দিক্ + অন্ত = দিগন্ত

উৎ + ভিদ = উদ্ভিদ 

তৎ + উপৰি = তদুপৰি, 

জগৎ + অম্বা = জগদম্বা

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৩। চ বা ছ পাছত থাকিলে ৎ আৰু দ-ৰ ঠাইত ‘চ’ হয়। 

উৎ + চাৰণ = উচ্চাৰণ, 

চলৎ + চিত্র = চলচ্চিত্র, 

বিপদ + চিন্তা = বিপচ্চিন্তা

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৪। জ বা ঝ পাছত থাকিলে ৎ আৰু দৰ ঠাইত ‘জ’ হয়। 

সৎ + জন = সজ্জন

বিপদ + জাল = বিপজ্জাল

উৎ + জাল = উজ্জ্বল

জগৎ + জননী = জগজ্জননী

তদ্ + জন্য = তজন্য

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৫। ৎ বা দ-ৰ পাছত ‘ট' থাকিলে ৎ আৰু দৰ ঠাইত ট হয়। 

তদ + টীকা = তট্রীকা

বৃহৎ + টঙ্কাৰ = বৃহট্টঙ্কাৰ 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৬। ৎ বা দ ৰ পাছত ‘ড' থাকিলে ৎ আৰু দৰ ঠাইত ‘ড' হয়। 

উৎ + ডীন = উড্ডীন

বৃহৎ + ডম্বৰু = বৃহড্ডম্বৰু

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৭। ‘ল’ পাছত থাকিলে ৎ, দ আৰু নৰ ঠাইত ল হয়। 

উৎ + লেখ = উল্লেখ

বিপদ + লাভ = বিপল্লাভ

মহান + লাভ = মহাল্লাভ 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৮। পাছত হ থাকিলে আগত থকা ৎ-ৰ ঠাইত ‘দ’ আৰু হ-ৰ ঠাইত ‘ধ’ হয়। 

তৎ + হিত = তদ্ধিত, 

উৎ + হাৰ = উদ্ধাৰ

উৎ + হত = উদ্ধত

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৯। ৎ বা দ-ৰ পাছত শ থাকিলে দুয়াে বর্ণ মিলি ‘চ্ছ’ হয়। 

উৎ + শৃঙ্খল = উচ্ছৃঙ্খল, 

উৎ + শ্বাস = উচ্ছ্বাস। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১০। বৰ্গৰ প্ৰথম বৰ্ণৰ পাছত ন বা ম থাকিলে আগৰ প্ৰথম বৰ্ণৰ ঠাইত সেই বৰ্গৰ পঞ্চম বর্ণ হয়। 

বাক্ + ময় = বাঙ্ময়

পৰাক্ + মুখ = পৰাঙ্মুখ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১১। চ বা জ-ৰ পাছত ন থাকিলে ন-ৰ ঠাইত ‘ঞ’ হয়। 

যাচ্ + না = যাচ্ঞা

যজ + ন = যজ্ঞ

ৰাজ + নী = ৰাজ্ঞী। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১২। য-ৰ পাছত ত বা থ থাকিলে ত-ৰ ঠাইত ‘ট’ আৰু থ-ৰ ঠাইত ‘ঠ' হয়। 

ষষ + থ = ষষ্ঠ

পুষ + ত = পুষ্ট

হৃষ + ত = হৃষ্ট

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১৩। পাছত ক-বৰ্গ, চ-বৰ্গ বা ত-বৰ্গৰ বৰ্ণ থাকিলে আগত থাকা ম-ৰ সইত পাছৰ বৰ্ণৰ বৰ্গৰ ‘পঞ্চম বৰ্ণ” যােগ হয়। 

শম্ + ক = শঙ্কৰ

সম্ + চয় = সঞ্চয়

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১৪। অন্তস্থ আৰু উষ্ম বর্ণ পাছত থাকিলে ম-ৰ ঠাইত অনুস্বাৰ হয়। 

সম্ + যম = সংযম

সম্ + লগ্ন = সংলগ্ন

সম + হাৰ = সংহাৰ

সম্ + ৰাট = সম্রাট

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১৫। সম্ আৰু পৰি উপসৰ্গৰ পাছত কৃ ধাতুৰ পৰা উৎপন্ন হােৱা শব্দ থাকিলে দুয়ােৰে মাজলৈ সৰ আগম হৈ সন্ধি হয়। 

সম্ উপসৰ্গৰ ম-ৰ ঠাইত ‘ং হয়। 

সম্ + কৃত = সংস্কৃত

সম্ + কাৰ = সংস্কাৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১৬। আগত ‘উৎ' উপসর্গ থাকিলে পাছত থকা স্থা আৰু স্তনব ধাতুৰ 'স’ লােপ হয়। 

উৎ + স্তনভ = উত্তম্ভ

উৎ + স্থান = উত্থান

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

নিপাতনে সিদ্ধ ব্যঞ্জনসন্ধি

তৎ + কৰ = তস্কৰ

আ + চৰ্য = আশ্চর্য

এক + দশ = একাদশ 

যট + দশ = ষােড়শ

বৃহৎ + পতি = বৃহস্পতি

অষ্ট + দশ = অষ্টাদশ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। Asomiya Sandhi Assamese Grammar for students
সন্ধি কি আৰু কেইপ্ৰকাৰৰ- সন্ধি ভাঙা আৰু সন্ধি পাতা

বিসর্গ-সন্ধিঃ

স্বৰবৰ্ণ বা ব্যঞ্জন বর্ণৰ লগত বিসৰ্গৰ সন্ধি হলে তাক বিসর্গ-সন্ধি বােলে।

বিসর্গ দুই প্রকাৰৰ : 

ৰ-জাত বিসৰ্গ আৰু স-জাত বিসর্গ। 

ৰ-ৰপৰা হােৱা বিসর্গক ‘ৰ-জাত’ বিসর্গ বােলে। যেনে-

পুনৰ = পুনঃ

নিৰ = নিঃ

অন্তৰ = অন্তঃ

স-ৰপৰা হােৱা বিসর্গক ‘স-জাত’ বিসর্গ বােলে। যেনে— 

বয়স = বয়ঃ

নমস্ = নমঃ

মনস্ = মনঃ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

১। চ বা ছ পাছত থাকিলে বিসৰ্গৰ ঠাইত ‘শ’ হয়। 

নি + চয় = নিশ্চয়

দুঃ + চৰিত্র = দুশ্চৰিত্ৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

২। ট বা ঠ পাছত থাকিলে বিসৰ্গৰ ঠাইত ‘ষ’ হয়। 

ধনু + টঙ্কাৰ = ধনুষ্টঙ্কাৰ

নিঃ + ঠুৰ = নিষ্ঠুৰ 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৩। ত বা থ পাছত থাকিলে বিসৰ্গৰ ঠাইত ‘স’ হয়। 

নিঃ + তেজ = নিস্তেজ

মনঃ + থ = মনস্থ

ইতঃ + তত = ইতস্তত

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৪। বিসৰ্গৰ পাছত ক, খ, প, ফ থাকিলে অ আৰু আ-ৰ পাছত থকা বিসর্গ ঠাইত (দন্ত্য) ‘স’ আৰু ই-কাৰাদি স্বৰবৰ্ণৰ পাছত থকা বিসৰ্গৰ ঠাইত (মূর্ধন্য) ‘ষ’ হয়। (ষত্ব বিধিমতে)। 

পুৰঃ + কাৰ = পুৰস্কাৰ

নমঃ + কাৰ = নমস্কাৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৫। বিসৰ্গৰ পাছত স্বৰবৰ্ণ, বৰ্গৰ তৃতীয়, চতুর্থ, পঞ্চম বর্ণ আৰু য, ৰ, ল, ৱ থাকিলে বিসৰ্গৰ ঠাইত ‘ৰ’ হয়। 

দুঃ + অৱস্থা = দুৰৱস্থা

নিঃ + আকাৰ = নিৰাকাৰ

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৬। অ-ৰ লগত থকা বিসৰ্গৰ পাছত বৰ্গৰ তৃতীয়, চতুর্থ আৰু পঞ্চম বর্ণ অথবা য, ৰ, ল, হ থাকিলে আগৰ বিসর্গ অ-ৰ ঠাইত ‘ও হয়। 

মনঃ + যােগ = মনােযােগ

নভঃ + মণ্ডল = নভােমণ্ডল

মনঃ + হৰ = মনােহৰ 

তপঃ + বন = তপােবন

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৭। ৰ পাছত থাকিলে বিসর্গ লােপ পায় আৰু ই-কাৰান্ত উপসর্গ ঈ-কাৰান্ত হয়। 

নিঃ + ৰােগ = নীৰোগ

নিঃ + ৰৱ = নীৰৱ, 

নিঃ + ৰস = নীৰস

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

৮। অ-ৰ লগত থকা বিসৰ্গৰ পাছত ‘অ’ ভিন্ন অন্য স্বৰবৰ্ণ থাকিলে মাত্র বিসর্গ লােপ হৈ সন্ধি হয়। যেনে—

অতঃ + এব = অতএব। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

সন্ধিৰ কেইটামান পাঠভিত্তিক উদাহৰণ: সন্ধি ভাঙা আৰু সন্ধি পাতা

যােগেশ্বৰ = যােগ + ঈশ্বৰ

বিদ্যাৰম্ভ = বিদ্যা + আৰম্ভ 

অৰুণােদয় = অৰুণ + উদয় 

অন্যান্য = অন্য + অন্য 

বিদ্যালয় = বিদ্যা + আলয়

সূর্যোদয় = সূর্য + উদয়

নিৰুপায় = নিঃ + উপায়

নিশ্চিন্ত = নিঃ + চিন্ত

চলাচল = চল + অচল

গায়ন = গৈ + অন

নায়ক =নৈ + অকা

ভাবুক = ভৌ + উক

দেৱর্ষি = দেৱ + ঋষি

উল্লেখ = উৎ + লেখ 

ইত্যাদি = ইতি + আদি

প্রত্যেক = প্রতি+ এক

আশীর্বাদ = আশীঃ + বাদ 

উদ্ধাৰ = উৎ + হাৰ

অত্যাচাৰ = অতি + আচাৰ

সংগত = স + গত

লােকান্তৰ = লােক+ অন্তৰ

পৰীক্ষা = পৰি + ঈক্ষা

জগন্নাথ = জগৎ + নাথ

সিংহাসন = সিংহ + আসন

মহালয় = মহা + আলয়

যথােচিত = যথা + উচিত

মতান্তৰ = মত + অন্তৰ

মহাত্মা = মহান + আত্মা

ল’ৰালি = ল’ৰা + আলি

বিদ্যালয় = বিদ্যা +আলয়

সমন্বয় = সম্ + অন্বয়

নিৰােগ = নিঃ + ৰােগ

ফলাফল = ফল + অফল

যথােপযুক্ত = যথা + উপযুক্ত

অন্বেষণ = অনু + এষণ

শােকাকুল = শােক + আকুল।

দেবেন্দ্র = দেৱ + ইন্দ্র 

অতীন্দ্রিয় = অতি + ইন্দ্রিয় 

সংস্কাৰ = স + কাৰ

যথেষ্ট =যথা + ইষ্ট

তদ্রুপ =তৎ + ৰূপ

উন্নতি =উৎ + নতি

একাকাৰ = এক+ আকাৰ

পৰিষ্কাৰ = পৰিঃ + কাৰ

যজ্ঞ = জ + ন 

সংস্কৃত = স + কৃত

যাতায়াত = যাত + আয়ত 

বহিৰাগত = বহিঃ + আগত

দেৱাসুৰ = দেৱ + অসুৰ

নিৰাকাৰ = নিঃ + আকাৰ

হিতাহিত == হিত + অহিত

দুর্গম = দুঃ + গম 

স্বাধীন = স্ব+ অধীন

সঞ্জন = স + জন

পৰমানন্দ = পৰম + আনন

মহাত্মা = মহান + আত্মা 

উদ্ধত = উৎ + হত 

শােকাতুৰ = শােক + আতুৰ

নিৰ =নিঃ + ঠুৰ

হতাশা = হত + আশা

মস্তাপ = মনিঃ + তাপ

মহাশয় = মহা + আশয়

যড়ানন = ষট -+ আনন

দিগন্ত = দিক + অন্ত।ৎ

নাবিক = নৌ + ইক।

স্ব + অধীন = স্বাধীন

নীল + অচল = নীলাচল

শুভ+ আগমন = শুভাগমন

হিম + আলয় = হিমালয় 

উমা + আনন্দ = উমানন্দ

মহা। + অর্ঘ = মহার্ঘ। 

শে + অন = শয়ন 

নে + অন = নয়ন

নৈ + অক = নায়ক

গৈ + অক = গায়ক

নির্বিবােধ = নিঃ + বিৰােধ

নিষ্কর্মা = নিঃ + কর্ম 

নির্বাসন = নিঃ + বাসন

নির্ভয় = নি + ভয়

দুর্বিপাক = দুঃ + বিপাক

মুনি + ইন্দ্র = মুনীন্দ্র

দেৱ + ইন্দ্র = দেৱেন্দ্ৰ 

অতি + ইন্দ্রিয় = অতীন্দ্রিয়

গজ + ইন্দ্র = গজেন্দ্র

পৰি + ঈক্ষা = পৰীক্ষা

গণ + ঈশ = গণেশ

গিৰি + ঈশ = গিৰীশ

মহা + ইন্দ্র = মহেন্দ্র 

দিগ্বিজয় = দিক্‌ + বিজয়

উদ্ধাৰ = উৎ + হাৰ। 

সৎ + জন = সজ্জন

উৎ + লাস = উল্লাস

তৎ + উপৰি = তদুপৰি 

সম্ + শয় = সংশয়

সম্ + গতি = সংগতি

সম্ + হাৰ = সংহাৰ

যজ + ন = যজ্ঞ 

দিক্ + অন্ত = দিগন্ত 

বাক + ঈশ = বাগীশ।

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

নিজে কৰাঃ সন্ধি ভাঙা

দেৱাসুৰ, নৰকাসুৰ, বকাসুৰ, অঘাসুৰ, শােকানল, দাবানল, দৈত্যাৰি, মুৰাৰি, উত্তৰায়ণ, দক্ষিণায়ণ, দেশান্তৰ, মেঘালয়, শিল্পালয়, ভােজনালয়, গ্রন্থাগাৰ, বিবেকানন্দ, ছাত্রাবাস, পূর্ণানন্দ, অস্ত্রাগাৰ, শৌচাগাৰ, জীৱাত্ম, বর্ণাশ্রম, মহালয়, মন্ত্রণালয়, মহানন্দ, ৰমানন্দ, দয়ানন্দ, কাৰাগাৰ, মহাকাশ, ক্ষুধাতুৰ আদি। 

সীমান্ত, কথামৃত, ভাষান্তৰ, বিদ্যার্ণৱ, আশানুৰূপ, যথানুৰূপ, বিবেচনাধীন, আজ্ঞাধীন, তৰূর্ব, সূক্ত, সাধূক্তি, সাধূচিত, ভানূদয়, মধূৎসৱ, ফলগৃৎসৱ, সুধীন্দ্র, মহতীচ্ছা, (মহতী + ইচ্ছা), কবীন্দ্র, অতীত, অতীৱ, প্রতীতি, অভীষ্ট, গিৰীশ, প্রতীক্ষা, শচীশ, পনীয়া ইত্যাদি। 

গঙ্গোদক, মহােদধি, বিদ্যোৎসাহ, মহােৎসৱ, কথােপকথন, সহােদৰ, স্নাতকোত্তৰ, মৰণােত্তৰ, হিতােপদেশ, পৰােপকাৰ, নীলােৎপল, জয়ােল্লাস, শীতােষ্ণ, ৰমেশ, উমেশ, তাকেশ্বৰী, গজেন্দ্র, ভৱেন্দ্র, সুৰেন্দ্র, ইতৰেতৰ, স্বেচ্ছা, বধূক্তি, স্বয়ম্ভুদয়, গণেশ, নৰেশ, ৰাজ্যেশ্বৰ, ৰামেশ্বৰ, শুক্লেশ্বৰ, তাশ্বেৰী, হিমার্ত, দুঃখার্ত আদি। 

সঙ্কোচ, সঙ্গতি, সঙ্কট, সন্তান, সন্দেহ, কিন্নৰ, সংযুক্ত, সংশয়, সংযােগ, নিস্তাৰ, বয়স্থ, দুস্তব, নভস্তল, মনস্তত্ত্ব, দুষ্কৰ, নিষ্প্রদীপ, নিস্ফল, তিৰস্কাৰ, নিপ্রাণ, অন্তৰাত্মা, নিৰাকাৰ, দুর্নীতি, চতুর্দশ, অহর্নিশ, অন্তর্ধান, অন্তর্যামী, দুৰাৰােগ্য, অধােগতি, যশােধন, মনােৰম, যশােলাভ, অহােৰাত্র, সৰােবৰ আদি। 

সন্ধি কি বা কাক বোলে? সন্ধি কেইপ্ৰকাৰৰ আৰু কি কি উদাহৰণ দি বুজাই লিখা। সন্ধি ভাঙা আৰু সন্ধি পাতা। অসমীয়া ব্যাকৰণ

********

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.